LIVE | Himanta Biswa Sarma on Gaurav Gogoi | অৱশেষত গৌৰৱ গগৈক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে N18L

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • LIVE | Himanta Biswa Sarma on Gaurav Gogoi | অৱশেষত গৌৰৱ গগৈক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে N18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #live #news18assamnelive
    #gauravgogoi #himantabiswasarmapressmeet #lspolls #loksabhaelctionresults #guwahati #rokibul #kokrajhar #gauravgogoi #bijulikalitamedhi #miraborthakur #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 598

  • @sumanborah9605
    @sumanborah9605 2 місяці тому +57

    গৌৰৱ গগৈয়ে এদিন প্ৰধান মন্ত্ৰী হব লিখি ৰাখক

  • @sharatmaina4918
    @sharatmaina4918 2 місяці тому +79

    আমি এজন দক্ষ, যোগ্য প্ৰতিনিধিক পাই বহু সুখী, গৌৰৱবোধ কৰিছোঁ ৷ এইয়া ৰাইজৰ জয় ৷
    অসমীয়া, হিন্দী, ইংৰাজী সকলো ভাষাতে পাৰ্গত, সদনত সৎ সাহসেৰে ৰাইজৰ সমস্যা বিলাকক লৈ মাত মাতিব পৰা, অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা, অত্যন্ত কৰ্মোদ্যমী, নিষ্ঠাবান ব্যক্তিজনৰ পৰা আমি বহু আশা কৰোঁ...
    গৌৰৱ গগৈ দেৱলৈ আমাৰ আকৌ এবাৰ আন্তৰিক অভিনন্দন🎉🎉

    • @jaryumome3843
      @jaryumome3843 2 місяці тому +1

      Apunar kotha tu thikei koise kintu baki Electric-media sampurna apunar biporit deki pau 😂😂😂

    • @usharanichanda4331
      @usharanichanda4331 2 місяці тому

      Aru urdu tu aru bhal amr Congress netar .. Hoyne

    • @user-lg8sh9gv8v
      @user-lg8sh9gv8v 2 місяці тому

      Ahonkarai patan

    • @MaoBourah
      @MaoBourah 2 місяці тому

      THIK koise dalali BJP cm pention deok

  • @dilipdas6144
    @dilipdas6144 2 місяці тому +128

    গৌৰৱ গগৈ এগৰাকী সুদক্ষ নেতা ।তেও সংসদত সবল ভূমিকাত আজিৰ যুৱপ্ৰজন্মই সমৰ্থন কৰিছে।

    • @syedjeherulislam2938
      @syedjeherulislam2938 2 місяці тому +4

      Yes GG as like, Honorab'l MP sri heem baruah.....jak ami assam's lione buli sinaki dio.....Parliament kenek neherul lgt kotha koisil....

  • @user-jx1gb2qv3n
    @user-jx1gb2qv3n 2 місяці тому +34

    যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজক চেলুট ৷

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k 2 місяці тому +25

    গৌৰৱ গগৈক কোনজন ভগৱানে গঢিলে তেওঁ কিয় আনক বেয়া নাপাই সদায় তেওঁ ক যি সমালোচনা কৰে তেওঁ ক সদায় আগবাঢ়ি যোৱাটোহে আশা কৰে হায় কি ভগৱান তুমি ইমান মহত

  • @AbdulSahez
    @AbdulSahez 2 місяці тому +53

    অহংকাৰ হলে পতন হোৱাটো খাটাং। ইয়াৰ পৰিনিতী এদিন ভোগ কৰিব লাগিব ।গৌৰব গগৈ জিন্দাবাদ ।

  • @khetraburagohain2501
    @khetraburagohain2501 2 місяці тому +41

    আপোনালোকে এনেকৈ সছা কথা কৈ থাকিলে এই অহংকাৰী বোৰ সমাজৰ পৰা নাইকীয়া হ'ব।

  • @jitulkalita4455
    @jitulkalita4455 2 місяці тому +56

    গৌৰৱ গগৈ কিবা এটা ভাল লাগে যুব প্ৰজন্মৰ লগতে মিলা এজন ভাল নেতা , অসমৰ মুখ্যমন্ত্ৰীৰ হৈছে কূটনৈতিক নেতা , ২০২৬ চনত হিমন্ত বিশ্বশৰ্মাৰ ডাঙৰীয়া , পিযুজ হাজৰিকা , জয়ন্ত মল্ল এইবোৰ অন্তৰিক ভাবে বিদায় দিয়া হব ৰাইজে ৰজা এতিয়া ,
    পিযুজ হাজৰিকা সন্ধানহীন হৈ আছে ,

