Q.Antonym "Friend's" "Sorrow " "Cheap " Q .Synonyms "lament" "Furious" Q. Incorrectly " seplt" Q.Tuhin ran____ than Zubin to win the pace. Q where is the national war memorial located? Q.The ruins of ankor wat are in which country?
Aakananda geet ti Kune likhisile xudha hoisil... lyrics Maitrayee patar e likha...music produced by Tonmoy krypton...I think answer tu Maitrayee Patar hobo
Moi first time disu exam .....moi eta kam bohut vul korisu .....bohut khini....idea te korisu.....jiman right hoise....heituo nmbr kota jabo....idea di koribor babe......🥺😭
directorate of center buli asile haitu constitution or part nhi baki option ase:----1-DPSP(Article-36-51) 2- DIRECTORATE OF CENTER POWER 3-FUNDAMENTAL RIGHT(Article-12-35) 4 FUNDAMENTAL DUTIES (article -51(A)) OPTION 2 ----DIRECTORATE OF CENTER POWER WEONG HBO
series ata disile j 27,30,37,50,?, 98 heitu ki hobo jonabosun. aru dekh keikhonmanor kotha disile last question tut, kiman dekh ase buli, question tu bhaldore monot nai.
Dimag tu kharab ase nki alop Westernmost state - Gujarat No sea ---(1) china (2) Iran (3) Myanmar (4) afg . Ans : afg From Chennai towards guwahati: South to east
Kunubae eikeita correct answer paale dibosun olop.. 1. Child : vaccination then answer ? Plant:pesticide/ Fever: Medicine 2. Pencil: student : school then answer ? Computer: office:bank / pen:writer: book 3. Aru akhon 3 joni suwalir height loi kiba ata question asile... Heitu ki hobo ?
Moi eta kam bhul krisu mane answer sheet t ABCD buli j 5 ta question thake moi option keutar ata line te duibar fill up krisu mane B line tu duibar gher disu baki keita thike ase
Jiman keita questions bihoye apuni discuss korile iyar pora matra 6 ta question bul hoise mur,,,,,, English aru maths tu video bonai dile upokrito hom,,,,,,,,,,
Human arm tu bhul hoise question tut lever disile manuhr liver bikhoye diya nii bhul ke koise apuni maths English 30 upr but gk blind mari bohut bhul hol😢😢
Nam hai Assam State level requirements.... Or questions deta hai all india ka.... Kuch kuch to india ka bahar country ka v question de dya tha...... Sab bekar hai
Alakananda written by Maitrayee Patar❤❤
and South State not.....West State is Gujarat
😅😅8
Hoi Maitrayee Patar
Thank you sir ❤
বাঘ, সিংহ ৰ গড়াল ৰ দিশ ৰ প্ৰশ্ন টো 😂😂😂
কাৰ মনত আছেনো
কৈ দিবছোন 😢😢
@@MostakdulAlam aibur question a homoi nostho kori dise kela.. 😢😢😢
বতল (bottle)❌ বেটল (battle)✅
😂
ADRE -2024 পেপাৰ -৩
১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
৩) আটাইতকৈ পুৰণি বেদ খন কি?
৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
৬) বাঁহেৰে সজা বাদ্য
৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
১৪) আহোমৰ শেষ ৰাজধানী কি?
১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
১৯) জালিয়ানৱালা বাগ ক'ত আছে?
২০) এণ্ডিজ পৰ্বত ক'ত আছে?
২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
২৭) Lion of Mysore নামেৰে কাক জনা যায়?
২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?
মনত থকাবোৰ কৈ যাওক, Add কৰি যাম।☺️
Q.Antonym "Friend's"
"Sorrow "
"Cheap "
Q .Synonyms "lament"
"Furious"
Q.
Incorrectly " seplt"
Q.Tuhin ran____ than Zubin to win the pace.
Q where is the national war memorial located?
Q.The ruins of ankor wat are in which country?
Moi 134 pam
@@JinaaBuragohain-io7brtmiye fail hoba sai taka match bur korila jano nobra sala
Add
Aji jodi robibar hoi 92 dinat ki bar hb....?
