Assamese boy Sagar Bora & Akangkhya Mahanta/ Question & Answer video/

Поділитися
Вставка
  • Опубліковано 18 жов 2024

КОМЕНТАРІ • 2,1 тис.

  • @rupamtalukdar8764
    @rupamtalukdar8764 6 місяців тому +90

    মইনা কেৱল মন ৰ হে দেই।।❤❤❤ বিয়া খন খাবলে মাতিবা দেই।। বহুত বেছি ধুনীয়া অভিনয় কৰিছাঁ।

  • @sunugogoi8028
    @sunugogoi8028 Рік тому +116

    My favourite Sai pallavi ❤️❤️😊

  • @pranamigogoi97
    @pranamigogoi97 Рік тому +89

    কি কম অাৰু ইমান মৰম লগা তোমালোক দুটা সদায় এনেকৈ থাকা যেন ভৱিষ্যতলৈ। ❤️❤️ সঁচাকৈ কৈছোঁ real life টো যেন তোমালোক এক হোৱা বহুত ভাল লাগিব। ❤️❤️ তিনিচুকীয়া ৰ পৰা এগাল মৰম দিছোঁ।

  • @haflongdimahaso7226
    @haflongdimahaso7226 10 місяців тому +15

    A . C mona and mon very very good flim. God bless you

  • @DebashisSaikia-ih7hi
    @DebashisSaikia-ih7hi 6 місяців тому +7

    Hosakoi apunalukor acting bur bohut dhuniya lage ,agoloiku anakoi bonai jabo 🙏🙌

  • @PradipVloogs431
    @PradipVloogs431 Рік тому +164

    মন পাৰিলে মইনাক আপোন কৰি লোৱা। এই কাৰণেই কৈছে অভিনয়তে তোমাক ইমান ভালকৈ মইনাই বুজিছে তুমি তোমাৰ মন মইনাৰ এই অভিনয়টি এবাৰ চোৱা আৰু এবাৰ ভবা মইনা কাৰো নহয় কেৱল মনৰ। ঈশ্বৰক ৰ্পথণা কৰিছো মইনা কেৱল মনৰ হয়।

  • @chitrapegu2691
    @chitrapegu2691 Рік тому +14

    আপোনা জোৰা খুব সুন্দৰ কৈ মিলিছে যদি সঁচাকৈ বিয়া খন হৈ বহুত বহুত ভাল লাগিব। আৰু আপোনালোকৰ strot film বোৰ বহুত বহুত ভাল লাগলে আৰু বহুত strot film চাই কিন্তু এনেকুৱা নহয় আপোনালোকৰ film খনত কিবা এটা ৰহস্য আছে। আৰু নো কি কম কবলে একো ভাষা নাইকিয়া হয়ছে ইমানে ভাল লাগে আপোনালোক দুজনক, সচাকে যদি আপোনালোকৰ বিয়া হয় বহুত বেছি ভাল লাগিব ❤love you duijonoke

  • @rumirajbongshi941
    @rumirajbongshi941 6 місяців тому +24

    তুমালোকৰ অভিনয় ধুনিয়া হৈছে আগুৱাই জোৱা ❤❤

  • @bikashkonwar4669
    @bikashkonwar4669 9 місяців тому +5

    বহুত মৰম লগা তোমালোক দুয়োকে একেলগে খুব ভাল লাগিব, অকল ভাল লগাই নহয় বুজাবুজি, কথা পতাৰ ধং, মৰম স্নেহৰ পৰা আদি কৰি গোটেইখিনি qualityআছে। বাস্তৱ জীৱনত তোমালোক দুইটাকে একেলগ হোৱাৰ কামনা কৰিলো।❤🥰

  • @JyotiprasadDas-g8l
    @JyotiprasadDas-g8l 5 днів тому +2

    Dada aru baa jonik bohut val lage mur vale thakiba dada aru baa ❤️❤️👌👌

  • @PriyangshuGogoi-v8k
    @PriyangshuGogoi-v8k Рік тому +56

    দাদা তোমালোকৰ অভিনয় চাই ভাল লাগে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আৰু আগুৱাই যোৱা। যোৰহাটৰ পৰা মৰম জাচিলো❤❤❤

