Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
খুব মজা কথা পা মজা মন্ত্ৰী বিষয়াইতথাপিও মন্ত্ৰী বিধায়ক বিষয়াই মাত মতা নাই smart meter বিষয়ে
তেওঁলোকৰ বিলৰ টকা চৰকাৰে দিব ।
আমি হে দিব লাগিব। সেই সকলৰ কি আহে যায়।
সুন্দৰ হা হা হা----
অন্ধ ভক্ত বোৰৰ ঘৰত smart মিটাৰ লগাই দিব লাগে
মামাৰ ভাগিন বোৰৰ ঘৰতো Smart miter লগাব লাগে ঌ
কতিয়াবাই লগালে।
মোৰ দৃষ্টিৰে----------এইবাৰহে শেনৰ এজাত । কোনোদিনে ৰাইজৰ কথা বিশ্বাস নকৰা মন্ত্ৰী বিধায়ক সকল এইবাৰ কেনে ? ভাল হৈছে খুওব ভাল হৈছে ।
Sorkare(raijor toka ) pay koribo tahator eku najai
Khadharan janatak aru kiman misa kotha kobo o yeisabe....sob misa kotha.
মজা...
Very good news
Oti Sundar.kene moza ? Protfal
অতি মজাৰ কথা ।মন্ত্ৰী সকল এতিয়া কেনে?
মজা
বঢ়িয়া ৷ পিছে বিলবোৰ দিব জানো ?
জনতাৰ পইচাৰে বিল পৰিশোধ কৰিব।
Tax poisarea dibo
@@KD-dj1iq ইহঁতৰ মিটাৰ বোৰ গুৰিতে কাটি দিব লাগে।
Very good
ঠিক হৈছে য'ত যেনেদৰে বিজুলীৰ ব্যৱহাৰ হয় তেনেকৈ বিল আহক, মন্ত্ৰীৰ বিলৰ সমান সাধাৰণ খিনিৰ অহা নাই, আহিছে যিমান ব্যৱহাৰ কৰিছে। স্মাৰ্ট মিটাৰ নচলোৱা মানুহে কিন্তু আনৰ আগত নিজক স্মাৰ্ট হিচাপে প্ৰদৰ্শন কৰিবলৈ স্মাৰ্টফোন ব্যৱহাৰ কৰে। বিলৰ জ্ঞান দিব অহা কেইজনে প্ৰথম বিজুলীৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকক।
Moja
ভাল হৈছে দিয়ক তেওঁলোকে হিত তাপ ACত থাকে বিদ্যুত বিল আহিবই ৫০ ৰ পৰা ৭০ হাজাৰ । তেওঁলোকৰ বাবে এইটো সাধাৰণ কথা। ওপৰত থু মাৰিলে নিজৰ গাত পৰে তাৰ প্ৰমাণ হাতে হাতে পালে নে মূখ্যমন্ত্ৰী চাহাব???? এতিয়া পাছে কি কৰিব আদানিৰ লগত কথা চথা পাতক। ৰাজ্যখনৰ ৰাইজে আপোনালোকৰ চৰকাৰক সেয়াই পাইছে।
ৰাইট
ৰ্স্মাটমিটাৰে বিজেপিক ডুবাব খাটাং....
@@rajkumardihingia2331 ভাল কৈয়ে ডুবাম, বিজেপি জিণ্ডাবাদ, হিমন্ত এণ্ড হো হাত বাও হাত মূৰ্ডাবাদ। আমাক কেলং মূৰ্খ মন্ত্ৰী এজন নালাগে । তেওঁ যি মন যায় তাকে কৰিব, যি মন যায় তাকে কব, এইয়া কি ? হোৱাত ইচ্ দিচ ?
ফিউজ নে পিযুছ বোলা লাখটকীয়া চোলা পিন্ধা মন্ত্ৰীৰ বিল কিমান আহিছে জনাব নে ?
