PHANI BHUSAN CHOUDHURY'ৰ বেলেগ এটা ৰূপ! প্ৰত্যেক অসমীয়াৰ কথা ক'লে সদনত || Aboyob Bhuyan

Поділитися
Вставка
  • Опубліковано 19 жов 2024
  • *****
    Connect with Aboyob on,
    👉🏼 Instagram: / aboyobbhuyan
    👉🏼 Twitter: / aboyobbhuyan
    *****
    #AssameseNews #AssameseNewsToday #AssamNews #AssamFloods #Parliament #Politics #AboyobBhuyan #TruthByAboyobBhuyan

КОМЕНТАРІ • 187

  • @Himanta441
    @Himanta441 2 місяці тому +97

    অসমীয়া ভাষা প্ৰচাৰ হৈছে । নহলে দিল্লীত অসমীয়া বেঙ্গলী একেই বুলি কোৱা হয় ।

  • @mousumichoudhury7409
    @mousumichoudhury7409 2 місяці тому +63

    বাকী আমাৰ অসমীয়া সাংসদ সকলৰ অসমীয়া ক'বলৈ লাজ লাগে কিজানি 😂😂😂। আমাৰেই ৰ্ভাগ্য যে ৯০ দশকত জন্ম হোৱা খিনি য়ে দিল্লী ৰ সংসদ ভৱন ত এজন অসমীয়া সা্ংসদে মাতৃ ভাষাত ভাষণ দিয়া দেখা পালোঁ। 😊😊😊

    • @abhinandanhazarika5928
      @abhinandanhazarika5928 2 місяці тому

      Sadan t goi Axomiya vakhar bikh ghotabo drkar nai Tat manuha Buji puwa koi alp Hindi t kuwa hola basi lavot thakil hoi Foni da🥹

    • @rupjyotigogoi9956
      @rupjyotigogoi9956 2 місяці тому +2

      Now We noticed that the Assam govt trying to Nil Assamese language from primary stage school to make Doctors and Engineers for our children .I think that it is a good decision.

    • @mintusaikia4517
      @mintusaikia4517 2 місяці тому +2

      অতি সুন্দৰ ফনী চাৰ।

  • @mridultalukdar7913
    @mridultalukdar7913 2 місяці тому +25

    নিজৰ ভাষা কোবাৰ কাৰণে সুন্দৰ 🙏

    • @HappyClownfish-nl4yx
      @HappyClownfish-nl4yx 2 місяці тому

      Toi pagal

    • @KonwarRaj-w6m
      @KonwarRaj-w6m 2 місяці тому +1

      আপুনি ঠিকে কৈছে,,তেখেতে হিন্দী ইংলিছ নজনা কাৰণে অসমীয়া কব লগা হৈছে,,

    • @NripenThakuria
      @NripenThakuria 2 місяці тому

      তেখেতে অসমীয়াৰ সমস্যা এটা স্থায়ী সমাধান বিষয়ে উপস্থাপন কৰিছে ৷ হিন্দী ইংৰাজীত কোৱাটো বাধ্যতামূলক নেকি ?​@@KonwarRaj-w6m

    • @living345
      @living345 2 місяці тому

      ​@@KonwarRaj-w6mSo what? He has done a good job. I appreciate him.

  • @assameseculturcreation
    @assameseculturcreation 2 місяці тому +15

    অসমীয়া ভাষা ভাৰতৰ ২২ ভাষাৰ ভিতৰত এটা। গতিকে অসমীয়াত ক'লেও হিন্দি বা ইংৰাজীত অনুবাদ কৰিব পাৰি

  • @Himanta441
    @Himanta441 2 місяці тому +29

    আমি অভং হবৈ লাগিব ।।।। অভং হলেহে হব । অসমীয়াত কৈছে ভাল কৰিছে ভঙা বুজি নোপোৱা হিন্দী কোৱাতকৈ ।।।

  • @allthebest6611
    @allthebest6611 2 місяці тому +40

    আজিৰ যুগত সাংসদ এজনৰ ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় ভাষা জনাতো বাধ্যতামূলক হব লাগে ৷

    • @dhrubajoel8024
      @dhrubajoel8024 2 місяці тому +10

      India doesn’t have a national language.

