Baa Tumi vla thaka hodai manuh kisuman thaka dei lora tu mukh khonoloi nesai na tumaluka guwahati any goisa jnu kiba Kamot ha goisa no lora tu mukholoi sai otosh thakibo dibo pra ...Eman malik anakua nethaka dei ..... Baaa jot thaka vl ka thakiba baa aji kali Manuh sine puwa tu bor. Bhogobana Eman morom loga lora tuk val kori deyok .....❤
All the best.rangiar pora.pls pind
Thank you so much.adin furibo ahiba
দেহাৰ কাৰণে ইমান কষ্ট কৰিছা কষ্ট সফল হওক তোমালোকৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 🙏
ভাল হব তোমাৰ লৰাটো।আশীৰ্বাদ কৰিছো।❤
বৰ কষ্ট অ নিৰ্মালি জনী । ভগৱানে কৃপা কৰক সোনকালেই।দেহাক সুস্থ কৰি দিয়া
দেহা ভাল হব ভন্তী’ ভগৱানে সহায় কৰিব
ৰুম খালি কৰা বহুত কষ্টে মই যিয়ে ভাৰা ঘৰত থাকে তেওঁলোকে হে বুজে ঘৰৰ মালিকৰ কথা শুনি থাকোতে জীৱন যাই।মই ভাৰা ঘৰত থাকো মই বুজি পাও কিমান ধৰণৰ যে কথা শুনি ভাৰা ঘৰত জীৱন কটাই আছো এক মাএ ভগৱানেহে যানে।গনেশশুৰীত ভাৰা আছিলো এটা মালিকৰ ঘৰত আঠ হাজাৰ টকা ঘৰ ভাৰা আছিল লাইনৰ বিল বেলেগ আছিল হিচাব কৰি পানী দিছিল কেতিয়াবা সোনকালে পানী শেষ হলে বেছিকৈ পানী খৰচ কৰো বুলি কয় কিমান ধৰণৰ যে গালি দিছিল। গাঁওৰ পৰা মা আহিলে মাৰ চেন্দেল যোৰ দুৱাৰ মুখত দেখিলে বাৰে বাৰে শুনি থাকিব মা থাকিব নেকি তোমাৰ মা ঘৰত কেতিয়া যাব আমাৰ পানীৰ কথা আছে মাক সোনকালে যাব দিবা বুলি কৈছিল ঘৰৰ মালিকৰ কথা শুনি মোৰ চকুৰ পানী ওলাই গৈছিল মাক যেতিয়া কব লগা হয় মা তুমি ঘৰত যোৱা বুলি কিমান মনত দুখ লাগিব পাৰে ভগৱানৰ বাহিৰে কোনোও নুবুজিব মা গুছি যোৱাৰ পিছত বিচনাত শুই শুই কান্দি আছিলো। ঘৰ ভাৰা লোৱাৰ সময়ত এক তাৰিখে ৰাতিপুৱাই কব ঘৰ ভাৰাটো আজিয়ে দিবা দে সোনকালে ঘৰ ভাৰা লোৱাৰ সময়ত এক তাৰিখে দিনৰ দিনটো দুৱাৰ মুখৰ আগে আগে কুকুৰৰ দৰে ঘুৰি আছিল।কিবা কাৰণত অলপ পানী বেছি খৰচ কৰিলে বিভিন্ন ধৰণৰ গালি গালাজ পাৰিছিল মোক মানুহ বুলি ভবা নাছিল,,,তিনি মাহ ভাৰা থাকি ৰুমটো খালি কৰি দিছো ৰুম খালি কৰাৰ দিনা ১৬শ তিনি টকা লাইনৰ বিল হৈছিল ১৬শ টকা দিলো তিনি টকা মোৰ ওচৰত নাছিল মই কলো খুৰা তিনি টকা মোৰ ওচৰত নাই নিদিলে হ'ব নে তেতিয়া মালিক জনে কৈছিল মোক তিনি টকা দিবই লাগিব