Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
অতি সুন্দৰ কণ্ঠ। সুন্দৰ পৰিৱেশন। ভাল লাগিল শুনি।
Ati sundar kantha..
Sundar hoise
বৰ ভাল লাগিল নামটো শুনি। পাঠক, দাইনাপালি উভয়ৰে সুন্দৰ কণ্ঠ। লগতে কোনোবা এজন পালিৰো এটি উচ্চ স্বৰৰ কণ্ঠ আছে। তিনিও গৰাকীৰে এটা সুন্দৰ বুজাপৰাৰ ফলত গোটেই নামটোৱেই এক অনন্য মাত্ৰা পাইছে। অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া সম্পদস্বৰূপ জুনা নামক সামাজিক মাধ্যমৰ জৰিয়তে বহুল প্ৰচাৰৰ ব্যৱস্থা কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। আগলৈও আপোনাৰ জৰিয়তে এনেকুৱা ভাল ভাল পাঠকৰ নাম শুনিবলৈ পাম বুলি আশা কৰিলোঁ। আমি আচলতে জুনা নামৰ বিশিষ্ট পাঠক ৰামচৰণ পাঠক, কোহি পাঠক আদিৰ নাম শুনি ডাঙৰ হোৱা মানুহ। এইসকল পাঠকৰ নাম যিবিলাকে শুনিছে তেওঁলোকৰ বাহিৰে বেলেগক বুজাব নোৱাৰি বজালীৰ ৰামচৰণ পাঠক আৰু কোহি পাঠক কোন পৰ্য্যায়ৰ পাঠক আছিল, যাক জুনা, নামৰ মহাগুৰু বুলি কোৱা হয়। যিনহওক, আজিৰ প্ৰজন্মইও অসমীয়া সংস্কৃতিৰ এইবিধ উপাদানৰ চৰ্চা কৰি থকা দেখি ভাল লাগিল। এইবিলাকেই নিশ্চয় আমাৰ সমাজখন একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হ'ব। এখেতৰ ঘৰ ক'ত জনাব নেকি? সময় সুবিধা হ'লে কেতিয়াবা হয়তো বিচাৰিম।
ধন্যবাদ ৷ পাঠক জনৰ ঘৰ বৰবাং লোহিতপাৰাত ৷ আপোনালোকৰ নিচিনা মানুহেই এই আপুৰুগীয়া কৃষ্টিটোক অাজিলৈ জীপাল কৰি তুলি আহিছে ৷ নহলে আধুনীকৰ প্ৰকোপত ই বিলুপ্ত হোৱাৰ পথত ৷ আগলৈ এনেধৰণৰ যোগাত্মক মনোভাব প্ৰকাশ কৰিব বুলি আশা ৰাখিলো ৷
Sae vl lgil..pathok jonar mat2 ati sundor
Sundar naam
Nice khurar nam
Sundar kantha
Moja
Mojja😂
ভাল লাগিল।আগলৈ আৰু দিব বুলি আশা ৰাখিলোঁ
ধন্যবাদ ৷
Sweet kantha
tal bojowa val hoise
Fine
অসমৰ অন্যতম বিলুপ্তপ্ৰায় সংস্কৃতিৰ অন্তৰ্ভুক্ত জুনা নাম আপোনালোকে আৰু ৫০০বছৰলৈজীয়াই ৰাখক তাকেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোক আটাইলৈকে সেৱা যাচিলোঁ।
আপোনালোকৰ আশীৰ্বাদে আমাক অনুপ্ৰাণিত কৰি তোলে ৷ এই কৃষ্টি জীয়াই আছে আৰু ভৱিষ্যতেও জীয়াই ৰাখিবলৈ আমি কষ্ট কৰি যাম ৷ ধন্যবাদ ৷
Mor dautai ooo sun ❤️❤️
Share koriba
Axomiya parampara bilak anekoi jiyai rakhar babe bohut vl lgil
Tar bahire eko upai nohowa hoi gel, sob fale karuna
dipakar pathakar naam val hoise
Bor. Bhal. Hyse
পাঠক মহোদয়ক এটা কথা সুধিব বিছাৰিছো । চাপৰি মৰা আৰু চাপৰিৰ শব্দটো কেতিয়া ওলায় ইয়াৰ মাজত মিল দেখা নাই। কাৰণ চাপৰিৰ শব্দটো সঠিক সময়ত পাও, কিন্তু চাপৰি মৰাটো আগত পাও। ভিডিওটোট কিবা গণ্ডগোল আছে। পদটো সুন্দৰ কাৰণ দেহবিছাৰৰ পদ । ধন্যবাদ।
Good
অতি সুন্দৰ কণ্ঠ। সুন্দৰ পৰিৱেশন। ভাল লাগিল শুনি।
Ati sundar kantha..
Sundar hoise
বৰ ভাল লাগিল নামটো শুনি। পাঠক, দাইনাপালি উভয়ৰে সুন্দৰ কণ্ঠ। লগতে কোনোবা এজন পালিৰো এটি উচ্চ স্বৰৰ কণ্ঠ আছে। তিনিও গৰাকীৰে এটা সুন্দৰ বুজাপৰাৰ ফলত গোটেই নামটোৱেই এক অনন্য মাত্ৰা পাইছে। অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া সম্পদস্বৰূপ জুনা নামক সামাজিক মাধ্যমৰ জৰিয়তে বহুল প্ৰচাৰৰ ব্যৱস্থা কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। আগলৈও আপোনাৰ জৰিয়তে এনেকুৱা ভাল ভাল পাঠকৰ নাম শুনিবলৈ পাম বুলি আশা কৰিলোঁ।
আমি আচলতে জুনা নামৰ বিশিষ্ট পাঠক ৰামচৰণ পাঠক, কোহি পাঠক আদিৰ নাম শুনি ডাঙৰ হোৱা মানুহ। এইসকল পাঠকৰ নাম যিবিলাকে শুনিছে তেওঁলোকৰ বাহিৰে বেলেগক বুজাব নোৱাৰি বজালীৰ ৰামচৰণ পাঠক আৰু কোহি পাঠক কোন পৰ্য্যায়ৰ পাঠক আছিল, যাক জুনা, নামৰ মহাগুৰু বুলি কোৱা হয়। যিনহওক, আজিৰ প্ৰজন্মইও অসমীয়া সংস্কৃতিৰ এইবিধ উপাদানৰ চৰ্চা কৰি থকা দেখি ভাল লাগিল। এইবিলাকেই নিশ্চয় আমাৰ সমাজখন একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হ'ব।
এখেতৰ ঘৰ ক'ত জনাব নেকি? সময় সুবিধা হ'লে কেতিয়াবা হয়তো বিচাৰিম।