    • @dhrubajoel8024
      @dhrubajoel8024 2 місяці тому

      5:38

    • @anupamvlogs1552
      @anupamvlogs1552 2 місяці тому +1

      Right

    • @amolgogoi4988
      @amolgogoi4988 2 місяці тому +1

      কাগজ খন চাই চাই ও পঢ়িব পৰা নাই ভাল ke সুকুৰ আলিক পঠোৱাও ভাল আছিল ।

  • @munindragoswami4875
    @munindragoswami4875 2 місяці тому +43

    Salute to Our honorable M P Mr Phani Bhushan Chowdhury.

  • @maina2663
    @maina2663 2 місяці тому +3

    গোটেই ভৱিষ্যত অসমীয়াই মনত ৰাখিব

  • @axomcinematic2606
    @axomcinematic2606 2 місяці тому +17

    নামটো অসমীয়াত উচ্চাৰণ কৰা হ'লে ভাল লাগিল হয়, ফণী ভূচন নকৈ ফণী ভূষণ ক'লে ভাল শুনে ❤

  • @saponsaponkoch2632
    @saponsaponkoch2632 2 місяці тому +8

    শাসকীয় পক্ষৰ সাংসদ সকলে হাত সাবতি বহি থাকিলে আৰু চৰকাৰৰ সিদ্ধান্তক গুণ-গৰিমা গাই থাকিলে অসমৰ সমস্যা সমাধান হ'ব নেকি অসমৰ সমস্যা ক‌ওক শাসকীয় পক্ষৰ হ'ল বুলিয়েই একো নোকোৱাকৈ থাকিব নেকি কেৱল চৰকাৰক সমৰ্থন কৰি থাকিলেতো‌ নহব

  • @kiddlynikha
    @kiddlynikha 2 місяці тому +9

    যিসকলে হাঁহি ঠাট্টা কৰি আছে অসমীয়া কোৱাৰ বাবে সিহঁতৰ লাজ লাগিজে। অসমীয়া কোনে বুজি পাইছে বুলি হাঁহি আছে তেওঁলোকক কও তাত কাণত লগাই থোৱা earphone🎧 ত translate হৈ আছে জধামূৰ্খহত

  • @aniramrabha3218
    @aniramrabha3218 2 місяці тому +11

    সংসদত অসমীয়াত বক্তব্য ৰখাৰ কাৰণে যিসকলে লাজ পাইছে তেওলোকতকৈ আৰু জধা মূৰ্খ, বুৰ্বক কোনো নাই।নিজ মাতৃভাষাৰে বক্তব্য দাঙি ধৰিছে care নকৰাকৈ সংসদত, প্ৰসংশা হে কৰিব লাগে।কৈ থাকক চৌধুৰী ভয় নকৰিব।লাজ লাগে ইমান হে মুধা ফুটা ওলাইছে। স্বয়ং নৰেন্দ্ৰ মোদী য়ে বিদেশত হিন্দীত বক্তব্য ৰাখে, আমাৰ আকৌ দিল্লীহে।ভয় নকৰিব…...…!

    • @rupjyotigogoi9956
      @rupjyotigogoi9956 2 місяці тому

      I doubt that they weakened in English.

