1 January 2025, চাবুকধৰাৰ ভাগৱত অনুষ্ঠান, নৃপেন শ‌ইকীয়া।

Поділитися
Вставка
  • Опубліковано 9 січ 2025

КОМЕНТАРІ • 20

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 7 днів тому +2

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.

  • @dilipborah9362
    @dilipborah9362 День тому +2

    Krishna krishna

  • @Tulikaartacademy912
    @Tulikaartacademy912 8 днів тому +3

    কৃষ্ণ কৃষ্ণ বাপ জনাৰ চৰণ কমলত কৌতি কৌতি প্ৰনাম জনালো।বাপ আপোনাৰ ভাগৱত গীতা বাখ্যাৰ অমৃত পান কৰাই এই অধমে আনন্দ পাও । প্ৰভু ‌পিছে আৰু হয়টো বেছি দিন শুনিব পান কৰিব নেপাম‌ কাৰণ আমাৰ কিডনী দুয়ো টা‌ বিকল‌‌ হৈছে। কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই আপোনাক দীৰ্ঘাউ কৰক এই গুৰু জনাৰ জনাৰ অসম‌ ৰাজ্য খনৰ‌ ভক্ত সকলক‌ আধ্যাত্মিক গেনেৰে অমৃত পান কৰাই থাকিবলৈ ঈশ্বৰে যেন আপোনাক‌ কৃপা কৰি থাকে কৃষ্ণ।

  • @birendradeka3175
    @birendradeka3175 8 днів тому +2

    কৃষ্ণ কৃষ্ণ বাপজনা সেৱা গ্ৰহণ কৰিব।কোটি কোটি জনমৰ পুণ্যৰ ফলত যেন আপোনাৰ মুখ পদ্মে পৰম দুৰ্বোধ্য কৃষ্ণৰ চৰিত্ৰৰ অমৃতৰ ভাগ পান কৰিবলৈ পাইছো ।ভগৱানে আপোনাক কুশলে ৰাখক তাৰেই কামনা কৰিলো।🙏🙏

  • @DigantaDutta-hk5ic
    @DigantaDutta-hk5ic 8 днів тому +2

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। নতুন বছৰটো প্ৰতিটো দিনতেই সুখ্যাতিৰে পাৰ হোৱাৰ কামনাৰে ।

  • @parajitasaikia
    @parajitasaikia 8 днів тому +1

    কৃষ্ণ কৃষ্ণ । ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি । সেৱা ধৰিলো বাপজনা । কৃষ্ণ ।

  • @jaganathsonowal2365
    @jaganathsonowal2365 8 днів тому +1

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

  • @anjalibaruah7669
    @anjalibaruah7669 8 днів тому +1

    কৃষ্ণ 🙏❤🙏❤🙏❤🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 8 днів тому +1

    নমো নমো নাৰায়ণ প্ৰণাম প্ৰভু জনা সেৱা আগবঢ়ালোঁ।

  • @r.saikia3334
    @r.saikia3334 8 днів тому +1

    Ram Ram Ram Prabhu 🙏🙏

  • @prafullabora5386
    @prafullabora5386 8 днів тому +2

    জয় গুৰু শঙ্কৰ ,আমাৰ যত শত।কোটি সেৱাআৰু প্ৰণিপাত গ্ৰহণ কৰিব

  • @amiyabora-tg8ld
    @amiyabora-tg8ld 8 днів тому +1

    Om namah bhogote Basu devya

  • @pallabikagohain5720
    @pallabikagohain5720 8 днів тому +2

    কৃষ্ণ কৃষ্ণ শ্ৰৱণ মাত্ৰে পৰম আনন্দ প্ৰদান কৰা কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাই থকা ভকত বৈষ্ণৱ বাপ জনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ

  • @nizarabora8203
    @nizarabora8203 8 днів тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @ankitagogoi9376
    @ankitagogoi9376 8 днів тому +2

    Krishna Krishna provu 🙏🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 8 днів тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🙏🙏🙏🙏

  • @debadas1665
    @debadas1665 8 днів тому +1

    Ram.ram.ram.oti.xundor.prvu

  • @PonkhiDevi
    @PonkhiDevi 8 днів тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DilipSaikia-r1j
    @DilipSaikia-r1j 7 днів тому +3

    Krishna.krishna.baap.apunar.saranat.kuti.kuti.sewa.nibedesu.pravhu.sewa.grohan.korobo.krishna
    🙏🙏🙏🙏🪔🪔🪔🪔

  • @BabuBorq
    @BabuBorq 8 днів тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