LOKSABHA ELECTION 2024 | তিনিচুকীয়াবাসীৰ প্ৰথম পছন্দ কোন? কি কি ইছ্যু লৈ ৰাইজৰ কাষ চাপিছে নেতা?

Поділитися
Вставка
  • Опубліковано 9 кві 2024
  • LOKSABHA ELECTION 2024 | তিনিচুকীয়াবাসীৰ প্ৰথম পছন্দ কোন? কি কি ইছ্যু লৈ ৰাইজৰ কাষ চাপিছে নেতা?
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #loksabhaelection2024 #lurinjyotigogoi #sarbanandasonowal #manujdhanowar #news18assamnelive
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

КОМЕНТАРІ • 159

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому +35

    লুৰীণজ‍্যোতি গগৈ জিন্দাবাদ❤❤❤❤❤

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому +28

    ডেকা লৰা লুৰীণ গগৈ এইবাৰ আমাৰ প্ৰথম পচণ্ড।

  • @bakulboruah2026
    @bakulboruah2026 Місяць тому +29

    জা......জাহাজৰ চিন......এইবাৰ লুৰীণ❤❤❤

  • @user-nw7hg6bv5d
    @user-nw7hg6bv5d Місяць тому +27

    তিনিচুকীয়া বাৰেকুৰিপৰা লুৰিণক ভোট দিম

  • @user-go8sf6gn8c
    @user-go8sf6gn8c Місяць тому +9

    লুৰীণ গগৈ জিন্দাবাদ।

  • @user-ls4tm9io4i
    @user-ls4tm9io4i Місяць тому +25

    লুইনজোতি জিন্দাবাদ 👍🏻

  • @budheswarnath6516
    @budheswarnath6516 Місяць тому +17

    এই নিৰ্বাচন তে অসমৰ ৰাইজে এইবাৰ লুৰিণ জ্যোতি গগৈ , গৌৰৱ গগৈ আৰু মীৰা বৰঠাকুৰ বাইদেউ ক বিপুল ভোটত জয়ী কৰি সংসদলৈ পঠাওক 🙏🙏.... এই কেইজন অসমৰ কন্ঠ হৈ দিল্লী ত অসম তথা অসমীয়াৰ সমস্যা সমাধান কৰিব পাৰিব বুলি ভাবো !!!

  • @dhirenboruah4665
    @dhirenboruah4665 Місяць тому +19

    লুৰিন জিকিবই

  • @Minaramgogoi-xg4qo
    @Minaramgogoi-xg4qo Місяць тому +34

    Luinjyoti gogoi Zindabad ❤❤

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 Місяць тому +22

    অভদৰামী বিজেপিৰ।

    • @mandirabordoloi5708
      @mandirabordoloi5708 Місяць тому +2

      তিনিচুকীয়া সাংবাদিক জন কিন্তু ভাল দেই লোবিনজোতি জয় জয় 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rinjuborah1758
    @rinjuborah1758 Місяць тому +7

    লুৰিণজ্যোকি গগৈ ১০০শতাংশ ই জিকিব। বুলি ভাৱো আমি গাৱৰ জনতাৰ মন্তব্য মাজত থাকো গতিকে কৈছো।

  • @durlovkalita7343
    @durlovkalita7343 Місяць тому +10

    Lurinjyoti gogoi Jindabad

  • @BikeStean
    @BikeStean Місяць тому +27

    Lurinjyoti jinda band

  • @user-xg9ug5pn7x
    @user-xg9ug5pn7x Місяць тому +18

    Lurin jyoti Gogoi Zindabad

  • @SaiyanGaming94
    @SaiyanGaming94 Місяць тому +9

    Lurin brok vote dim 💯

  • @mridulasonowal8626
    @mridulasonowal8626 Місяць тому +24

    জাহাজৰ চিন জিন্দা বাদ।

  • @krishnaborah1513
    @krishnaborah1513 Місяць тому +4

    লুৰিণজ্যোতি গগৈ জিন্দাবাদ

  • @PranjolTiyd-gc7sd
    @PranjolTiyd-gc7sd Місяць тому +9

    Luhinjoyti gogoi joi hob

  • @kinaramdas5198
    @kinaramdas5198 Місяць тому +14

    বি জে পিৰ পালিনেতা সকল সব কা সাথ সবকা বিকাশ অসমৰ সম্পতি বিলাক বিক্ৰী কৰাটোৱেই নেকি সব কা সাঠ সব কা বিকাশ।আপোনালোকে ক্ষুদ্ৰ সুবিধাৰ কাৰনে অন্ধ ভুমিকা লৈছে কিয়।আপোনালোকে ক্ষুদ্ৰমান সুবিধা বাদ দি অসমৰ ৰক্ষা কৰাৰ বাবে চিন্তা কৰক নহলে অসমৰ নবপ্ৰজন্ম শেষ হৈ যাব।

