Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
পৰিচালক গোপাল বৰঠাকুৰৰ চিৰসেউজ বোলছবি "শেষ উপহাৰ"চাই অভিভূত হলোঁ। বিষ্ণু খাৰঘৰীয়া,যতীন বৰা,মলয়া গোস্বামী,জয়াশীল,নৱনীতা শৰ্মা বৰা,মৃদুলা বৰুৱা, গুণ মহন্ত ইন্দ্ৰ বণিয়া,ৰাজ শৰ্মা আটাইৰে সাৱলীল অভিনয়ে হৃদয়স্পৰ্শ কৰিলে। গীতিকাৰ ড:ভূপেন হাজৰিকা,বিজয় বৰদলৈ,দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু গোপাল বৰঠাকুৰ।নেপথ্য কণ্ঠশিল্পী জুবিন গাৰ্গ,সংগীতা বৰঠাকুৰ, পাপৰি শৰ্মা আৰু জিন্টী দাসৰ গীতে চিনেমাখনক এক গতি দিছে।নিপোটল কাহিনীৰে ছবিখনি সকলো শ্ৰেণীৰ দৰ্শকৰ বাবে অতি উপাদেয় হৈছে। এনে এখন কালজয়ী বোলছবি আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏🙏
একেবাৰে মোৰ মনৰ কথা ক'লে। অন্য অভিনেতা সকলৰ উপৰিও চিকিৎসকৰ অভিনয়ত ৰাজ শৰ্মাৰ অভিনয়ো শলাগ ল'বলগীয়া।পৰিচয় বিহীন গীতটোৰ চিত্ৰগ্ৰহণ অতি ধুনীয়া হৈছে। সঁচা অৰ্থত এখন সুন্দৰ অসমীয়া ছবি।
জয় আই অসম। খুব সুন্দৰ এখন চিনেমা
Love you bro.... Moi jorhat civil hospital t thaka... Tate aikhan cinema r eta ankho shooting hoisile
বোলছবি খনৰ দ্বিতীয় ভাগটো দিয়ক আকৌ।
Legend watching on 2030😉
Jatin borar anekeuwa aru akon sobi asile ki hoi cenema khnor nam kobo niki baru kunubai
Priya o priya jatin borar flim khan uplod kribson
বহুত ধুনিয়া লাগিল ধন্যবাদ 👍👍
2024 aji salu vl lagil
😂😂🤣🤣😁😁😁😁mojja dr
Awesome 🔥
2nd prt diyk
চাই ভাল লাগিল বহুত দিনৰ পৰা বিচাৰি আছিলোঁ
Wah...otulonio
Mur mama maie tat acting korisile
Joubone amoni kre movie khon dibo sun plz
2 part lage
An evergreen movie 💕
এই মৰম তোমাৰ বাবে চিনেমা খন দিবা চুণ
Bohut val movi .bohut bar salu .
Bharot mata ki joy vonde matrom joy hind 🇮🇳
Part 2?
Disu diya
Subscribe kori diba
Sargot bihu vol 1 khen dia
Moja acting jatin dar....
2nd part diok
Disu diya Saba aru share koriba subscribe koriba🤘
Nice movie
Nice moive
Please next part give me
Part 2 Diya joldi
Part 2 pls
Diya asa sai loua
@@gourabsvlogs9483 hobo