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 2 місяці тому +1

      Gourab Gogoi murzabad

    • @Raj-barman
      @Raj-barman 2 місяці тому

      ​@@SAILENDRAPRASADGOSWAMI ,ki a Randy r sole, BJP saport kora kita boinaksudi r sole

  • @SivaDihingia
    @SivaDihingia 2 місяці тому +53

    গৌৰব গগৈ লগত আমি সদায়েই থাকিম যোনে যি নকয

  • @user-bg7dv7eu9d
    @user-bg7dv7eu9d 2 місяці тому +32

    গৌৰৱ গগৈ শুভ কামনা কৰিলো ভৱিষ্যতে ভালে হওক ধন্যবাদৰ

  • @chitralekhagogoi3256
    @chitralekhagogoi3256 2 місяці тому +17

    গৌৰৱ গগৈৰ দৰে ভদ্ৰলোক আমাৰ গৌৰৱ, অসমৰ গৌৰৱ। এজন ৰাজনীতিক এনেকুৱাই হ'ব লাগে।

  • @antareepgoswami7539
    @antareepgoswami7539 2 місяці тому +27

    প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দেৱৰ পুত্ৰ হিচাপে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই যি সৰলতা দেখুৱাইছে।
    ন বিজেপিৰ এজনৰো সেই গুণ নাই।
    তেখেতৰ সেইয়াই বিশেষ গুণৰ ফলতেই ভবিষ্যতৰ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰো।🙏🙏

  • @mriduldas6352
    @mriduldas6352 2 місяці тому +15

    জেললৈ যোৱাৰ ভয়ত আমাৰ মানুহ বুলি কোৱাত মোৰ কবলৈ ভাষা নাই

  • @dilipsaikia9506
    @dilipsaikia9506 2 місяці тому +23

    মুছলমানৰ মূৰত পিন্ধা টোপিটো পিন্ধি মুছলমানৰ ধৰ্মীয় অনুষ্ঠানত ইফটাৰ গ্ৰহণ কৰা, ৰাজনীতিৰ আদিপাঠ গ্ৰহণ কৰি যিটো দলত থাকি দলত বিশৃংখলতাৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰী হ'বলৈ বিচৰা সময়লৈকে কোনো দিনা কতো হিন্দুৰ হৈ মাত নমতা ফোপোলা ডিগ্ৰী লোৱাজনৰ কথা আমি কেনেকৈ বাৰু বিশ্বাস কৰিম! গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিল বাৰু! ঠেলাৱলা ৰিক্সাঅলাইও কাৰোবাক চৰিয়াব বুলি কোনে কৈছিল বাৰু! সেই উগ্ৰ ডিগ্ৰীধাৰী লোকজনৰ কথা আমি জনমে জনমে বিশ্বাস নকৰো। আমি আজন্ম হিন্দু। বালিত মুৰগোজা জনৰ হিন্দুত্বৰ ফৰ্মূলাত আমাৰ মুঠেই বিশ্বাস নাই। ৰাম মন্দিৰ আমাৰ হৃদয় ত আছে। ৰাম মন্দিৰ সাজি ঢাক ঢোল বজাই হিন্দুত্বৰ ধ্বজা উৰুওৱা সকলে ফৈজাবাদ (অযোধ্যা) তে ৮৫ শতাংশ হিন্দু থকা ঠাইতেই নিৰ্বাচন জিকিব নোৱাৰিলে! সেই হিন্দুত্বৰ কেচেট শুনাতো উজনি মধ্য নামনিৰ সকলো লোকেই বন্ধ কৰিলেই মঙ্গল হব বুলি ভাবো। মুল্য বৃদ্ধি আকাশলঙঘী হৈছে, নিয়োগৰ সুবিধা নাইকিয়া হৈ আহিছে, চৰকাৰৰ ফ্ৰী বস্তুবোৰৰ মুখলৈ নাচায় নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা অৱস্থা নাইকিয়া কৰি অনাৰ পিছতো সকলোফালে চমৎকাৰ উন্নয়নৰ ফটাঢোল বজোৱাত আমি মুঠেই গুৰুত্ব নিদিওঁ।

    • @digantapegu8977
      @digantapegu8977 2 місяці тому +1

      100%correct.

