Ki sbe blg blg krise khongkorsur june ji pare mari goise ake hua htnu vl lge ...first dekhisu blg blg nas kongkorsur ankua hole sun riharsl nkrileu hoi
Same nasibo lagibo buliu kotha ase neki....ooo aji he gom plu.....ami akow rax khon bhal huwa he saw...Amar sun anakoie bhal lage.........murkho kisuman ahe aru dei...dhat😂😂😂...aibur porosorsha kora manuhei....aru new duijonike cini pw ooo
বৰ ভাল লাগিল দেই ♥️♥️♥️
শঙ্কৰচু আঠ জন কৈ ওলাই আহে। চাওকচোন গপী সকলক ভয়তে কেনেকৈ আছে । সুন্দৰ হৈছে। ধন্যবাদ।
Sankho churor Nrityai xasai jathesta amod pramud dile ...@ 🙏🙏❤️❤️
Very very nice
Krishna 🙏
Bor Val hoisel moi giselu saboloi
Dada moi kendriya rakhot gayan bayonot jura uthaisilu aibar 2024
বাদ দিয়া হে সিহঁতক উত্তৰ দিয়া বেছেৰা/বেছেৰি কেইজনী লে বেয়ায়ে লাগিছে আৰু 😭 সিহঁতৰ তাত চাগে এনেকুৱা ৰাস দেখি পোৱা নাই যে সেইকাৰণে আমাৰ ৰাস দেখি জ্বলি পকী মৰিছে দুখতে চাগে negative comments দি আছে আমাৰ কেন্দ্ৰীয় ৰাসৰ ছোৱালী কেইজনীয়ে ইহঁতৰ লগত মুখ চুপতি
মাৰি নলবি সিহঁত বহুত দুখত আছে
আপোনালোক আহিব দেই অহাবছৰলৈ আমাৰ ৰাস চাবলৈ এইবাৰ ত নাহিলেই সেইকাৰণে গম নাপালে 😆
N
Anekua
Rashk
Bhal
Nalage
Skip kri diok beya napau🙏
নালগিলে নাচাব। UA-cam ত আৰু video আছে সেয়া চাব। আমিটো দিয়াটো দিমেই। আপোনাৰ নিচিনাকৈ দিব লাগে বুলি পোৱালী video post নকৰোঁ নহয়।
Nasibo nupuar karone neki 😂
সত্ৰীয়াত পথালি ককাল নাভাঙে। মিচিং সকলৰ নাচত পঠালি অকাল ভাঙে, ঝুমুই ত তপিনা ভাঙে।
ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় কন উলিয়াই আমাক ইমান শিক্ষা দিয়া বাবে অহা বছৰ আহিব এপাক আমাৰ ৰাস খনলৈ প্ৰশিক্ষকৰ দায়িত্ব আপোনাক দি দিম বুলি আলোচনা কৰিছোঁ। বাৰু আমি একেবাৰে ৰাস খন সত্ৰীয়া ভাৱেও পাতা নাই
ডালিমী বাই আপুনি পাহাৰত থাকিও ভৈয়ামৰ ৰাস খনৰ ভুলবোৰ চাবলে অহাৰ বাবে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ🙏🙏🙏
Apuni olp man xomoi uliai holeu j amr rakh khon sale bht bht dhonyobad🫡🙏
সংস্কৃতি অধ:পতনে গৈছে। কাম নাইকীয়া চব।নোৱাৰ যদি কিয় ৰাস পাত।
তোৰটো সেইকণ কৰাৰো সক্ষম নাই ঔ আই৷ পিছে অধঃপতনে নিয়া দৃশ্যকণ বহলাই বাখ্যা কৰি বুজায় দে চোন৷ আমিও অলপ জ্ঞান লও৷ 😂😂😂😂😂😂😂😂
Comment dibo ahe....sini napaw taik xaahhh
Aioooo dehi...odhopotone he nile bule atia😂😂...... Vuki nathak......dom thakile explain kor.....beti tair namm njnu🤣🤣🤣🤣🤣
কোন খিনিত অধপতন হোৱা দেখিলে অলপ ব্যাখ্যা কৰি শুধৰাই দিব পণ্ডিত ডাঙৰীয়া🙏
