EKU JE NAI - ZUBEEN GARG | SILAA

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 2,5 тис.

  • @hemantaraj2347
    @hemantaraj2347 3 роки тому +448

    সংগীতৰ ৰজা আমি পাতিছো। আপোনাক আমি আজিও বুকু ফিন্দাই কও আমি জাক ৰজা পাতিছো আমাৰ ভুল হোৱা নাই। জয় জুবিন দা

  • @zaainali8266
    @zaainali8266 3 роки тому +70

    World Most underrated Singer in World
    Luv u Zubeen Dada
    Love from Pakistan

    • @nayandeka305
      @nayandeka305 3 роки тому +6

      He isn't underrated dude. He is devoted in Assam by Assamese people ❤️

  • @BrahmaputraDevotional
    @BrahmaputraDevotional 3 роки тому +56

    মানুহৰূপী ভগৱান(দাদা)ৰ চিলা, উভতি চোৱা আৰু অগ্নিবীণাৰ তানৰ পিছত এইবাৰ একো যে নাই ৷
    Going One of the Hit…❤️
    জয় জুবিন দা
    #একোযেনাই
    #চিলা
    #Silaa
    #Eku_Je_Nai

    • @sankarikalakristivikashken3377
      @sankarikalakristivikashken3377 3 роки тому +2

      জুবিনৰ চিলা এলবামৰ এতিয়ালৈকে Release হোৱা আটাইকেইটা গীতেই ভাল লাগিছে

  • @nipuneog5181
    @nipuneog5181 3 роки тому +21

    Refreshing and energizing voice which
    gives goosebumps...
    Pride of ASSAM ZUBEEN ... 🤘🤘🤘
    MAY you live long my idol...

  • @zubendalover1313
    @zubendalover1313 3 роки тому +32

    Zubeen da আপুনি যোগে যোগে জীয়াই থাকক ।আমাৰ অসম বাসীৰ আশীৰ্বাদ। আপুনি অসমৰ মহান গায়ক ।

  • @jugalbaishya5482
    @jugalbaishya5482 3 роки тому +116

    "একো যে নাই" তাত বহুত কিবা কিবি আছে।। তাত বিচৰাৰ দায়িত্ব আমাৰ❤️❤️
    Joi জুবিন দা❤️❤️❤️

  • @rupamborahofficial4629
    @rupamborahofficial4629 3 роки тому +130

    Release নোহোৱাৰ আগতে Studio ত শুনিছিলোঁ♥️ তেতিয়াই বুকু কপি চকুৰ পানী ওলাই আহিছিল ♥️কাৰণ সৰুৰে পৰা যাৰ গান শুনি ডাঙৰ হলো তেওঁৰ সন্মুখত তেওঁৰ release নোহোৱা গান live গাই থকা দেখিবলে আৰু শুনিবলে পাইছিলোঁ, বহুত সুখী মই 💞
    জুবিন দা 💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞

    • @BORGOSS4473
      @BORGOSS4473 2 роки тому +1

      Ooo , dada val ne apunar , apunar comment tu pohiye kiba ata Val lagil tq

  • @zubeenlesner4056
    @zubeenlesner4056 3 роки тому +261

    জুবিন দা আপুনি আমাৰ জীয়াই থকাৰ প্ৰেৰণা। নিজতকৈ আপোনাক বহুত ভাল পাও। লাভ ইউ দাদা😘😘😘❤️❤️❤️

    • @Anubhobihur
      @Anubhobihur 3 роки тому +1

      It's my feeling 😍

    • @bornobgogoi2735
      @bornobgogoi2735 3 роки тому

      ,🤭🤭🤭🤭🤭🤭🤭🤣🤣😜😜😜

  • @rupankarchoudhury5107
    @rupankarchoudhury5107 3 роки тому +1

    একো যে নাই! উফ! জুবিন দা একো যে নালাগে মাথোঁ দি যোৱা আমাক অনুপম সৃষ্টিৰ সুবাস! One of the best. অন্য গীতিকাৰ সকলৰ বাবে এক আদৰ্শ এই গীতটো! জুবিন দাৰ গীতৰ অন্যতম TRP আছিল lyrics. আমি যেন সেই পুৰণিদিন ওভতাই পাইছো এই গীতটোৰ কথাংশত!

  • @pragyan152
    @pragyan152 3 роки тому +9

    Goosebumps..feels lyk 90's raw zubeen is back with a bang...love u 3000..

