৩০ বছৰ ধৰি অফিচ,স্কুলত কিতাপ বিক্ৰী কৰি চলাইছে পৰিয়াল।লৰাক পঢ়াইছে ITI ত

Поділитися
Вставка
  • Опубліковано 2 лип 2024
  • Old man selling books for living
    Pranjal Gogoi
    #motivation
    #motivationalvideos
    Business ideas

КОМЕНТАРІ • 39

  • @user-jh9ug9xz1i
    @user-jh9ug9xz1i 22 дні тому +1

    ভাল লাগিল। আন্তৰিক ধন্যবাদ

  • @chinmoyb11
    @chinmoyb11 24 дні тому +1

    Bhal lagil...teu r putro ei jen buji pai ai kosto bur..

  • @amritrajbongshi2888
    @amritrajbongshi2888 23 дні тому +1

    Great work

  • @biplovmudoi3127
    @biplovmudoi3127 12 днів тому +1

    God bless him

  • @ManikPhukan-ek7jg
    @ManikPhukan-ek7jg 23 дні тому +1

    সুন্দৰ যাত্ৰা সুন্দৰ মন আগুৱাই যাওক ।গোলাঘাট

  • @mainamaina2808
    @mainamaina2808 25 днів тому +3

    মহান তেওঁ,,,from golaghat

  • @mukutthakuria4246
    @mukutthakuria4246 25 днів тому +3

    Very nice 👍👍👍

  • @ureshbora8416
    @ureshbora8416 25 днів тому +3

    ভাল লাগিল ধন্যবাদ। যোৰহাটৰ পৰা।

  • @user-te4mb5de4w
    @user-te4mb5de4w 18 днів тому

    🎉

  • @khaifkhan9894
    @khaifkhan9894 25 днів тому +4

    Real Hero ❤

  • @atanuphukon228
    @atanuphukon228 25 днів тому +4

    বেছেৰা মানুহজনৰ কষ্ট খিনি যেন ভগবানে অঠলৈ নিনিয়ে, পুতেকৰ যেন ভবিষ্যত উজ্জ্বল হৈ উঠে এইয়ে মোৰ প্ৰভুৰ আগত মিনতি ।

  • @NarutomGohai-gv3jt
    @NarutomGohai-gv3jt 24 дні тому +2

    🔥🔥🎁🎁♥️♥️👍👍🙏🙏👌👌

  • @Bhanita459
    @Bhanita459 25 днів тому +3

    Good

  • @meeragogoi8290
    @meeragogoi8290 25 днів тому +2

    👍

  • @bhaskarjyoti8029
    @bhaskarjyoti8029 25 днів тому +3

    আপোনাৰ ভিডিঅ’বোৰৰ বিষয়বস্তুবোৰ বেলেগতকৈ বেলেগ ! ভাল লাগে !

  • @user-qz7tj2yo2v
    @user-qz7tj2yo2v 25 днів тому +3

    Nice ❤❤❤❤❤❤❤❤❤❤

  • @ankurjyotigoswami5027
    @ankurjyotigoswami5027 23 дні тому +1

    আমাৰ ৰঞ্জিত মহন্ত খুৰা ❤

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj 24 дні тому +2

    আপোনাৰ প্ৰতিটো ভিদিঅ ই উপকৃত কৰি আহিছে এনেধৰনৰ ব্যতিক্ৰম ভিদিঅ দি থাকিব ।ধন্যবাদ।

  • @bidit.cht2448
    @bidit.cht2448 24 дні тому +1

    এইটো এটা ব্যতিক্ৰমী vdo , মানুহজন(মহন্ত ডাঙৰীয়া)ৰ বৃত্তিটো প্ৰকৃততে এটা মহান বৃত্তি । আমি সকলোৱে অন্ততঃ তেখেতক শ্ৰদ্ধা ও সন্মান জনোৱা উচিত ।

  • @manikyas4329
    @manikyas4329 25 днів тому +3

    Apunar videor jugere teor hohai houk

  • @bohemian5964
    @bohemian5964 15 днів тому +1

    Hello dada, if possible give him a cozy waterproof bag, that will make his work little easier, and replacement of his bicycle with a heavy engine ( that small motorbike, you know right) will be good for him, if possible arrange or suggest him for that!
    May god bless him❤

  • @RiturajDas-nj7hb
    @RiturajDas-nj7hb 25 днів тому +2

    Ami laj kora2 amar durbolota. Laj nkora jonole ❤❤❤❤❤❤❤❤❤

  • @user-vw8so9ew6n
    @user-vw8so9ew6n 25 днів тому +2

    Hard work ke sath atcha Fal mila ya na mila yeh dekhena bohat jaruri hai mere bhai. Agar Hardwork ke sath smart work kare toh 30 saal ke andar bohut atchi result dekhne ko milta hai....

  • @Aa.g5
    @Aa.g5 24 дні тому

    মহন্ত দা মোৰ বৰ প্ৰিয় ,সহজ সৰল মানুহজন। মই সৰুৰে পৰা পাইছো তেখেতক , আমাৰ ঘৰৰ পৰা অলপমান দূৰতে তেখেতৰ ঘৰ , তেখেতৰ পৰা সৰুৰে পৰা উচ্চতৰ মাধ্যমিকৰ লৈকে প্ৰায় খিনি কিতাপ তেখেতৰ পৰা লৈয়ে পঢ়িলো ,তেখেতে ঘৰত আহি কিতাপ দি যায় ।এতিয়া পঢ়া শেষ হ'ল যদিও যতে দেখো ততেই মাতষাৰ লগাও তেখেতে ও মাজে মাজে আমাৰ ঘৰত সোমাই যায় । বহুত কষ্ট কৰে যদিও তেখেতৰ দুচকুত কোনো দূষ কষ্ট নেদেখে সদায় মুখত হাঁহিটো লৈ ইমান গধুৰ কিতাপৰ মোনা দুখন লৈ বহু দূৰৰ লৈকে কিতাপ বিক্ৰী কৰে। আগতে মই ভাবিছিলো ইমান কষ্ট কৰা মানুহ জনক নিউজত দেখাব লাগে বুলি আজি আপোনাৰ চেনেলত দেখি বৰ সুখী হলো।এনেকৈ চাইকেলেৰে কিতাপ দিয়া মানুহ চাগে আৰু নোলাবই গতিকে আপোনাৰ ভিদিওৰ জৰিয়তে তেখেতৰ এই কৰ্মৰাজীখিনি সজীৱ হৈ ৰব।

  • @debojitdohotia6608
    @debojitdohotia6608 25 днів тому +2

    Moi j kitap lowa tew ahile

  • @user-qs1yb8kk6y
    @user-qs1yb8kk6y 24 дні тому +1

    2 din hardware video disil bisari pua nai

  • @pallabhatimuria2163
    @pallabhatimuria2163 25 днів тому +1

    Dada apunr nazira kot hoi office 2