সতী জয়মতী | হাজো বিহুমঞ্চত কল্পনা পাটোৱাৰী জনপ্ৰিয় বিহুগীত

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • SUBSCRIBE ‪@MusicBoxLatest‬
    Kalpana Patowary Live Show

КОМЕНТАРІ • 201

  • @MusicBoxLatest
    @MusicBoxLatest  2 роки тому +23

    সতী জয়মতী ♪ Full Song Available on ua-cam.com/video/pOTeuJV0q8k/v-deo.html
    সতী জয়মতী ♪ Full Song Available on ua-cam.com/video/pOTeuJV0q8k/v-deo.html
    সতী জয়মতী ♪ Full Song Available on ua-cam.com/video/pOTeuJV0q8k/v-deo.html
    সতী জয়মতী ♪ Full Song Available on ua-cam.com/video/pOTeuJV0q8k/v-deo.html

  • @moina2160
    @moina2160 2 роки тому +27

    এযোৰ সুন্দৰ সন্মানীয় চাদৰ মেখেলা লগতে খুপাৰ উৰনি তিৰে সুন্দৰ সংলাপ আৰু সংগীত বহু ওপৰত অতুলনীয় ❤️🙏

    • @madhabtamuli9771
      @madhabtamuli9771 2 роки тому +2

      বাইদেউক সেই কাৰণে ভাল লাগে

    • @madhabtamuli9771
      @madhabtamuli9771 2 роки тому +2

      আপোনাৰ কণ্ঠ ত কি আছে। সঁচাকে শত কোটি প্ৰণাম আপোনালৈ।

  • @satyabatidas2756
    @satyabatidas2756 2 роки тому +19

    কল্পনা পাটোৱাৰী মোৰ এগৰাকী প্ৰিয় শিল্পী, তেওঁ প্ৰায় ভাগ অনুষ্ঠান তে অসমৰ কলা-সংস্কৃতিক লৈ গীত পৰিবেশন কৰে , এই যিটো জয়মতী মুলাগাভৰুক লৈ গীত গালে সেইটো অনন্য ,ইয়ে নিশ্চয় শ্ৰোতা আৰু দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে , তেওঁ ভালে থাকি আমাক সুন্দৰ সুন্দৰ গীতবোৰ উপহাৰ দিয়ক এই কামনা কৰিলো

    • @ajitakalita782
      @ajitakalita782 2 роки тому +2

      অতি সুন্দৰ, ভাল লাগিল শুনি।

  • @runudevi588
    @runudevi588 2 роки тому +56

    এয়াহে অসমীয়া বিহু । য'ত নেকি অসমীয়া সমাজৰ জাতীয় গৌৰৱৰ বাবে সতী জয়মতী ৰ কাহিনী অলপ হ'লেও নতুন প্ৰজন্মই জানিব পাৰিলে । এনেকুৱা ধৰনৰ বিহু গীত সময়োপযোগী হৈছে । অসমত এই বিহুৰ বতৰত বহু নামী দামী বিখ্যাত শিল্পী গায়ক গায়িকা সকলে দৰ্শকে ভাল পাব বুলি হিট হোৱা কেইটামান গীতকেই আওৰাই গাই থাকে । এই ক্ষেত্ৰত মাননীয়া আইদেউ কল্পনা পাটোৱাৰী যথেষ্ট ব্যতিক্ৰম । তেখেতৰ পৰিয়াল সহ জীৱনৰ উত্তৰোত্তৰ কামনা কৰিলো । ভগৱন্তই তেখেতক পৰমায়ু কৰক । সদায় যেন সুললিত কণ্ঠ আৰু সুস্বাস্থ্য তথা হাঁহিমুখীয়া হৈ থাকক ।
    ওম্ শান্তি । ওম্ শান্তি। ওম্ শান্তি ।

  • @chetiarajen176
    @chetiarajen176 2 роки тому +31

    ইতিহাসক উপস্থাপন কৰি গীত পৰিবেশন কৰা বাবে বাইদেউলৈ শত কোটি কৃতজ্ঞতা জনালোঁ।

  • @antudas501
    @antudas501 2 роки тому +25

    অতি সুন্দৰ! ভগৱানে আপোনাক সুস্থ শাৰিৰীক আৰু মানসিক জীৱন দি দীৰ্ঘ আয়ুস কৰক

  • @nirodakalita7455
    @nirodakalita7455 2 роки тому +14

    সচাকে গানটো বৰ ভাল লাগিল।নৱপজ্জ্বৰ আইদেউ সকলেউ জানিলে আহোম ৰমনী সকলৰ মহান ত্যাগৰ কথা।🙏🙏

