⛔ ভূটান কৰ্তৃপক্ষৰ সাৱধানবাণী|| SORBHOG 24

Поділитися
Вставка
  • Опубліковано 5 жов 2024
  • ⛔ ভূটান কৰ্তৃপক্ষৰ সাৱধানবাণী।
    ⛔ আজিৰে পৰা ভূটানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আহিব ধাৰাসাৰ বৃষ্টি।
    ⛔ ফলত ভূটানত ডাৱৰ বিস্ফোৰণৰ লগতে হ'ব পাৰে ব্যাপক হাৰত ভূমিস্খলন।
    ⛔ আজি ভূটান- ভাৰত বন্ধুত্ব সংস্থাৰ ছানদ্ৰুপজংখাৰ চেক্টৰৰ উপদেষ্টা চিৰিং নামগেলে জনাইছে এই কথা।
    #indobhutan #bhutan #rainfall #heavyrainfall #caution
    Courtesy- Pratibimba Live

КОМЕНТАРІ •