Ki kom aru, apunaluke copy kori ase jen paisi. Aki bostu sobe di ase, baki khini kot gol)
Alakananda is written by Maitrayee Patar, not Tonmoy.
Right
Right 👍
Kiii
Tonmoy is a composer, so right ans is Maitrayee.
Hosaker ahh suma ata khao bhai moi tuu atu a tukka mari di ahisu vul jua huli dukh kori asilu
Aakananda geet ti Kune likhisile xudha hoisil... lyrics Maitrayee patar e likha...music produced by Tonmoy krypton...I think answer tu Maitrayee Patar hobo
Maitrayee patar hoi
Moi maitrayee patar di ahilu
তই অসমীয়া নহয় নেকি কেলা গীতিকাৰ কোন বুলি সুধিছিল আৰু গীতিকাৰ মানে Songwriter বুজিলা fast চাই লব কি হুধিছে তাৰ পাছত কব ok
Good
@@MondeepSonowal-s1o dhet klaa Bea dise eisat . Sudirbhai 2ue enei enei boloki thka nisina lgise
সিংহ আৰু চিতা বাঘৰ গঁৰাল বিচাৰি থাকোতে
এৰ'প্লেন খন কোনটো দিশে গ'ল গমেই নাপালো
🥱🥱
Hahaha,,,pise ki dile apuni
Pub
@@XunMoniVlogs vul kri thoi ahilu🥺
ৰমালাই মাছৰ পাছি মূৰত লৈ অলকানন্দা গীত গাই থাকোঁতে ; বাঘৰ গড়াল, সিংহৰ গড়াল লগতে ভালুক ৰ গড়াল খুলি দিলে , তেতিয়া বাঘ সিংহ ভালুক আনন্দত ইফাল সিফাল কৰি ফুৰোঁতে চুমি আৰু বিশালক জংগলত দেখা পাই লাজত গঢ়ালত আহোঁতে । চেন্নাইৰ পৰা অহা উৰাজাহাজৰ শব্দৰ ভয়ত হতাশা হৈ গৰালৰ দিশ বিচাৰি নাপালে । তেতিয়াই 3 ঘণ্টাৰ বেল পৰিল exam শেষ হল । লগতে ADRE ৰ সপোনও আধৰুৱা হৈ ৰল 🙏🙏
Beleg milaisa dei😀😀😀
এই questions টো অলপ পাক লগোৱা আছিল মেপ আঁকি কৰিছোঁ বহুত সময় লাগিছে।
@@cnproduction1569 🤣🤣
@@IbrahimKhalilullah-fo3hg xsa k dei
ADRE -2024 পেপাৰ -৩
১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
৩) আটাইতকৈ পুৰণি সংকলিত বেদ খন কি?
৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
৬) বাঁহেৰে সজা বাদ্য- টকা
৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
১২) নয়নমনি শইকীয়া আৰু টানিয়া চৌধুৰীয়ে কি খেলত প্ৰতিনিধিত্ব কৰে ?
১৩) বেডমিণ্টন খেলুৱৈজন বিচাৰি উলিওৱা- পুলেল্লা গোপিচান্দ
১৪) আহোমৰ শেষ ৰাজধানী কি?
১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
১৬) গ্ৰীণ লেণ্ড কোনখন দেশৰ অন্তৰ্ভুক্ত ?
১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?- নৰ্থ-ইষ্ট
১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
১৯) জালিয়ানৱালা বাগ ক'ত আছে?
২০) তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা?
২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোনখন মহাদেশৰ মাজেৰে ?
২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
২৭) Lion of Mysore নামেৰে কাক জনা যায়?
২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন- নেপোলিয়ন
২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?
৩৩/ ভূ-পৃষ্ঠৰ পৰা ওলোৱা গৰম পানী আৰু গেছৰ সোঁতক কি বুলি জনা যায়? -( উষ্ণ প্ৰস্ৰৱণ)
৩৪/ যিয়ে সাগৰীয় জাহাজ লুট কৰে ! - জলদস্যু
৩৫/ Antonym of Friendship - Foe
৩৬/ Collective noun of Dog
৩৭/ Collective noun Of Fish
৩৮/ Elevated synonym -( Promoted or topped)
৩৯/ Lament synonym - sad, mourn, copied or Molecule !
