Ei gaan tu Rumi Anjana Choudhury’e gua. Torali Xorma’e gua nohoi. Apuni UA-cam ot sabou pare teur gaan ti. “Mrinal kumar choudhury” r channel ot upload kora hoise.
This song has been recorded and sung by Rumi Anjana Choudhury, Not Tarali Sarma. Kindly do not spread misinformation and dishonour the rightful singer’s credit by portraying it as someone else’s. Really disappointed at your ignorance, Assamese Old Songs Channel. You have wrongfully taken the song from the channel and uploaded it under someone else’s name, which is absolutely shameful. Please make the necessary corrections.
@@dilipbhakat7149 I know man, but what you would call geet in English,may be song, borgeet may be greatestsong , whatever, let's make it simple and call only borgeet like you said, but while writing that comment I was not thinking of all those things and as I liked it I just post it Love this song, my apology. Somebody also said it in thier comments geet or Sangeet, you should also object them.
Xuni bor bhal lagil. Borgeet mur oti priyo. Kkrishna.
Bor bhal lagil. Oti monumuha hoishe. Xuveisa thakill. Krishna krishna!
Bor bhal lagil Borgeet ti xuni...❤
অতি সুন্দৰ, অতি মনোহৰ l আপোনাৰ পৰা আৰু বহু বৰগীত শুনিব পাম বুলি আশা ৰাখিলো l ভগৱন্তই আপোনাক সুস্থ ৰাখক আৰু বহু আগুৱাই যাওক
ভাৱ ভাষাৰে সুমধুৰ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ দ্বাৰা বিৰচিত বৰগীত ভাগ ইমান শুৱলাকৈ পৰিৱেশন কৰিছে শ্ৰৱণ কৰি তন মন জুৰ পৰি গ`ল . ..
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
ৰাতি পুৱা শুনি বহুত ভাল লাগে
শুনিলে মন শীত পৰি যায়।
এনেকুৱা গীত শুনিবলৈ আমি বোৰ বৰ ভাগ্যবান।
Thanks for তৰালি শৰ্মা
এই গীতটো তৰালী য়ে গোৱা নাই, আৰু তৰালিয়ে ইমান ধুনীয়াকে গাব নোৱাৰে, বৰগীতৰ প্ৰকৃত গায়িকা
হৈছে ৰুমী অঞ্জনা চৌধুৰী । আপোনালোকে কাৰ কণ্ঠ ধৰিব নোৱাৰে নেকি, কি গান শুনে তেতিয়া হলে
অতি সুন্দৰ কন্ঠ,শুনি মন জুৰ পৰি যায়,তাৰ বাবে শুভেচ্ছা জনালো আৰু আগলৈ বাট চাই ৰলো
This is not sung by Torali Sarma. Singer is Rumi Anjana. You should be careful while uploading. Please correct it.
তৰালী শৰ্মা নহয়।
Borgeet
এই বৰগীতটি সম্পূৰ্ণকৈ গোৱা শুনিবলৈ বহুত আগ্ৰহ আছিল
সম্পূৰ্ণ কৈ নহ'ল ঠিকেই কলে❤
অতি মনোমোহা , দেহ মন হাত পাৰি যায় 💖🙏🙏🙏
ইমান ধূনীয়া! যিয়েই শুনিব ভক্তি ৰসত বুৰি যাব। “মনদেখোঁ হৃদয়ে হামাৰু” বুলি গাওঁতে সুৰটো যেনেদৰে শীৰ্ষলৈ আৰোহন কৰি অৱৰোহন কৰিলে, সমগ্ৰ গাটোতে এটা শিহৰণ তুলি গ’ল।
Ei gaan tu Rumi Anjana Choudhury’e gua. Torali Xorma’e gua nohoi. Apuni UA-cam ot sabou pare teur gaan ti. “Mrinal kumar choudhury” r channel ot upload kora hoise.
আপোনাৰ পৰামৰ্শৰ বাবে ধন্যবাদ। আপুনি কোৱামতে চেনেলটোত এভুমুকি মাৰি চাম…
অসমীয়া ভাষাটো যিদৰে শুৱলা, লিপিটোও তেনেদৰেই ধূনীয়া। লিপিটোক আমি সন্মান জনোৱা উচিত। অনুগ্ৰহ কৰি অসমীয়া লিখোতে অসমীয়া লিপি ব্যৱহাৰ কৰিব। নহলে ভয় হয়, কেতিয়াবা ভাষাটো কেৱল কথিত ভাষাত পৰিণত হবগৈ।
অতি সুন্দৰ ৷ বৰ ভাল লাগিল ৷
ATI madhuir gaauyaki baa...God bless you all time
Lovely,,bor hundar 🙏🌅🍫
Wahhh .... fantastic
অতি সুন্দৰ সুমধুৰ কণ্ঠত বৰগীত।
Nice. Lift our guru shankardeva by borgeet.
মধুৰ সঙ্গীত মধুৰ কন্ঠ
Very very good god bless you
ইমান ধুনীয়া কে এইটো তৰালি শৰ্মাই গোৱাই নাই , এই বৰগীতটিৰ গায়িকা হৈছে ৰুমী অঞ্জনা চৌধুৰী, এই গৰাকী শিল্পীৰ কন্ঠৰ আৰু বহুতো বৰগীত আছে আপোনালোকে শুনিব আৰু মতামত দিব। অসমীয়া পুৰণি গীত চেনেলটোৱে শিল্পীৰ প্ৰকৃত পৰিচয়টো দিয়া উচিত আনকি তৰালী শৰ্মাইও বেলেগৰ credit টো লোৱাটো একেবাৰে উচিত নহয় ।
হয় নেকি বাৰু কথাটো !
100% সচা কথা
Nice voice.
সুন্দৰ বৰ গীত
কৃষ্ণ
Torali Ba Nohoi kiya misake likhise
ভাল হৈছে
Hundar
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Sundr 🙏🙏❤️
This song has been recorded and sung by Rumi Anjana Choudhury, Not Tarali Sarma. Kindly do not spread misinformation and dishonour the rightful singer’s credit by portraying it as someone else’s. Really disappointed at your ignorance, Assamese Old Songs Channel. You have wrongfully taken the song from the channel and uploaded it under someone else’s name, which is absolutely shameful. Please make the necessary corrections.
Love you ba
Love this song
This is not song
This is a bargeet heart of Assam
@@dilipbhakat7149 I know man, but what you would call geet in English,may be song, borgeet may be greatestsong , whatever, let's make it simple and call only borgeet like you said, but while writing that comment I was not thinking of all those things and as I liked it I just post it Love this song, my apology. Somebody also said it in thier comments geet or Sangeet, you should also object them.
এইটো ৰুমি অঞ্জনা চৌধুৰীৰ কন্ঠ ৷ তৰালী শৰ্মাৰ নহয় ৷
This song has been sung by Rumi Anjana. Please get your facts checked..very shameful of the one who uploaded. Disrespectful to both the artists..