Mustafa Kamal Azhari | মোস্তাফা কামাল আজহাৰীক মুকলি সমৰ্থন

Поділитися
Вставка
  • Опубліковано 22 лис 2024

КОМЕНТАРІ • 279

  • @manomatideka
    @manomatideka 27 днів тому +33

    আপুনি যুক্তিসহকাৰে কথাবোৰ ইমান সুন্দৰকৈ বুজাইছে ভাল লাগিছে ।আপোনালৈ ধন্যবাদ জনালো

    • @PankajAlicr7
      @PankajAlicr7 26 днів тому +4

      Aku najanei akhete

    • @mixerbangla9365
      @mixerbangla9365 26 днів тому

      যত আছে একতা তাতে আহক ।
      হিন্দু,ক্ৰিষ্টিন,য়েহুদি, বৌদ্ধ , ইছলাম ,প্ৰত্যেক সৃষ্টিৰ এক সস্ট্রা বুলি প্ৰত্যেক ধৰ্মত আছে এয়াই হৈছে একতা।
      মূৰ্তি ,photo, মানুহে বনাই থাকে ।
      গছ-গছনি , চন্দ্ৰ, তৰা, বেলি,বতাহ ,পানী, জুই , এইবিলাক ষষ্ঠা নহয় । এই বিলাক ষষ্ঠাৰ সৃষ্ট বুলি প্ৰত্যেক ধৰ্মত একতা আছে ।
      মই প্ৰমাণ দিম❤ আহক ।
      একতা হৈছে শান্তি , শান্তি মানেই হৈছে ইছলাম ।

  • @shorifuddinahmed871
    @shorifuddinahmed871 27 днів тому +30

    সকলো ধৰ্মই শ্ৰেষ্ঠ কিন্তু মনৱতা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম। সেয়েহে মই এজন প্ৰকৃতি বিশ্বাসী, আৰু মানৱতাই মোৰ ধৰ্ম।

    • @dilipdekabaruah7629
      @dilipdekabaruah7629 26 днів тому +3

      আহমদ চাহাবক মই অন্তৰৰে সৈতে শলাগ লৈছোঁ। সম্প্ৰতি মানৱতা বধ্যভূমিত পতিত হৈছে। ধাৰ্মিকৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে কিন্তু ধৰ্মৰ মৰ্ম সহনশীলতা, উদাৰতা, মানৱতা, সহমৰ্মিতা,বিশ্বভ্ৰাতৃত্ববোধ -এইবোৰৰ কোনো মূল্য নোহোৱা হৈ ছে। আহমদ চাহাবৰ দৰে ময়ো প্ৰকৃতিত বিশ্বাসী এজন প্ৰকৃত মানৱ ধৰ্মী হৈ মানৱতাৰ জয় গীতি গাই যাব বিচাৰো।

    • @shorifuddinahmed871
      @shorifuddinahmed871 18 днів тому

      আপোনাকো অন্তৰৰ শলাগ লৈছোঁ, মানৱতা জীয়াই থাকিলে হে আই ধৰণী সুস্থিৰ থাকিব।

  • @TaslimAliBabul
    @TaslimAliBabul 27 днів тому +31

    কথাষাৰৰ যুক্তিযুক্ততা আছে ! ইয়াৰ ওপৰত মুকলি চৰ্চা হব লগে ?

  • @youcanandyouwill523
    @youcanandyouwill523 18 днів тому +1

    Excellent

  • @doyalkoch2322
    @doyalkoch2322 8 днів тому

    Xocha kotha koise apuni❤❤❤❤

  • @JahirulIslam40671
    @JahirulIslam40671 26 днів тому +3

    Very good speach.

