ৰাকেশ পালৰ দৰেই ৰকিবুল হুছেইনো যাব লাগিব নেকি জে'ললৈ?

Поділитися
Вставка
  • Опубліковано 5 лис 2024

КОМЕНТАРІ • 30

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Годину тому +3

    অসমীয়া মানুহে হয়তু অদৰকাৰী কথাত বিতৰ্ক কৰি ভাল পায়। ৰাইজক অনুৰোধ জনালোঁ অদৰকাৰী কথা বাদ দি জাতিটোক ৰক্ষা কৰিব চেষ্টা কৰক। Supreme Court এ নাগৰিকৰ ভিত্তি বছৰ ১৯৭১ কৰাটো আইন সংগত বুলি কোৱাটো দুৰ্ভাগ্য জনক। অসমত অসম চুক্তি বাতিল কৰিবই লাগিব নহলে অসম হয়তো নাবছে। নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ কৰিবই লাগিব। এতিয়া যি খিনি লৰা ছোৱালীৰ বয়স ৪০ বছৰৰ তলত তেওঁলোকৰ জীৱনত সংঘাতিক সংকট নামি আহিব।
    বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ জৰিয়তে অসমক বচাব নোৱাৰে। অসমত হয়তো অসমীয়া মানুহৰ জনসংখ্যা ৪০% আৰু বাংলাদেশী আৰু বাঙালী মানুহৰ জনসংখ্যা ৬০%। অলপ দিন পাছত যিহেতু অসমীয়া মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত কমিছে, গতিকে অসমীয়া মানুহৰ জনসংখ্যা ২০% হব আৰু বাংলাদেশী মূলৰ মানুহৰ জনসংখ্যা ৮০% হব। এনে পৰিস্থিতিত বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ কোনো কামত নাহে। লগতে অসমীয়া মানুহে প্ৰতি পল প্ৰতি অনুপল নিজকে অসমীয়া বুলি প্ৰমাণ কৰিব লাগিব। ধৰক অসমীয়া মানুহে মাটি এডোখৰ কিনিব গৈছে, নিৰ্বাচন খেলিব গৈছে তেতিয়া নিজকে ১৯৫১ চনৰ আগৰ বুলি প্ৰতিটো Generation এ হয়তো প্ৰমাণ কৰিব লাগিব। লগতে বাংলাদেশী মূলৰ মানুহে কিবা বুদ্ধি কৰি তাৰ বাট ওলাই লব। আগলৈ যদি চৰকাৰ সলনি হয়, আৰু Fake Secular দল যদি চৰকাৰত আহে তেতিয়া নিয়ম সলাই দিব।
    Crime কেনেকৈ নিয়ন্ত্ৰণ কৰিব? আপোনালোকে RTI কৰি ওলাই চাওক প্ৰতিখন জেল, পুলিচ থানা আদিত এচাম বিশেষ লোকৰ আধিপত্য আছে। ড্ৰাগছ ৰ বেপাৰ, চোৰ, ডকাইত, চোৰাং চিকাৰী, চোৰাং কাঠৰ বেপাৰী, ধৰ্ষণ কাৰী আদি। বাংলাদেশত হিন্দু মানুহক গছত, ৰেলিংত বান্ধি অত্যাচাৰ কৰিছে। কোনোবা আন্তজাৰ্তিক মানৱতা সংগঠনে, আন্তজাৰ্তিক মিডিয়া আদিয়ে মাত মতিছে জানো? বাঙালী মানুহৰ জনসংখ্যা অসমীয়া মানুহত কৈ বহুত বেছি তথাপিও কোনেও গুৰুত্ব দিয়া নাই। গতিকে অসমীয়া মানুহ বিপদত পৰিলে কোনেও সহায় কৰিব আগবাঢ়ি নাহে।
    ডুবাই UAE ত লোকেল মানুহ মাত্ৰ ১১% বাকী সকলো বিদেশী। কিন্তু তাতে কেতিয়াও নাগৰিকত্ব নিদিয়ে, Work Permit হে দিয়ে। তাতে নিৰ্বাচন নহয় গতিকে তাৰ লোকেল মানুহ সুৰক্ষিত কিন্তু অসমত নিৰ্বাচন হয়। গতিকে অসমীয়া মানুহ কেতিয়াও সুৰক্ষিত নহব যদিহে নাগৰিকৰ ভিত্তি বছৰ ১৯৫১ নকৰে? যোৰ পুৰি হাত পালে এতিয়া হাতো জলি আছে থাতপিও অসমীয়া মানুহে কিয় সাৰ পোৱা নাই?
    Please analyze and Share.

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx Годину тому +3

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়া জেললৈ যাব ?