  • @JunaliphukonJunaliphukon-hf4wb
    @JunaliphukonJunaliphukon-hf4wb Рік тому +37

    সঁচাই তোমালোক দুয়োটাকে বহুত ভাল লাগে,আগুৱাই যোৱা,😘😘

  • @dibyadas5211
    @dibyadas5211 Рік тому +86

    তোমালোকৰ জোৰা কিন্তু মজা মিলিছে ,,,,,, মজা হ'ব যদি সচাঁ কৈ বিয়াখন হয় গৈ,,, জুই 🔥🔥🔥😊

    • @BinudDas-l8b
      @BinudDas-l8b 7 місяців тому +2

      Moina ba tumak aru mon dadak mur bhut val laga plz number tu diba kunuba atar dile hol number tu plz dada

    • @SajibMadar
      @SajibMadar 6 місяців тому +1

      Nombar . Yes 👍

    • @lakshiprabhapatar8137
      @lakshiprabhapatar8137 27 днів тому +1

      Hoi kintu dai mone kthai koisa tmiu

  • @MainuGogoi-ol9qr
    @MainuGogoi-ol9qr 6 місяців тому +5

    বহু ত ভাল লাগে তোমালোকক❤

  • @HimadriRabha-f7z
    @HimadriRabha-f7z Рік тому +12

    বন্ধুত্ব ৰ পৰাই প্ৰেম হয় দাদা আৰু বাইদেউ ❤️‍🔥❤ আৰু আপোনালোকক দুয়োকে বহুত ভাল লাগে মোৰ 😍❤️‍🔥 ....

  • @AbShortsStore_
    @AbShortsStore_ Рік тому +449

    No bollywood. .only south lover... Allu Arjun 🔥🔥

  • @prity387
    @prity387 Рік тому +265

    বন্ধুত্বৰ পৰাই প্ৰেম হয়❤️🤗

    • @MuslimaliMuslimAli-qm9vk
      @MuslimaliMuslimAli-qm9vk Рік тому +1

      Mojja

    • @RB-ze4tw
      @RB-ze4tw Рік тому +3

      Khosa😅

    • @drvlogs3828
      @drvlogs3828 Рік тому +3

      Akdom hosa kotha .. lahe lahe hoi jabo ru

    • @Nobyakishor
      @Nobyakishor 11 місяців тому +3

      Heitu mur logot he nohol😭😭💔💔

    • @--venm--
      @--venm-- 10 місяців тому

      Hosa kotha kela... Matha bea hoi jai ❤ ei bostu tu ebar huar pasot

  • @Mousumi___
    @Mousumi___ Рік тому +25

    ভাল পোৱা আৰম্ভণি বন্ধুত পৰাই হয় ❤

    আপোনাক দুয়োটা সদায় এক হোৱা 2 এ বিচাৰোঁ।

  • @dhurbojyotimoran698
    @dhurbojyotimoran698 3 дні тому +1

    My favourite south hero ram pothineni ❤

  • @lakhirammili
    @lakhirammili 9 місяців тому +5

    দাদা আপোনালোকৰ অভিনয়
    চাই ভাল লাগিছে এই কাৰণে কমেন
    কৰিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু আগুৱাই যোৱা মাজুলীৰ পৰা মৰম জাচিলো❤❤❤ বহুত ভাল লাগে চাই

  • @aaisu_1657
    @aaisu_1657 Рік тому +55

    সদায় এইদৰেই আগুৱাই যোৱা ❤

  • @asharanibaruah5551
    @asharanibaruah5551 Рік тому +58

    আপোনালোক দুইজনকে ভাল লাগে, অভিনয় ও ভাল লাগে। আপোনালোক দুইজনেই কৰিব একেলগে।❤❤

  • @ankur00121
    @ankur00121 Рік тому +12

    Bhut bhut besi morom tumalukoloi...
    Aguai jwa aruuu... God bless you all..❤

  • @nirmolia3126
    @nirmolia3126 8 місяців тому +1

    Moi bohut pasot saisu mon moina video2, but bohut bohut val lagil sai. Bohut val acting, directing sob. Emaan kom boyokhote bohuut val kam korisa. G B You.. Specialy moina jonir acting superb👌👌