@@utpalgoswami1990 তাক ঠাণ্ডা কৰি ৰাখিবলৈ ঘইনি আছে, ফুলগুৰি বজাৰৰ বিছনি কিনি থৈছে, বিছি থাকিব বিচি থাকিব, তাৰ ভাল টোপনি হব 😊😊😊😊
Piyaz hazarika r jodi 2/4 lakh ahe tetiya moja hbo😂
Kio, amibor aso nohoi pizosar line or Bill dibaloi !
Mja
সেই বিলো ৰাইজৰ পৰা উঠাৱ
এইবাৰ মন্ত্ৰীয়ে অখিল গগৈক উভতি নধৰে কিয় ? সেইদিনা বিধানসভা অধিবেশনত মন্ত্ৰী পিয়ুছ হাজৰিকাই বৰকৈ কৈ আছিল ? আজি স্মাৰ্ট মিটাৰত বিল বেছি নাহে বুলি নকয় কিয় ?
মন্ত্ৰী বিধায়কৰ কাৰেণ্টৰ বিল কম আহিছে৷এচি ২৪ ঘন্টাই চলাই ১লাখ আহিব লাগিছিল৷
হিযন্তু আৰু পিযুজ ক কাণতলী চৰ দিব লাগে
মন্ত্ৰী বিধায়কে স্মট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবনে ? সেয়ে লক্ষ্যনীয় ।
Khub moja. Kintu churi kora tokare bill dibo.
Moja, khub bhal hoise.
এইবাৰহে যদি স্মাৰ্ট মিটাৰৰ অপাৰ মহিমা লীলা উন্মোচিত হৈ পদমান্যতা পাব ।
মিঞা মিঞা কৰিলেই অন্ধ ভক্ত বোৰ সান্তি বিল যিমানেই আহকনা কিয়
এই স্মাৰ্ট মিটাৰৰ সমস্যা সমাধান নকৰিলে হিমন্তৰ চৰকাৰ গ'ল আৰু ।
,, মন্ত্ৰী , বিধায়ক বিদ্যুতৰ বাবদ ৭০ হাজাৰ দি ৭০ crore টকা উঠাব পাৰে বাবে সিহঁতৰ গা লৰা নাই।
@@abdulrohimsarkar3328 পিগুছ নামৰ মন্ত্ৰী তোৰ মিটাৰ টো গুৰিতে কাটি দিব লাগে, তাৰ ফৰ ফৰণি বেছি।
Enjoy
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জনসাধৰণে কি ফুৰ্টীটে আণ্দোলন কৰিছে নেকি, চৰকাৰ বাহাদুৰ ।
সুন্দৰ
Vhal hoise.aamko ki koisily
Smart meter zindabad.Aru lage
৭০ হাজাৰ খিহঁতৰ হাত সাফা কৰোঁতে ওলাই কিয়নো চিন্তা ৰ প্ৰওজন ।। খিহঁতৰ মতে খেইয়া উচিত বিলে দিছে smart mittere ।।। Jonokhadharone he vul bujise ।।
OMG
তেওলোকে নিজৰ দৰমহাৰ পৰা বিল পৰিশোধ কৰিব।
মজা মজা
পাৰিলে বিল দিলেনে নাই বাতৰিটো দিবচোন 😊
Very good news Mooja👍
মিঞা মিঞা কৰি অন্ধ ভক্ত বোৰক ভোলোকা বাহঁ সুমাই দিলেও কব সান্তি
এইবোৰে নিজৰ কপালৰ ঘামৰ টকা নিদিয়ে এইবোৰে দুখীয়া ৰাইজৰ তেজ সুহি লোৱা টকাহে দিব। সি হতে ৰাইজৰ কথা কত সুনিব
স্মাৰ্ট মিটাৰ লগাই মন্ত্ৰী-বিধায়ক আৰু বিষয়া সকলৰ বিশ্বাস জন্মিল। কিন্তু মৌন, প্ৰতিবাদ কৰাৰ ধৃষ্টতা নাই।
হাগাৰ সমান সুখ পালো |😂😂😂
পিয়াজ উদ্দিনৰ আবাসত কমকৈ আহিছে চাগে
C m'r xokolu kotha bhalei asil rta kothai b.j.p 'k dubabo.smart meter'i dubabo.