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 2 місяці тому

      Ow bupai , English t A start korisil , pisse thotra lagil....lahekoi Hindi kobo loisil , nai majote break hoi jai , Pasot xolxoliya oxomiya koi gol , sabbas 🤗🤗😁🤑

  • @saponsaponkoch2632
    @saponsaponkoch2632 2 місяці тому +13

    সদনত অসমীয়া ভাষাৰ আধিপত্য বিস্তাৰ কৰিব লাগে অসমীয়া ভাষাৰে সমগ্ৰ সদন উত্তাল হৈ থাকিব লাগে অন্য ভাষাতকৈ অসমীয়া ভাষা শীৰ্ষত উজলি থাকিব লাগে যাতে প্ৰত্যেক গৰাকী সাংসদ তথা মন্ত্ৰী মণ্ডলীয়ে আমাৰ ভাষাটোক বুজি পায় সদনখনত এনেকৈ অসমীয়াত ভাষন ৰাখিব লাগে যাতে সদনখন অসমৰ সদন অসমত থকা সদন যেন লাগে।
    অসমৰ প্ৰতিগৰাকী সাংসদে অসমীয়াত ভাষন ৰাখিব লাগে যাতে সদনৰ মজিয়াত হিন্দী ভাষাৰ পিছতেই অসমীয়া ভাষাৰ দপদপনি থাকে

  • @radaliassame3397
    @radaliassame3397 2 місяці тому +11

    অসমীয়া 🔥🔥

  • @kartikchboro2184
    @kartikchboro2184 2 місяці тому

    অসমৰ সাংসদৰ অসমীয়াত ভাষণ শুনি ভাল লাগিল। ইংৰাজীত বা হিন্দীতহেযে কব লাগিব তাৰ কি মানে আছে ? আচল কথা , অসমৰ সমস্যাবোৰ সংসদৰ মজিয়াত তুলি ধৰাটোহে । সেইটোকে তেওঁ কৰিছে । তেওঁলৈ ধন্যবাদ !

  • @achyutchandrachakraborty8213
    @achyutchandrachakraborty8213 2 місяці тому

    🙏🙏🙏

  • @chandrabijoyhazarika3867
    @chandrabijoyhazarika3867 2 місяці тому +1

    ইতিবাচক ভাৱে কথাখিনি তুলিধৰা বাবে ধন্যবাদ।

  • @minudas7981
    @minudas7981 2 місяці тому +13

    কাকা আমাৰ সাহসী মানুহ। বানপানীৰ কথা কবলৈ কোনেও ইচ্ছা নকৰে। তেওঁৰ ভাষন ভাল লাগিল।

  • @Bishnu5874
    @Bishnu5874 2 місяці тому +1

    Thanks you bhaiya ❤❤❤

  • @nirupamkalita816
    @nirupamkalita816 2 місяці тому +5

    “CAA”ৰ বিৰুদ্ধাচৰণ কৰিও এদিন ভাষন দিবৰ সৎ সাহস হবনে?নে স্বাৰ্থপৰৰ দৰে safe game খেলিয়েই থাকিব!

  • @budheswarnath6516
    @budheswarnath6516 2 місяці тому

    ..... যি কি নহওঁক অসমৰ হৈ মাত মাতিছে , ধন্যবাদ জনাইছো।

  • @MAK_M68
    @MAK_M68 2 місяці тому +1

    Under Article 120 of the Constitution, the business of the House is conducted in Hindi or English, but a member who is unable to express his views well in either of these languages may, with the permission of the Speaker, deliver a speech in any of the languages mentioned in the Eighth Schedule to the Constitution or in his mother tongue.

  • @BaponBarman1
    @BaponBarman1 2 місяці тому

    ❤❤❤

  • @taradoi7957
    @taradoi7957 2 місяці тому +5

    সংসদত অসমীয়াত কলে কোনেও বুজি নেপায় । তেওৰ দাবীটো সঠিক আৰু শুদ্ধ কিন্ত বেলেগ সাংসদ সকলে বুজিয়েই নেপালে চাগৈ ।

    • @zank4471
      @zank4471 2 місяці тому +3

      They have translation facility

    • @BioPharmaceutics
      @BioPharmaceutics 2 місяці тому

      Hindi t translate hoi Jai

    • @17Dp15
      @17Dp15 2 місяці тому

      South ৰ মানুহে তেলেগু , কলিকতাৰ সাংসদে বঙালী কয়, তাত translator system থাকে যি ভাষা লাগে সেই ভাষালৈ translate হৈ যায় ।
      আৰু ৰাছিয়া, চীনা পৃথিৱীৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে ইংৰাজী নকয় , তেওঁলোকে নিজৰ ভাষা কয় ।

  • @nandadas5826
    @nandadas5826 2 місяці тому

    🙏🙏🙏❤

  • @RosmiRosmi-f3c
    @RosmiRosmi-f3c 2 місяці тому

    Amak anekuwa M.P .he proyojon .Dhonnobad Sir ....

