ৰিজাল্ট দিলেই পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ যাব - নিযুক্তি বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
Вставка
- Опубліковано 5 лют 2025
- 🛑 আম্বানীৰ পুতেকে নহয় দুখীয়াৰ লৰা ছোৱালীয়ে চাকৰি পাব, ৰিজাল্ট দিলেই পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ যাব - নিযুক্তি বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া
🛑 'এয়া James Bondৰ চিনেমা নেকি? কোনোবাই কাৰোবাৰ গাড়ীৰ নম্বৰ কৈ দিলেই হ'ব নেকি?
🛑 'এইবিলাক কৰি ৮ লাখ লৰা-ছোৱালী মূৰ গৰম নকৰিব'
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
আপোনাৰ ওপৰতে সকলো।আপোনাৰ ওপৰত অসমৰ লাখ লাখ নিবনুৱা ৰ ভবিষ্যত।আমি আশাৰে ৰৈ আছো,অসসমৰ যুৱ প্ৰজন্মৰ অভিভাৱক আপুনি।
তেল টো অলপ বেছি হল নেকি ?
Hoi deaaa
Score should be revealed with the result individually🙏A prayer to Our respected CM sir
With omr copy of each candidate and question paper
yes we want score card.....
Yes need score and cutoff
Yes score is important irrespective of passed or failed
OMR sheets of all the successful candidates should be made available publicly. Then only people will believe.
চৰকাৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে👍👍
মামা, আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে, কেৱল বিশ্বাসটো ভাঙি নিদিব। 🙏
Apunar kotha bur val lage
Salute sir ..right kotha koise..
Toka diya sakori napai..sir olp sku dibo pls jate meritus bilake ye pai...jehe tu kiba ata olaise khsa misai
ছাৰ মই এগৰাকী গৃহিণী হৈয়ো এই পৰীক্ষাত বহিছিলোঁ কিয়নো আপোনাৰ ওপৰত আস্থা থকাৰ বাবে সচাকৈ আজি এই কেইদিন মনত বহুত দূখ লাগিছে।
Mama jindabad b j p jindabad
Cut off marks aru individual mark show koribo lage.then mama jindabad
Ys thik koisa
এতিয়াহে ভাল লাগিল। সচাঁ কথা কৈছে আপুনি ছাৰ।
Right
Kothate bhuli gola maane
Right kotha koise🙏🙏🙏
জুলুঙাৰ মেকুৰী নোলালেই হ'ল আৰু দেই 🙏🙏🙏
Very good job Mama
বিপৰিত পাৰ্টি নেটা বোৰে ভাৱিছে
বিজেপি চৰকাৰ শেষ কৰিব লাগে
কিন্তু আমি ভাৱো এইয়া বিজেপি চৰকাৰ নহয়
আমাৰ অসম এটা নতুন দল বোলি
মামা বিজেপি চৰকাৰ মূখ্যমন্ত্ৰী নহয়
অসমৰ অসমিয়া বাবে এজন মূখ্যমন্ত্ৰী
দেশৰ সকলো ৰাজ্যৰ মূখ্যমন্ত্ৰী বোৰে মামাৰ বিপৰিত কয়
কাৰণ অসমিয়া সকলৰ বাবে অসমৰ বাবে বহুত কৰিছে
এনেদৰে থাকিলে মামাৰ কেতিয়াও এই অসমৰ পৰা এঘৰিয়া নহয়য়য়য় বিজেপি জিন্দাবাদ জয়য়য়য়য়য়য়য় শ্ৰীৰামমমমমমমমমমমমমমমমমমমমমমম
Mama is rock
I have faith in HBS
একেবাৰে সছা কথা ।এইবিলাক ৰাজনৈতিক দল তথা কিছুমান মানুহৰ মেদিয়াত উলাবলৈ এক প্ৰক্ৰিয়া ।
হয় ছাৰ
Well said CM sir 👍👍
মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৱেব পৰ্টেল বিলাকৰ ওপৰত কিবা এটা পদক্ষেপ লওক
যিয়েই যি কৈ নাথাকক কিয় , আমাৰ C.M. চাৰৰ উপৰত সম্পূৰ্ণ বিশ্বাস আছে । তেওঁৰ নেতৃত্বত যে অসম উন্নতিৰ এক নতুন শিখৰত উপনীত হব তাত কোনো সন্দেহ নাই । #Our_CM_Our_Pride❤️