কৰ পৰা দিবা তুমি বুজিবা তাৰ পিছত চিনাকি দাদা এজনৰ পৰা ১০ টকা আনি ঘৰৰ মালিকক দিলো তেতিয়া খুৰা জনে কলে মই তোমাক সাত টকা কৰ পৰা ঘুৰাই দিম মোৰ ওচৰত নাই তেতিয়া মই কৈছো নালাগে খুৰা সাত টকা দিব আপুনি ১০ টকাই ৰাখক বুলি কয় গাড়ীত ভাল বস্তু ভৰাই গুছি আহিলো এতিয়া মই কাহিলীপাৰাত থাকো এতিয়াৰ মালিক টো ভাল বহুত সুখে শান্তিৰে আছো ।
Kahiliparar kot thake
ময়ো ভাৰা ঘৰত থাকো 6 মাইলত শান্তি নাই। মালিক দাদা আৰু বাইদেউ ভাল কিন্তু কিছুমান কথা লগোৱা মানুহ থাকে নহয় সেইবিলাক বেয়া।
@@SarojaniNath-qx1vdSixmile r kt thake nu?osart room ase nki?
Hosake dei aamar gaot aase bohut beya manuh@@SarojaniNath-qx1vd
God bless you, nice 👍
সচাঁকৈ তোমালোকৰ কষ্টবোৰ দেখি বহুত দূখ লাগিছে। লাহে লাহে ঘৰটো চিজিল কৰি থাকা। দেহা শুনকালে ভাল হওঁক ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো।
Baa Tumi vla thaka hodai manuh kisuman thaka dei lora tu mukh khonoloi nesai na tumaluka guwahati any goisa jnu kiba Kamot ha goisa no lora tu mukholoi sai otosh thakibo dibo pra ...Eman malik anakua nethaka dei ..... Baaa jot thaka vl ka thakiba baa aji kali Manuh sine puwa tu bor. Bhogobana Eman morom loga lora tuk val kori deyok .....❤
Nice vedio Sister 🥰
God bless you and your family
Room to bhut vl ase khsake room change karile bht kasto hoi
❤❤❤❤ deha ❤
Room to dekhab val ke aru kiman renta porise jonab sun
Hi.. tumar video Sai bohut val lage .
Vogobane Shakti diok tumak loratu khunkale val houk akhirbad korisu, from tezpur
Val korila ba ❤😊 bhut morom tumala
ভাৰা ঘৰ সলোৱা কিমান কষ্ট গম পাও। আমিও ভাৰা ৰুমত আছিলো। তোমাৰ ভিভিওবোৰ চায় থাকো।দেহা ভাল হ'ব।
তোমাৰ সুখি হবা দিয়া❤❤❤❤❤
তোমাক বহুত ভাল লাগে, তুমি বুলি কৈছোঁ বেয়া। নাপাবা। তুমি মোৰ সমানে হবা। বেটাক বহুত মৰম
Bhogobane apunalkr vl korok❤
Vl lagise dy
তোমাৰ ভিডিঅ বহুত ভাল লাগে.. Add তো দিবা jam edin আৰু hodai video দিবা
দেহালৈ বহুত মৰম, সি সোনকালে সুস্হ হৈ উঠক
Aibarar roomtoha bhal lagisa .balagk kitchen thaka karana bhala karisa .
