Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3018 || 15.07.2024 ||
Вставка
- Опубліковано 22 сер 2024
- BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo
ৰিচা বাৰ অভিনয় কোনে কোনে ভাল পাই লাইক কমেন্ট কৰা😊❤❤❤❤❤
আজি মনটো বেয়া লাগিছে প্ৰীতম siro চকী খনত আন কোনোবাই বহিছে😢😢😢😢😢😢
Sir r soki khn blg koi thobo buli bhabisilo
বেহাৰবাৰীত আগৰ মানুহবোৰ লাগে।❤
Hoi agor bure vl asile
Agr je nupau aru parile aru jbo ha
Nalage
সদায় চোৱা সকলে লাইক কৰা❤❤❤
মোৰ বিশ্বাস যে নতুন চাৰজনেও ভাল আভিনই কৰিব।❤❤❤❤ সুভেচ্ছা থাকিল। ।
কুমকুম বাইদেউ কি হ'ল বহু দিন ওলোৱা নাই 😭😭😭
প্ৰীতম চাৰৰ ঠাই কোনেও পূৰাব নোৱাৰে নতুন চাৰজনক ভাল লগা নাই
Pritam sir kune kune Miss kori asa 1 like ❤
Na vl loga ny si jon pritom sirok lage kune kune ai msg 2 saport kora hokolye like atakore deya
নতুন অফিচাৰ হিচাপে এওঁক ভাল লগা নাই তাৰোপৰি প্ৰীতম ছাৰৰ ঠাই আন কোনেও পুৰাব নোৱাৰে।
একদম সঁচা কথা
Pritom sir or xoru bhai neki mukh khon mile dekhun olop olop
Right
Right 👍
Si ,চাৰৰ নিচিনা নহয় ভাল লাগা নাই
Miss you Pritam Sir, Kk sir, Mohon 😢😢😢❤
Pritom sir ro Thai Kune Kune belagk dibo nuwara plz like kora rokhi thakim pritom sir le aku ghuri ahibo beherbari outpost le🎉🎉❤❤❤❤
Miss you Pritam sir miss you kk mohan 😊❤
Val nologa hoy sa kiba
নতুন অফিচাৰ জন 🎉 ভাল এক্টিং কৰিছে।। Beharbari সুন্দৰ অভিনয়।। লুটো আৰু বিৰ ধুনীয়া কাজিয়া লাগে ভাল লাগে চাই ❤ biharbari সকুলোকে ভাল লাগে ❤😊
কাকতি দা আৰু লুটুকন দা'ক হিন্দী ক্লাছ এটা ভালকৈ দি লাগিব।😂😊
Beharbari outpost কোনে কোনে ভালপোৱা Like কৰা 👍👍👍
Beharbari jen xaday sali thake
SI sir joa karane beya lagil
ভাল লাগিচে নতুন কৈ অহ অভিনেতা জনক বাকি তেখেতক শুবগকামনা জনালো❤️ প্ৰিতম চাৰৰ ঠাই কন সোনকালে পূৰাব বুলি আশা ৰাখিলো❤️
Pritom sir k bohut besi miss korisu😢😢
চিনাকী পৰ্ব আমোদজনক।
শুভেচ্ছা থাকিল সকলোলৈকে।
নতুন কৈ অহা কাৰণে ভাল লগা নাই চাগে চাৰ জনক পিছলৈ ভাল লাগিব নে নাই নাজানো । তথাপিও নতুন চাৰ জনৰ ঠাইত সিং চাৰৰ দৰে এজন অহা হলে হে বেছি ভাল লাগিল হেঁতেন । Si যেন লগা নাই আমাৰ সিং চাৰকে বেছি ভাল লাগিছে ।❤❤❤❤❤❤
সদায় ৰাতি দহ বজালৈ ৰৈ থাকো। সোনকালে দিবচোন।
Xodai nohoi dee.... Sunday bondho
😂😂
Times multimedia channel t 9 ta bojate diye
Aah new S.I sir handsome ase dei 😍💗
Tumiu beutiful asa diya ❤
@@munudhunuofficial7560 😀😛
@@munudhunuofficial7560😂🎉