Boriya, Montri, MLA , officer khokolor bill besi hoise Judi dangor kotha nohoi, Smart metre khotik metre diye jen laage.
ওপৰৰ মাল ফিয়ুজৰ কোনো চিন্তা নাই কাৰন লাখ টকা ছোলা ,সাত আঠ লাখ জেকেট পিন্ধিব পাৰিলে সত্তৰ আশী হেজাৰ লাইটৰ বিল দিয়াৰ কোনো অসুবিধা নাই কিন্তু খাটি খোৱা জনতাক স্মাৰ্ট মিটাৰ লগাই ডকাইট নকৰিব মুখ্যমন্ত্ৰী মহোদয় ,জীয়াই থাকিবলৈ দিয়ক এই সকলক , এওঁলোকো আপোনাৰ নিচিনা মানুহ নামৰ জীৱ,আপোনাৰ দৰে ভগৱানে এওঁলোককো শ্ৰজন কৰিছে।
জাঙীয়া তো বিক্ৰী কৰিয়েই শুধাই দিব পাৰিব ।
এইটো মানিব পাৰি জানো? চেপ্টেম্বৰ মাহ টোহে শুভ মাহ ।
Verry। Good
বিজেপি মন্ত্ৰী বিধায়ক ৰাইজৰ টকা এচি চলাই আকৌ বিল কৈৰ পৰা আহিল তেওঁ লোকে থকা ঘৰ খোৱা বস্তু একোৱেই ইস্কল কলেজ কাপোৰ অহা যোৱা গাড়ী খৰচ নকৰে চব ৰাইজৰ টকাত ছলি আছে
Montri aru IASor bill Kune die?
তাৰ মানে ইমান দিনে তেওঁ লোকৰ আবাস গৃহত কি মিটাৰ লাগি আছিল।
Wow😊
সিহতৰ ৭০ হাজাৰ কোনো তকাই নহয়।
এতিয়াও এই স্বাৰ্থলোভী ৰাজপাটত বহিখোৱা সকলৰ জ্ঞানে ধুকি পাইছেনে ? নে সাধাৰণ জনতাৰ তেজ শুহিয়ে থাকিব সেইটোহে চিন্তনীয় বিষয়।
AC থাকিলে হব ।
Himantai atiya ki matibo
Very nice
বাতৰি পঢ়িচ হা।কোন কোন বিষয়া এম এল এ নাম প্ৰকাশ কৰা।
মন্ত্ৰী সকলৰ নাম নকলে যে ডাঙৰীয়া,
প্ৰমান হল
Good
মিটাৰে গোৰ সোধোৱা নাই। ইমান দিনে মন্ত্ৰী বিষয়াই কম বিল দি তোৰ মুৰত গোৰ সোধাই আছিল।
Black listed company k abonton disil neki?
Good 😊
Very good 🫣🫣👍👍🤗🤗👏👏,,,
Amak jonaok Piyush Hajorikar kiman ahise teoloke to raijor tax or poisa he dibo
Piyush sira dakhun facebook khub gun bokhani asa prepaid meter or
Hagi aram palu
Kla montri r gaat lagile h change koribo
Minister ye electric fees dobo laage janu???