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 2 місяці тому +3

    অসমীয়া ভাষাৰ খিনিটো শুদ্ধকৈ উপস্থাপন কৰিব পাৰিব লাগিছিল

  • @arjuncreative8342
    @arjuncreative8342 2 місяці тому

    ৰকিবুল হুছেইনেও কৈছে এইটো কথা । আৰু ভাল পাইছোঁ ৰাইজৰ কাম কৰিছে । 🙏🏻

  • @JayantaPatar-v9u
    @JayantaPatar-v9u 2 місяці тому

    Only first to last assamese.well

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 місяці тому +3

    অসমৰ বিষয়ে আগতে কোৱা নাছিল নেকি বাৰু? যদি কোৱা নাই সেইবোৰ কেনেকুৱা এম পি! মোৰ মতে সংসদত হিন্দী বা ইংৰাজীত কব পৰা হব লাগে তেহে অন্য সাংসদ সকলে বুজি পালে ভাল ।৭/৮ টা কাৰ্য কাল পাৰ কৰাৰ হিন্দী বা ইংৰাজীত কথা কব পৰা হব লাগিছিল।চেষ্টা কৰিলে"পাৰে।কেৱল ব্যাকৰণ অভিধান পঢ়িলেই হৈ"গল।

    • @ashima302
      @ashima302 2 місяці тому +1

      Tat j translator earphone thake eikhiniu nejane nki apuni.. nohole South Indians e nijor language kole bakibure keneke Buji pai

    • @ditu_edits2012
      @ditu_edits2012 2 місяці тому

      South Indian a sodai nijor language te koi

    • @17Dp15
      @17Dp15 2 місяці тому

      South ৰ মানুহে তেলেগু , কলিকতাৰ সাংসদে বঙালী কয়, তাত translator system থাকে যি ভাষা লাগে সেই ভাষালৈ translate হৈ যায় ।
      আৰু ৰাছিয়া, চীনা পৃথিৱীৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে ইংৰাজী নকয় , তেওঁলোকে নিজৰ ভাষা কয় ।

    • @udbhashjyotinath2482
      @udbhashjyotinath2482 2 місяці тому

      Hindi k gurutto diya ami bondho koribo lage. Bharator kunu rashtra vakha nai

  • @kulenchpathak
    @kulenchpathak 2 місяці тому

    এটা লক্ষ্যনীয় বিষয়ৰ উপস্থাপনত ধন্যবাদ ৷

  • @nathda3884
    @nathda3884 2 місяці тому

    ভাল কাম কৰি আছা তুমি❤

  • @MrinayPegu-rb5mo
    @MrinayPegu-rb5mo 2 місяці тому

    Very right new s

  • @bikashpathak9273
    @bikashpathak9273 2 місяці тому +11

    Phani Daa Jui🔥🔥

  • @madhurjyamahanta
    @madhurjyamahanta 2 місяці тому +1

    সংসদৰ বাকী সদস্যসকলে বুজি নেপালে চাগে ! ৰাজ্যিক ভাষাৰ সলনি ৰাষ্ট্ৰীয় ভাষাত ৰাষ্ট্ৰীয় সংসদত কোৱা হ'লে সকলোৱে বুজি পালেহে যেন ! তেওঁৰ উপস্থাপন ভাল লাগিল ।