  • @Misstinakhibora
    @Misstinakhibora 10 місяців тому +3

    Mon moina tumak dhekhibole dhuniya mane jui❤❤

  • @Plabitakonwar-y9m
    @Plabitakonwar-y9m Рік тому +42

    খুব ক'ম সময়তে আপোনালোক মোৰ বহুত ভাল লগা হৈ পৰিল.চৰাইদেউৰ পৰা মৰম পঠালো❤️

  • @SanjipPagag
    @SanjipPagag Рік тому +12

    সচাকৈ বহুত ভাল লাগিল মোৰ কাৰনে হাহি এটি movi টো।♥️♥️ আনৰ কাৰনে নাজানো। Akangkhiya বাই আপুনি সচাকে Scooty চলাব নাজানা নেকি ।😜😜 কিন্তু আপুনাক মোৰো ভাল লাগে ।🥰🥰কিছু acting বহুতত ভাল লাগে আৰু মন মইনা চেকেন পাতটো অলপ সোনকালে reels কৰি দিব। চাবলৈ মন গৈচু আৰু আপোনালোকৰ দুটাই সদায় এনেকৈ মিলি থাকিবা ভাল লাগে।❤❤❤❤❤❤❤❤❤❤

  • @monjitsharma5019
    @monjitsharma5019 Рік тому +15

    সচাকৈ বহুত ভাল লাগিলে ।এটা কথায়েই কও কেতিয়াও সলনি নহবা সদাই এনেকেই থাকিবা ।ৰাইজে চাই ভালপোৱাটোৱেই আশিবাদ তোমালোকৰ কাৰণে ।সদাই আগবাঢি যাওক শুভকামনা থাকিলে 💐💐💐💐।🫡🫡🫡🫡🫡🫡🫡

  • @KamanAao
    @KamanAao 16 днів тому +2

    Same my favourite Sai Pallavi

  • @rahulvidoesab
    @rahulvidoesab 4 дні тому

    My favourite actress sai pallavi ❤

  • @jyotirmoyrabha9820
    @jyotirmoyrabha9820 Рік тому +77

    Perfect duo..... Nice acting.... Waiting for Mon Moina next part......🎉🎉🎉🎉

  • @indibrkonwar5470
    @indibrkonwar5470 Рік тому +7

    সচাকৈ বহুত ভাল লাগিলে আৰু আগলৈ আগ বাহি য়াই তাৰে কামনা কৰিলো আপোনা লোক সদাই যে এনে দৰেই থাকে সকলোয়ে বিচাৰিছে আপোনালোকৰ বন্ধুত্ব সম্পকটো প্ৰেমৰ হোৱাটো হলে সচাকৈ বহুত ভাল হব কাৰণ আপোনালোকৰ মাজত বুজা বুজি আছে কাৰণ আপোনি যদি আপোন জনৰ কথা বুজি পাই সকলো পোৱা যে লাগিব ❤❤❤❤ আকৈ এবাৰ মৰম যাচিলো 🔥🔥🔥🔥🔥🔥🔥❤️❤️❤️

  • @mituhazarika7911
    @mituhazarika7911 Рік тому +16

    সঁচাকৈয়ে " মন মইনা " আৰু " হাঁহি এটি " দুয়োখনেই সৰ্বাঙ্গসুন্দৰ চুটি ছবি..দুয়োজনৰে অভিনয় শৈলী অতি সুন্দৰ..এইদৰে দুয়োজন অভিনয় ক্ষেত্ৰখনত সবল খোজেৰে আগুৱাই যোৱা..তোমালোক দুয়োজনৰ লগতে তোমালোকৰ দলটিৰ সকলোলৈকে অলেখ-অযুত শুভকামনা..তোমালোক দুয়োজনকে পৰমপিতা পৰমেশ্বৰে অনাগত দিনত দৃঢ়তাৰে আগুৱাই যাৱলৈ শক্তি দিয়ক আৰু দীৰ্ঘায়ু কৰক..আৰু বিশেষ নকওঁ তোমালোকৰ ভাল হওঁক..তোমালোক আমাৰ ভৱিষ্যত..তোমালোক আমাৰ গোলাঘাটৰ তথা অসমৰ গৌৰৱ..❤❤🎉🎉