৪০/ কোনখন দেশৰ সাগৰীয় উপকূল নাই - চীন, জাপান, আফগানিস্তান, ইৰাণ!
৪১/ কোনটো central armed police force নহয়- Indian cost guard, NSG, CISF OR SSB
৪২/ বৃত্ত : জ্যামিতি :: কবিতা : ?
( অধ্যায়, গদ্য, ভাষা, কিতাপ)
৪৩/ সদৃশ- শিশু : টিকাকৰণ ::
( উদ্ভিদ : কীটনাশক, খাদ্য : ৰন্ধন, জন্তু : খাদ্য, জ্বৰ : ঔষধ )
৪৪/ কাঞ্চিপুৰম শাৰী কত বেছি ব্যৱহাৰ হয় ?
৪৫/ PH 5 হ'লে দ্ৰৱটো কি- ?
৪৬/ বেৰিং প্ৰণালীয়ে কাক কাক ভাগ কৰিছে ?
৪৭/ Which one of the following is apostrophe ?
৪৮/ Which one is Hyphen ?
৪৯/ তলৰ কোনটো ইভেণ্টত ভাৰতে 2020 ৰ টকীঅ' অলিম্পিকত পদক লাভ কৰা নাছিল !- টাইকোৱান্দো
৫০/ Example of first type of liver - Human arm, scissors, stapller, ..)
৫১/ Which one is incorrectly mispelt - Mongrel, Marvel, Martal,Middel.
৫২/ To create a reckus means -
৫৩/ find the odd one - ঘৰচিৰিকা, কাউৰী, বাদুলী, ময়ূৰচৰাই
৫৪/Idiom for - To get rid of a problem
৫৫/ To get a green signal means -
৫৬/ Myself refers to - I
৫৭/ Non -Living things - It
৫৮/ Adverd - Deep into the forest.
৫৯/ Poor : Poorest : Poorer
৬০/ Standard form Dictionary - Advent, Adventure, Adverse, Advertisement.
Aru ata question asile je standerd dictionary royel rebel tenkua ata question asile mur monot nai
Question a jodi eman keita manot ase apuni nissoi pass xei2 💯% grantee mor falor pora😮
Waw
Exactly @@blackgaming3856.. moi tu admit ot likhi loisilu gk questions bur.. ghrt ahi saboloi 😂😂
@@mahjabi2721 thike ase good idea
Good......beya howa nai vale hoise.....answers diyar babe thank you......👍👍👍
Congratulations🎉🥳
Moi first time disu exam .....moi eta kam bohut vul korisu .....bohut khini....idea te korisu.....jiman right hoise....heituo nmbr kota jabo....idea di koribor babe......🥺😭
Muru ake..
Muru akai
Muru bohut vul hoise😭😭
Adre 2.0
পৰীক্ষাত 1 ঘণ্টা মান বাঘ , সিংহ গৰাল টো মিলাও তে গল ।
Apuni comedian Boni juwa 😂bom disa
Muro akaei conditions😂😂
@@ArnoldX25 ৰমলাৰ কি দৰকাৰ আছিল ইমান ঘূৰাই পকাই কব! চিধাই ভাগিন হয় বুলি কলেও হল হয় 😥😥
😂😂😂
@@manashborah8930Ramalar ans tu Nanad hobo
Jiman tough ahibo buli poha hol....himan ekue nporil syllabus t... bohut beya lagise..... assam gk bohutei kom
P
Q. অলকা নন্দাৰ গীতৰ গীতিকাৰ
উ. মৈত্ৰেয়ী পাটৰ
Next part we want plz make such type of video
প্ৰশ্ন - ভাৰতৰ পশ্চিমত থকা ৰাজ্য খনৰ নাম কি আহিছিল ।
উত্তৰ - গুজৰাট ।
ভাৰতৰ দক্ষিণে থকা ৰাজ্য খনৰ নাম কেৰেলা আৰু তামিলনাডুৰ হয় ।
[15/09, 5:40 pm] DREAM IS LODING: *আজি হৈ যোৱা 3rd Grade ৰ পৰীক্ষাৰ কিছু প্ৰশ্নাৱলী*
১/কাঞ্চিপুৰাম শাৰি কোনখন ৰাজ্যত উৎপাদন কৰা হয়?
