Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Biggest gift of Bajpayee for ASSAM is East-West corridor highway project,which starts from Srirampur and Ends at Silchar.
Atui bihari dev Bharat matri r ajon mahan putro asil👏👏
Atul Bihari Vajpayee apunak kouti kouti pranam
অমৰ হওক।
Vaal asile manuhjon
বগীবিলৰ আধাৰশিলা অটলজীয়েই কৰিছিল 2002 চলত ৷ কি যে ভালকৈ খৱৰ নোলোৱাকৈ বাতৰি দিয়ে !দলংখন কেনেকুৱাকৈ নিৰ্মাণ হব সকলো পৰিকল্পনা অটলজীৰ কৰা হৈছিল ৷ 16 বছৰ আঠ মাহত দলং সম্পূৰ্ণ হৈছিল ৷ ভুল তথ্য প্ৰচাৰ নকৰিব ৷ দেৱেগৌড়া মাত্ৰ দহমাহ প্ৰধানমন্ত্ৰী আছিল ৷ সেই সময়ত ইমান বৃহৎ প্ৰকল্পৰ সকলো আঁচনি কৰা সম্ভৱ নেকি ?
2002 ত বগীবিলৰ আধাৰশিলা হৈছিল ৷ 2002 মানত DPR প্ৰস্তুত হৈ উঠিছিলহে ৷ কথাখিনি শুধৰাই কওক ৷ কি বাতৰি পঢ়ে , একো কথা ভালকৈ নাজানে ? ভাৰতৰ আটাইতকৈ দীঘল ৰেল কাম ৰোড দলঙৰ শুদ্ধ তথ্য নাজানেযে ?