জীৱনত কোনোদিন অকলশৰীয়া বুঢ়ী মানুহৰ ঘৰত ভাৰা থাকিম বুলি ভাবিব এ নালাগে প্ৰথম ধুনীয়া কে কথা পাতে পিছত একোহে নাতে ।অকলশৰীয়া কোনো নাই কিন্তু যিমান টকা পইচা থাকিলেও নাতে নাই । আনক ঠগি খায় ।মই এই শিক্ষা পাই থৈছো ।মোৰ 2000 টকা খাইছে ভাৰাঘৰৰ নামত এজনী অকলশৰীয়া বুঢ়ীয়ে ।চাকৰিৰ পেনচন পায় বহুত ঘৰ ভাৰা পায় কিন্তু মোৰ পাৱলগীয়া পইচা তু আজি লৈকে দিয়া নাই বহুত খুজি আছো কিন্তু নিদিয়ে ।
Mur 3 days t 3000 lole
@@ankitasaikia6401 anekuwa manuhor ghort ghor vara loboi nalage ..
Vdo sabor karone roi thaku ketiya dibo buli ❤❤❤❤
God bless you ❤️
1st viewers
❤❤❤
Vl hobo deha sinta nokoriba baa vl lagil video tu sai 😊
Valke thakiba de
Tumi daily vlog dia koribasun ... Sai val laga
Agot koi ayto room besi vl
Val lagil
Apunar video sabo roi thaku
Agui jawa
Valke rum2 dekhaba❤
Hiii baa..... Tmi Guwahati kot thka . Moiu Guwahati te thaku log Pam katiaba .
Aji moi nton koi subscribe Kari dilo ❤❤❤❤
Hoi baa 10 den thkili adha poisa pai kintu aji kali hokolu a full vara loi amr eyat loi
Amar guwahatit nijor Ghar kiba krnt vara ghor goiselu...goi 2din thokar pist suwali joni eman amoni korile mane ako nakhai kolar pora naname... gotike ru nijor gharot ahilo.... Ghar malike 3dinot...18000 hajar vara loise...9hajar advance disulu...3dinote 2mahor vara loise... kisuman manhu anekuwa a hoi...sihotak bhagwane bisar koribo
Vlkoi dekhaba room 2 next video t vle korila notun room lola poisa d belegor kotha xuni thakibo nuwari pani men panir kosto xabo nuwari ❤😊
Deha val hobo diya nirmali baa 2tai eman kosto korisa.husband loi beyai lage basera2e sob fale somvalibo loga hoi
Hii❤
Daher Val houk dai
Moi J 2mak mat diclu reheb centerot
বহুত কষ্ট কৰিছা ভন্টি কি কৰিবা উপাই নাই মোৰ ছোৱালী জনি খোজ ভালকে নাকাৰে ময়ো গুৱাহাটী যাব লাগিব
Aru room pam nk ata.. Mur lagisil ata room 20 days karone
Ba apunar lorajonok access bars diyabsun. Tanuja chetia bar logot jugajug korib.
Acess bar dile infertility val hbo nki
Biriyani sukhaye hoi baa bas raita diye gravy nidiye nhoi
ami u jm buli vbi asu..kmn loi akaht roomt
ভালেই দিয়ক লোকৰ কথা শুনিব নালাগে
Kunxinit thake aponaloke
Ki koriba aru nirmali anekei solibo lagibo
দেহা ভাল পাইচেনে
Agor roomtu kio arila
Deha baba tu sustha howk sonkale
Room khaloato kiman কষ্টকৰ
Tmi video bonua mobile ki company hoi
ময়ুৰ ভাল হব দিয়া তুমি দুখ নকৰিবা
Tmr vdo xoday sao...Bohut ksto dei room xolowa...poichao Jay...tmr husband ghy t kiba job kre nki brtman?
Ffdffg🥹🥹
Tumar husband ki kore
Tumar husband ki job korie ❤❤
O baa abr mor nam 2 loba na brithika
খাৱাট নেদেখাব মানুহে ভাল বুলি নকয়
Phone no tu dibo sun.
Subscribe krilo dei,,,❤❤❤new frnd
Husband e ke Kam kre tumr.
Loratu.. Baal. Hok
দেহা অলপ ভাল পাইছে নে
Baa tumar fn no tu dibasun. Inbox koriba urgent ktha ase. Fbt ki buli ase tmr account
❤❤
❤❤❤