    • @sprprankstar1756
      @sprprankstar1756  Рік тому +4

      বহুত বহুত ধন্যবাদ ❤️🙏❤️

    • @BireswarRabha-e9e
      @BireswarRabha-e9e Місяць тому

      Sagar moi tumr jimn video ase sobei sau aru Sai bohut bohut vl Lage --mur msge buror reply diba buli asha thakil abr hileu

  • @Gogoirimpi
    @Gogoirimpi 6 місяців тому

    Tumalukok hosake bohut val lage,,,, film khon sai sokupani ulai goisil,,short film khont obhinoi bur duniyak korisa bohut val lagile😌

  • @DebajitsonowalDebajitsonowal
    @DebajitsonowalDebajitsonowal 10 днів тому

    দুয়োজনে ভাল অভিনয় কৰিছা ।❤
    বহুত ধুনীয়া আশীৰ্বাদৰ থাকিল।❤ ডিব্ৰুগড় পৰা মৰম জাচিলো💝💝🔥🔥

  • @দীপজ্যোতিগগৈ

    ভৱিষ্যতৰ দিন বোৰ উজ্বলি আহক ❤❤❤

  • @paparianjanaofficial4086
    @paparianjanaofficial4086 Рік тому +9

    ইমান ধুনীয়া অভিনয় সঁচাকৈ ❤️❤️
    মন মুহি দিলে মোৰ।

  • @SibaniRay-y4u
    @SibaniRay-y4u Рік тому +104

    ভাল পোৱাৰ আৰম্ভণি বন্ধুত্বৰ পৰাই হয় দাদা...😊❣️

  • @litulgogoi5889
    @litulgogoi5889 2 місяці тому +3

    দুয়োজনে ভাল অভিনয় কৰিছা৷ভাল লাগিছে৷উজ্বল ভৱিষ্যত কামনা কৰিছো৷দুয়োজনে একেলগে আগবাঢ়ি যোৱা৷

  • @KrishnaDas-g4n
    @KrishnaDas-g4n Місяць тому

    Bohut bhal abhinoy. Sobi khon say bohut bhal lagil. God bless you

  • @freakin_biker
    @freakin_biker Рік тому +23

    Salute for you both❤😊

  • @axomiya_reels_axomiya99
    @axomiya_reels_axomiya99 9 місяців тому +6

    সঁচাকৈ ভালে পোৱা আছে দুয়োটাৰ মাজত ❤

  • @SabalsingKaman
    @SabalsingKaman Рік тому +24

    ইজনে সিজনৰ লগত সুবিধা জনক তেন্তে সম্পৰ্ক হোৱা টো মই কামনা কৰো।, সকলোৱে কয় বন্ধুত্বৰ পৰাহে প্ৰেম হয় বোলে I want both of u are Couple❤❤❤❤

    • @sprprankstar1756
      @sprprankstar1756  Рік тому +11

      Thank you 😊 but mur ejoni hosakoi moina ase 😊

    • @Ankitaborsaikia1758
      @Ankitaborsaikia1758 9 місяців тому

      Why moina is very cute❤❤❤❤

    • @BireswarRabha-e9e
      @BireswarRabha-e9e Місяць тому

      Tumr moina jonir naam tu photo akhon diba buli.tumr pora asha thakil

  • @gogoiaircel1386
    @gogoiaircel1386 15 днів тому

    তোমালোকৰ অভিনয় বহুত ভাল লাগে। একেবাৰে নিভাজ খাতি। বহুত ধুনীয়া আৰ্শীবাদ থকিল আগুৱাই যোৱা

  • @KarabiRabha-k5t
    @KarabiRabha-k5t 10 годин тому

    Bohut bohut vall lagil video to ❤❤

  • @Dhunu7_0chngmai
    @Dhunu7_0chngmai Рік тому +4

    Relationship hodaii friendship aru dada-vnti pra a aromvo hoi 😊😊akha koru tumaluk mon❤moina hodai ake loga thaka🥰🥰

