GST পৰিশোধৰ নামত ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ কেলেংকাৰী।
Вставка
- Опубліковано 6 лют 2025
- GST পৰিশোধৰ নামত ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ কেলেংকাৰী। ভুৱা GST চালানৰ জৰিয়তে ৰাজ্যৰ বহু কৰ দাতাই চৰকাৰক কৰ ফাঁকি দিয়াৰ বিস্ফোৰক তথ্য উন্মোচন হৈছে। অনিকেত ছোভাছাৰিয়া আৰু প্রিতম ছোভাছাৰিয়াই যোগান ধৰা ভুৱা ITCৰ জৰিয়তে ৰাজ্যৰ বহু কৰ দাতাই কৰ ফাঁকি দিবলৈ সক্ষম হৈছে। লখিমপুৰত যি ২২খন অস্তিত্বহীন ফাৰ্মৰ তথ্য উন্মোচন হৈছিল সেই ভুৱা ফাৰ্মবোৰৰ বেছিভাগেই পঞ্জীয়ন হৈছিল গুৱাহাটীত। এই সন্দৰ্ভত চাওক আমাৰ এই এক্সক্লুছিভ প্রতিবেদন।
#pratidintime #gst #assamnews #scam