২/ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
৩/ভাৰতৰ উত্তৰ পূব দিশত থকা পৰ্বতটোৰ নাম ?
৪/''অলকানন্দা '' গীতটো কোনে লিখিছিল ?
৫/আহোমৰ শেষৰ ৰাজধানী?
৬/শংকৰ দেৱৰ আইতাকৰ নাম কি আছিল ?
৭/টোকলাই চাহ নিলাম কেন্দ্ৰ কোন খন জিলাত আছে?
৮/ৰংবং তেৰাঙৰ কাব্য কি ?
৯/ ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
১০/ কোনখন দেশ সাগৰৰ উপকূলত অৱস্থিত নহয় ?
A)Afganistan ,
B) iran.
C)Usa
১১/নীতি আয়োগৰ অধ্যক্ষ কোন ?
১২/ৰাজ্যসভাৰ সভাপতি কোন ?
১৩/জালিয়ানৱালাবাগ ক'ত অৱস্থিত?
১৪/ মহিশূৰৰ সিংহ বুলি কাক জনা যায় ?
১৫/ নয়নমণি শইকীয়াই খেলা খেলবিধৰ নাম?
১৬/ অসমে কাৰ সৈতে সীমা Share কৰে ?
১৭/ ৰূপৰ ৰাসায়নিক সংকেত কি ?
১৮/ শান্ত শিষ্ট সুস্থ পুষ্ট মহাদুষ্টৰ লেখক কোন ?
১৯/ ১ জানুৱাৰী ২০২৪ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন ?
২০/ ১ জানুৱাৰী ২০২৪ অনুসৰি ভাৰতৰ উপৰাষ্ট্ৰপতি কোন?
২১/ প্ৰাচীন বেদখন কি ?
[15/09, 5:40 pm] DREAM IS LODING: ADRE -2024 পেপাৰ -৩
১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
৩) আটাইতকৈ পুৰণি বেদ খন কি?
৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
৬) বাঁহেৰে সজা বাদ্য
৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
১৪) আহোমৰ শেষ ৰাজধানী কি?
১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
১৯) জালিয়ানৱালা বাগ ক'ত আছে?
২০) এণ্ডিজ পৰ্বত ক'ত আছে?
২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
২৭) Lion of Mysore নামেৰে কাক জনা যায়?
২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
৩৩) আন্তৰ্জাতিক উৎসব Kullu dussera ক'ত অনুষ্ঠিত হয়?
বহুত বহুত ধন্যবাদ জনাইছোঁ এই প্ৰশ্ন বোৰ দিয়া ৰ বাবে।
Romalar relation milaute milaute matha grm hoi gl...dibo lage gul 'D't di plu 'C' ...time misamisi waste 😢
😂😂
২৭ অক্টোবৰ চতুৰ্থ বৰ্গ অাহিব লগা প্ৰশ্ন দিব
দক্ষিণ ভাৰতৰ ৰাষ্ট্ৰ প্ৰশ্নটো আৰু উত্তৰ টো ভুল হৈছে।
ভাৰতৰ পশ্চিমত অৱস্থিত ৰাজ্য খনৰ নাম কি?
উ: গুজৰাট
Alaknanda moitrayee pator bae likhise..
directorate of center buli asile haitu constitution or part nhi baki option ase:----1-DPSP(Article-36-51)
2- DIRECTORATE OF CENTER POWER
3-FUNDAMENTAL RIGHT(Article-12-35)
4 FUNDAMENTAL DUTIES (article -51(A))
OPTION 2 ----DIRECTORATE OF CENTER POWER WEONG HBO
First class lever's is not arm... it's scissors
series ata disile j 27,30,37,50,?, 98 heitu ki hobo jonabosun. aru dekh keikhonmanor kotha disile last question tut, kiman dekh ase buli, question tu bhaldore monot nai.