  • @kankanaborgohain1116
    @kankanaborgohain1116 Рік тому +19

    Shine on guys ❤️✨

  • @Zubeenaxom-cy8ft
    @Zubeenaxom-cy8ft Рік тому +19

    Wetting for next part ❤️

  • @trishnagogoi8250
    @trishnagogoi8250 13 днів тому

    Tumalukor video sai bohut val lagil sai tumaluk hodai aguai juwa dada aru baa❤❤❤❤

  • @HiraMalakr
    @HiraMalakr 7 місяців тому +1

    Tumalok duyotak bohut vl lageh anekeh doyotai real life t aguwai juwa aru love story bilakt blg suwali nanibah moina bak vl lageh tmr lgt aru moina bohut cute hoi❤❤️💞

  • @chikkibornaliatoz4655
    @chikkibornaliatoz4655 Рік тому +37

    সৌৰভ ল'ৰাটো বৰ অমায়িক। তোমাৰ সৰলমনা মনটো আৰু কামবোৰে এদিন তোমাক বহুত আগবঢ়াই লৈ যাব।❤❤

    • @sprprankstar1756
      @sprprankstar1756  Рік тому +8

      ধন্যবাদ জনাইছোঁ আপোনাক🙏❤️🙏

  • @anujgogoi904
    @anujgogoi904 Рік тому +13

    তোমালোক দুইজন যে প্ৰেমিক প্ৰেমিকা ।সেইটো সকলোৱে জানে 😅। মইও জানো ফাকিটো নো কিয় দিচা বাৰু । একো নাই সদায় ভাল ভাল কাম কৰি যোৱা best of luck ❤ love from golaghat ❤

  • @Biikash13
    @Biikash13 Рік тому +13

    Sai pallavi Moro favourite actress ❤❤❤

  • @bubulchamuah7846
    @bubulchamuah7846 8 місяців тому

    Really acting ne real life dharibai nuwari. Hiday sui juwa Abhinay. Bar bar Sai o Amani nalage.pabha juwa navangiba.congs for upcoming videos.

  • @dipikaboradipikabora7070
    @dipikaboradipikabora7070 7 місяців тому

    Bohut val lage tmr lokr video bur sai acting bohut bohut dhuniya doi jor❤❤agowai jowa tma lok ru

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Рік тому +10

    সঁচাই বহুত ভাল লাগিল দেই, দুয়ো ভাল মিলিছে কিন্তু ❤

  • @RunikaRamchiary
    @RunikaRamchiary 2 місяці тому +3

    ভাল লাগিল টোমালুককক সঁচাকৈ ইমান ধুনীয়া অভিনয় ❤

  • @BirkhangBoro_125
    @BirkhangBoro_125 Рік тому +8

    Handsame ❤ Aru Beautiful ❤️ 😍

  • @user-bb6mf3is5s__
    @user-bb6mf3is5s__ 9 місяців тому +1

    Mon da aru moina ba tumalukr sot filim sai bohut val lagisil mur falr pra tumalukk bohut hubsa jnalu mon da aru moina ba ❤❤🎉

  • @Parinitadas-n3s
    @Parinitadas-n3s 22 дні тому

    Tumalukor video bur sai bohut vall lage aitu baa sobot koi besi vall lage🎉🎉❤❤

  • @rimpumoran6322
    @rimpumoran6322 Рік тому +5

    বহুত ভাল লাগে তোমালোক দুই জনক love you ❤

  • @AspirantsAxom2024
    @AspirantsAxom2024 Рік тому +17

    আকাংক্ষাক খুব ভাল লাগে😢

  • @jeemonigogoi3455
    @jeemonigogoi3455 Рік тому +5

    ❤baa dada tumaluk eman morom loga 🥰
    Bohut val lagile mon moina short film khon sai ❤ bohut dhuniya acting korisa tumaluke 😊❤agloiu anekua dhuniya acting kori jaba❤
    2nd part tu hunkale diba❤
    Aru tumaluke jodi hosakoi couple hoi jua bohut val lagibo❤😊 tumaluke relationship t ahi jua❤
    Val lagile video tu sai cute cute baa dada❤🤗
    Love from dhemaji silapathar ❤❤