Bamunar pwali
সকলো বাদ , মুঠতে শিক্ষিত নিবনুৱা বিলাকে চাকৰি পাব লাগে । বস্তুৰ বৰ দাম মানুহৰ জীৱন নিবিকা ৰৈ গৈছে । যাৰ অভাৱ তেওঁহে জানে , ঘৰৰ বহুত কৰিব লগা কাম থাকে । যদি খেলিমেলি হৈ ৰৈ যায় বৰ ডাঙৰ কথা হব । বিশ্বাস আছে সকলো ঠিক হব ।
Right 👍
🙏🙏90%ল'ৰা-ছোৱালীয়ে অসম চৰকাৰে অনুষ্ঠিত কৰা পৰীক্ষাবোৰ যে নিকা হ'ব সেই বিশ্বাস হেৰাইছে। সেই বিশ্বাস তেতিয়াহে ঘূৰি আহিব যেতিয়া চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰি পৰীক্ষাৰ শেষত Question bookletসহ OMR Sheetৰ কাৰ্বন কপি পৰীক্ষাৰ্থীৰ হাতত তুলি দিয়া লগতে ৰিজাল্টৰ সময়ত নিৰ্দিষ্ট websiteত পৰীক্ষাৰ্থী ৰ OMR sheet ৰ লগতে Answer key আপলোড দিব।হয়; আমাৰ যুৱপ্ৰজন্মই তেনেকুৱা এখন চৰকাৰৰে কামনা কৰে। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্তবিশ্ব শৰ্মা ছাৰে(মামাই) চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত তেনে এখন স্বচ্ছ,নিকা চৰকাৰৰ ছবি বাস্তৱত অসমৰ ৰাইজৰ আগত দাঙি ধৰি সমগ্ৰ অসমবাসী ৰাইজৰ বিশেষকৈ যুৱচামৰ হেৰাই যোৱা বিশ্বাস ঘূৰাই আনি অন্তৰ জয় কৰিব পাৰিব বুলি আমাৰ ভৰসা আছে। ধন্যবাদ।🙏
Right
Your great sir মই এজন দুখীয়া ঘৰৰ লৰা মোৰ Exam ভালে হৈছে , মই হাহ আৰু কুকুৰা বেচি Exam দিছো great 3 morning shift আৰু Evining shift . Evining shift ভালে হৈছে. morning shift অলপ বেয়া হৈছে. কাৰন আমাৰ ইয়াত বৰষুণ দিছিল morning ত যেনে তেনে গৈ Exam দিছো.
Salute CM Sir
সব ঠিকে কৈছে বাৰু, কিন্তু যিকেইটা ধৰা লগোৱা হল সেটোহে বুজি নাপালোঁ
Yes
Right 👌👌👌👌🙏🚩❤
Honourable chief minister sir is Absolutely correct.... This news actually astray some Aspirants... l also disappoint...
ধন্যবাদ জনাইছো মুখ্যমন্ত্রী মহোদয়ক🙏🙏 বৰহিয়া শুদ্ধ কথা কৈছে 👍👍👍👍
Mama thik kotha koise mama zindabad 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍
হয় ছাৰ, আপুনি ঠিকেই কৈছে আমি শেষত একোকে বিশ্বাস কৰিব নোৱাৰিম।
ভাবিছিলোঁ এই পৰীক্ষাটো নিকাকৈ হৈছে। কিন্তু এইবোৰ শুনাৰ পিছত বেলেগ পৰীক্ষাত বহিবলৈ মন ও নোযোৱা হৈছে। মনলৈ এইটোই আহিছে ইমানকৈ পঢ়িনো কি হ'ব আকৌ কিবা এটা হ'বই।
ভিক্টৰ sir ক মুক্ত কৰিব লাগে। তেওঁ ছাত্ৰ ছাত্ৰীৰ কথাত অভিযোগ টো কৰিছিলে। কিন্তু আপোনালোকে তাক বুজাই দিয়াৰ বিপৰীতে arrest কিয় কৰিব লাগে। ভিক্টৰ sir ক মুক্তি কৰি দিয়ক।
Bjp zindabad
Bhal lagil
CM ছাৰে ঠিক কথা কৈছে।
মামা পুলিচৰ ৪১৪ জনক নিযুক্তি দিয়ক ! বহুত কষ্ট কৰিছিলো চাকৰিটোৰ বাবে ! ৪ বছৰৰ কষ্ট অথলে যাব নিদিব !
wait krok sn dada, nissoi kiba kribo
Aru 2 nombori certificate dia😂😂😂
@@palfootballshow322 madari bapere disil neki 2nmbri certificate
আমাৰ মামাই যি কয় সেয়াই হ'ব। বহুত কৈ লাভ নাই। মামাই কৈছেটো চব ওলাই যাব। ধন্যবাদ মামা।
You are great sir
Thank you mama..atia hai panic kom hol..mathasatha beya hoigoisil aitu heitu huni...we trust nobody but you.thank u..and we feel lucky to get you as our CM.