  • @krishnagogoi1657
    @krishnagogoi1657 25 днів тому +2

    আপোনাৰ কথাত একমত

  • @hemkantaborah7434
    @hemkantaborah7434 27 днів тому +16

    সঁচা ঈদত হালাল মানে বলিদান।

  • @Ushitgymer
    @Ushitgymer 11 днів тому

    Dada. Apunak dhanybaf

  • @NikuDeep
    @NikuDeep 26 днів тому +2

    Val ktha koisha ❤❤❤

  • @YahiaAlom-g6z
    @YahiaAlom-g6z 26 днів тому +14

    নিজৰ ধৰ্মৰ কথা ক‌উক

    • @rb7471-c9r
      @rb7471-c9r 25 днів тому

      মহাশয় লাজ পাব নালাগে দিয়ক ।

  • @user-mg7ll4ek8x
    @user-mg7ll4ek8x 20 днів тому +1

    Hasa.kotha.good.gurudeb

  • @banjitdas1139
    @banjitdas1139 26 днів тому +13

    দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো

    • @mixerbangla9365
      @mixerbangla9365 26 днів тому

      যত আছে একতা তাতে আহক ।
      হিন্দু,ক্ৰিষ্টিন,য়েহুদি, বৌদ্ধ , ইছলাম ,প্ৰত্যেক সৃষ্টিৰ এক সস্ট্রা বুলি প্ৰত্যেক ধৰ্মত আছে এয়াই হৈছে একতা।
      মূৰ্তি ,photo, মানুহে বনাই থাকে ।
      গছ-গছনি , চন্দ্ৰ, তৰা, বেলি,বতাহ ,পানী, জুই , এইবিলাক ষষ্ঠা নহয় । এই বিলাক ষষ্ঠাৰ সৃষ্ট বুলি প্ৰত্যেক ধৰ্মত একতা আছে ।
      মই প্ৰমাণ দিম❤ আহক ।
      একতা হৈছে শান্তি , শান্তি মানেই হৈছে ইছলাম ।

  • @SriSankarDas-ex6rj
    @SriSankarDas-ex6rj 26 днів тому +2

    ❤ apunar kotat jukti ase

  • @NanokSangma
    @NanokSangma 23 дні тому

    Good apuni kowa bokttbk somrthon korisu .thanks.

  • @assamesefunni7522
    @assamesefunni7522 26 днів тому +9

    মুস্তাফা কমল প্ৰকৃত মুচলমান

    • @jahirrahman8496
      @jahirrahman8496 25 днів тому

      কামাল এটা জহৰা হয়, মাকৰ অবৈধ সন্তান সি

    • @PankajAlicr7
      @PankajAlicr7 3 дні тому

      😂😂😂😂😂😂😂

  • @pampipatgiri394
    @pampipatgiri394 24 дні тому

    😊 goooooooodddddddd🇮🇳

  • @amalchandrasarmah2849
    @amalchandrasarmah2849 27 днів тому +9

    সুন্দৰ যুক্তি আপোনাৰ 👍🏼

  • @jantuali9972
    @jantuali9972 2 дні тому

    G00d

  • @PankajAlicr7
    @PankajAlicr7 3 дні тому +1

    😂😂😂😂😂 এটা ধৰ্মৰ বিষয়ে একো নজনাকে ফুটনি মাৰিব নালাগে মহাশয় । 😂😂😂

  • @kantanarzary7884
    @kantanarzary7884 26 днів тому

    Exactly, Mustafa Kamal Azahary is a learned and real muslim.

    • @mixerbangla9365
      @mixerbangla9365 26 днів тому

      যত আছে একতা তাতে আহক ।
      হিন্দু,ক্ৰিষ্টিন,য়েহুদি, বৌদ্ধ , ইছলাম ,প্ৰত্যেক সৃষ্টিৰ এক সস্ট্রা বুলি প্ৰত্যেক ধৰ্মত আছে এয়াই হৈছে একতা।
      মূৰ্তি ,photo, মানুহে বনাই থাকে ।
      গছ-গছনি , চন্দ্ৰ, তৰা, বেলি,বতাহ ,পানী, জুই , এইবিলাক ষষ্ঠা নহয় । এই বিলাক ষষ্ঠাৰ সৃষ্ট বুলি প্ৰত্যেক ধৰ্মত একতা আছে ।
      মই প্ৰমাণ দিম❤ আহক ।
      একতা হৈছে শান্তি , শান্তি মানেই হৈছে ইছলাম ।