  • @Manobhajarika-gn2yb
    @Manobhajarika-gn2yb 19 днів тому

    Tumar lukor video bohut val lage agoloi aguai jaba buli akha thakil💓

  • @MouchumiDas-v2q
    @MouchumiDas-v2q 7 місяців тому

    Bohut bohut val lagise dada aru baa tumalukor video tu sai tumaluk ane koi agloike bondhu hoi thakiba vl Lage tumalukor video sai ❤❤❤❤

  • @tuhikakoch909
    @tuhikakoch909 Рік тому +15

    1m views in 12 days congratulations🎉

  • @ultimatecreation....
    @ultimatecreation.... Рік тому +14

    বহুত ভাল লাগিল ক’বলৈ একোয়েই নাই ৷
    মুঠতে দিত্বীয় খণ্ড লাগে 😢
    plz,
    ❤❤

  • @sonalidmry927
    @sonalidmry927 Рік тому +6

    Waiting for next part ❤️🥰

  • @jitendrabania2512
    @jitendrabania2512 19 днів тому

    Dhuniya hoise moina tumar video bur sai bhut val lage

  • @ConfusedCompass-id7iw
    @ConfusedCompass-id7iw 6 місяців тому +1

    Mont koi moina,r obhinoi besi soku,t lga ❤ axirbad thakil kuxole thaka duiu

  • @cboy1vlog1616
    @cboy1vlog1616 Рік тому +7

    Very nice next part moina shots video 🎉🎉

  • @laptuiom
    @laptuiom Рік тому +7

    Next part lageee joldi😭🤙

  • @dhanjitsaikia4652
    @dhanjitsaikia4652 Рік тому +4

    Bht val lgil bro ... Waiting for next part .... Sowali joni bht val lge ..❤️

  • @RanuborahRanu-l7p
    @RanuborahRanu-l7p 8 днів тому

    Bohut vl lagil dada2 aru bajonik

  • @AbhishekBaghuwar
    @AbhishekBaghuwar Місяць тому +1

    দাদা আৰু বা আপোনালোকৰ এক্টিং সঁচাকৈয়ে লেখত লব লগীয়া। আপোনালোকৰ video বোৰ বহুত ভাল লাগে । এনেকৈয়ে আগুৱাই যাওঁক । আপোনালোকৰ সপোনবোৰ ঈশ্বৰে নিশ্যই পূৰণ কৰিব❤❤

  • @herodutta85
    @herodutta85 Рік тому +11

    ইমান ধুনীয়া অভিনয় 🎉🎉🎉❤❤

  • @Sandhyaandchayanika9277
    @Sandhyaandchayanika9277 11 місяців тому +2

    Tumalukok bohut val lage duitake aguwai juwa ❤ love from golaghat

  • @JenifarHussain-t4i
    @JenifarHussain-t4i Місяць тому

    Apunalokor video bor Sai khosai val lage aru baa jonik bohut val lage

  • @kiran__moyee__
    @kiran__moyee__ Рік тому +5

    Best wishes to you ❤🎉... Hodai anedore agbahi jua...

  • @tbcreationaxom
    @tbcreationaxom Рік тому +8

    Love from nalbari ❤

  • @bornalisaikia7372
    @bornalisaikia7372 Рік тому +4

    খুউব সুন্দৰ অভিনয় কৰিছা দুয়ো। আগুৱাই যোৱা।

  • @sunmonirabha769
    @sunmonirabha769 11 місяців тому +1

    Mon monai ba bohot dhal lagishe 👌

  • @-nakalakrishtiassam1344
    @-nakalakrishtiassam1344 9 місяців тому +1

    সচাকৈ, মই তেনেকৈ Short ফ্লিম চালেও শেষৰ লৈকে চায় সমাপ্ত কৰি দিয়া নাছিলোঁ। কিন্তু তোমালকৰ ছবি চায় আৰু চাবলৈ মন গৈ থাকিলে।
    তোমালোকৰ কাহিনী,অভিনয় বিশেষকৈ (voice)কণ্ঠ দুয়োজনৰে বহুত বহুত ধুনীয়া,
    আগবাঢ়ি যোৱা এনেদৰে।
    নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।🎉🎉