    • @jurihandiquegogoi9173
      @jurihandiquegogoi9173 2 місяці тому

      বিজেপি ৰ মন্ত্ৰী সকলে টুপী পিন্ধি ইপতাৰ কৰা নাই দেখা নেকি, আপুনি অন্ধ ভক্ত ।

    • @ChayanikaSaikia-kl8fs
      @ChayanikaSaikia-kl8fs 2 місяці тому

      Dilip saikia r kotaha খিনি জুৰি handiqe এ বুজি নাপালে।

  • @dadugogoi5548
    @dadugogoi5548 2 місяці тому +47

    হাঁহি উঠে। এজন মুখ্য মন্ত্ৰীৰ মুখৰ লেকাম নাইকীয়া বাক্য। কি কব ? 😙😀😃🤣

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k 2 місяці тому +19

    গৌৰৱ গগৈ লগত আমি সদায় থাকিম। ভাৰত ধমনিৰপেশ দেশ ইয়াত হিন্দু মুছলমান ৰ কি কথা আছে তেওলোকৰ কথা কৈ থকাতকৈ দেশৰ উন্নতিৰ কথা চিন্তা কৰিব লাগে🎉🎉🎉

    • @user-lj8yl5vk4z
      @user-lj8yl5vk4z 2 місяці тому

      Tumar mati jetiya loi Lobo gom pabo.

    • @LutfulFulwar
      @LutfulFulwar 2 місяці тому

      Right 👍

    • @LutfulFulwar
      @LutfulFulwar 2 місяці тому +1

      ​@@user-lj8yl5vk4zএইখন পৃথিৱী হয় , তুমি নিজৰ আইক ভাল পালে আনৰ আইক ঘৃণ কৰা জানো উচিত 😠😠

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 2 місяці тому +19

    অতি সুন্দৰকৈ কথাখিনি বুজাই দিছে আপুনি, ভাল লাগিছে, বৰ্তমানৰ বিজেপি চৰকাৰ খন অতি অহংকারী, অহংকারীৰ অধঃপতন হবই, সত্য কথা।

  • @JakirHussain-ru1ul
    @JakirHussain-ru1ul 2 місяці тому +11

    আপোনাৰ কথাখিনি ইমান ভাল লাগিল যে বাৰে বাৰে শুনিব মনযাই আছে । এনেদৰে আপোনালোকে ৰাইজৰ হৈ কামকৰি যাওক ধন্যবাদ ।

  • @GUNINBHUYAN-pj2ve
    @GUNINBHUYAN-pj2ve 2 місяці тому +15

    হিমন্তৰ দুই নম্বৰী বজাৰখন জনিকা পৰিবলৈ বেছি দিন নাই।

  • @alokbarman8982
    @alokbarman8982 2 місяці тому +23

    এজন সত আৰু সাহস থকা মনুহ। তেওঁ এদিন চীফ্ অফ আছআম হব ।

  • @pritidehingia759
    @pritidehingia759 2 місяці тому +26

    মামা😂😂😂😂,,,শকুনি মামা কুৰুক্ষেত্ৰ যুদ্ধৰ মুল নায়ক আছিল, ক‌ংস মামায়ে নিজ ভগ্নীকো অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল ।মামা নামাকৰণ টো শুভ সংকেত নহয়,,,

  • @faridaahmed5968
    @faridaahmed5968 2 місяці тому +26

    Gourab is a symbol of unity, strength and positivity for assam, s people.