  • @digantakalita5882
    @digantakalita5882 3 роки тому +48

    জুবিন দাৰ প্ৰতিটো গানৰ সোৱাদ বেলেগ বেলেগ। প্ৰতিটো গানতেই নতুনত্ব পাও, নিজক বিচাৰি পাও।লাভ ইউ দাদা। তই এনেকৈয়ে চিৰসেউজ হৈ থাক।
    তই আমাৰ আৱেগ।
    তই আমাৰ অহংকাৰ।
    জয় জুবিন দা ❤️

  • @twoassamesesisters6124
    @twoassamesesisters6124 3 роки тому +163

    🇿 🇺 🇧 🇪 🇪 🇳
    🇬 🇦 🇷 🇬
    💛জুবিন দাৰ কাৰণে পগলা হৈ থকা সকলে এটা লাইক মাৰি দিয়া👍জুবিন দাৰ গান লাইক মাৰিবলৈ জানো শুনি চাব লাগে👍
    👇

  • @bklstatus
    @bklstatus 3 роки тому +41

    জীৱনটো ৰঙীন,
    মই উপভোগ কৰিব নাজানো,
    সকলোতে নিচা আছে,
    মই অনুভৱ কৰিব নাজানো,
    মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,
    একমাত্ৰ মইয়ে নেকি জুবিন দাৰ অবিহনে থাকিব নোৱাৰো। love you zubeen da ❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @susmitasarmah789
    @susmitasarmah789 3 роки тому +63

    অসমৰ আপুৰুগীয়া সম্পদ 🥰🥰Zg❤️❤️😘😘😘😘

  • @dhunubg8460
    @dhunubg8460 3 роки тому +50

    পানচৈ তুলুং ভুটুং চৈ দে চৈ দে,......কিজে অনুভৱ আৰু কল্পনাৰ সুমধুৰ মিশ্ৰণ। 🥰 জয় জুবিন দা ✌

  • @durlovhatiboruah4950
    @durlovhatiboruah4950 3 роки тому +5

    জুবিন দা নামটোৱে হৃদয়ৰ নিভাঁজ কোণত জীৱনৰ প্ৰতিটো উশাহৰ পললৈ❤️❤️❤️🖤🖤💜💜

  • @mixentertainment7231
    @mixentertainment7231 3 роки тому +8

    zubeen da r album manei gotei keita hit❤️ silaa👌💯

  • @dipankarchetia5105
    @dipankarchetia5105 3 роки тому +6

    বহুত ভাল হৈছে জুবিন দা, চিলাৰ গোটেইকেইটা গানৰ ভিতৰত Best হৈছে ।।।

  • @AbhijitDas-iy9nf
    @AbhijitDas-iy9nf 3 роки тому +12

    মজা জুবিন দা😍😍 গানটো শুনাৰ পিছত আৰু যেন একো নাই যেন পৃথিৱীত লাগিছে!! কেৱল এইটো গানৰ সুৰ কণ্ঠই কাণত বাজি আছে অলপ আগত শুনাৰপৰা💚💚💚💚💚💚💘💘

  • @smritd779
    @smritd779 3 роки тому +2

    Speechless____🌸❤️❤️❤️
    Zubeen da বাৰুকৈয়ে মুগ্ধ কৰে তোমাৰ প্ৰতিটো গানে___ love you bro stay blessed
    L💗VE from Alexandria Middle East.

  • @TechboyAssamOfficial
    @TechboyAssamOfficial 3 роки тому +96

    মাতটো যেন আজিওঁ সিংহৰ দৰে roar দি আছে আমাৰ মাজত।। বৰ মৰমৰ অ জুবিন দা তই আমাৰ ❤️🙏👌

  • @dipankarborahvlogs6225
    @dipankarborahvlogs6225 3 роки тому +84

    যোৰহাট ৰ পৰা গোলাঘাট পালোহি ,অকল এইগানটোৱে শুনি শুনি ,আৰু শুনো শুনো লাগি আছে ,দাদা তুমি আপুৰুগীয়া সম্পত্তি অসমৰ বাবে
    ZG💐😍

  • @nurulahmed8934
    @nurulahmed8934 3 роки тому +6

    another masterpiece by Zubeen da, lyrics and words delivery is awsome.... 👌👌👌👌

  • @parthakalita192
    @parthakalita192 3 роки тому

    Zubeen da apuni akmatro kontho xilpi hoi jar idea bilak aan aan artistot koi olop basi unique....💖💖💖💖