    • @deepjyotibora3804
      @deepjyotibora3804 2 роки тому

      Kolpona mam hazarbar swagot apunaloi apunar asomor otit smritir sadhona sosai mohan apunar babe bhogobanor osorot dirghayou parthona jonalu punor apunar konthot gan sunim

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 2 роки тому +23

    আদৰণীয় ও অতুলনীয় ।বৰ ভাল লাগিল ।ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

  • @dds9590
    @dds9590 2 роки тому +16

    বাইদেউ আপোনাৰ বিহু বেলেগতকৈ বহুত পৃথক। কিছুমানে বাহিৰত গৈ অসমীয়া বুলি চিনাকি দিব লাজ কৰে। কিন্ত বাহিৰত থকাৰ পাছতো অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ ওপৰত ইমান জ্ঞান আছে আপোনাৰ। আচৰিত

  • @rupaliphukon7111
    @rupaliphukon7111 2 роки тому +21

    সহস্র কোটি প্রনাম বাইদেউ লৈ। বাৰে বাৰে শুনিও আমনি লগা নাই। ভৱিষ্যত আৰু পুৰণি ইতিহাস গান শুনিবলৈ পাম বুলি আশা কৰিলো।

  • @hiteshkalita2265
    @hiteshkalita2265 2 роки тому +5

    Asolote aikhon he bihu function anekua bihu geet he lage amar bihu r anustanot. Aru kalpana baa r kapur jure bihu pandel2 r kiba ata blg xoundorjo anise.. bht Val lage apunak....

  • @padminikonwar34
    @padminikonwar34 2 роки тому +26

    কল্পনা অতি শক্তিশালী প্ৰচেষ্টা তোমাৰ।সফল হোৱা। ভগৱান তোমাৰ সহায় হওক।

  • @mridulbharali7284
    @mridulbharali7284 2 роки тому +17

    ভাল লাগিল, বিহুত যে কেৱল ডেকা গাভৰুৰ প্ৰেমৰ কথাই নাই বিহুত দেশপ্ৰেমৰ কথা আছে,আমাৰ ইতিহাসৰ কথা আছে ,প্ৰকৃতিক ভাল পাবলৈ শিকাৰ কথা আছে। এই কথাবোৰ নতুন প্ৰজন্মক সোঁৱৰাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ।

  • @priyankasaikia5302
    @priyankasaikia5302 2 роки тому +40

    কি নো কম,,,,ভাষা নাই,,,,,, অনুস্থান বোৰ এনেকুৱা হব লাগে যত ৰাইজৰ দুই এটা জ্ঞান হয়,,,,,,এনেই গাই থৈ চেৰা বলীয়া হৈ কি লাভ,,,,,, পাটোৱাৰী বা আপুনি 🔥🔥🔥🔥🔥🔥🔥🙏🙏🙏🙏🙏🙏🙏🙏

  • @eeshankalita377
    @eeshankalita377 2 роки тому +14

    বাইদেউ আপোনাক শতকোটি প্ৰণাম জনালোঁ । আপোনাৰ গানে অন্তৰ চুই গৈছে । বহুত ভাল লাগিল । শেষত ধন্যবাদ থাকিল ।

  • @pyalidas9616
    @pyalidas9616 2 роки тому +7

    বাইদেউ সুন্দৰ গীতৰ কথাই মন আপ্লুত কৰিলে, আৰু এনেকুৱা বিহু শুনিবলৈ পাম বুলি আশা কৰিলো

  • @minudey7657
    @minudey7657 2 роки тому +10

    সঁচাকৈয়ে আপোনাৰ গীত বিলাক ৰাইজে শুনিলে শুনি থাকিব বিচাৰে আপুনি আৰু আগুৱাই যাওঁক

  • @dhanjitpatgiri4396
    @dhanjitpatgiri4396 2 роки тому +4

    অতি সুন্দৰকৈ উপস্হাপন কৰিলে সতী জয়মতীৰ গাথা। বিহুগীতত এনেকৈ অসমীয়া বুৰঞ্জীৰ কথা উল্লেখ থকাটো নিতান্তই প্ৰয়োজনীয়।