Mamar kotha 👍👍
Dear CM sir your speech is wright, 100% i like your speech because always i like honestly
Mama tumi jui🔥🔥
Himanto sar jui hoi guys
আমক আখা দি ভালদৰে আলিবোৰ চাফা কৰিব লাগে যাতে কোনো কাৰণতে মালিকে গোটেই জীৱন ধাৰণৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা আদি অসুখ অনুভৱ কৰিব পৰা যায় সেই অংশ চৰকাৰে বহন কৰিব লাগে সেই সম্পৰ্কে জ্ঞাত যে পৃথিৱীয়ে সূৰ্যৰ ৰশ্মি নিৰ্গত কৰি শৰীৰক প্ৰয়োজন অনুসৰি একেলগে মিহলাই দিব পাৰে বুলি ভবা হৈছিল আৰু পৰৱৰ্তী সময়তো আঁঠুৱা ব্যৱহাৰ কৰিব নালাগে কিয়নো ইয়াত আলোচনা কৰা সম্ভৱপৰ সকলো সময়তে বিভিন্ন কাৰণত যদি চকুৰ পানী টুকি থৈ দিব লাগে অথবা টুপি পৰিলে তাক জানিবলৈ বহুতো নতুন ব্যৱস্থা কৰা উচিত বুলি ড০ ভূপেন হাজৰিকাৰ সৈতে মিহলাই দিব লাগিব যাতে আঁচনি বিষয়াৰ সৈতে জড়িত থকা ব্যক্তিয়ে নিজৰ বাবে সময় আৰু পৰিস্হিতি সাপেক্ষে ক্ৰয় মূল্যৰ ভিত্তিত হিচাপ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হয় তেতিয়া ইন্টাৰনেটৰ জৰিয়তে আমি লাভ কৰিবলৈ সমৰ্থ নোহোৱাৰ দৰে হৈ পিছলৈ ই জটিল অৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু ইয়াৰ বিপৰীতে কম পৰিমাণৰ ঋণ আৰু সাহাৰ্য পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰি ৰাখিব পাৰিলে উৎকৃষ্ট ফল পোৱা যায় বুলি কোৱা হৈছে সেইবোৰ মানি চলা উচিত যাতে সহজে উপলব্ধ কৰিব পাৰি
Right sir 👍🙏🙏🙏
Very very good speach. Himanta Biswas Sharma great man in the world.
আৰু অলপ ভালকৈ তেল মৰা , বিয়াৰ উচ্ছৰ্গা টো ডাঙৰকৈ পাবা ।
@@rewatimali1007 👌👌👌👌
Umm Sir a moja kotha koisa good
Mama jui
Amar dynamic cm sirr uporot amar sampurna astha ase 💙
Great Mama sakoritu pam ne apuni kole mur dore dukhia lorai pam dore lagise 🙏
ভিক্টৰ দাস আৰু মামা আপোনালোকে দুইজনকে 🙏🙏জনাইছোঁ , দুওজনে যি কৰে কৰি থাকক । আমাৰ মনটো ভাঙি নেপেলাবো। পাৰিলে এটা কাম কৰক সকলোকে চাকৰি দি দিঅক। 😉😉। মই যদি ভগৱান হলো হৈ তেতিয়া সব OMR sheet বিলাকৰ answers বিলাক ভুল কৰি দিলোঁ হৈ।তেতিয়া ভিক্টৰ আৰু মামা ৰ মূৰ টো গৰম হৈ থাকিল হৈ। এটাই ইমান ভালকৈ পহৰালো , এটাও পাঁচ নকৰিলে বুলি ভাবি থাকক আৰু এটাই ইমান post advertised কৰিলোঁ এটাও পাঁচ নকৰিলে বুলি ভাবি থাকক। বিদ্যা কৈছোঁ মই ভবা সময় খিনিত যদি ভগৱান কৃষ্ণ সন্তু্টি হৈ যায় । তেতিয়া হলে মই কোনোদিনে gov job পালে ও চাকৰি নকৰোঁ।🙄🙄🙄🙄
Thanks and wc
Good mana Love you
Himonto jindabad.
Thanks sir atiya mon alp vl lagise.
Himu Mama apuni thike koise... Vitor da apunar hatot jodi avidance ase diyok ..