স্মাৰ্ট মিটাৰ জিন্দাবাদ,হিমু মামা জিন্দাবাদ। আমি স্মাৰ্ট মিটাৰ ভাল পাইছোঁ।হৰ ঘৰ মোদী হৰ ঘৰ স্মাৰ্ট মিটাৰ, নহ'লে নহব। বিজেপি জিন্দাবাদ।
Besikoi Light Zolise
Smart meter aaru menuel meter porikha kori ki fol pale
A C বন্ধ কৰি গছৰ তলত বহিব
কেনে মজা😅
Atia mani lobne hei Monti hokle raijor kotha
Montri bidhayok, officer bilakhor tho 20 , 50,7o hajar thkha APDCL bill tho komhe hoise, 😂😂😂😂,
Monti.Hotor.Poisa Bohut .Sinta Aamar he
😮pi. Ub
Ai khan sarkar lei lei sei sei
Uh.kana.val.lagil
We dt need smrt meter we need solution
Kokor jaraj piyaj ne piju mntri kot gl kokor laz nhowar to
Good smart meter ki bostu nijok akhet sokole
JHUMLA BAZ,NAUTANKI😅
Reayej raja nohay e v m raja
Gutai bjp netar ghort smart meter logabo lage Karon tumr konu objection nai,ami jonohadharone nologau Karon Amar objection ase
Abhi to Majja ayega na biru
Rojai aiberhe bhabibo chage
ভাবিব জানো।
Moi tu .. vangim .. mitar ..aru dudin bad saw ..
Bad diya hei.
Ei bur sob natok hihote eku namate
Gasar talat thakile hol
নাটক
😂😂😂
🤣🤣
Eitu ata natak kari manuhak dekhaba khujise ,,je netae gharatau Smart mitre lagua hoise....kintu eiboor natak bahut hol ...gootei mitre bhangi free koi logai soli thakak jetialoike agar mitre logai nidiye...! Enekua HB re soor rr boodhi aru hikaba nalge
খুব মজা কথা
পা মজা মন্ত্ৰী বিষয়াই
তথাপিও মন্ত্ৰী বিধায়ক বিষয়াই মাত মতা নাই smart meter বিষয়ে
তেওঁলোকৰ বিলৰ টকা চৰকাৰে দিব ।
আমি হে দিব লাগিব। সেই সকলৰ কি আহে যায়।
সুন্দৰ হা হা হা----
অন্ধ ভক্ত বোৰৰ ঘৰত smart মিটাৰ লগাই দিব লাগে
মামাৰ ভাগিন বোৰৰ ঘৰতো Smart miter লগাব লাগে ঌ
কতিয়াবাই লগালে।
মোৰ দৃষ্টিৰে----------
এইবাৰহে শেনৰ এজাত । কোনোদিনে ৰাইজৰ কথা বিশ্বাস নকৰা মন্ত্ৰী বিধায়ক সকল এইবাৰ কেনে ? ভাল হৈছে খুওব ভাল হৈছে ।
Sorkare(raijor toka ) pay koribo tahator eku najai
Khadharan janatak aru kiman misa kotha kobo o yeisabe....sob misa kotha.
মজা...
Very good news
Oti Sundar.kene moza ? Protfal
অতি মজাৰ কথা ।মন্ত্ৰী সকল এতিয়া কেনে?
মজা
বঢ়িয়া ৷ পিছে বিলবোৰ দিব জানো ?