  • @user-ed3sr6ck6s
    @user-ed3sr6ck6s Місяць тому +7

    Lurin thanks

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m Місяць тому +22

    Lurin zindabad.

  • @arupkakati4905
    @arupkakati4905 Місяць тому +19

    BJP Go Back

  • @raktimbaruah3960
    @raktimbaruah3960 Місяць тому +4

    নতুনক সুবিধা দিব লাগে।

  • @user-ik1vi3nw4j
    @user-ik1vi3nw4j Місяць тому +4

    মানুহবোৰে নিজৰ সা সম্পত্তিৰ লৈ কাজিয়া কৰা যেন অনুমান হয় 😅😅

  • @pabanpermey8121
    @pabanpermey8121 Місяць тому +3

    লুৰিণৰ যোগ্য বেছি

  • @user-wv5iq5gf4h
    @user-wv5iq5gf4h Місяць тому +2

    Lurin zindabad

  • @nripendeka5014
    @nripendeka5014 Місяць тому +2

    লুৰিনজ্যোতি ক জয় কৰাব , কাৰণ সৰ্বানন্দ ডাঙৰীয়াক সাধাৰণ জনগণৰ মাজৰ পৰা বিদায় দি কোনোবাই হয়তো একছত্ৰী সম্ৰাট হবলৈ সাজু হৈছে ,,
    এই কাৰণেই ৰাষ্ট্ৰীয় সংবাদ মহলৰ মাজত নিজৰ মানুহক চামিল কৰাই ৰাষ্ট্ৰীয় ৰাজনীতি ও নিজৰ আয়ত্তৰ ভিতৰত আনিবলৈ সাজু হৈছে ।। কোনোৱে হয়তো ভবাই নাই ,,
    মোৰ ধাৰণা কিমান শুদ্ধ আজি কব নোৱাৰো , সময়ত যদি শুদ্ধ সকলোৱে গম পাব ,
    আজি ৰ মোৰ চিন্তা ।।

  • @bhabanigogoi3278
    @bhabanigogoi3278 Місяць тому +2

    LurinJyoti.Gogoi.zindabad❤❤❤❤❤❤🎉🎉🎉🎉🎉

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn Місяць тому +5

    Khilonjiyai tinisukia jilat nirnayok bhumika lobo nuware, iyat ona asomiya totha bohiragotehe nirnayok bhumika loi aaru sei sokole kak vote dibo sobei jane.

  • @utpalgogoi9104
    @utpalgogoi9104 Місяць тому +3

    BJP r প্ৰতিনিধি কেইজনে কিন্তু প্ৰশ্ন বোৰৰ উত্তৰ দিব নোৱাৰি পগলামি কৰা যেন অনুভৱ হল ।
    এনেই উত্তৰ দিব নোৱাৰি কোলাহল সৃষ্টি কৰিলে 😅

  • @rubimoran5908
    @rubimoran5908 Місяць тому +2

    Lurinjyoti jindabad ❤❤❤

  • @jayantabaruah8856
    @jayantabaruah8856 Місяць тому +3

    Candidate Sai vote dile no hobo vortoman Dakhor prosithiti Sai ami vote dibo lagiba

  • @RajeshDoley-qv3dv
    @RajeshDoley-qv3dv Місяць тому +16

    Bjp go back

  • @user-ze7wi6fq3g
    @user-ze7wi6fq3g Місяць тому +1

    তিনিচুকীয়া বাসীৰ প্ৰথম পচন্দ লুৰিণ জ্যোতি গগৈ ।

  • @sunilbaishya5512
    @sunilbaishya5512 Місяць тому +2

    লুলিন নিজৰ বাবে হে। কা আন্দোলনৰ জৰিয়তে নিজক গঢ়িব বিছাৰিছে।

  • @nobinborah1245
    @nobinborah1245 Місяць тому +7

    ঠিক কৈছে গাদ্দাৰ বোৰ গৈছে।বিজেপিৰ ৱাচিং মেচিনত সোমাল।ভাৱিছে নেকি কংগ্ৰেছ শেষ হ'ল বুলি,নাই হোৱা।আমি এতিয়াও সক্ৰীয় কংগ্ৰেছ।