  • @pranitadeka7613
    @pranitadeka7613 26 днів тому +7

    সঁচা ঈদত হালাল মানে বলিদা👍

  • @7gc970
    @7gc970 26 днів тому +8

    মুস্তাফা কামালে সত্য উপৰত বিশ্লেষণ কৰিছিল । কোৰাণত লিখাৰ কথাবোৰ হে কৈছিল । আপোনাৰ কথাবোৰ সত্য আপোনাৰ লগত একমত ।

    • @mixerbangla9365
      @mixerbangla9365 26 днів тому

      যত আছে একতা তাতে আহক ।
      হিন্দু,ক্ৰিষ্টিন,য়েহুদি, বৌদ্ধ , ইছলাম ,প্ৰত্যেক সৃষ্টিৰ এক সস্ট্রা বুলি প্ৰত্যেক ধৰ্মত আছে এয়াই হৈছে একতা।
      মূৰ্তি ,photo, মানুহে বনাই থাকে ।
      গছ-গছনি , চন্দ্ৰ, তৰা, বেলি,বতাহ ,পানী, জুই , এইবিলাক ষষ্ঠা নহয় । এই বিলাক ষষ্ঠাৰ সৃষ্ট বুলি প্ৰত্যেক ধৰ্মত একতা আছে ।
      মই প্ৰমাণ দিম❤ আহক ।
      একতা হৈছে শান্তি , শান্তি মানেই হৈছে ইছলাম ।

  • @AkramulHaque-b8z
    @AkramulHaque-b8z 21 день тому

    যুক্তি বিলাক ঠিকেই আছে কিন্তু দাদা ধৰ্মৰ দুশ নাই ধৰ্মীয় সকলৰ হে দুশ সকলো ধর্মতে আছে যেনে আমাৰ ইমন ডাঙৰ ডাঙৰ মাদ্ৰাছা চলি আছে এক টকাও আপোনালোকৰ পৰা চান্দা নকৰো কিন্তু আপোনালোকৰ পুজা আমাৰ টকা নুহুৱ কৈ কৰিব নোৱাৰে গতিকে বিছাৰিলে এনেকুৱা বহুত উলাব।

  • @NiupumaniSaharia
    @NiupumaniSaharia 24 дні тому

    মানৱতাৰ ওপৰত কোনো শ্ৰেষ্ঠ ধৰ্ম নাই বুলি মই বিশ্বাস কৰো......মানুহেই ভগৱান।

  • @manindrakar2811
    @manindrakar2811 12 днів тому

    Right koiche.

  • @maniksarkar5849
    @maniksarkar5849 26 днів тому

    Thank u🎉🎉🎉🎉

  • @AlimuddinAhmed-o3q
    @AlimuddinAhmed-o3q 27 днів тому +4

    আপোনাৰ মিচা কথা

  • @jituborah4994
    @jituborah4994 26 днів тому +2

    Good

  • @ShantaRoy-y2p
    @ShantaRoy-y2p 27 днів тому +3

    Good da da

  • @abanidas6895
    @abanidas6895 26 днів тому +1

    ধন্যবাদ।

  • @RashiHopue
    @RashiHopue 22 дні тому

    Alla1

  • @KrishnaTaid-qd2hd
    @KrishnaTaid-qd2hd 26 днів тому

    👍👍👍

  • @SahalamAhmed-dz5he
    @SahalamAhmed-dz5he 27 днів тому +1

    Thank you

  • @SoneswarSutradhar
    @SoneswarSutradhar 27 днів тому

    Very good proses your

  • @pradipkalita6580
    @pradipkalita6580 27 днів тому +8

    কোনো জীৱ জন্তুক বলি দিব নেপায়।কোনোবাই বলি দিয়া জীব জীয়াই দিব পাৰিব নেকি? যিয়ে বলি দিয়ে তাকো বলি দিব লাগে। ধৰ্মৰ নামত বলি দিব নেপায়, তাতে আকৌ এইখন গুৰুজনা শঙ্কৰদেৱৰ দেশ।

  • @KishoreBorah-h3g
    @KishoreBorah-h3g 27 днів тому +1

    ❤❤❤

  • @BaisisthaDeka
    @BaisisthaDeka 26 днів тому

    Good ❤

  • @dibyajyotihaloi6610
    @dibyajyotihaloi6610 26 днів тому

    Sosa kotha aber nohoi hajar bar raijor ahagot prossar kora jon hai prokritto Dharma Guru buli moi vabu 🙏🙏🙏