  • @udhabbordoloi3916
    @udhabbordoloi3916 3 роки тому +1

    Mojja Zubeen da❤️❤️❤️

  • @binoddas151
    @binoddas151 3 роки тому +34

    This is real Zubin Garg,we want Zubin Da in this field only ,Long live Zubin Garg

  • @a_goal_apsc
    @a_goal_apsc 3 роки тому +6

    Oh god I still wait for this song🎤🎶🎶🎶🎶 🥰😍😍😍😍😍😍😘😘😘love❤ u zubeen daaa. Love❤ you lot............... Infinity.....

  • @angshumanbora5411
    @angshumanbora5411 3 роки тому +6

    Agor jantra album r feel tu ahise❤️❤️

  • @driver526
    @driver526 3 роки тому +1

    Bikhek nokou Amar mazot jate xodai zubeen dai anekoi modhur geet bur di jay aru bhogobane jate tewok val dore rakhe🥰🥰🥰🥰🥰Love from barpeta🥰🥰🥰🥰

  • @marulidharrabha8339
    @marulidharrabha8339 2 роки тому +2

    ❤️❤️পাষান পৃথিৱী, নিষ্ঠুৰ মানুহ স্বাৰ্থৰ বিনিময়ত সকোলোৱে বেহুশ, দূৰত গ'লে অভিমান, ওচৰত থাকিলে অভিনয়,মানুহ বৰ ৰহস্যময়, চিনিবলৈ বৰ কষ্ট হয়,,,। ভালে থাকক ভিতৰে ভিতৰে কষ্ট পোৱা সকল,,,। জয় জুবিন দা।❤️❤️

  • @brahmaputravalley7389
    @brahmaputravalley7389 3 роки тому +9

    Such type of rock/ metal influenced songs are very much absent in assamese music scene, only zubeen da have few songs...thanks for such experimental

  • @sasankabora3402
    @sasankabora3402 3 роки тому +5

    THANKS Zubeen daa,,every month,amak enekoi mitha gaan di juar karone,long live ZG.❤️

  • @manashipatar980
    @manashipatar980 3 роки тому +386

    কোনে কোনে জুবিন দাৰ এই গানটোৰ বাবে অপেক্ষা কৰি আছিলা লাইক দি যোৱা মৰমৰ জুবিন ককাই দেউৰ বাবে❤

  • @tanushreedevi5586
    @tanushreedevi5586 3 роки тому +1

    জুবিন দা সদায় প্ৰিয়...তেঁওৰ জীপাল সংগীতে আমাক সদায় জীয়াই ৰাখিছে
    ,জীয়াই ৰাখিব ❤️✨

  • @swagatamlahkar1227
    @swagatamlahkar1227 3 роки тому +1

    Eku je nai, kunu nai.. Kintu Zubeen da mur bhai, sobore bhai... log pabo mon jai ..akou mon jai..apunak saai...aai haar paai... axomi aai.. 🙏joi aai axom🙏

  • @prantikdas4110
    @prantikdas4110 3 роки тому +34

    কণ্ঠ সেই আগৰটোৱেই আছে।
    এনে লাগিছে যেন ৯০দশকৰ গীত শুনি আছোঁ। সেই দিনবোৰ উভতি অহাৰ নিচিনা লাগিছে।

  • @krishnakantalahon6167
    @krishnakantalahon6167 3 роки тому +3

    এ মজা জুবিন দা 😍😘🔥🔥জুবিন দাৰ গান শুনি আমনি নালাগে অ, প্ৰতিটো গানৰ মাজত মই নিজক বিচাৰি পাও...সুন্দৰ হৈছে! 😍❤❤

  • @mrinalkalita2701
    @mrinalkalita2701 3 роки тому +3

    One word is enough... '' KING 👑''

  • @ns_assam
    @ns_assam 3 роки тому

    বহুত বহুত ধন্যবাদ জুবিন দা... এই গীতটি আমাক উপহাৰ দিয়াৰ বাবে। 🙏

  • @abhijitbarman9980
    @abhijitbarman9980 Рік тому +2

    Only zubeen voice ❤

  • @angarikabaruah545
    @angarikabaruah545 3 роки тому +4

    একো যে নাই ❤️❤️❤️❤️।সঁচাকৈ কেতিয়াবা একো নাই.. তাৰ মাজতে থাকে কিবা এটা.. শব্দবোৰ❤️💓। এনেকুৱা শব্দৰ গানবোৰ সদায়ে প্ৰিয়।