  • @monjitchangmai4123
    @monjitchangmai4123 2 місяці тому +18

    কৰমই ধৰ্ম । কৰম কৰি যাওক গৌৰৱ হবই।

  • @ktamuli6039
    @ktamuli6039 2 місяці тому +36

    নেতাসকলৰ কথনশৈলী আদৰ্শগত হোৱা উচিত। এই ক্ষেত্ৰত গৌৰৱ গগৈয়ে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিছে ।

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 2 місяці тому

      Bal palon korise

    • @ktamuli6039
      @ktamuli6039 2 місяці тому

      @@SAILENDRAPRASADGOSWAMI অভদ্ৰ । গোস্বামী উপাধিৰ ব্যক্তিসকলক সংস্কাৰী বুলি আমি ভাৱো ।

  • @user-yz2rj5xt5s
    @user-yz2rj5xt5s 2 місяці тому +7

    গৌৰৱ গগৈ অসমৰ এজন সুদক্ষ নেতা। কিন্তু সংসদত অসমৰ হকে মাত মাতি কিবা দাবি কৰা অনআৰযে ক্ষমতা অসমৰ সংসদ সকলৰ নাই এইটো ডাঙৰ সমস্যা।য'ত অন্য ৰাজ্য এই ক্ষেত্ৰত আগবঢ়া। বিহাৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ ক্ষেত্ৰত চাওঁক।

  • @user-hs8cp9de1t
    @user-hs8cp9de1t 2 місяці тому +13

    ভুপেন হাজৰীকাই গিতট গাইছিল আজিৰ অসমিয়াই নিজক নিছিনিলে অসম ৰসাতলে জাব।

  • @pranatiborthakur9462
    @pranatiborthakur9462 2 місяці тому +15

    গৌৰৱ গগৈ অসমৰ সুযোগ্য নেতা, নতুন প্ৰজন্মৰ বাবে আদৰ্শ।

  • @AbdulSahez
    @AbdulSahez 2 місяці тому +14

    আমাক ধৰ্মলৈ ৰাজনীতি কৰা নেতাৰ প্ৰয়োজন নাই ।অসমত মূূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে ।

  • @nipendranarayanmedhi876
    @nipendranarayanmedhi876 2 місяці тому +9

    বিজেপিৰ বিপদ কালে বিপৰীত বুদ্ধিৰ জন্ম হৈছিল, তাৰে ফল পাইছে, গৌৰৱ গগৈ অতি ভাল মানুহ।

  • @DebojitkrboraBora
    @DebojitkrboraBora 2 місяці тому +34

    ।।তাহানিৰ কুৰুক্ষেত্ৰৰ মামা আৰু অসম চৰকাৰৰ মামাৰ।।বচন সমুহ একে জন ৰছকেই ৰচনা কৰা যেন লাগে।।

  • @Sikhabordoloi-xk7ug
    @Sikhabordoloi-xk7ug 2 місяці тому +16

    গৌৰৱ গগৈ ডাঙৰীয়ালৈ স্বাগতম।

  • @bhukanchungkrang51
    @bhukanchungkrang51 2 місяці тому +27

    বিশেষকৈ অসমীয়া মানুহে হিন্দু মুছলিম বুলি নাভাবে। ৰাজনৈতিক মুনাফাঅৰ্জনৰ
    কৰা সকলে হিন্দু মুছলিম বুলি ভাবিবলৈ বাদ্য কৰায়।
    পিছে ৰাইজে বুজি পাইছে,

  • @bimalgogoi6026
    @bimalgogoi6026 Місяць тому

    গৌৰৱ গগৈৰ দক্ষতা সম্পৰ্কত অসমৰ জনসাধাৰণৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে ইতিমধ্যে বুজি উঠিছে,সংসদত হিন্দী, আৰু ইংৰাজী ভাষাত গৌৰৱ গগৈৰ দেৱে সৱল ভাৱে যুক্তি প্ৰদৰ্শন কৰা সকলোৱে প্ৰত্যক্ষ কৰি আহিছে । সেয়েহে, আমি ভাৱো , তেওঁ পৰৱতী মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে, আৰু 2026ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । কিয়নো ,গৌৰৱ গগৈ সকলোৰে অতি প্ৰিয় ।গৌৰৱ গগৈ জিন্দাবাদ ।❤❤❤

