Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
গৰিহনা মানে কি নাজানা তুমি ধেৎ । নাজানিলে এইবোৰ দিশত আগবাঢ়িব নালাগে
বিদ্যাসাগৰ দাদাই তেওঁৰ গীতত পাপ আৰু দুৰাচাৰক নিন্দা কৰি কুমানসিকতাক গৰিহণা দি আমাৰ মনত পৱিত্ৰতা আনিব চেষ্টা কৰে যেন অনুভৱ হৈছিল বাবে কথাষাৰ কৈছিলোঁ। আপুনি যদি তাত মোৰ কিবা ভুল হোৱা বুলি ভাবিছে শুধৰাই দিব। অনাগত সময়তো কাৰোবাৰ কিবা ভুল দেখিলে ভদ্ৰতাৰে শুধৰাই দিব।