Option t 71 asile ne?
@@Hridoy-lk6joyes
69
69
69 hoi but moi likha a nhol 🙃
ইয়াত দুটা প্ৰশ্ন ভূল আছিল ?? এনেধৰণৰ প্ৰশ্ন কতা শিক্ষিত অশিক্ষিত শিক্ষক কেইটাই অসমৰ লৰাছোৱালী তথা শিক্ষা জগতক বদনাম নকৰে যেন !! ১ নং প্ৰশ্নটো হল ।
..ভাৰতৰ দক্ষিণৰ ৰাজ্য কোন খন ?? ইয়াত উত্তৰ গুজৰাট বুলি দিছে ?? আৰু গুজৰাট কোনটো এংগলৰ পৰা দক্ষিণৰ ৰাজ্য হল সেইটো দেখাইদে ?? এইটো পশ্চিমৰ ৰাজ্য হব লাগিছিল ??আৰু এটা প্ৰশ্নত শুধিছে আমি উত্তৰ পূৰ্বাঞলৰ বা গুৱাহাটীৰ পৰা চেনাই গলে কোনটো দিশ পৰিব ?? উত্তৰ দিছে দিক্ষিণ পূৰ্ব ।।। আমি জানো south বা দক্ষিণৰ ৰাজ্য কলে চেন্নাই কেৰেলা ইত্যাদি কিন্তু ইয়াত দক্ষিণৰ ৰাজ্য গুজৰাট কেনেকৈ হল ?? আমাৰ দাবী যে এই ভূল প্ৰশ্নটোৰ বাবে অসমৰ নিবণুৱা ছাত্ৰ ছাত্ৰীৰ ওচৰত অসম চৰকাৰে অতি সোনকালে মাফ খুজিব লাগে আৰু এই প্ৰশ্নটোৰ বাবে সকলো ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে নম্বৰ দিব লাগে ।।
দ্বিতীয় প্ৰশ্নটো হল কোন খন দেশৰ সাগৰীয় উপকূল নাই ??
উত্তৰ আফগানিস্থান । ইয়াত এছিয়াৰ ভিতৰত হব লাগিছিল তিনিখন দেখত সাগৰীয় উপকূল নাই নেপাল ভূটান আৰু আফগানিস্থান !! নহলে বলিভিয়া পাৰাগোৱেটো সাগৰীয় উপকূল নাই ।। গতিকে এই প্ৰশ্ন দুটা যিজন মহানুভাৱে বনালে তেওঁক আৰু অসম চৰকাৰক এটাই অনুৰোধ যে তেওঁলোকে এই প্ৰশ্ন দুটাৰ বাবে ছাত্ৰ ছাত্ৰীক নম্বৰ দি উপকৃত কৰে যেন ।। নহলে দুয়োটা প্ৰশ্ন আৰু উত্তৰ ভূল নহলে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হম ।। ধন্যবাদ ।।😢😢 ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সতে ধেমালি খেলাৰ অধিকাৰ চৰকাৰৰ হাতত নাই !!😢
@@KamlaKanta-q6x South kuwa nasil. West koisil. So west is Gujrat
Dimag tu kharab ase nki alop
Westernmost state - Gujarat
No sea ---(1) china (2) Iran (3) Myanmar (4) afg . Ans : afg
From Chennai towards guwahati: South to east
Westernmost state asked
Olop dile neki dada?