  • @janarddansenapati8904
    @janarddansenapati8904 2 місяці тому +4

    ৰাইজে এই বাৰ উচিত সিদ্ধান্ত লৈছে । জনপ্ৰতিনিধি গণতান্ত্ৰিক হোৱাটো বিচাৰিছে ।

  • @advika...8603
    @advika...8603 2 місяці тому +4

    গৌৰৱ গগৈ অসমৰ গৌৰৱ ❤❤❤

  • @MamuBora-wn5wf
    @MamuBora-wn5wf 2 місяці тому +12

    News 18 zindabad

  • @sureshmohan8165
    @sureshmohan8165 2 місяці тому +17

    Himonta বৰ্ণহিন্দু ৷আমি বৰ্ণহিন্দুক ঘিণা কৰো৷

    • @carshorts7621
      @carshorts7621 2 місяці тому

      আমাৰ আহোমৰ নিজা ধৰ্ম আছে পৰিচয় আছে।

  • @user-wi1vh8zj4u
    @user-wi1vh8zj4u 2 місяці тому +9

    গৌৰবক আমক লাগে

  • @Randeep-kb1xh
    @Randeep-kb1xh 2 місяці тому +14

    এনেকৈ কংগ্ৰেছত ঘূৰি অহাৰ পথত মুকলি কৰিব যেতিয়াই কেন্দ্ৰত বিজেপিৰ নিশ্চিত ভাৱে শাসনৰ শেষ পতন ঘটিব লগে লগে বিজেপি ত্যাগ কৰি আকৌ কংগ্ৰেছত যোগদানৰ চেষ্টা কৰিব ।

  • @jyotidoley9484
    @jyotidoley9484 2 місяці тому +2

    গৌৰৱ গগৈ অসমৰ গৌৰৱ আমাৰ গৌৰৱ

  • @puremathematics3013
    @puremathematics3013 2 місяці тому +12

    Real hero.

  • @user-cx1ph1jt6j
    @user-cx1ph1jt6j Місяць тому

    এখন ৰাজ্যৰ মুখ্যমন্থীজনে আমাৰ তোমাৰ মানুহ পাৰ্থক্য দেখুৱাই ঘৃনণীয় ধৰ্মীয় ৰাজনীতিহে অসমবাসিৰ বাবে অসনি সঙ্কেট হব ।আপোনাৰ নিৰপেক্ষ বিশ্লেষণৰ বাবে ধন্যবাদ ।

  • @kanaktalukdar2847
    @kanaktalukdar2847 2 місяці тому

    অতি সুন্দৰ বিশ্লেষণ ,গৌৰৱ গগৈ অসমৰ এক শক্তিশালী নেতা ,অসমৰ ভবিষ্যত ।

  • @ManjuPhukon-nc9cn
    @ManjuPhukon-nc9cn 2 місяці тому +4

    কিছুমান সাংবাদিকে নিৰপেক্ষ ভূমিকা লোৱা যেন নালাগে ।কিন্তু নিৰপেক্ষ ভাৱে সত্য বাতৰি পৰিবেশন কৰাটো আমি সকলোৱে বিচাৰোঁ ।তাৰোপৰি কিছুমান বাতৰি বৰ পেঘেনিয়া ই থাকিলে বৰ আমনি লগা হয় ।আপোনাৰ বিশ্লেষণ ভাল লাগিল হাজৰিকা ডাঙৰীয়া ।

  • @lakheswarborah3046
    @lakheswarborah3046 2 місяці тому

    গৌৰৱ গগৈ প্ৰকৃত জননেতা হওক তাৰ বাবে আশা ৰাখিছোঁ ।

  • @maamirhussain3196
    @maamirhussain3196 2 місяці тому +2

    ইমান দিনে News 18 অসম ৰাইজৰ পক্ষত নাছিল।এতিয়া আপোনালোকৰ বিশ্ব গুৰুৰ বেয়া দিন দেখিহে আপোনালোকে ভালকৈ কথা কবলৈ ধৰিছে

  • @UpenBora-gq5hp
    @UpenBora-gq5hp 2 місяці тому +1

    গৌৰৱ আমাৰ গৌৰৱ 26 মুখ্য মন্তি

  • @mandirabordoloi5708
    @mandirabordoloi5708 2 місяці тому

    গৌৰৱ গগৈ বিৰাটভাল মানুহ আগলৈকে স্বভাৱ লৈ নামলৈ দেউতাকৰ দৰে ৰাইজৰ মাজত জিলিকি উঠে অহ্ংকাৰীনহয়সহজ সৰল মানুহ সা্ংবাদিকজনেবৰ ধুনীয়া কথা কৈছে , সুন্দৰ গৌৰৱ গগৈৰ ডাঙৰীয়া লৈ চাগতম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n Місяць тому