    • @ditu_edits2012
      @ditu_edits2012 2 місяці тому

      Loge loge translation hoi english ba hindi t

  • @RakeshBarman-s7v
    @RakeshBarman-s7v 2 місяці тому +1

    Phani bhushan 🔥

  • @MubarakHussain2.0
    @MubarakHussain2.0 2 місяці тому +1

    😂😂😂

  • @anilvlog7315
    @anilvlog7315 2 місяці тому

    নগাওঁ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ইংৰাজী বানপানীৰ সমস্যা সমাধান বাবেই ভাষন দিছিল৷

  • @vidyutchm
    @vidyutchm 2 місяці тому

    most experienced MLA 😂😂

  • @bornalihazarika8294
    @bornalihazarika8294 2 місяці тому

    Very good

  • @gagangaganpatowary1942
    @gagangaganpatowary1942 2 місяці тому +4

    অসমীয়াত ভাষন ৰখাৰ বাবে ধন্যবাদ দাদা।

  • @Dahak415
    @Dahak415 2 місяці тому

    Power of অসমীয়া ভাষা জয় আই অসম

  • @bipulbarman9831
    @bipulbarman9831 2 місяці тому

    অসমীয়াত যদি কয় প্ৰথমে ইঙৰাজী কিয় কলে ।

  • @bhaskarborah4254
    @bhaskarborah4254 2 місяці тому +1

    Great always great 👍👍👍

  • @bijoydas5841
    @bijoydas5841 2 місяці тому

    May God bless you

  • @PranabKonwar-yk3vp
    @PranabKonwar-yk3vp 2 місяці тому +1

    Moi akmot

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru 2 місяці тому

    Active Phani MP thanks

  • @promudborgohain7920
    @promudborgohain7920 2 місяці тому +1

    ফণী কাই টকা নেপালে তোৰ কণী দুটা বেছি প্ৰকল্প ৰূপায়ন কৰিবি নেকী??

  • @mridulkonwar7476
    @mridulkonwar7476 2 місяці тому

    অসমীয়াত ভাষণ দি অসমৰ প্ৰকৃত সমস্যা সজোৰে উত্থাপন কৰি ফণিভূষণ চৌধুৰী ডাঙৰীয়াই দৃষ্টান্ত স্থাপন কৰিছে।

  • @abhijitbhuyan2254
    @abhijitbhuyan2254 2 місяці тому

    Great job.......

  • @Durlab__narah.
    @Durlab__narah. 2 місяці тому +1

    Tarmane actually

  • @nisengfoodlover
    @nisengfoodlover 2 місяці тому

    কথাটো হ'ল যে এখেতে হিন্দী আৰু ইংৰাজী এটাও ভালকৈ নাজানে। গতিকে উপায় নাপায় বাধ্যত পৰিহে অসমীয়া কৈছে।

  • @smitabaishya7304
    @smitabaishya7304 2 місяці тому +5

    Pradan baruah ru Parimal suklaybadya assam r nhoi nki anek oi j mojjah loi sadan t bohi ase? Laj pabo lage ajon a assam r hoi siorise ru ai maharaja dujon sai xuni ase

  • @Eliiass07
    @Eliiass07 2 місяці тому +3

    Kiba gom paise ne nai speaker er jone

  • @manasmedhi367
    @manasmedhi367 2 місяці тому +1

    অসমীয়া t ভূষণ হব তুমি ভূচন উৎচাৰণ কৰিছা

  • @zank4471
    @zank4471 2 місяці тому +2

    Speaking in fluent Assamese is far better than speaking broken Hindi or English. Moreover, the parliament has the translation facility for all the 8th Scheduled languages.