Pritam sir miss you ❤
সিং চাৰক দিয়া হ'লে বহুত ধুনীয়া লাগিল হয়,, প্ৰীতম চাৰ নাই যদিও ❤❤❤চাৰ কেতিয়া আহিব বা
Real OC ৰ দৰে লাগিছে। ধুনীয়া অভিনয়। ছিৰিয়েলখনক তেওঁ এক নতুন গতি দিব বুলি আশা থাকিল। বহুত বহুত শুভেচ্ছা💐💐
নতুন IC বেছি নজমিব যেন হে পাইছোঁ।
Bohut val lagise notun sir sir jon but miss you pritam sir 😌🥺🥺
নতুন SI চাৰলৈ :
১/ আপুনি থকা পুলিচ কেইবাজনতকৈ সৰু ৷ গতিকে আপুনি ব্যৱহাৰ কৰিব ৷ তুমি নহয় ৷
২/ আনে চেল্যুট দিলে তাৰ প্ৰত্তুত্যৰ দিব লাগে বুলি জানোঁ ৷ ধন্যবাদ
বাকী সময়ে ক’ব
নতুন অফিচাৰ জন ভাল লাগিছে
I miss you pritom sir
Pritam Sir k April mahot dekhiba jodi hihotor dom ase anibo
Sir jonok vl lagise kintu pritom siroku bht miss korisu
Pritam sir ❤❤
Wow notun Sri jon, bohut duniya de,aru voice tu moja morom loga,jene koi duniya Sri jon,aru tene koi kam solai Nile hol aru, আগতে প্ৰিতম ছাৰে এই পৰিয়াল টোক নিজৰ বুলি ভাবি যেনেকৈ কামবোৰ চলাই নিচিল ঠিক তেনেকৈ সপোন ছাৰেও তেনেকৈ ভাবি চলাই নিয়ে যেন ❤❤❤ Love you xopun joti Sri
Moza video ❤❤❤❤
Mojah
Notun sir 😊 ❤ hosakoi bohut val lagil... pritam sir dore moromiyal
Pritam sirok lage beharbarit❤
Ntun sir r acting sai bht val lagile ❤️
Kumkum kot ??? Mur fav Kthal fruit 😅
Kumkum or pregnant hoi ase
@@Sauravofficial34tnq,,,,4 ur response,,,,pls convey my good wishes 4 her n her baby ,,,,
Pitm sri bhut miss kori sri 19:25
Beharbarir kun kun favourite like kora 👍 ❤❤
নাচাও ঘণ্টা আগৰ মানু্হ কেইটা নাই।
প্ৰীতম sir যোৱাৰ কাৰণে বহুত বেয়া লাগিছে😭যোৱাৰ দিনৰ পৰা আজিহে বেহাৰবাৰী চাইছো।আৰু কেতিয়া যে আহিব প্ৰীতম sir....
ঠিকেই আছে ল'ৰাটোৱে নিজৰ ফালৰ পৰা কিমান ৰস দিব পাৰে বাকি স্কিপটো ভালেই লেখিব পল্লৱদাই
New Oc sir coming.bhall lagil episode tu
We are freids ❤️❤️ vll lagil dei new sir jon
Miss you pritom sir 😭😭😭😭😭❤
Risha+ new sir (ilu-ilu) ❤❤❤
Pritom sir was best, pritom sir r dore kunu hobo noware.....
প্ৰীতম চাৰ ৰ ঠাই কোনে ও পুৰাব নোৱাৰে.....প্ৰীতম চাৰ ক আকৌ এক বছৰৰ পিছত পুনৰ লগ পোৱাৰ আশাৰে ❤❤
সেই আগৰ বেহাৰ বাৰি নাই আৰু
কে কে দা, মোহন, বসুমতাৰী দা বিউতি বাইলুং পুৰুত্বম গাৰ্গ দা এচ আই চাৰ....কি যে ভাল লাগিছিল এতিয়া সেইবোৰ স্মৃতি..... ফেচবুকত চাও।
Notun sir jon beya nohoy baru dhuniya dei 👍❤❤💖
Old sir is best👍
Khey Dina Kamal aaru sing sir monoj Dak log paai bohut vaal lagil❤❤❤❤❤❤❤❤❤love you beharbari.....