  • @nayanjitsaikia4526
    @nayanjitsaikia4526 3 роки тому +82

    মাৰ মাতটোৰ পাছতে আপোনাৰ মাতটো প্ৰীয় ❤️

  • @bipzmusic7474
    @bipzmusic7474 3 роки тому +23

    জুবিন দাৰ গান বুলি জানিয়ে like মাৰি দিয়া বিধৰ প্ৰাণী মই।🤗🤗
    Love you Zubeen daaa😍😍🥰

  • @assamesetrader007
    @assamesetrader007 3 роки тому

    বহুত ধুনীয়া। ৰৈ আছিলোঁ গান তোৰ বাবে❤️ । গানটো শুনি শুনি trading কৰি আছোঁ। ❤️

  • @jyotistune3545
    @jyotistune3545 3 роки тому +1

    দাদাৰ গান শুনাৰ আগতেই লাইক দিয়া মানুহ মই । চিলাৰ গানকেইটাৰ কোনটো গানৰ কথা কম ভাবি পোৱা নাই । ইটোতকৈ সিটো চৰা । সকলোবোৰ জুবিন অনুৰাগীৰ চাগে একেই অনুভৱ হৈছে । জয় জুবিন দা♥️♥️♥️♥️

  • @rajibbaruah8580
    @rajibbaruah8580 3 роки тому +14

    ❤️জুবিন❤️যাৰ কন্ঠত পাগল মই❤️এবাৰ শুনিলে শুনি থাকিৱ মন যায় জুবিন দাৰ গানবোৰ❤️

  • @jumondutta1413
    @jumondutta1413 3 роки тому +5

    Best best ❤️ ... versatility of Zubeen Garg can be understand by this song 🙏

  • @informationbykthakuria5802
    @informationbykthakuria5802 3 роки тому +184

    ।। হৃদয় চুই গʼল ।।
    আৰু কিমান ৰ হৃদয় চুই গʼল?
    হৃদয় চুই যোৱা কেইজন এ like কৰক।।

    • @anupdas2023
      @anupdas2023 3 роки тому +2

      Like,ৰ ভিক্ষা বিচাৰাৰ emotional style টো ভাল লাগিছে 😂।
      Btw জুবিন দাৰ কণ্ঠই মন প্ৰাণ জুৰাই😌😌। তাক like'ৰে বাখ্যা কৰাৰ প্ৰয়োজন নাই। Like কৰাৰ মন আছে যদি videoটো like কৰা , কাৰোবাৰ comments like কৰি কি লাভ হ'ব।

    • @anupriyaYein
      @anupriyaYein 3 роки тому

      @@anupdas2023 right

  • @neetisharijit1637
    @neetisharijit1637 3 роки тому +1

    সুন্দৰ জুবিন দা । অসমৰ সংগীত জগতৰ আপুনিয়েই এক জ্বলন্ত তৰা। আপোনাৰ অবিহনে অসমৰ সংগীত জগতখন অসম্ভৱ হ'ব। আপোনাৰ প্ৰতিটো গানেই মোৰ ভাল লাগে দাদা। এইটো গানো বহুত ভাল লাগিছে শুনি লগতে ভিডিঅ'টোও যথেষ্ট সুন্দৰ হৈছে। আপোনাৰ উপস্থিতত সকলো সম্ভৱ দাদা। সদায় অসমীয়া সংগীত জগতৰ হকে কাম কৰি যাওঁক দাদা। ভাল পাওঁ আপোনাক আৰু সদায় ভাল পাই থাকিম দাদা ।❤️💕❤️

  • @dhirajbaruah2024
    @dhirajbaruah2024 3 роки тому +1

    Zubeen Daa'r gaan manei double motivation, double josh...!! Luv you Dada 💕👌🥰

  • @Babu..Lyricxzz
    @Babu..Lyricxzz 3 роки тому +1040

    চিলা 100 বাৰ মান শুনা কেইজনে
    Like মাৰা 🥰🥰🥰🥰

  • @biplobchutia5817
    @biplobchutia5817 3 роки тому +24

    গান বুলিলেই জুবিন দাদা ❤❤love you dada😘❤🖤

  • @nirmalbaishya3922
    @nirmalbaishya3922 3 роки тому +38

    north-east kihor babe bikhyat?
    legend says:for ZUBEEN GARG
    জুবিন দা you are the legend