  • @sanjuctadutta8611
    @sanjuctadutta8611 2 місяці тому +1

    🙏🏻

  • @MAK_M68
    @MAK_M68 2 місяці тому

    সাংসদট multi translation সুবিধা টো নাই নেকি মই নজানো বাবে সুদিছো আমাৰ ইয়াত টো শিক্ষিত মানুহৰ অভাৱে নাই ।

  • @romanandagogoi-tf6bs
    @romanandagogoi-tf6bs 2 місяці тому

    ফনিভুখন চৌধূৰীৰ এজন সতসাহখী এম পি ধন্যবাদ

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs 2 місяці тому

    অসমীয়া ভাষাত কলে ঠিকেই আছে। কিন্তু হিন্দীত কোৱা হয় উদাত্ত ভাষণ টো সকলোৱে বুজিলে হৈ, ভাষা দুৰ্বলতা লুকুৱাই লাভ নাই। আৰু বহুত কব আছিল

  • @nirmalpegu2841
    @nirmalpegu2841 2 місяці тому +1

    আমাৰ প্ৰদান বৰুৱাই হাঁহি আছে যে লক্ষীমপুৰৰ এমপিজনো আমাৰ ডেকাপামৰ ৰেল ইস্টেচনৰ কথাটো উশ্বাপন কৰিব পাৰিলেহেঁতেন ৷ সেই মূখ’ জন দুটা পৰিকল্পনাত এবাৰো ডেকাপাম আৰু ডিমৌ ৰেল ইস্টেচনৰ বিষয়ে এবাৰো বক্তব্য নাৰাখিলে ৷

  • @nklookme106
    @nklookme106 2 місяці тому

    অসমীয়াত কলে translate Kori দিয়ে নে?

  • @gulbahartito9864
    @gulbahartito9864 2 місяці тому

    Hahaha

  • @LearningSparkAxom
    @LearningSparkAxom 2 місяці тому +4

    Konobai bujise ne

  • @KhruloraPatar-yt3cf
    @KhruloraPatar-yt3cf 2 місяці тому +1

    Axomiya kob lage

  • @assamgyanhub1796
    @assamgyanhub1796 2 місяці тому

    Dhruv rathi style

  • @ReelsofMisingOfficial
    @ReelsofMisingOfficial 2 місяці тому +1

    Kintu amare Oxomiya Ajone Hahisil😢😢😢

  • @mineswardeka2097
    @mineswardeka2097 2 місяці тому

    কোনেও বুজি নাপালে চাগে।

  • @qqshorts1661
    @qqshorts1661 2 місяці тому +4

    Kune bujibo ahomia 😂

    • @kiddlynikha
      @kiddlynikha 2 місяці тому +2

      নজনাকৈ হাহিছে যে আপুনি? তাত যিয়ে ভাষা নকওক কিয় চব translate হয়

    • @17Dp15
      @17Dp15 2 місяці тому

      South ৰ মানুহে তেলেগু , কলিকতাৰ সাংসদে বঙালী কয়, তাত translator system থাকে যি ভাষা লাগে সেই ভাষালৈ translate হৈ যায় ।
      আৰু ৰাছিয়া, চীনা পৃথিৱীৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে ইংৰাজী নকয় , তেওঁলোকে নিজৰ ভাষা কয় ।

  • @kuldeepbarman4487
    @kuldeepbarman4487 2 місяці тому

    Salute Phani Bhusan Choudhary for assamese speech 👌

  • @TravelwithDHRUVJYOTI
    @TravelwithDHRUVJYOTI 2 місяці тому +1

    We need to reorganize a native assamese party again.

  • @naturallover1102
    @naturallover1102 2 місяці тому

    ইংৰাজী হিন্দী নাজানিলে অসমীয়াতে ক’ব

  • @AR_Assam_kings
    @AR_Assam_kings 2 місяці тому

    dehli t jowar joggo a nhoi phoni

  • @gulbahartito9864
    @gulbahartito9864 2 місяці тому

    😂

  • @Masteredupoint786M
    @Masteredupoint786M 2 місяці тому +1

    Failure mp

  • @gairikdeb.5701
    @gairikdeb.5701 2 місяці тому

    In today's generation we have very few gems like phani sir, gaurav sir & Rakibul sir....

  • @Pranjit55577
    @Pranjit55577 2 місяці тому +1

    Translator ase neki new parliament ot

  • @babuagcompany3004
    @babuagcompany3004 2 місяці тому

    Konobai Buji paisena

  • @junaliseducationchannel3463
    @junaliseducationchannel3463 2 місяці тому +1

    Assames t koley ki hobo modi shah ye buji napai

  • @safdarhafiz7890
    @safdarhafiz7890 2 місяці тому +1

    hes the worst mp ever from assam..