    বিজেপিৰ চৰকাৰ অহাৰ লগে লগেই মুল্য বিধিয়ে জনতাক জুৰুলা কৰি দিলে বিদ্যুতৰ বিল যেতিয়া আহে তেতিয়াই বিজেপিক ভুট নিদিও বুলি কৈ দিয়ে বতমান ৰাইজ বিজেপিৰ কাষত নাই গৌৰৱ জিন্দাবাদ যোৰহাটৰ দৰে পঞ্চায়ত নিৰ্বাচনত বিধান সভাৰ নিৰ্বাচনত উওৰ দিব ৰাইজে ধন্যবাদ

  • @runuchutia4464
    @runuchutia4464 2 місяці тому +2

    গৌৰৱ গগৈ অসমৰ গৌৰব

  • @user-mk8ui3ov4d
    @user-mk8ui3ov4d 2 місяці тому +2

    নিজৰ জেগাত সকলো জাতিকে শান্তিৰে থাকিবলৈ দি উন্নয়ন ৰ কথা চিন্তা কৰক বিষয় ববীয়া সকলে

  • @mofidrohman6393
    @mofidrohman6393 2 місяці тому +2

    এতিয়া দেখিছোঁ চৰকাৰক অকল টকা লাগে। ৰাইজৰ যি হক।

  • @bishnuboro3165
    @bishnuboro3165 2 місяці тому +4

    অহঙ্কাৰ ইশ্বৰে কেতিয়াও মাফ নকৰে ।আমি আতাই ভবাৰ দৰে মাৰ গৰ্ভত হিন্দু মুছলিমৰ জন্ম হোৱা লোৱাতো কোনেও কব নোৱাৰাৰে ।

  • @anatagogoi7868
    @anatagogoi7868 2 місяці тому

    গৌৰৱ গগৈৰ জয়ী হোৱাৰ আঁৰত যোৰহাট বাসী ৰাইজ যে নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হয় , তাকে প্ৰমাণ কৰিলে !

  • @user-tk7pf8vl2p
    @user-tk7pf8vl2p 2 місяці тому +3

    Yes yes yes sir very Very good

  • @khogenborah8276
    @khogenborah8276 2 місяці тому +3

    Gaurav Gogoi is the asset of India.May God bless him ! 🙏

  • @BabitaPokhrel-so5vb
    @BabitaPokhrel-so5vb Місяць тому

    Gaurv gogoi zindabad next Cm Goruv gogoi zindabad congress party zindabad

  • @prasannakeot1495
    @prasannakeot1495 2 місяці тому +2

    মুখ্যমন্ত্ৰী দাঙৰীয়া এজন চতুৰ ও দক্ষ ৰাজনীতিক বুলি বহুতে ক'ব খোজে কিন্তু এই চতুৰালি আৰু দক্ষতা ৰাজ্যৰ জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰত আৰু ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা সুবিধা আদায় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাতো উচিত। তাকে নকৰি মুখ চুপতি মৰাত এই চতুৰালি আৰু দক্ষতা প্ৰকাশ কৰি লাভ নাই।

  • @HarekrishnaBora
    @HarekrishnaBora 2 місяці тому

    গৌৰৱ গগৈৰ পৰা আৰম্ভ হব এক নতুন ধাৰাৰ ৰাজনীতি।

  • @SukurAli-yz1wj
    @SukurAli-yz1wj 2 місяці тому

    এইবেলি আমি কংগ্ৰেছক ভোট দিছোঁ ;অহাবেলি আমি বি জে পি-ক ভোট দিব পাৰোঁ ; সেইটো আমাৰ প্ৰাৰ্থী জনৰ গুণাগুণৰ ওপৰতে নিৰ্ভৰ কৰিব ।