  • @anubhavdas4487
    @anubhavdas4487 2 роки тому +1

    Zubeen garg with his piano is a pure nostalgic🥺..meghor boron days❤

  • @lksoundproduction9715
    @lksoundproduction9715 3 роки тому +1

    বহুত বহুত বহুত বহুত ........ সুন্দৰ গান

  • @noireetgogoi1913
    @noireetgogoi1913 3 роки тому +63

    Zubeen is not only a name it's an emotion of every Assamese guy

  • @rajkamal8530
    @rajkamal8530 3 роки тому +19

    King of assamese music industry zubeen daa

  • @poransaikia7457
    @poransaikia7457 3 роки тому +12

    Dear Zubeen da tumi jode okl oi kela oi kela buli O gua taku dintu huni thkim ❤😘 lots of love dada ❤

  • @h.b1792
    @h.b1792 3 роки тому

    Still চিলা চিলা চিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰু মই ......best song of the album so far

  • @digantakalita5882
    @digantakalita5882 3 роки тому +1

    Finally 1M Completed
    Love you Zubeen Da ❤️

  • @madhumita3011
    @madhumita3011 3 роки тому +3

    He is our pride🌈🌈 love❤ love💜 love❤ u zubeen da 😘😘😘

  • @ganeshpandeya1265
    @ganeshpandeya1265 3 роки тому +15

    I am Nepali Form Lumbini Butwal, I like jubeen garg song. lovely voice

  • @ADBVLOGS
    @ADBVLOGS 3 роки тому +22

    Voice of God 🔥😍

  • @parashmanikalita1534
    @parashmanikalita1534 2 роки тому +2

    Love you Zubeen Da..awesome work..loved it❤❤❤❤❤❤❤❤❤❤❤❤

  • @pankajkalita2632
    @pankajkalita2632 3 роки тому

    Zubeen Dar gaan beya hua buli kole mur Paap lgibo 😀😀😀 zubeen da aaa mojjjjaaaaa❤❤❤❤❤❤❤ love u dada from my heart

  • @bustobpritomborah4051
    @bustobpritomborah4051 3 роки тому +26

    Unique song unique concept... অসমত কেৱল জুবিন দাৰহে দম আছে এনেকুৱা গীতৰ।🔥

  • @deepuofficial8566
    @deepuofficial8566 3 роки тому +318

    Zubeen Garg is Assam's one and only artist who have all genres quality.

  • @dillkhush6032
    @dillkhush6032 3 роки тому +14

    ১ মিলিয়ন লাইক দিয়া জুবিন দাৰ বাবে 😍👍

  • @gouranganath1518
    @gouranganath1518 3 роки тому

    Baaa zubeen daa beleg love story Dy😋😋😋😋 I love it

  • @RahulDas-lb8un
    @RahulDas-lb8un 2 роки тому +2

    Finally found the place.. AALOHEE GHAR khetri.,, what an experience ❤️❤️❤️❤️

  • @Piyussarmashorts
    @Piyussarmashorts 3 роки тому +7

    এইখনেই জুবিন
    এইখনেই অসম
    Love From Shila Barpeta Assam।

  • @bobidulislam7790
    @bobidulislam7790 3 роки тому +11

    Wow lyrics,singing,music, starting all zubeen da love you zubeen da

  • @00iftikhar
    @00iftikhar 3 роки тому +5

    Rocks again.....

  • @mjbofficial784
    @mjbofficial784 3 роки тому +2

    Life time favourite....amar Zubeen da. Apunar pasot nijei gaan gaam bhabisu coz I don’t like others songs like you.