জনতাৰ পইচাৰে বিল পৰিশোধ কৰিব।
Tax poisarea dibo
@@KD-dj1iq ইহঁতৰ মিটাৰ বোৰ গুৰিতে কাটি দিব লাগে।
Very good
ঠিক হৈছে য'ত যেনেদৰে বিজুলীৰ ব্যৱহাৰ হয় তেনেকৈ বিল আহক, মন্ত্ৰীৰ বিলৰ সমান সাধাৰণ খিনিৰ অহা নাই, আহিছে যিমান ব্যৱহাৰ কৰিছে। স্মাৰ্ট মিটাৰ নচলোৱা মানুহে কিন্তু আনৰ আগত নিজক স্মাৰ্ট হিচাপে প্ৰদৰ্শন কৰিবলৈ স্মাৰ্টফোন ব্যৱহাৰ কৰে। বিলৰ জ্ঞান দিব অহা কেইজনে প্ৰথম বিজুলীৰ সদ্ব্যৱহাৰ কৰিবলৈ শিকক।
Moja
ভাল হৈছে দিয়ক তেওঁলোকে হিত তাপ ACত থাকে বিদ্যুত বিল আহিবই ৫০ ৰ পৰা ৭০ হাজাৰ । তেওঁলোকৰ বাবে এইটো সাধাৰণ কথা। ওপৰত থু মাৰিলে নিজৰ গাত পৰে তাৰ প্ৰমাণ হাতে হাতে পালে নে মূখ্যমন্ত্ৰী চাহাব???? এতিয়া পাছে কি কৰিব আদানিৰ লগত কথা চথা পাতক। ৰাজ্যখনৰ ৰাইজে আপোনালোকৰ চৰকাৰক সেয়াই পাইছে।
ৰাইট
ৰ্স্মাটমিটাৰে বিজেপিক ডুবাব খাটাং....
@@rajkumardihingia2331 ভাল কৈয়ে ডুবাম, বিজেপি জিণ্ডাবাদ, হিমন্ত এণ্ড হো হাত বাও হাত মূৰ্ডাবাদ। আমাক কেলং মূৰ্খ মন্ত্ৰী এজন নালাগে । তেওঁ যি মন যায় তাকে কৰিব, যি মন যায় তাকে কব, এইয়া কি ? হোৱাত ইচ্ দিচ ?
ফিউজ নে পিযুছ বোলা লাখটকীয়া চোলা পিন্ধা মন্ত্ৰীৰ বিল কিমান আহিছে জনাব নে ?
@@utpalgoswami1990 তাক ঠাণ্ডা কৰি ৰাখিবলৈ ঘইনি আছে, ফুলগুৰি বজাৰৰ বিছনি কিনি থৈছে, বিছি থাকিব বিচি থাকিব, তাৰ ভাল টোপনি হব 😊😊😊😊
Piyaz hazarika r jodi 2/4 lakh ahe tetiya moja hbo😂
Kio, amibor aso nohoi pizosar line or Bill dibaloi !
Mja
সেই বিলো ৰাইজৰ পৰা উঠাৱ
এইবাৰ মন্ত্ৰীয়ে অখিল গগৈক উভতি নধৰে কিয় ? সেইদিনা বিধানসভা অধিবেশনত মন্ত্ৰী পিয়ুছ হাজৰিকাই বৰকৈ কৈ আছিল ? আজি স্মাৰ্ট মিটাৰত বিল বেছি নাহে বুলি নকয় কিয় ?
মন্ত্ৰী বিধায়কৰ কাৰেণ্টৰ বিল কম আহিছে৷এচি ২৪ ঘন্টাই চলাই ১লাখ আহিব লাগিছিল৷
হিযন্তু আৰু পিযুজ ক কাণতলী চৰ দিব লাগে
মন্ত্ৰী বিধায়কে স্মট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবনে ? সেয়ে লক্ষ্যনীয় ।
Khub moja. Kintu churi kora tokare bill dibo.
Moja, khub bhal hoise.
এইবাৰহে যদি স্মাৰ্ট মিটাৰৰ অপাৰ মহিমা লীলা উন্মোচিত হৈ পদমান্যতা পাব ।
মিঞা মিঞা কৰিলেই অন্ধ ভক্ত বোৰ সান্তি বিল যিমানেই আহকনা কিয়
এই স্মাৰ্ট মিটাৰৰ সমস্যা সমাধান নকৰিলে হিমন্তৰ চৰকাৰ গ'ল আৰু ।
,, মন্ত্ৰী , বিধায়ক বিদ্যুতৰ বাবদ
৭০ হাজাৰ দি ৭০ crore টকা উঠাব পাৰে বাবে সিহঁতৰ গা লৰা নাই।