  • @AbdulBarik-ku2rt
    @AbdulBarik-ku2rt Місяць тому

    গৈরব গগৈ অসমর গৈরব

  • @moizuddinsikdar3562
    @moizuddinsikdar3562 2 місяці тому +1

    জাতি ধৰ্মক লৈ ৰাজনীতি কৰিব নালাগে।

  • @rituborah6961
    @rituborah6961 2 місяці тому +4

    Your news is very excellent.❤

  • @MinaDutta-ln9dj
    @MinaDutta-ln9dj 2 місяці тому

    গৌৰব গগৈ ভাল নেতা যোৰহাট বাসিয়ে বৰ ভাল পায়৷

  • @SukurAli-yz1wj
    @SukurAli-yz1wj 2 місяці тому

    মুখ্যমন্ত্ৰীৰ মতে হিন্দু হোক আৰ মুছলিম হোক কংগ্ৰেছক ভোট দিয়াজনেই সাম্প্ৰদায়িক।সেইটো কেনেকুৱা কথা; মোৰ মতে প্ৰাৰ্থীৰ গুণাগুণৰ ওপৰত ৰাইজে ভোট প্ৰদান কৰিব সিয়ে হিন্দু হোক আৰ মুছলিম হোক । এজনে অতি সহজে ভোটাৰৰ মন জয় কৰিব পাৰে কোনোবাই নোৱাৰে; ইয়াত সাম্প্ৰদায়িকৰ কোনো কথা নাই।

  • @dadulali2185
    @dadulali2185 Місяць тому

    অবিভক্ত শিৱসাগৰ জিলাই প্ৰমাণ দাঙি ধৰিলে সংসদলৈ গৌৰৱ গগৈ আৰু বিধানসভালৈ অখিল গগৈক নিৰ্বাচিত কৰি প্ৰকৃত জাতিয়তাবাদৰ ।

  • @garimagogoi2647
    @garimagogoi2647 2 місяці тому

    গৌৰৱ গগৈৰ গৌৰৱ অসমৰ গৌৰৱ।

  • @nalinchandragogoi2600
    @nalinchandragogoi2600 2 місяці тому

    গৌৰৱেহে অসমৰ প্ৰকৃত গৌৰৱ

  • @binaydas9396
    @binaydas9396 2 місяці тому

    এজন দক্ষ মানুহৰ জয় হৈছে।

  • @dandeswarsaikia7110
    @dandeswarsaikia7110 2 місяці тому

    2026 ত প্ৰতিটো সমষ্টিত গৌৰৱ গগৈয়ে আপ্ৰান চেষ্টা চলাব যোৰহাটৰ দৰে ।

  • @ranjanborah6352
    @ranjanborah6352 2 місяці тому

    গৌৰৱ গগৈ জিন্দা বাদ

  • @samudranathdeka4879
    @samudranathdeka4879 2 місяці тому

    সঁচাকৈয়ে CM Sir এ 11 seat লৈ ভাৰতবৰ্ষক দেখুৱাই দিলে দেই ! ধন্য অসমৰ CM Sir.

  • @rameshdas9195
    @rameshdas9195 2 місяці тому +4

    Hero no 1 g.gogoi😊

  • @sisuboroweareverylose351
    @sisuboroweareverylose351 2 місяці тому

    গৌৰব অসমৰ গৌৰৱ

  • @traveler590
    @traveler590 2 місяці тому

    Gourav Gogoi very good person next Cm assam

  • @HarenGogoi-my4kw
    @HarenGogoi-my4kw 2 місяці тому +4

    EXCEPTIONAL NEWS

  • @dadulali2185
    @dadulali2185 Місяць тому

    গৌৰৱ গগৈ তুলনাহীন নেতা

  • @monjuladutta433
    @monjuladutta433 2 місяці тому +1

    সঁচা কথা কৈছে ৰাস্তা ঘাটৰ অৱস্থা নাই , বস্তুৰ দাম আকাশ লঙ্ঘা হৈছে সাধাৰণ জনতা মৰিল

  • @dadulali2185
    @dadulali2185 Місяць тому

    হিমন্ত বিশ্ব শৰ্মাইহে অসমৰ সমাজ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে, অসমীয়া জাতিৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আচলতে সাম্প্ৰদায়িক কোন জনতাই বুজি উঠিছে। ইতিহাস সাক্ষী হৈ আছে ইতিহাস প্ৰসিদ্ধ আহোমৰ ছয়শ বছৰৰ ৰাজত্বৰ অৱসান কেনেকৈ ঘটিছিল।ধৰ্ম জাত পাতৰ ৰাজনীতিত বহুত দিন কোনো ৰাজনৈতিক দল টিকি থাকিব নোৱাৰে।

  • @aparajitaphukan1371
    @aparajitaphukan1371 2 місяці тому

    Xundorkoi kotha bilak koise , bohut bhal lagil , thank you .