  • @HemkumarRabha
    @HemkumarRabha 26 днів тому

    Right 100/

  • @BaponSutradhar-nq7uv
    @BaponSutradhar-nq7uv 26 днів тому

    Good uncle

  • @RamsingHira
    @RamsingHira 26 днів тому

    Very very good

  • @Ramesh.phukon
    @Ramesh.phukon 26 днів тому +1

    Good good

  • @dadudas8616
    @dadudas8616 25 днів тому

    Hey ram

  • @lalitabodomazumdar7827
    @lalitabodomazumdar7827 25 днів тому +2

    উচিত কথাত গোষ্ঠী বেজাৰ গৰম ভাতত মেকুৰী বেজাৰ 😅😅😅

  • @gobindarajbongshi4490
    @gobindarajbongshi4490 26 днів тому

    Good coment.

  • @AkelhussainHussain
    @AkelhussainHussain 27 днів тому +6

    ভালেই কৈছে বাৰু

  • @sacreativeandcrazy953
    @sacreativeandcrazy953 25 днів тому

    You are right

  • @padumdas8903
    @padumdas8903 26 днів тому

    Moja

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn 26 днів тому +1

    ইজৰ ইন্দ্ৰিয়বোৰক হালাল বলি কোৰবানি কৰিব লাগে বুলি ভাবো আৰু নিজৰ ইন্দ্ৰিয় সমূহকেই পূজা কৰিব লাগে বুলি ভাবো ৷ প্ৰাণী হিংসা কোনো শাস্ত্ৰই নকহই ৷ কৃষ্ণক পুজিলে সমস্তৰে হয় পৃঠকে পুজিলে কেৱে নলৱই ৷ চৈতন্য মুৰ্তিকহে পূজা জড় মুৰ্তিক পূজা কৰিলে কি পাব ৷ মোা ব্যক্তিগত অনুভৱ ৷ নিজে দুনিয়াৰ বেয়া কাম কৰিব আৰু পাপ মোচনৰ বাবে অজ্ঞান জীৱ এটাক বলি দিব ৷ নিজেহে দোষ কৰিছে সেই জীৱটোই কি দোষ কৰিছিল ৷

  • @NikuDeep
    @NikuDeep 26 днів тому +3

    Good 👍 👍 👍

  • @MakibarRahman-ty2wi
    @MakibarRahman-ty2wi 26 днів тому

    উপৰৰ মাল হয় এওঁ

  • @babulborah9448
    @babulborah9448 26 днів тому

    Apuni bohut val kotha koise

  • @nabakalita9758
    @nabakalita9758 27 днів тому +1

    Plz save bangladesh hindu

  • @SafiulSafiulislam-e2t
    @SafiulSafiulislam-e2t 26 днів тому

    Good very good

  • @sanjoypegu-mr3hc
    @sanjoypegu-mr3hc 26 днів тому

    good

  • @debajit5501
    @debajit5501 26 днів тому

    Baruah dada apuni thik kotha koiche. Eoloke kisuman kotha etiaobohukotha bujiboloi baki ache.