প্ৰতি বছৰে প্ৰাই ৮০০০০ ৰ ওপৰত মানুহে চাব আহে আৰু আপুনি UA-cam ৰ video চাই আমাক বৰ ডাঙৰ মন্ত্যব এগাভ দিলে দেই তথাপিও কৈছোঁ ৰাসৰ বতৰত ৰাস খন উৎযাপন কৰি আমি নিজৰ সংস্কৃতি জীয়াই ৰাখিব খুজিছোঁ আৰু আপুনি কৈছে অধপতনে হৈছে বাৰু গৈছে DJ এভাগ নিমন্ত্ৰণ দি নাচি দিয়া হৈ ভাল পালে হৈ চাগে
Ki sbe blg blg krise khongkorsur june ji pare mari goise ake hua htnu vl lge ...first dekhisu blg blg nas kongkorsur ankua hole sun riharsl nkrileu hoi
Xankhasurr Nas ase buli kotu ami pua nai aru kotu likhau nai xongkhosure nasiboi lagibo buli xeye vlke kbo Njnile enei vul bokiboloiu nahibo🙏🏻
অল্প বিদ্যা ভয়ংকৰ বুলি কলোঁ দেই @bansumidewri আই গৰাকী । অহা বাৰলৈ আহিব। লগ পাম দেই । জ্ঞানৰো আদান প্ৰদান কৰিম। নে কি কয়?
Same nasibo lagibo buliu kotha ase neki....ooo aji he gom plu.....ami akow rax khon bhal huwa he saw...Amar sun anakoie bhal lage.........murkho kisuman ahe aru dei...dhat😂😂😂...aibur porosorsha kora manuhei....aru new duijonike cini pw ooo
Xonkhosur e kokal vngi nasi nasi ahi gupi k dhorisil buli korobat likha paise jodi dibo sun...ami pua nai mane
And for your kind information, its শংখচূড়, not খংকৰচুৰ
শেষত ৰাস নাচিছেনে ঝুমুই নাচিছে ধৰিবই নোৱাৰি।
Dhori sa ako bhal k ..soku ni neki😂😂😂😂😂
Rash ekhnr xehot furti kratu Buji napai jdi enei comment koribo nahibo😇
Kona😂
Kio soku mudi video tu sale neki baideu..
Xeiya furti asil baidew video tu vl koi sauk tar pst montobyo dibo 🙏
Aku vl lga ni ekhupa ekhupa ...ata krishna ata khongkorsur .....new model kri pelaise sob hei
New model ei ow aiii😂😂😂😂😂 Kona neki dhoribo pora nai😂😂😂😂
নতুনেই আক' নেদেখে নেকি???
Gat lagise tur.....joliso toi.....mane tohot duijonie 😂...hbo de patibi patibi next year ...raaaxxxxx
Baru new model t aneke ulai,,, apunar mote old model t / agor dinor raxot শংখচূড় নহয় , খনকৰচুৰ উলাইছিল নেকি বাৰু
যত গোপী বোলে তত কৃষ্ণ সেই বস্তু ভাগেই দাঙি ধৰা হৈছে বাকী আপোনাৰ কথা আমি অকণমান সময় দিলোঁ
বৰ ধুনীয়া এখন ৰাস ❤❤।
বাকী জ্বলা জনে জলিব, জ্বলি পুৰি মৰিব বুলি কথা এষা ৰ আছে নহয়। তাৰেই প্ৰমাণ দিবলৈ দুজনীয়ে ব্যাখ্যা কৰিলেই
@bansumidewri
@dalimihandique
আৰু আহিব হে দল বান্ধি বান্ধি 🤣 ভাল কামত বাধা আছেই। মূৰ্খৰ লগত বেছি লাগি লাভ নাই। মাত্ৰ আলোচনাত সোমালে বাছি নাযাব কোনো 🤣🤣🤣🤣
Very very nice