    • @Tutukonq1
      @Tutukonq1 Місяць тому

      মিঞাঁ দল হাতাও অসম বচাওঁ।

  • @TepuramTaid-td9jh
    @TepuramTaid-td9jh Місяць тому +6

    Lurin gogoi jindabad

  • @profullagogoiprafullagogoi6604
    @profullagogoiprafullagogoi6604 Місяць тому

    আপোনাৰ ঘৰ টো আপুনি সাজিছিলে , আপোনাৰ লৰাই
    ৰং , টাইলছ লগালে ; কংগেছ
    চৰকাৰে ৰাষ্টা পদুলি নিৰ্মাণ কৰিছিল , বি জে পি চৰকাৰে
    মেৰামতি কৰিলেই উন্নতি হল
    বুলি কলে আমি নেমানো ।

  • @manashsvlogs8194
    @manashsvlogs8194 Місяць тому +1

    Gogoi Jindabad

  • @technicalvideo186
    @technicalvideo186 Місяць тому

    লোৰিন এটা সমষ্টিত জিকিব নোৱাৰিলেঃ জিকিব নোৱাৰে লোৰিনক ভোট দি আপোনাৰ ভোট টো নষ্ট নকৰিব

  • @BipulKhound
    @BipulKhound Місяць тому +3

    Hehot aokoley raij nohoi ami bohut aij asu ami kintu bohutey bjp k beya palu,keyo nu hehot lawpat kosupat dadagery,eykijonot koi amar poreyal tutey besi voter ase,

  • @falonqueenassam8364
    @falonqueenassam8364 Місяць тому

    মাইকী বোৰৰ টিকা মানে টপিনা টো ইমান ডাঙৰ কেনেকৈ হয় বাৰু ?? 🤔🤔 আমাৰ ছোৱালী বোৰৰো তপিনা টো ইমান ডাঙৰ ফুলা ফুলা কিয় হৈ যায় 🤔 ভাবি থাকো কিন্তু উত্তৰ নাপাওঁ 🥺🥺🥺

  • @hiteswarbora4995
    @hiteswarbora4995 Місяць тому

    নিৰ্বাচনত পৰাজয় দিশত আগবাঢ়িছে সেই বাবে এতিয়া পৰাই EVM কথা আৰম্ভ কৰিবলৈ ধৰিলেই।

  • @Lalit-ug3yn
    @Lalit-ug3yn Місяць тому +1

    কিমান কম আৰু ? এই সকলকৰ মতামতৰ ওপৰত সেইটো কব পৰা নাযায়। নিজৰ দলক সকলোৱেই জিকিব বুলি কব। মাইক লৈ বজাৰত যাওক।

  • @jyotirekha.bhuyan
    @jyotirekha.bhuyan Місяць тому +1

    Lurinjyoti zindabad

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому +5

    বিজেপিৰ সমৰ্থনকাৰীবোৰ জাতিদ্ৰোহী, কা- সমৰ্থনকাৰী, উঠি অহা প্ৰজন্মৰ জীৱিকানাশকাৰী।

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому +1

    বিজেপিয়ে জাতীয় দলিল বোৰ ভৰিৰে মোহাৰি নিচিহ্ন কৰি পেলালে। কা-সমৰ্থনকাৰী বিজেপি বোৰ উঠি অহা প্ৰজন্মৰ বাবে ভাইৰাচ।

  • @reediprabha3093
    @reediprabha3093 Місяць тому

    Good thinking

  • @user-vy5bm6xp3k
    @user-vy5bm6xp3k Місяць тому +1

    লুৰিণ জিকিব

  • @SilimaAktar-ds3ut
    @SilimaAktar-ds3ut Місяць тому +1

    Lorin juthi Gogoi zindabad 100%

  • @SkVlog1997
    @SkVlog1997 Місяць тому +1

    Aap

  • @profullagogoiprafullagogoi6604
    @profullagogoiprafullagogoi6604 Місяць тому