  • @UtpalDas-bb5uh
    @UtpalDas-bb5uh Рік тому +15

    No bollywood . .only south lover..... ❤❤❤❤

  • @SANJEEBYT
    @SANJEEBYT Рік тому +18

    বহুত ভাল লাগে আপোনালোকৰ ভিডিওবোৰ চাই 😍😍❤❤❤

    • @himanideka6765
      @himanideka6765 9 місяців тому

    • @SumibaruahBitupan
      @SumibaruahBitupan 3 місяці тому

      অ দাদা তোমা লোকে অভিনয় ধুনীয়া কৰা

  • @ajijulali5333
    @ajijulali5333 Рік тому +4

    Bohut val lage apunar video 🎉❤

  • @rantugogoiofficial2770
    @rantugogoiofficial2770 8 місяців тому

    সচাঁকৈ তোমালোকৰ ভাল লাগে আগতে এনেকুৱা পোৱা নাছিলো এই এখন্তেক হাঁহি এখন্তেক দুখ সহজ ভাষাত জুই bro and sis, 💞💚💚💛👌🔥 love from dibrugarh

  • @arabha3116
    @arabha3116 28 днів тому

    লৰা আৰু ছোৱালী বন্ধুত্ব কোনো দিনে জীয়াই নাথাকে। ই প্ৰেমৰ ৰূপান্তৰ হবই লাগিব।
    যি কি নহওঁক বহুত ভাল লাগে তোমালোকৰ অভিনয় বৰ ❤❤

  • @tinaaxom466
    @tinaaxom466 Рік тому +7

    আগুৱাই যোৱা জয় চুঙাজান

  • @semimsultana3323
    @semimsultana3323 Рік тому +8

    Waiting next part ❤

  • @axomsimon9059
    @axomsimon9059 Рік тому +12

    Always suport for you brother and sister... Love from dubai...

  • @krishmitanath6895
    @krishmitanath6895 9 місяців тому +1

    Bohut dhuniya lagile ❤🎉 love from Goalpara

  • @HidarthoChangmai
    @HidarthoChangmai 3 місяці тому +1

    সঁচাকৈ বহুত ভাল লাগিল তোমালোক দুয়ো জনকে আৰু এটা কথা কিন্তু মন আৰু মইনা হে দেই❤❤❤❤❤❤❤

  • @pulingogoi2485
    @pulingogoi2485 Рік тому +4

    দুয়োৰে প্ৰেমত পৰিছা😊 মিছাকৈ কিয় কৈছা 😊😊

  • @manashjyotigogoi5378
    @manashjyotigogoi5378 Рік тому +10

    সৌৰভ, আকাংক্ষা.....তোমালোকৰ অভিনয় চাই সঁচাই বৰ আপ্লুত হʼলো দেই। তোমালোকলৈ অশেষ শুভকামনা যাচিছোঁ ও ভৱিষ্যত‌‌ উজ্জ্বল কামনা কৰিছোঁ।🌈✨

  • @biswajitmoranbiswajitmoran5259

    সকলোকে ভাল লাগে মোৰ কিন্তু মইনা বাক বহুত ভাল লাগে ❤❤❤❤❤

  • @yanpomerry2412
    @yanpomerry2412 4 місяці тому

    Surprisingly I feel soo happy that you guys happened to be from my neighbourhood Golaghat district , well im from Merabani area Nagaland nearest to Uriamghat , Sarupathar, Hurubani i feel very proud that your team trending the internet with love, emotion and positivity through your short movies content..Nothing flawless could be seen in any character, place or even in any of your video so fa i have watched... Absolutely beautiful U guys deserve proud full moment wish you all the best for your upcoming new content❤

  • @monikamalah7774
    @monikamalah7774 7 місяців тому +1

    Tumaluk duijonok ke bohut val lage ❤️💫

  • @GJChutia
    @GJChutia Рік тому +5

    Akangkhya is really so amazing. Dil aagya aap pe😊

  • @kanjitnathvideo
    @kanjitnathvideo 11 місяців тому +9

    Salute for you both❤❤❤😊