  • @handique6888
    @handique6888 2 роки тому +8

    সুন্দৰ আৰু বাৰ্তাবহনকাৰী অনুস্থান পৰিবেশন কৰিলে।ভাল লাগিল।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 роки тому +19

    মোৰ অতি প্ৰিয় শিল্পী। বহুত ভাল পাওঁ।❤️❤️❤️🙏🙏

  • @girishbania8260
    @girishbania8260 2 роки тому +5

    বলিষ্ঠ সুললিত কন্ঠই অন্তৰ চুই যায় ।বহু যুগ জীৱাই থাকা আইজনী ।

  • @kolpanaboruah1835
    @kolpanaboruah1835 2 роки тому +22

    অসমীয়াৰ ইতিহাসৰ সুন্দৰ গীত ৷ভবিষ্যতে বাইদেউৰপৰা আৰু আশা কৰিলোঁ৷বৰ ভাল লাগিল

  • @user-ly8fl7yo9v
    @user-ly8fl7yo9v 3 місяці тому +4

    কল্পনা পাটোৱাৰীৰ নিচিনা এগৰাকী আদৰ্শ বোৱাৰী অসমৰ গৌৰৱ ।
    এগৰাকী অসমীয়া বোৱাৰী হিচাপে লোৱা মূঢ়ৰ ওৰণিখন আন অসমীয়া
    বোৱাৰী সকলে লবলৈ শিকক। বহুত
    ধন্যবাদ শিল্পী গৰাকীলৈ

  • @rimjhimneog713
    @rimjhimneog713 2 роки тому +3

    বৰ ভাল লাগিল বিহু গীতটো বাইদেউ । খোপাৰ ওৰণীৰ সৈতে আপোনাকো সুন্দৰ লাগিছে ।

  • @monimaladeka1164
    @monimaladeka1164 2 роки тому +3

    Thanks ur attitude for won Assamese History

  • @joonmonidas7119
    @joonmonidas7119 2 роки тому +2

    Bohriya baideu , ayahe akhomiya bihu . Jot neki khoti joymoti, kononoklota totha mula gavorur kotha khonnibristo korise . Khosa atuloniyo .👌👌🙏🙏❤️❤️❤️

  • @babuldas7254
    @babuldas7254 2 роки тому +6

    ঠিক এনেকৈয়ে জগত সভালৈ অসমক আগবঢ়ায় লৈ গৈ থাকক। আমাৰ শুভেচ্ছা,শুভকামনা সদায় আছে।

  • @debenkonwar8367
    @debenkonwar8367 2 роки тому +20

    বিহুগীতত বুৰঞ্জীৰ অবলোকন । শুনিবলগীয়া । আজিৰচামে সতী জয়মতী বলিদানৰ কথাবোৰ জনা উচিত । বৰ ভাল লাগিল ।

  • @nabulbg6246
    @nabulbg6246 2 роки тому +2

    জাতিৰ অতীত গৌৰৱ গাঁথা এইদৰে নতুন প্ৰজন্মলৈ প্ৰবাহিত কৰিব পৰাতো এগৰাকী প্ৰকৃত শিল্পীৰ চিন। আপোনাৰ এই প্ৰচেষ্টা অব্যাহত থকাৰ কামনাৰে---🙏🙏🙏

  • @syedaelinabegum4122
    @syedaelinabegum4122 2 роки тому +2

    Baider kotha aru bihu git khuni bohut val lagil. Mon sui jua git gai diyar babe bohut bohut dhoniyabad.

  • @pranjalmoniborah3633
    @pranjalmoniborah3633 2 роки тому +17

    সঁচাই ভাল লাগিল, নৱ প্ৰজন্মই পুৰণি ইতিহাস জনাটো দৰকাৰ আৰু এনেকুৱা এটা অনুষ্ঠানত উপস্থাপন কৰা বাবে অশেষ ধন্যবাদ কল্পনা পাটোৱাৰী বাইদেউ। 🙏

  • @dipikaphukan7387
    @dipikaphukan7387 2 роки тому +2

    কল্পনা পাটোৱাৰী লৈ মৰম মিহলি ‌শুভাৰ্ষীশ‌ যাচিলো,

  • @riktadey6835
    @riktadey6835 2 роки тому +6

    কল্পনা বাইদেউ বৰ ভাল লাগিল,মই আপোনাৰ গীত বৰ ভাল পাওঁ ,এই গীত টো মন চুই গল !