We don't want controversy, we want results as soon as possible. Mirror result.🙏🙏🙏🇮🇳🌹
Mama is fire 🔥🔥🔥🔥... We love you Mama.. Long Live Himanta Sir... We love and respect you for this...
Maka
@@pollobbora7509 ৰাইজৰ আদালতত ৩য়/৪র্থ বৰ্গৰ চাকৰিৰ কিছু তথ্য🙏Victorফেক্টৰ হব নেকি!!🙏C.M.য়েও কলে।।ua-cam.com/video/Vw3AHe1eMjc/v-deo.html
Mama tomar upurot bissas rakhi roi asu
Thank you Mama , we have faith in you..
Hatt
You are Great cm sir
Nice CM sir
পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগতেই Answer Key জনাই দিয়ক, offical answer keyত আপত্তি থকা বিলাকৰ আবেদন কৰিবলৈ দিয়ক, তাৰ পাছত ব্যক্তিগত OMR key বিলাক দি দিয়ক আৰু ঠিক কেইদিন মানৰ পিছতে ফাইনেল ৰিজাল্ট দিয়ক। নহলে 1,2 কম পোৱা বিলাকে অত তত দুখ উলিয়াই ৰামৰ দেউতাকৰ নাম ৰাৱণ কৰিব।
Amar CM sir uporot bishah ase.....Good CM of Assam. I proud of you sir.
Yes HBS sir you are right bjp zindabaad
Mama tumi 🔥🔥🔥🔥
Hoi mama apuni thik kotha koise.... mama Dhs exm2 patok xunkale mama
Mama zindabad ❤️❤️ love you
Himanta mama aami buhut dukhiya manuh ..amak nikakoi sakori lage
Mama is on fire❤️❤️❤️❤️❤️
Thank you 💕💕
Mama
বিশ্বাস আছে মূখ্যমন্ত্রীৰ ওপৰত।
মামা, প্ৰত্যেক পৰীক্ষাৰ্থীয়ে যাতে নিজৰ নিজৰ মাৰ্ক বিলাক যাতে ছাবপাৰে তেনে পদক্ষেপ লয়যেন ৷ আৰু Answerkey Provide কৰিলে ভাল হয় ৷
Ekdom Right kotha sir apunar
Mama..well said !!
Wait and watch, rumours will be vanished 😊
I agree with you sir 🙏🙏🙏
Love you mama ....god bless you
Thika koisa sir apuni 👍
চাৰ প্লিজ ষ্টেট পুল শিক্ষকসকল যিসকলে 60 বছৰৰ চুক্তিৰ চুক্তি সম্পূৰ্ণ কৰিবলৈ বাদ পৰিছিল... অনুগ্ৰহ কৰি আমাক কি কৰিব লাগে সহায় কৰক চাৰ... চাৰ অনুগ্ৰহ কৰি চাৰক সহায় কৰক আৰু আমাক চুক্তিটো কৰাৰ সুযোগ দিয়ক আৰু চাকৰিলৈ উভতি যাওক চাৰ...
thike koise sir apuni 🙏 result diyak valke setu ye request 🙏🙏🙏
Very good...❤❤❤ Mama
Mama you are great 👍🙏🙏🙏
You are best mama❤️
অসমত আগতে দুখীয়া ল'ৰাই চাকৰি পোৱাৰ উদাহৰণ নাই।যিকেইটা দৰিদ্ৰ ঘৰৰ ল'ৰাক পুলিচত চাকৰি দিলে এয়া নতুন যুগৰ নতুন ইতিহাস।
U r great sir🙏
আশা কৰিছোঁ সকলো নিকাকৈ হ'ব। লগতে ৰিজাল্টত প্ৰশ্নকাকত আৰু উত্তৰ পত্ৰিকা দিয়াৰ ব্যৱস্থা কৰে যেন।
Right CM Sir
Allah a apnk khodai safe rakhok mama ...
Write mama you are great man 👍
Result দিলে পানী আৰু গাখীৰ মিহলি হৈ যাব মামা
Yes you are right sir
#westand with victor sir
Mi exam dia nai,but bjp sarkar prati bishyah ase .ji koribo vll a hb
ঠিক কৈছে, মহোদয়।
Super CM sir aapunak bahut sharadha karu Gutei nibanuwah bure thank you sir
Thank you sir🙏🙏🙏
We believe you.. Please hold nokoribo job r process tu sir pls🙏
Ryt sir🙏🙏🙏
Himanta sir uport xompurno bisash ase.great cm.
Very nice👍👍👍👍... Tolkng..