  • @DanceKaBhoot889
    @DanceKaBhoot889 3 роки тому

    kot zubeen da r gan ru kot bakiburor gan...ufff... ❤️

  • @debasishhazarika2296
    @debasishhazarika2296 3 роки тому +29

    Brk up 3din hoise thnx dada..aitu xuni xuni ye ex k pahoribo lgibo...♥️♥️♥️♥️🥺love uh dada ❤️❤️🥰

  • @zgdipankar9250
    @zgdipankar9250 3 роки тому +48

    প্ৰতি পল ৰৈ থাকো অঅঅ ককাইদেউ তোৰ গানৰ বাবে love you my dr kokaideu 💝♥️💙❣️💛💕

  • @nibir9454
    @nibir9454 3 роки тому +72

    জুবিন জীয়াই থকাৰ উৎস,সদায় সুখী থাকক দাদা 🙏

  • @moromikapayeng220
    @moromikapayeng220 2 роки тому

    You are the legend we are proud of you God 💓your all songs are messaging for everyone 😍you are the tiger 😎

  • @djnshyap3610
    @djnshyap3610 3 роки тому +2

    Incredible.....feel like flying back to Assam😭😭😭❤️❤️❤️❤️🙏🏻🙏🏻🙏🏻

  • @NilotpalSingha
    @NilotpalSingha 3 роки тому +3

    The music gives me goosebumps...👍

  • @nayanboruah3816
    @nayanboruah3816 3 роки тому +3

    Ultimate dada mojja lgi gl🔥🔥🔥🔥❤❤❤❤❤❤❤

  • @kkentertainmentaxom5934
    @kkentertainmentaxom5934 3 роки тому +57

    একক অনন্য জুবিন দা।। প্ৰতি মাহৰ 18 তাৰিখলৈ অপেক্ষা । একো যে নাই

  • @maraknitid
    @maraknitid 3 роки тому +1

    Always Awesome #ZubeenGarg

  • @zpm1364
    @zpm1364 3 роки тому +1

    Xsakoi ako nai...very interesting song. Love you zubeen da 💓

  • @nomadicassamese618
    @nomadicassamese618 3 роки тому +76

    গানটোত পুৰণি জুবিন দাক পাইছোঁ।❤
    Lyrics🔥❤

  • @dr_david78
    @dr_david78 3 роки тому +51

    আপোনাৰ প্ৰতিটো গানেই হিয়া চুই যায় জুবিন দা..❤❤

  • @dipankkarhazarika1981
    @dipankkarhazarika1981 3 роки тому +6

    Lyrics 🔥 music 🔥 in one line, the best song among those which already released, from Sila album

  • @parashmonibhuyan9760
    @parashmonibhuyan9760 3 роки тому +1

    Excellent Song....👌

  • @arindomboruah1423
    @arindomboruah1423 3 роки тому +1

    Sila album tur sbse bhal loga gaantu 😍

  • @drunofficials8834
    @drunofficials8834 3 роки тому +21

    সচাই অতুলনীয়
    Uff voice of god 🔥

  • @alakanandakakati1235
    @alakanandakakati1235 3 роки тому +11

    Jubin is unparalleled, also kudos to Prayas Sharma Tamuly/ Pompu, for his creative genre in his camera work ...

  • @ankurjyotinath4224
    @ankurjyotinath4224 3 роки тому +6

    Zubeen Garg is a legendary singer he sings more than 20,000 in 30 languages

  • @aldenkhongsit3918
    @aldenkhongsit3918 10 місяців тому

    I am Listening to your songs Sir since my childhood,,, Still continue listings to your respected songs.
    Big hug Zubeen Dada.
    Old is always Gold.
    Love your songs
    Majulir my childhood memories ❤

  • @trishnalaskar23
    @trishnalaskar23 3 роки тому

    জুবিন দাৰ প্ৰতিটো গানেই জীয়াই থকাৰ প্ৰেৰণা দিয়ে ......all time fvrt ❤

  • @ParthaPratimVlog
    @ParthaPratimVlog 3 роки тому +10

    ক'বলৈ ভাষা নাই। ইমানেই ভাল লাগিল।❤️ জয় জুবিন দা। 🙏

  • @technopal5205
    @technopal5205 3 роки тому +12

    Congratulations to all DHWANIRECORDS team for 900k subscriber ❤️

  • @simideka6899
    @simideka6899 3 роки тому +42

    "একো যে নাই"ত বহুত কিবা কিবি আছে।।।তাক বিচৰাৰ দায়িত্ব আমাৰ।।👍🏼👍🏻👌👌💚💚😘😘

  • @assamboy7188
    @assamboy7188 3 роки тому

    সুন্দৰ লাগিল শুনি দাদা আগলৈ এনেকৈ আমাক প্ৰেৰণা দি যাব ,,,জয় জুবীন দা 😍😍😍

  • @nibirnayan1523
    @nibirnayan1523 2 роки тому +1

    The god of Assamese music.. biggest fan of u ....joi zubeen da ❣️