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 години тому +5

    চামগুৰি বিজেপি সভাত গৰু মাংস ভোজ হৈছিল কেনেকৈ

    • @Nabajyoti-c4c
      @Nabajyoti-c4c 2 години тому +3

      তই খাইছালি নেকি😂

  • @punjanbaruah9427
    @punjanbaruah9427 2 години тому +7

    কংগ্ৰেছৰ দিনত চাকৰি বিক্ৰী হৈছিল। কংগ্ৰেছৰ দিন মানেই চাকৰিৰ বজাৰ

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 2 години тому +3

    বনমন্ত্ৰী থকা কালতে একা....।

  • @bhubanchetri7935
    @bhubanchetri7935 52 хвилини тому

    Honorable HBS Sir khei khomoit apuni dui jone congressor CM Right aru Leftot aasile kune kiman khale
    Apuni bohut inteligent CM please bhal korok.

  • @amalborah3169
    @amalborah3169 7 хвилин тому

    কোনো ধোঁৱা তুলসীৰ পাত নহয় ।মামাই কত কিমান দুৰ্নীতি কৰিছিল এতিয়াহে ওলাব কাৰণ বালিলৈ যি পাত শৰ সুগ্ৰীৱ লৈ একেপাত শৰ ।

  • @7gc970
    @7gc970 3 години тому +8

    ৰকিবুল হুছেইনে পাপৰ কথা লোকাই ৰাখিব নোৱাৰিলে নিজৰ মুখতে প্ৰকাশ
    পালে । কংগেছ দলৰ কাম নাই ।

  • @probinkumarkakati6151
    @probinkumarkakati6151 7 хвилин тому

    সেই সময়ত মানে কংগেছৰ চৰকাৰ থাকোতে কিয় হিমন্ত বিশ্ব শৰ্মাই ৰকিবুলক backdoorত চাকৰি দিয়া কথাটো নধৰিলে কিয় মানে একে পথৰ পথিক আছিল ?নিজৰ গাৰ ছেকাবোৰ ধাকি কিয় আনৰ ছেকা খুছৰিছে নাপায় ?

  • @jayantadutta1024
    @jayantadutta1024 3 години тому +10

    ৰকীবুলক জেইলত দিয়ক ৷

  • @SorojSuroj
    @SorojSuroj 3 хвилини тому

    Tumaru jabloi besi din nai cm sir😊

  • @SorojSuroj
    @SorojSuroj 6 хвилин тому

    Cm Jab lage Ane kuwa cm dakha nai raij tej khai hekh korisa

  • @DhantiHazarika-f6i
    @DhantiHazarika-f6i 3 години тому +1

    ৫,টাতে শিয়াল কংগ্রেচ জাকির খাতাং, মানে হাৰিয়ানা হব, হাৰিয়ানা শিয়াল ৰকি অমেৰুদণ্ডী মুদ্রা বাদ।

  • @CGogoi-qp4dg
    @CGogoi-qp4dg Годину тому +2

    Himonto kopibo dhorise

  • @SURENBorah-z8j
    @SURENBorah-z8j 3 години тому +4

    আপুনি কি ভাল কাম কৰিছে মূল্য বৃদ্ধিৰ শেষ কৰিছে ৰাইজক আপুনি মনত পেলাব লাগিব উজানবজাৰৰ কথা কাহিনীটো

  • @enushkulalung8138
    @enushkulalung8138 2 години тому

    Jabo jen paisu jailoloi

  • @digantadas1883
    @digantadas1883 Годину тому +1

    Assam rhino🦏🦏🦏🦏 sun, rokibul toy haribi eybar, rhino 🦏🦏🦏🦏🦏

  • @birajsaikia2948
    @birajsaikia2948 2 години тому

    Nije he dhuatuloshir pat 😅

  • @MainuAhmed-b6b
    @MainuAhmed-b6b Годину тому

    Tetiya rokibuar lagot cm himonta o asil,

  • @IbrahimAli-u9b
    @IbrahimAli-u9b 3 години тому +2

    Rkibol.jinda.bad

  • @JikumoniChutia-k8d
    @JikumoniChutia-k8d 3 години тому +1

    Moja

  • @ajitdas5103
    @ajitdas5103 2 години тому

    Gar bilak tohotiyei Mari khai etiya katha uliyaiso;

  • @rupalibora6513
    @rupalibora6513 2 години тому

    Val korisr roki boki Kam nai gor hoita roki u

  • @rupalibora6513
    @rupalibora6513 2 години тому +2

    Great man himantra sir congress go back

  • @LalitRay-x7u
    @LalitRay-x7u 2 години тому +3

    BJP Zindabad

  • @budhingogoi4616
    @budhingogoi4616 Годину тому

    Mama jindabad❤❤❤❤❤❤❤❤❤❤

  • @uttamkumargogoi1972
    @uttamkumargogoi1972 2 години тому

    Val lagel purona kotha olabo