  • @saratchandranath1361
    @saratchandranath1361 2 місяці тому +2

    Central cabinatar pabitra aru hadai anandra bahira kuna bugi pale kaba sun

  • @jonasarmabarua3835
    @jonasarmabarua3835 2 місяці тому +1

    Atiya r pora lagibo lage baanpani r karone baan Pani xomoit korim korim koi thakile nohobo manuh khini bohot kostu paise olop xoku dea bhal

  • @rashmi-m5d
    @rashmi-m5d 2 місяці тому +1

    Old but bold man ....🙏

  • @DharmendraDeka
    @DharmendraDeka 2 місяці тому

    😂😂😂😂😂😂😂

  • @debajitkonwar1407
    @debajitkonwar1407 2 місяці тому +1

    Medam অক ছাৰ বুলি আয়

  • @17Dp15
    @17Dp15 2 місяці тому

    South ৰ মানুহে তেলেগু , কলিকতাৰ সাংসদে বঙালী কয়, তাত translator system থাকে যি ভাষা লাগে সেই ভাষালৈ translate হৈ যায় ।
    আৰু ৰাছিয়া, চীনা পৃথিৱীৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে ইংৰাজী নকয় আৰু বহুতে নাজানে , তেওঁলোকে নিজৰ ভাষা কয় । নিজৰ ভাষাটো কলে যদি লাজ পাই কেনেকৈ হব ।
    হিন্দী ত ভাষণ দি যদি কোনোবাই দেশ/ৰাজ্য ৰ বিৰুদ্ধে কাম কৰে সেইটো লাভ নাই ।

  • @amlankolita6894
    @amlankolita6894 2 місяці тому +4

    Val lagil video tu

  • @KhruloraPatar-yt3cf
    @KhruloraPatar-yt3cf 2 місяці тому +1

    Khadant axomiyat kob lage

  • @randhanpranali5387
    @randhanpranali5387 2 місяці тому

    Kio aapuni gaurav gogoi a kuwa nedekhe nki

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 2 місяці тому +6

    কোনো High Level Committee এ একো লাভ নহয়। Already বগা হাতী ব্ৰহ্মপুত্ৰ বোৰ্ড আছে।

  • @nidh.303
    @nidh.303 2 місяці тому

    300 km mothauri bondhat koi brahmaputra khandibo lagob. Brahmaputra Khandi tar pora ulua mati bur re mothauri bandhok. Duble save.. parile kaziranga khon olp olp koi ukho koribo try korok..

  • @janardonborgohain3801
    @janardonborgohain3801 2 місяці тому +1

    Ghonta. Eitue Hindi aru English koboe najane.

  • @User-economicestic6348
    @User-economicestic6348 2 місяці тому +1

    প্ৰত্যেক

  • @himmgshudas
    @himmgshudas 2 місяці тому

    Good

  • @bulbulibuli1795
    @bulbulibuli1795 2 місяці тому

    সুন্দৰ উপস্থাপন লগতে সম‌‌য়পযোগী

  • @jayantanath4667
    @jayantanath4667 2 місяці тому +1

    Balkhurai hindi aru English naganei

  • @SanjoyPegu-ok3di
    @SanjoyPegu-ok3di 2 місяці тому +1

    Jikunu bhakare lage kouk assamor hamoisya utthapon Korok.

  • @pragyannath903
    @pragyannath903 2 місяці тому

    Ok fine baru Axomiyate kole taku with the help of an translator... So parliament ei issue tuwe ki impact pelale? ... Stop doing advertising for politicians

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 2 місяці тому +1

    Permanently solve korile per year toka kot khabo paribo

  • @ApurbaGogoi-ie2jp
    @ApurbaGogoi-ie2jp 2 місяці тому +1

    Tat thoka kun jone buji pale