বিদ্যালয় সমুহলৈ Electricity Bill সম্পৰ্কীয় বিশেষ নিৰ্দেশনা ॥

Поділитися
Вставка
  • Опубліковано 25 гру 2024

КОМЕНТАРІ • 26

  • @d.d.channel7265
    @d.d.channel7265 2 роки тому +1

    Thank you very much...,Sir.

  • @atiqurrahman5103
    @atiqurrahman5103 2 роки тому +1

    ধন্যবাদ জনালোঁ

    • @NaliniKantaDeka
      @NaliniKantaDeka  2 роки тому

      বহুত বহুত ধন্যবাদ চাৰ

  • @bhabaniprasadbarman8536
    @bhabaniprasadbarman8536 Рік тому

    Sir,electric bill khini lnsfracer grantor r pora diya hobo nki?jonabo son.pls.

  • @runumipegu8208
    @runumipegu8208 2 роки тому

    Thanks

  • @Yugashmitaartandcraft
    @Yugashmitaartandcraft 2 роки тому +3

    Deka Sir aponar Kotha khini bar bhal lage.. Iman respect Kari kotha bilak bujai die

  • @umeshboro2853
    @umeshboro2853 2 роки тому

    চাৰ, বিদ্যুতৰ সমস্যাটো কি হল।বিল নিদিয়া বাবে সংযোগ বন্ধ হৈ থাকিল।উত্তৰ কিন্ত আজিলৈ নাহিল। জনাব।

  • @faridabegum3766
    @faridabegum3766 2 роки тому +1

    Thank you sir .

  • @usharanisaikia6912
    @usharanisaikia6912 2 роки тому

    Amar bidyaloyot bidyut songjug juwa nai ,venture school tu dibone ?

  • @kishormissong8301
    @kishormissong8301 2 роки тому +1

    Sir মোৰ বিদ্যালয়ৰ মোৰ পইচাৰে বিল দি আছো কি হব

  • @queenborah2859
    @queenborah2859 2 роки тому +1

    Sir amar schoolt aji emn dina staffr mjota poisa uthai bill pay kri asilu but atya r u nueara hoisu pay kribo tenta jua december r u januaryr bill khon portalot di dila bill puat offcr pora hlp hbo na

  • @ashiqueanowar8927
    @ashiqueanowar8927 2 роки тому

    ছাৰ,বিদ্যুৎৰ বিলৰ লগত প্ৰধান শিক্ষক আৰু সভাপতিৰ আধাৰ কাৰ্ড আৰু ই মেইল কিহৰ প্ৰয়োজন জনাব!
    b ali

  • @dishasah7969
    @dishasah7969 2 роки тому

    Sardi soday hoy thake neki?

  • @anupegukutum7605
    @anupegukutum7605 2 роки тому

    Sir HRMS বিষয়ে জানিবলৈ বিচাৰিছোঁ

  • @horengohain8213
    @horengohain8213 2 роки тому +4

    Sir আমাৰ বিদ্যালয়ত চৰকাৰী ভাবে বিদ্যুৎ সংযোগ হোৱাই নাই , আৰু বহুতো বিদ্যালয়ত নাই । 2 বছৰ আগতে S M C সহযোগত অবৈধ ভাৱে সংযোগ কৰা হল ।কাৰণ বৰষুণ ৰ বতৰত আন্ধাৰ আৰু গৰমত অতিপাত গৰম হয় বাবে ।

  • @akhilsarmah5843
    @akhilsarmah5843 2 роки тому +1

    চাৰ ,বিজুলী সংযোগটো SMCয়ে নিজে লব পাৰিবনে নাই ? সবিশেষ জনাব চাৰ

  • @arunimasaikia5250
    @arunimasaikia5250 2 роки тому +1

    ছাৰ এজন ৰেগুলাৰ শিক্ষকে বছৰি কিমান Earned leave পাই জনাবচোন

    • @NaliniKantaDeka
      @NaliniKantaDeka  2 роки тому

      কিমান জমা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব

    • @arunimasaikia5250
      @arunimasaikia5250 2 роки тому +1

      এবছৰ ত কেইটা পাই ? 30 টা দিন নেকি ?

  • @pinjumonisaikia5005
    @pinjumonisaikia5005 2 роки тому

    চাৰ, চেনেলৰ জৰিয়তে ধন ঘটাতকৈ যিহেতু আপুনি এজন CRCC আপোনাৰ কৰ্তব্য ত অধিক মনোযোগ দিয়ক । আপুনি দিয়া information বোৰ আমি এনেও গম পাম ।

  • @binapanibasumatary6321
    @binapanibasumatary6321 2 роки тому

    Morbidyaloyotaajiloikeelectrificationhowainai.moikikoribolagibo