  • @inamulhoque5585
    @inamulhoque5585 25 днів тому

    আপুনি গোটেই জীৱন এওঁক সমৰ্থন জনালেও কাৰো একো লাভ লোকচান নাই।

  • @Prasantapegu-c5z
    @Prasantapegu-c5z 27 днів тому +7

    সচা কথা আমাৰ সনাতন ধৰ্মত শঙকৰগুৰুয়ে জীব বধ নিৰামিষ ভোজনৰ কথাই ভাগবতত উল্লেখ আছে

    • @pranabdas7121
      @pranabdas7121 22 дні тому

      ​@@anjanasom-t4zকোন খন গুৰুচৰিত ,আপুনি পাইছে,,কোনে লিখা,,

  • @sharyatemohammadi
    @sharyatemohammadi 27 днів тому +7

    প্ৰথম কথা হ'ল মুস্তাফা কামালে কুৰআনৰ ভূল ব্যাখ্যা কৰিছে।
    দ্বিতীয় কথা হ'ল কুৰআনে সদায় মূৰ্তি পূজাৰ বিৰোধিতা কৰি আহিছে
    তৃতীয় কথা হ'ল আপুনি কামালক সমৰ্থন কৰাটো কেৱল মাত্ৰ মূর্খামী।
    মই ভাবো অসমৰ ৰাইজ অশিক্ষিত নহয়। আধুনিক যুগত আহি এনেকুৱা তৰ্ক বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো আমাৰ প্ৰত্যেকৰে হাতত স্মার্টফন আছে। য'ত Google translate পোৱা যায়। কুৰআন শৰীফ খন অসমীয়ালৈ অনুবাদ কৰিলেই হ'ল।

    • @AjitDoley-id3ov
      @AjitDoley-id3ov 27 днів тому

      হয় হয় ঠিক কৈছে অসমিয়ালৈ অনুবাদ

    • @NirmolRay1996
      @NirmolRay1996 26 днів тому +2

      কুৰআন মানে কি???আমি কোৰাণ বুলিহে জানো।

    • @sharyatemohammadi
      @sharyatemohammadi 26 днів тому

      ​@@NirmolRay1996
      قران الكريم
      উচ্চাৰণ: কুৰানিল কাৰিম।
      অসমীয়া অৰ্থ - পবিত্ৰ কোৰআন।

    • @manomatideka
      @manomatideka 24 дні тому

      অমিয়ালৈ নহয় অসমীয়ালৈ হ'ব লাগিছিল

    • @sharyatemohammadi
      @sharyatemohammadi 23 дні тому

      @@manomatideka ঠিকেই কৈছে আপুনি

  • @D58opp
    @D58opp 26 днів тому +1

    দিক কৈছিল।

  • @assamesejinkuvlogs5183
    @assamesejinkuvlogs5183 26 днів тому

    Right kotha koisa

  • @ArunDeka-vu5kb
    @ArunDeka-vu5kb 26 днів тому

    দাদা val speech
    কু বানী মানে চতবটাই মৰা

  • @jagatrabha1874
    @jagatrabha1874 27 днів тому

  • @RajibGogoi-y7k
    @RajibGogoi-y7k 26 днів тому +1

    মজা দিছে

  • @UGABSlpAxom658
    @UGABSlpAxom658 26 днів тому +1

    সম্পুৰ্ণ অধিকাৰ নাই আৰু নাই

  • @IslamAli-bi8ee
    @IslamAli-bi8ee 26 днів тому +1

    Moi prothomote bihu manu ter pisot idd terpisot durgapuja

  • @mridulkumardas6270
    @mridulkumardas6270 27 днів тому +2

    Right

  • @ranjitbrahma4173
    @ranjitbrahma4173 26 днів тому

    Amdilulah

  • @BoichingNarah
    @BoichingNarah 26 днів тому

    Hundar koi dile😂😂

  • @rakibuddinahmed9601
    @rakibuddinahmed9601 26 днів тому +1

    Apunar pohora xuna keman

    • @ranjanneog245
      @ranjanneog245 25 днів тому

      😂😂 porhahuna nathakibo pare, but jodhamurkhha madrachaap buror Dore nohoi😅

  • @samsuddin2312
    @samsuddin2312 26 днів тому +4

    ধেৎ তুমি ও অলপ বেছি বকিছ

  • @Rahimali-y5e4c
    @Rahimali-y5e4c 27 днів тому

    ভাল লাগিল ককা

  • @SalimatDdinDdin
    @SalimatDdinDdin 26 днів тому +1

    আপুনি ইছলাম ধৰ্ম বিষয়ে একো নাজানে কাৰন নিজে সাৰা হৈই পেচাব কৰা মানুহে ইছলাম ধৰ্ম কথা কি জানিব আপুনাৰ কথা 1‌টকাৰো মুল্য নাই ভিতূ হিন সহাষয়

  • @ShajahanAbdulbarikAnchary
    @ShajahanAbdulbarikAnchary 26 днів тому

    My fooot

  • @HimedUddin
    @HimedUddin 25 днів тому

    😮😊cccccc

  • @dwijomonisharma6386
    @dwijomonisharma6386 15 днів тому

    হয় বাবা🥹🫱🫲😮

  • @UGABSlpAxom658
    @UGABSlpAxom658 26 днів тому +4

    আচলতে মনুষ্যৰ খাদ্যত বিচাৰ হলেই সকলো সঠিক হব নহলে এইবোৰ তৰ্কৰ কোনো যুক্তি নাই

  • @antezali284
    @antezali284 26 днів тому

    Kamal arrested now.