Ulta k pohile questions keita apuni😂
Alakananda geetor lyricist xudhisile.... Answer tu hol Maiyatree Patar ... Tonmoy Crypton nhoi
Val hoise💜
Alakanda ans- Maitaye pattor.. Not tanmay
Mur 25 ta right hoise
Thank you sir 😊
ফেইল কৰিলোঁ মই ৩২বছৰ হলেই আৰু নো কত পাম চাকৰি 😢
ৰমলাই কৈছে অভিনেতা জন মোৰ শাহু মাৰ একমাত্ৰ লৰাৰ ভাগিন,ভাগিন জনৰ মাকৰ লগত ৰমলাৰ কি সম্পৰ্ক
১) খুৰী ২) ভাগিনী ৩) ননোন
ভাৰতৰ দক্ষিণ ৰাষ্ট্ৰ নহয় ভাৰতৰ পশ্চিম দিশত থকা ৰাষ্ট্ৰ হয়।
প্ৰশ্নখন আপোনালোকে কেনেকৈ পালে?কাৰণ প্ৰশ্নখন বাহিৰত কোনো কাৰণত আহিব নোৱাৰে। চৰকাৰে তদন্ত কৰা উচিত।
😂😂😂
Sabhi ne screenshot liya hai question paper ka woh bhi mind scanner se😂😂😂😂😂😂😂😂😂😂
Sera nki bee
O
Admitor pasor fale likhi aanise
Sir xunksun kalir paper khn w. Ap group atat moi paisu, leack hoise nki paper khn? 😢
@@Maximus19951 eyat dbo nuari
Hoi hoise
@@Maximus19951 ua-cam.com/video/xFFtru_XBzM/v-deo.htmlsi=YiI28WHTmi_EE9JI
Sir OBC caster 110 man pale name oha2 chance ase na nai bruu....?
Muk booklet code :B r questions anser kenke dawnload koribo parim
Mojaaa next grade 4 karone contact kri asu
Video t question ase 47ta, aru thumbnail t lekhisa 125/130.
Kunubae eikeita correct answer paale dibosun olop..
1. Child : vaccination then answer ? Plant:pesticide/ Fever: Medicine
2. Pencil: student : school then answer ? Computer: office:bank / pen:writer: book
3. Aru akhon 3 joni suwalir height loi kiba ata question asile... Heitu ki hobo ?
Pallabi gutei keijonit koi ukho hb sage
1 plant pesticide
2 bank
3 height is greater than both
Height r tu CND d ahisu... Najanu aru
Dada Alakanandar gitikar maitrayee patar, sur he Tanmoy Krypton
Dada alakananda r lyricist jonor nam apuni vul korise.. Eitu Maitrayee patar hoi
Chennai 2 ghy .... Ans wrong
Ai2 ... Northeast fale ahibo sai lowa
100er nise cutoff kiman jabo?
Moi eta kam bhul krisu mane answer sheet t ABCD buli j 5 ta question thake moi option keutar ata line te duibar fill up krisu mane B line tu duibar gher disu baki keita thike ase
33 ta right hoise, আপুনি উল্লেখ কৰা।ইয়াতে দুটামান ভুলকৈও কৰি পালোঁ
Alakananda Gite2 ---Maitri Patar baa a Likhisile.....
Mur 4 ta wrong hol.. Baki kita hoise
Bokasuda party lage
🥰Guttai keaita 100% right hoise.❌mistake nai atau
Examr last bell bojar pisot mur obostha 😮💨🙁😒😔🥺😢😭😭😭😭
দক্ষিণ ভাৰতৰ নহয়
ভাৰতৰ পশ্চিমৰ ৰাজ্য
হয়।কেইটামান ভুল কৈ দিছে
কোনটো গাড়ী কোম্পানী ব্যৱসায়ৰ লগত জড়িত নহয়
ভাৰতৰ পশ্চিম ৰাজ্য খনৰ নাম সুধিছিল। গুজৰাট।
Moi 146 pam. General asha ase ne?
Sir keitaman hoise kintu keitaman nai howa moi abar fel hm a
Tonmoy nohoi
Alakananda song written by maitrayee patar
Only 25
Dada mor 20 ta hol 😢😢😢
Moriba gaisele vhi bat dia ai sab
Total kimn ta dse eate bro
Jiman keita questions bihoye apuni discuss korile iyar pora matra 6 ta question bul hoise mur,,,,,, English aru maths tu video bonai dile upokrito hom,,,,,,,,,,
Eitu mur first time
Jana question speed t korute wrong tick korisu😢
4Th. Grade Or q and ansr tu di dibo sir ..