    বিদ্যালয় /কলেজ বন্ধ কৰিবলৈ লৈছে বি জে পি চৰকাৰে ।

  • @user-hs5nt4qw1l
    @user-hs5nt4qw1l Місяць тому

    Lurin Sir Zindabat

  • @user-em7up5ev8z
    @user-em7up5ev8z Місяць тому +1

    Congress party has made a great conspiracy to ruin the political career of a rising star in form of Lurinjyoti Gogoi. In this case Akhil Gogoi is also involved because he thinks Lurinjyoti Gogoi will be his main rival in politics in near future

  • @user-tr5es9fi6c
    @user-tr5es9fi6c Місяць тому

    অসমত থকা ছয় জনগোষ্ঠী জনজাতি তালিকাত অন্তৰ্ভূক্ত নকৰাৰ ফলত অসমৰ প্ৰতিখন সমষ্টিত বিজেপিৰ কৰ্য্যকৰ্তা সকলে গালি খাব লগা হৈছে। এইবাৰ অসমৰ সাংসদ সকলে বুজক যে, ছয় জনগোষ্ঠী জনজাতি কৰণ বাধ্যতামূলক অন্যথা প্ৰত্যেকটো ৰাজনৈতিক দলে ৰাইজৰ লগত সদায়ে গালি খাব লাগিব ।।

  • @meenadevi3116
    @meenadevi3116 Місяць тому +5

    Brave and Brilliant people of Tinsukia please vote for Lurin Jyoti Gogoi only . Only Lurin will stand by you for ever and fight for you on need .

    • @mrinalpachani8984
      @mrinalpachani8984 Місяць тому

      Your brav and brilliant people will not vote lugen guti. All the non Assamese will vote sarbananda and few lurin supporter can not ensure winning of lurin

  • @bijenswargiary4447
    @bijenswargiary4447 Місяць тому +1

    Sanawal is the weakest Chief Minister of Assam. We all tribals condemn him.

  • @asifsaikia3648
    @asifsaikia3648 Місяць тому

    Lubinjyoty gogoi jindabad.i😢 pray to God to win you. Jao Ho.

  • @diliprajkonwar7418
    @diliprajkonwar7418 Місяць тому

    Lurinjoti joi hbo

  • @bakharsaikia9796
    @bakharsaikia9796 Місяць тому

    লুৰীণ জিন্দাবাদ ।

  • @chandanpradhan8534
    @chandanpradhan8534 Місяць тому

    Sarbananda jibanat hara nai jot pratinidhi karibo totai jikibo he is hero of Assam

  • @user-tt5pq4xm6i
    @user-tt5pq4xm6i Місяць тому

    Lurinda দা zindabad

  • @sunilbaishya5512
    @sunilbaishya5512 Місяць тому

    লুলিন অসমক ভাল পোৱা নহয়। ৮৫৫ জন ছাত্ৰ নিধন কৰা কঙ গ্ৰেছৰ লগত লগ 🎉লাগিছে

  • @latumonigogoi9158
    @latumonigogoi9158 Місяць тому

    Lurin jikib

  • @honestindian570
    @honestindian570 Місяць тому

    Lurin only

  • @user-dm4uj2no8c
    @user-dm4uj2no8c Місяць тому

    লুৰীণ জিন্দাবাদ🎉

  • @budheswarsaikia3103
    @budheswarsaikia3103 Місяць тому

    There will shortly announce that minimum 10 thousands vacant posts will be fillup in various categories at Ram Mondir Industry! ?

  • @nripenborgohain201
    @nripenborgohain201 Місяць тому

    5লাখ 7 লাখ বুলি কেনেকৈ জানে বিজেপিয়ে ? E.V.M ত fix নিকি ? লুৰীণজ্যোতি জিন্দাবাদ - সব্ব’নন্দক কেন্দ্ৰীয়ই ঠগন দিছে কিয় ?