  • @binaborgohain3623
    @binaborgohain3623 2 роки тому

    Baideu apunar kontho vogobanor dan, apunar kontho otike hundor, bolistha

  • @PBG-555
    @PBG-555 2 роки тому

    U r Real Singer...jot ji2 koribo lage apuni buji pai...Axomot axomia,Biharot bhojpuri...apuni Joimoti...Salute

  • @daduhazarika9002
    @daduhazarika9002 2 роки тому +2

    Bihu geet anekuwa he hobo lage.. proud of you Kalpona baidew..

  • @76no.nizsarihabajaliicds78
    @76no.nizsarihabajaliicds78 2 роки тому +2

    কল্পনা বাইদেউৰ সতী জয়মতী কনক লতা মূলা গাভৰুৰ কথা সুৱৰি গেৱা গান সচাকৈ ভাল লাগিল আমি য়ো তেজ দিম দেশ নিদিউ

  • @JuliDevi-xe5bj
    @JuliDevi-xe5bj 2 місяці тому +1

    Baideu. Aponar. Gaan. To. Khobei. Bhal lagil kinto

  • @brddddd
    @brddddd 2 роки тому

    Vl lagil. Geetor majere otit huori olop etihakh auruar hujug dile. Dhonyabad kalpana

  • @hemkantaborah7434
    @hemkantaborah7434 2 роки тому +1

    অসমৰ অতীতক লৈ গোৱা সুন্দৰ গীত।

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 2 роки тому +5

    She always performed differently . Her performances are heart touching and she presents our folk songs, Bargeet, Banageet, jyouti sangeet, Ravageet etc. all most everything in bihu stage every year. Which is appreciable.

  • @nabajyotisarrma4372
    @nabajyotisarrma4372 2 роки тому +6

    বাইদেউ আপোনাৰ গানৰ মই এজন নিয়মীয়া শ্ৰোতা, এনেকুৱা ধুনীয়া উপহাৰ বোৰ সদায় দি যাওক তাৰে কামনাৰে🙏

  • @lakhyadharbarman6961
    @lakhyadharbarman6961 2 роки тому +2

    Xosakoi bohut dhuniya gaise baideu Bohut val lagil xuni

  • @sakuntaladevi2075
    @sakuntaladevi2075 2 роки тому +3

    অতি সুন্দৰ নিদৰ্শন দেখুওৱ বিচাৰি ছে ভাল লাগিছে।

  • @hemkantaborah7434
    @hemkantaborah7434 2 роки тому +4

    ঐতিহ্যমণ্ডিত অসমৰ সুন্দৰ গীত।

  • @satayaranjansarmah7729
    @satayaranjansarmah7729 2 роки тому +1

    ভাল লাগিল বাইদেউ। আপোনাক অশেষ ধন্যবাদ। এনে প্ৰচেষ্টা অব্যাহত ৰাখক। অসমীয়া ঐতিহ্যসমৃদ্ধ এনে বিহু আপোনাৰ পৰা আৰু আশা কৰিলোঁ।

  • @prafulladasno2109
    @prafulladasno2109 3 місяці тому

    কবলৈ ভাষা নাই। বহুত ভাল লাগিল আপোনাৰ গান শুনি।

  • @hemashriskitchen
    @hemashriskitchen 2 роки тому +4

    Outstanding🥰🥰 performance.... Best bihu ever, God bless you Madam 🙏🙏🙏
    Jai Aai Axom

  • @rupalibhuyan8075
    @rupalibhuyan8075 2 роки тому +1

    Nice 🙏🙏🙏

  • @gautamkamakhyadas4499
    @gautamkamakhyadas4499 2 роки тому +2

    বহুত সুন্দৰ বা

  • @dwipenhuzuri2764
    @dwipenhuzuri2764 2 роки тому +1

    Apunak bahut bahut suvksmona jonalu bideow

  • @akandas5879
    @akandas5879 2 роки тому +2

    Kalpana বাইদেউ🙏🙏

  • @nikumaninath4268
    @nikumaninath4268 2 роки тому +1

    Xub dhunya kotha koise ...val lagil ..bihu manchot enekwa geet huni...