Come back to kk/mohan and s I sir
Si sir kr pora ahibo eyasol kori ase
ৰিচা নতুন ছাৰ প্ৰেমত পৰিব যেন লাগিছে 😊😊
নতুন ছাৰ জনক লাভ লাগিছে কিন্তু প্ৰিতম ছাৰ লৈ মনত পৰে আকৌ লাগিব প্ৰিতম ছাৰক
Nai val loga nai ajir khondo karon pritom sir jon nai babe, Miss you sir 😢😢 kune kune ajir khondo Sai val powa nai like kora ♥️
Hindi block aru dei 😂😂😂😂😂😂😂😂
বেহাৰ বাৰীয়ে নাজানো হৃদয়ৰ কোন টো কোণত বাঁহ ললে ।ক্ষণে হাঁহো ক্ষণে কান্দো ।আজি নতুন si চাৰক দেখি আবেগিক হৈ পৰিছো ।❤❤❤❤❤
Agor manuh bur kot gol kot morilaga 😢😢😢😢
Pritom sir best asila
সপোন সকলোৱে দেখে....হয়তো.....!
কিছুমানৰ হে পূৰণ হয় !
আৰু কিছুমানৰ.....!
সপোন.....
সপোন হয় হে ৰয় !...😢
Kk mohon nohowa Karone sab bad dilu
এই খন বন্ধ হোৱাই নাই নে 😮 বন্ধ হব লাগে 😊
Nice to
নতুন চাৰৰ লগত ৰিচা বাক প্ৰেম কাহিনী লাগে ❤
Kk , Mohan and SI Pritam sir missing alot
মোৰ ট্ৰান্সফাৰৰ মূহূৰ্তৰ সম্পূৰ্ণ স্মৃতি জাগি উঠিল ৷
Love From Golaghat ♥️
New ic.
Congratulations ❤
Val hb,val lagib
Nice 🎉🎉
Mojja lagse day beharbari outpost Val
Moi comment porhib he ahisi dei😅
He really😊😊
যিমান ভাল হ'লেও আমাৰ প্ৰিতম ছাৰৰ দৰে হ'বই নোৱাৰে। প্ৰীতম ছাৰৰ চকী খনত নতুন ছাৰ জন bohute মনটো কিবা বেয়া লাগি গ'ল। Miss U প্ৰিতম ছাৰ 😢😢😢😢❤
লাহে লাহে ভাল লগা হৈ পৰিব।
Notun Sir dekhun senior holeyu salute dibo lagisil...karon salute real life tu senior holeyu hokoluye hokoluke salute kore sage... Pritam Sir Zindabad
Mohan nai ja❤❤❤❤❤❤🎉🎉🎉🎉🎉
Pritom sir❤
Bhal lagise😅😅😅
কোৰ পৰা আনিলে ও এইডাল SI 😅
Interesting introduction.
Come back kk or mohon
প্ৰীতম চাৰ সদায় প্ৰিয় আছিল এখেতো প্ৰিয় হৈ ৰ'ব🍃❤️
হিৰণ্য ডেকাৰ সুন্দৰ অভিনয় ❤🎉
পুলিচক বন্দুক থবলৈ holster দিয়ে নহয়, বেল্টত কোনো পুলিচে বন্দুক নথয়। উনিফৰ্মযোৰৰ অপমান নকৰিব।
If you want the serial to run and want TRP then bring back the old guy. Pritom sir, kk sir, mohan, beauty vailug .
Pritam sir theater ot goise
Bohut miss korisu Pritam sir
জাৰ জাৰ জিএফ নাই like karo😮
Only old Sagar sir can replace the place of Pritam sir ❤
Atiau valai lagise beharbari out post❤
16:30 ki sidha korar kotha kole 😂
প্ৰীতম ছাৰৰ জেগা লবলৈ টান আছে অ..
Miss You Pritam Sir ❤️
Mohon aji baharbarit thoka hola notun sira aji khana dib loga hol hoi 😂
atia Muhonu nai aru khanau nai😊
Miss you pritam sir😢😢😢😢😢😢😢
Plz come back kumkum
😂😂😂
Notun sir jnk dhuniya lgise ❤
Pritam. SirImeseyou😢😢❤
Kor mokel ahela aitu😂😂😂