  • @santanurajkonwar4093
    @santanurajkonwar4093 2 місяці тому

    বিবেক ভোটাৰে এইবাৰ বি জে পিক নাকচ কৰিছে। আগন্তুক বিধানসভা নির্বাচনতো এই ধাৰা অব্যাহত থাকিব।

  • @Sumeswerborah
    @Sumeswerborah 2 місяці тому

    ৰাইজৰ সেৱা মহান ।

  • @sadekaliprodhani351
    @sadekaliprodhani351 Місяць тому

    Gaurav Gogoi is an impartial leader of Assam.

  • @PranabNazareyr
    @PranabNazareyr 2 місяці тому +2

    No body can challance with Gourav,becouse Gourav is next CM in Assam.

  • @pompipatgiri
    @pompipatgiri Місяць тому +1

    মুখ্য। মন্ত্ৰী।হিমনত ই।যুৱ। কঙৰেছৰ। সভাপতি।।পীয়ুজ। হাজৰিকাৰ।দাৰায়।জোৰ।কৰি।। কঙৰেছৰ। সদস্য কৰাইছিল।নহ'লে।আজি।গৌৰৱ। আমেৰিকা যুক্তৰাষ্ট্ৰত।থাকিলহতেন

  • @jitenkonwar3091
    @jitenkonwar3091 2 місяці тому

    বৰ্তমান সকলোৱেই সচেতন, সকলোৰেই জন প্ৰতিনিধি সকলৰ বক্তব্য, কৰ্মকাণ্ড লক্ষ্য কৰিহে সচেতন লোকে ভোট প্ৰদান কৰে। অদূৰদৰ্শী ধৰ্মান্ধ লোকক সকলোৱেই ত্যাগ কৰা উচিত।

  • @swarnapachani4653
    @swarnapachani4653 2 місяці тому +1

    পুৰণা বিজেপিক হতাই দিব নালাগিছিল।

  • @nizumonidihingia2708
    @nizumonidihingia2708 2 місяці тому

    গৌৰৱ গগৈ নিচিনা সদ ব্যক্তি লাগে।

  • @junalimili9745
    @junalimili9745 2 місяці тому +2

    Very good news❤🙏good job

  • @UpenBora-gq5hp
    @UpenBora-gq5hp 2 місяці тому

    গৌৰৱ আমাৰ গৌৰৱ 26 মুখ্য মন্ত্ৰি

  • @user-vi7mj4hb8p
    @user-vi7mj4hb8p 2 місяці тому +3

    Good news

  • @bhargavphukan7474
    @bhargavphukan7474 Місяць тому

    গৰব গগে জই 🎉

  • @user-re8xj7hr1o
    @user-re8xj7hr1o 2 місяці тому +4

    Honesty best policy mamai sikibo lage

  • @utpaldutta8543
    @utpaldutta8543 2 місяці тому

    Gourav Gogoi next Chief minister of Assam

  • @mkneog9039
    @mkneog9039 2 місяці тому +3

    Today's generation (including me) need development not Hindu Muslim fighting or politics

  • @SukurAli-yz1wj
    @SukurAli-yz1wj 2 місяці тому

    মাননীয় মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈ ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰিছে আৰু ৰকিবুল হুছেইন চাহাবে আমেৰিকাত জন্মগ্ৰহণ কৰিছে নেকি ? মা, মুখ্যমন্ত্ৰী চাহাবক অনুৰোধ জনাইছোঁ এনেকুৱা বক্তব্যৰ পৰা বিৰত থাকিবলৈ ।

  • @akbarhossain2179
    @akbarhossain2179 2 місяці тому

    Gaurav Gogai is a symbol of secularism and a man of courage , wisdom and generosity and we want him to be CM of Assam in future..

  • @MinaBoruah-tc2cx
    @MinaBoruah-tc2cx 2 місяці тому +2

    Good News

  • @BeastBangla490
    @BeastBangla490 2 місяці тому +2

    V ery good news

  • @BhabenBhuyan-yl7co
    @BhabenBhuyan-yl7co 2 місяці тому +4

    Very nice conference