Cutoff: 98 …
24 man right ans sir 6q vul hoi gol😢😢
Aponr ata question vul hoise
Plz correct koribo aru olp jani dibo dai
West state xudhisil iyt to south pala goi jee sai lobo dei
ৰিতাই অভিনেতা এজনলৈ চাই কলে তেওঁ মোৰ সাহু আইৰ একমাত্ৰ সন্তাৰ ভাগিনেক ৰীতাৰ লগত মানুহজনৰ সম্পৰ্ক কি উত্তৰ
Tonmoy composed singer hoi lyricsbur maitrayee patar
Maine to 500 question revise Kiya tha pr srf usme se only 5 question hi aya. Baki kuch v nhi aya
Sir mur booklet tu bhul hol ata mistake hol omr sheet t hey khon computer a support koribo ne reject koribo ..plz jonabo ..😢
Reject koribo tension noloba
1st class lever scissor hoi arm nohoi
মই গোটেই কেইটাৰ ভিতৰত ৬ টা নোৱাৰিলোঁ।
প্রশ্নত যদি দক্ষিণ দিশত বুলি সুধিছে তেন্তে গুজৰাট নহয় |গুজৰাট আটাইতকৈ পশ্চিম দিশত আছে ছাৰ |
@@BhadrasingPegu পশ্চিম আছিল
অলকানন্দা-মৈত্ৰেয়ী পাতৰ
Bharoto dokhin rajyo aha nasile ..pochim... dokhin rajyo kintu gujrat nai
Keita question asil video tut?
মানুহক ভুলকৈ কিয় দেখুৱাইছে
গুজৰাট দক্ষিণ ভাৰতৰ নহয়.... পশ্চিম ভাৰতৰ হয় । ভুল হৈছে....
Alakananda geet Tu maytree patar a likhisile..
Eat besi 9,10 r question ahise..so very easy..mur age 17 hoise 🥲19 mn hwa hole di dilu hoi
Apuniu exam disile nki😊
ভাৰতৰ পশ্চিম দিশত কোনটো ৰাজ্য অৱস্থিত
Human arm tu bhul hoise question tut lever disile manuhr liver bikhoye diya nii bhul ke koise apuni maths English 30 upr but gk blind mari bohut bhul hol😢😢
Bhairavkunda keikhn rajyar ximar logot lagi ase buli jodi asil...ans Assam,Bhutan,Arunachal keneke hoi.Bhautan to rajya nhoi
চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে? Ear ans to north east hobo South East nohoi... Mistake hoise apunar
National war location question t: potions Tawang o asile
ভাৰতৰ পশ্চিমৰ ৰাজ্য কোনখন ইয়াৰ উত্তৰ ৰাজস্থান
মৈত্ৰেয়ী পাটৰ তন্ময় নহয়
Cut off for:
General-143
OBC-140
ST/SC-125-130
Mojjjjjjjjaaaaaa be....💯👍
মই আকৌ ৰমলাৰ শহুৰ দেউতাকৰ একমাত্ৰ পুতেকৰ ভাগীনৰ কথা ভাবি 🤔থাকোতে Airplane খন কোনটো দিশে উৰি গল গমেই নাপালো....
Thank you.pass mark huddho hoisil kintu kintu kisumn ..vul hole hudho hua burr porau Nmbr Katibo niki .jonabasun
Hoi katibo
কিমান নম্বৰ পালে পাছ কৰিব?
Super dada 70 mark aya hi vhi savi ko mobarak I am pass ho gaya kis kis ka 50 se uper hi bateo 🎉🎉🎉🎉🎉🎉
5ta maan baad diso question 😢 145 koriso ahi sao 16 ta maan wrong geise 125 paam cut off clear hbo ne?
Correct bro khokolua .... cut off or uporot dippen kore
Dada hs pass korile grade 3 exam dibo pari neki
Nam hai Assam State level requirements.... Or questions deta hai all india ka.... Kuch kuch to india ka bahar country ka v question de dya tha...... Sab bekar hai
Maths আৰু English ৰ উত্তৰ দিয়ক।
Thank you sir
Who wrote the "alakananda" sung by Shankuraj konwar
Ans is maitrayee not tonmoy