  • @probodhmedhi6219
    @probodhmedhi6219 2 роки тому +3

    Mor bohut vll lage kalpana baa apunak.prroti to gaan a bohut vll pawo xuni

  • @rupjyotikonwar1347
    @rupjyotikonwar1347 2 роки тому +3

    সঁচাকৈ ভাল লাগিল

  • @junmonichangmai9356
    @junmonichangmai9356 2 роки тому +1

    why she is so i n deplorable inspite of best artist as my opinion

  • @dr.major.djborah1783
    @dr.major.djborah1783 2 роки тому +3

    Truly inspiring and very appropriate. Your contribution to the society is priceless. It will definitely create an atmosphere among all specially the youth to know about our rich culture, patriotism of Assamese people.
    Many many thanks from core of my heart Baidew. All the best wishes always

  • @barakhachoudhury903
    @barakhachoudhury903 2 роки тому +1

    Bohut dhuniya performance.gaan xuni xosai gar noom hihori hoise👏

  • @rakhalmonibaruah1233
    @rakhalmonibaruah1233 2 роки тому +1

    খুব সুন্দৰ। বহুত ভাল লাগিল

  • @jutikamonidas...8400
    @jutikamonidas...8400 2 роки тому

    কল্পনা বা আপোনাক মোৰ বৰ বেছি ভাল লাগে বা 💕💕

  • @bhaskarborah4254
    @bhaskarborah4254 2 роки тому

    সতী জয়াৰ মনত সচাকৈয়ে চকু লো পৰিল। জয় আই অসম

  • @pranjalsaikia7971
    @pranjalsaikia7971 2 роки тому +2

    Khub val lagil huni baa❤❤❤❤

  • @brojenkhargharia15
    @brojenkhargharia15 2 місяці тому

    Kalpana baedao Soto koote pronam god bless you

  • @anildeka1594
    @anildeka1594 2 роки тому +1

    Bahut Val lagil baidio gunto khuni thanks

  • @urmotheree
    @urmotheree 2 роки тому +4

    বৰ ভাল লাগিছে ❤️

  • @pranjalmoran4812
    @pranjalmoran4812 2 роки тому

    বহুত ভাল লাগিল আগলৈ এনে দৰে ...................

  • @shilpikalita6287
    @shilpikalita6287 2 роки тому +2

    Dhuniya❣️

  • @Mukti283
    @Mukti283 2 роки тому +1

    সুন্দৰ হৈছে ।

  • @darshankrishnabora5495
    @darshankrishnabora5495 2 роки тому +1

    Bahut hundor . Vakha ni .

  • @nirupamadohutia8540
    @nirupamadohutia8540 2 роки тому +1

    Best singar 👍👍👍

  • @SabinaAhmed-vp2jy
    @SabinaAhmed-vp2jy 3 місяці тому

    Real Akhomiabuwari ,dress & honmanor uroni khon ,logotay strong dailoug

  • @kookuncle9737
    @kookuncle9737 2 роки тому +1

    Very nice Bihu

  • @uditahazarika9258
    @uditahazarika9258 2 роки тому

    Excellent baidew..apuni asol axomia👌👌

  • @puspadharborah8508
    @puspadharborah8508 2 роки тому +2

    Nice 🙏👌

  • @bubulboruah1123
    @bubulboruah1123 2 роки тому +6

    কল্পনা বাইদেক মুগা কাপোৰযোৰে ইমাম ভাল লাগিছে।
    বহুত ভাল বিহু কৰিছে।
    বিহুৰ গান কিছু গাইছে।
    ভাল বুজনি দি দি বিহু মাৰিলে , ধন্যবাদ
    🍀🍀 🌱 🍀🍀
    🍀🍥🍥😋🍥🍥🍀
    🍀🍥 🌕 🍥🍀
    🍀 🌕 🍀
    🍀🍥 🌕 🍥🍀
    🍀🍥🍥🌕🍥🍥🍀
    🍀🍥🍀 🍀🍥🍀
    🍀🍀 🍀🍀