  • @TarunRajkonwar-wo3jp
    @TarunRajkonwar-wo3jp Місяць тому

    Lurin jidabad

  • @gogoi5064
    @gogoi5064 Місяць тому

    গৌৰৱ অসম

  • @joypadun7771
    @joypadun7771 Місяць тому +3

    পদুম জিকিব।

  • @digantakakati5255
    @digantakakati5255 Місяць тому

    B j p harib

  • @asrafulislam-gd9li
    @asrafulislam-gd9li Місяць тому +1

    7 lakh votei napabo sonowel gogoi er logot sonowel comparei nohoy

  • @user-eq5sk7ow1o
    @user-eq5sk7ow1o Місяць тому

    আশা নকৰাই ভাল সবাডাঙৰীয়া

  • @acgplay3
    @acgplay3 Місяць тому

    😂 CM ৰ চাহ বাগান বহু কেইখন হল! নিজৰ টকাৰে লৈছে ছাগে ন"

  • @budheswarsaikia3103
    @budheswarsaikia3103 Місяць тому +1

    6 jono gusthir jonojati koron komeu 50 bosor man lagibo.

  • @user-yx1kc3qt3p
    @user-yx1kc3qt3p Місяць тому +3

    Bjp jindabad Sonowal jindabad

  • @bijenswargiary4447
    @bijenswargiary4447 Місяць тому

    Benifishery is nothing but the only a way of idleness which is the main reason of idleness.

  • @mixtureofall7247
    @mixtureofall7247 Місяць тому +2

    লুৰিণকে ভোট দিলো হয় যদিহে কংগেজৰ লগত নেথাকিলে হয় । কাৰণ বাংলাদেশীক কংগেজেই থাকিবলৈ দি গল মাটি ভেটি এতিয়া অকল বি জে পিক দুখ দি লাভ নাই । গতিকে আমি নিজৰ মতে ভোট দিম আমি লুৰিণ ক চিনিও নেপাওঁ

  • @kandarpa2622
    @kandarpa2622 Місяць тому

    B J P is empty vessel.They always sound much.Mr. anchor! You also know it.

  • @BSW27
    @BSW27 Місяць тому +3

    bjp jindabad sarbada jindabad

  • @PranjolTiyd-gc7sd
    @PranjolTiyd-gc7sd Місяць тому

    Ruhijoyti gogoi joi

  • @intazali3444
    @intazali3444 Місяць тому

    Lorin

  • @sristikananbaishnav3750
    @sristikananbaishnav3750 Місяць тому

    ভোটাৰ কিনি থৈছে নেকি ?

  • @mojnukumardoley8115
    @mojnukumardoley8115 Місяць тому

    L gogoi

  • @SultanAhmed-sx1ok
    @SultanAhmed-sx1ok Місяць тому

    B j p go back

  • @digantahazarika6030
    @digantahazarika6030 Місяць тому +4

    BJP go back go back

  • @anjusaikia9306
    @anjusaikia9306 Місяць тому

    L J gogo zandabad

  • @user-yi1yg2gt1e
    @user-yi1yg2gt1e Місяць тому

    সমৰজ্যোতি গগৈ আপোনি এজন কংগ্ৰেছৰ ঢ়বহতিয়া।

  • @user-tt5pq4xm6i
    @user-tt5pq4xm6i Місяць тому

    Nagpurr কাম নাই জাতিৰ কথা ভাবো

  • @acgplay3
    @acgplay3 Місяць тому

    bJP 0

  • @JoyBhuyan-qx6xu
    @JoyBhuyan-qx6xu Місяць тому

    Assamt bjp ahilo modi pm nobona ,

  • @nirmalarabha9882
    @nirmalarabha9882 Місяць тому +3

    BJP jindabad.

  • @user-un8cb8qv3g
    @user-un8cb8qv3g Місяць тому

    জাহাজ

  • @gogoi5064
    @gogoi5064 Місяць тому

    বিজেপি মিছলিয়

  • @jugenborah7842
    @jugenborah7842 Місяць тому

    অসম জাতীয় পৰিষদ দল তিক চিগা হাতৰ উপৰত তুলি দি আমাৰ মিঠা কলিজা ৰিফায়িন তেলত ভাঁজি খালে

  • @user-os5gb5xn7x
    @user-os5gb5xn7x Місяць тому

    Moi u bisaru 3 gorakik

  • @user-tt5pq4xm6i
    @user-tt5pq4xm6i Місяць тому

    B mane বেয়া

  • @MMPA0612
    @MMPA0612 Місяць тому

    Lorinjoty jinda bad

  • @kandarpa2622
    @kandarpa2622 Місяць тому

    Mr.Reporter!we know very well about you. Only God can give prophecy .Mind it Mr
    Anchor!