  • @TayaburRahman-fj9op
    @TayaburRahman-fj9op 26 днів тому

    এইবোৰ জ্ঞান এখেতে ক'ৰ পৰা পালে ,নাজানো । কথাবোৰ নিৰৰ্থক। কাৰণ , যদি কোনো মৌলানাই ৰাইজৰ পৰা টকা লৈ নিজৰ পকেটত সোমোৱাই লয়(ৰাইজৰ বিনা অনুমতিত); তেন্তে এখেত তো কোনো মৌলানাই নহয় ।

  • @Suratzaman-fg3ui
    @Suratzaman-fg3ui 26 днів тому

    What do you know about Quaran ?

  • @insafassamking6216
    @insafassamking6216 26 днів тому +1

    মালটো কৰ পৰা ওলাল।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 26 днів тому +4

    কুৰ্বানি,বলী দুইটাৰ মই পক্ষপাতি নহয়

  • @fivettgf8486
    @fivettgf8486 26 днів тому

    Pogola bohut ulaise atiya.

  • @KanakNath1
    @KanakNath1 26 днів тому +2

    একদম সঁচা কথা কৈছে।

  • @SahjahanAhmed-t9o
    @SahjahanAhmed-t9o 26 днів тому

    Maharaja। Apuni kun hoy he?

  • @BiplabDekaBabu-rp3px
    @BiplabDekaBabu-rp3px 26 днів тому

    Apunio alp koi jaok viral hb beleg aku nhoi....

  • @ssmnsamn6319
    @ssmnsamn6319 26 днів тому

    Val kotha kose

  • @KudratPainting
    @KudratPainting 27 днів тому

    Mukh 3:31

  • @shakil5240
    @shakil5240 25 днів тому

    Research about your religion then research others 😂

  • @bubulali1282
    @bubulali1282 27 днів тому

    2 no mustafa

  • @dipakborah4416
    @dipakborah4416 27 днів тому

    Just rilish korok ,CM sir help korok

  • @Rahulgaming2.0-c1r
    @Rahulgaming2.0-c1r 26 днів тому

    Strek jabo sabo dada😂

  • @NirmaliDeka-p6w
    @NirmaliDeka-p6w 17 днів тому

    Eibur bad diol.kebol nijor jibson+ghorkhon+samajkhon+all worldkhon Ami ejon pitar Santana buli bhabock

  • @nekibuzzaman5195
    @nekibuzzaman5195 26 днів тому

    Kamal Ajharik hamarthan
    Kortkoi aponar dharmat
    Neog korok
    jadi teo tomar
    Pasandar.

  • @bipulkalita9799
    @bipulkalita9799 26 днів тому +2

    বলি কোনো কাৰনতে মানিব নোৱাৰি৷৷হিন্দু মুছলমান বুলি একো নাই

    • @babulali8634
      @babulali8634 25 днів тому

      Apuni right kotha koise vl lagil tnx bro so lv yu

  • @b.d5378
    @b.d5378 27 днів тому +1

    O Kaka apunar aru ke hol.

  • @atthaburrehman5793
    @atthaburrehman5793 26 днів тому

    আপুনি ভুল ভোজিছে বলি আৰু হালাল‌ একে আপুনি হিন্দু মই মোছলমান মই কোৰান মানো আপুনি গীতা বা বেলেগ কিবা মানে । এনে কোৱা নহব।Good By.

  • @tarundutta89
    @tarundutta89 27 днів тому

    𝐑𝐢𝐠𝐡𝐭

  • @MonserAli-y8h
    @MonserAli-y8h 27 днів тому +1

    Apuni nijor dormo thik korok