  • @sayanikaphukon5909
    @sayanikaphukon5909 2 роки тому +1

    Bor val lagil

  • @pradipbora6360
    @pradipbora6360 2 роки тому +3

    বহুত ভাল লাগিল বা ।

  • @NiharikaTeronpi
    @NiharikaTeronpi 3 місяці тому

    আটাইতকৈ ভাল পোৱা মহিলা গায়িকা আপুনি। exam অৰ সময়ত ৰাতি ৩ , ৪ বজাত ও টুপনি ভাঙিবলৈ ও আপোনাৰ গান শুনো। ❤❤🎉🎉❤❤🎉🎉💐💐💐💐

  • @utpalmedhi7795
    @utpalmedhi7795 2 роки тому +5

    Wonderful....you are legendary singer....

  • @bhanudas9737
    @bhanudas9737 2 роки тому +3

    Excellent baidew . 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @goutamdas5348
    @goutamdas5348 2 роки тому +5

    কণ্ঠ অতি সুন্দৰ I

    • @sakuntaladevi2075
      @sakuntaladevi2075 2 роки тому

      অতি সুন্দৰ নিদৰ্শন দেখুওৱ বিচাৰি ছে

    • @niranjanborah828
      @niranjanborah828 2 роки тому

      কল্পনা বাইদেউৱৰ বলিষ্ঠ কন্ঠ , সুন্দৰ উপস্থাপন অতীতৰ জয়মতীক লৈ ৰচা বিহুগীত টি 👍👍

  • @pineapple4041
    @pineapple4041 3 місяці тому

    অতি সুন্দৰ 👌🏻 ❤

  • @arunpathak2120
    @arunpathak2120 3 місяці тому

    সুন্দৰ সাজ পৰিধান কৰি তেখেতে অনুস্থান পৰিবেশন কৰাৰ বাবে ধন্যবাদ থাকিল।

  • @dilipdas9924
    @dilipdas9924 2 роки тому +1

    মজা

  • @pkalita5227
    @pkalita5227 2 роки тому +3

    Ki voice apunar apunar পঢ়া বহুত শিকিব আছে আমি ❤️❤️❤️

  • @anandaramborah6442
    @anandaramborah6442 2 роки тому +4

    I appreciate kalpana Patowary for this kind of activities.

  • @mridulkumarborah4181
    @mridulkumarborah4181 2 роки тому +3

    Evergreen Kalpana.

  • @jagadishsaikia6293
    @jagadishsaikia6293 2 роки тому +1

    Kalpana Baideur extra quality ase

  • @manojitdas3464
    @manojitdas3464 2 роки тому +2

    ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এটি গান।

  • @user-ql5mk4qb2x
    @user-ql5mk4qb2x 3 місяці тому

    বাইদেউ আপোনাৰ বিহু গীতৰ মাজেৰে অসমীয়া নাৰীৰ সাহসীকতা দাঙি ধৰা বাবে অশেষ ধন্যবাদ জনালোঁ।লগতে আপোনাৰ সু-স্বাস্থ্য কামনাৰে

  • @gajenborah-ee8yl
    @gajenborah-ee8yl 3 місяці тому

    Baidu behu geet bor Val lageel ❤

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 3 місяці тому

    Bohut bhal lagile, kukhole thakok❤

  • @bishnurabha1282
    @bishnurabha1282 2 роки тому +2

    Kalpana baideor stage program r kontha manibologia
    Karon bakiburrrr hoor phate

  • @mamitasaikia6194
    @mamitasaikia6194 3 місяці тому

    বহুত ভাল লাগে আপোনাৰ গীতবোৰ

  • @archanahazarika3025
    @archanahazarika3025 2 роки тому +3

    বহুত ভাল লাগিলে।

  • @majafarali279
    @majafarali279 2 роки тому

    Sumadhur bar val Lagil huni

  • @kalpananath3301
    @kalpananath3301 2 роки тому +1

    ভাল লাগিল

  • @AnurupaGogoi-wl9fs
    @AnurupaGogoi-wl9fs 3 місяці тому

    Baidaw apuner gunbur bohut val laga

  • @jahnabineog7990
    @jahnabineog7990 2 роки тому +1

    Agi haj jure ru dhunia korise kolpana ba moi apunar kontho khub val paw .. Hundor geet

  • @manojkalita8501
    @manojkalita8501 2 роки тому

    Aponar geet xamuh khubei strong.