Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বাহী বহুত সুন্দৰ বজাইছে দেই আপোনালোকে👍👍👍🙏🙏🙏
বহুত ভাল লাগিল অনুষ্ঠানটো চাই ❤️❤️❤️...আপোনাৰ ঘৰ ক'ত ?যদি Comment তো পঢ়িছে তেন্তে জনাব Please 🙏🙏🙏...
ধন্যবাদ। মোৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰত।
আপুনি সদায় জিলিকি থাকক ❣️🙏
ধন্যবাদ
বাঁহী , ঢোল , পেপাৰ মাত শুনিলে মনতো কিমান ভাল লাগে সেইটো প্ৰকাশ কৰিব নোৱাৰি চিৰ চেনেহী মোৰ ভাষা জননী 🙏
Aji he apuna lokr video 2 salo...khosa bhut vl lagil sai...Ru anekoa video ase jdi dibo..
উৎকৃষ্ট কৃষ্টি প্ৰদৰ্শন।😊
🔥dhuniaa
ভাল লাগিল৷ আপ্লুত হৈ পৰিলোঁ
BAhir mat tu bhut Val Lage mor
বহুত ভাল লাগিল ছাৰ শুনি শিকিব মন আছে মোৰ
Aswm performance... proud of you guys...
Amazing... Best wishes
Mojah bihu
অতি সুন্দৰ দাদা।
অতি সুন্দৰ আকৰ্ষণীয় অনুষ্ঠান
Vl lgil sai amr asomia bihu2
Nabajit, Val lagil tumar bahir apurba hur...
❤️❤️❤️❤️❤️love this
❤️❤️😘😘
mjjjjjja disa
Vl lagil....
Very very nice
সকলোকে ধন্যবাদ জনালোঁ ৷অসমিয়া সংস্কৃতি জিয়াই ৰাখিব ,আপোনালোকে !
vl lgise bhut
DHUNIYA HOISE tamuli da
বৰ ভাল লাগিল চাই
Moja lagisa dai
Sir ....moi Himangshu ...moi apunur student asilu ..at axom gyan bikash vidyalaya ttt...2012 year ott....now at nalbari .....
Bhal tumar?
Hundor simanto da
ধন্যবাদ।
Dhoniya lagisy
Apuni amr ba ajonik hekaisile.. downtown r কৰিশ্মা বৰা।
👍👍👍
অনুষ্ঠানটো কত হৈছে কেতিয়া হৈছে একো উল্লেখ নাই
👍👍👍👍👍👍
Simanto da nice..
Thank you.
val lagil bro
মোৰ ভাল লগা বাদ্য বিধ😘😘😘
Mojahhh....
Ati hundor
Bohut vl lgil sir
Hosake bhut val lagise
😍
Nice
Tamumi da moi khubalia PA koisu kun sini paise sage nhoi noh mojaah
mojaaaa lagise kintu
Good.... 👌
Thank you
Sir moi aponak guru manibo bisaro sir moi aponak log pabo bisaro sir pizza🙏🙏🙏
Bahi mattuwe aru hondar kori dile val haise
Gamosa khn ami jonat murot he pindhe.. Dingeiit oo pindhe nki?
নমস্কাৰ দাস, অসম্পূৰ্ণকৈ জনা আৰু ভুলকৈ জনা একেবাৰে নজনাতকৈও মাৰাত্মক। আপোনাৰ মন্তব্যৰ আঁত ধৰি কওঁ যে ঢোলৰ নীতিবদ্ধ বাদনত ঢুলীয়াই গামোচাখন কান্ধত লৈও ঢোলবাদন কৰে। আমাৰ গুৰুসকলেও এনেকৈ লোৱা দেখি আহিছোঁ। আপোনাৰ মন্তব্যটোত আপুনি উল্লেখ কৰিছে, "গামোচাখন আমি জনাত মূৰতহে পিন্ধে। ডিঙিটো পিন্ধে নেকি?" দৰাচলতে মন্তব্যটো কিম্বা প্ৰশ্নটো হ'ব লাগিছিল "গামোচাখন আমি জনাত মূৰতহে মাৰি লয়, ডিঙিটো মাৰি লয় নেকি?".... এই ক্ষেত্ৰত আচলতে 'পিন্ধে' শব্দটো ব্যৱহাৰ নহয়। ধন্যবাদ
Great Simanta daaaa
Bohut dhuniyaBht vl bojaise sirMor o ঢোলৰ ওজা hikibo bht mn aseAaponar logot keneke juga jug koribo parim nuPlz jonabo xn
🤗🤗
flutist jon nobojit da hoine
What about kamrupia dhulia
বেছিকৈ ফিয়োজন কৰিলে কনফিউজন হোৱাৰ আশংকা বেছি থাকে, সাচিপতীয়া পুথিৰ ওপৰত ভিত্তি কৰি পতা ঢুলীয়া ওজা প্ৰতিযোগিতাত এখন লাগ, এটা ঘাট, এখন হাত, এখন খৰচনা ৭ মিনিটত বজাব পাৰে, এই অনুস্থানটোত খৰচনা বুলি কৈ প্ৰথমে উভতা চোচনি আৰাম্ভ কৰিছে আৰু যোৰনি, লাগ, চোচনি এইবোৰ একাকাৰ হৈছে আৰু বুলনি বোৰ স্পষ্ট হোৱা নাই।
But much more better than stage bihu, choreographing bihu.
ডাঙৰীয়া, আমি ভাবোঁ আলোচকজন বা সমালোচকজন অতি সচেতন আৰু আলোচ্য বিষয়বস্তুৰ ওপৰত বিশেষ জ্ঞান থকা হ'ব লাগে।যিহেতু আপুনি উল্লেখ কৰাৰ দৰে আমি ঢোলত নদীৰ 'ঘাট' নবজাওঁ, ঢোলত ঢোলৰ 'ঘাত'হে বজাওঁ, 'চোচনি' নবজাওঁ 'চোঁচনি'হে বজাওঁ।একেদৰে 'যোৰনি' কোনো দিনে বজাই পোৱা নাই, 'জোৰনি' কিন্তু বজাই পাইছো। ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠানটো 'ফিউজন' কৰা বুলি কৈছে। সঁচাকৈয়ে ফিউজন কৰিছোঁ নে? 'ফিউজন' কাক কয় অলপমান বুজাই দিলে সুখী হ'ম। নহ'লে আমিও 'কনফিউজন'ত ৰ'ম। যিখন বা যিকেইখন সাঁচি-পতীয়া পুথিৰ ওপৰত ভিত্তি কৰি ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰে সেই পুথিকেইখন চাবলৈ আমাৰ বৰ হেঁপাহ আছে।আমাৰ এই হেঁপাহ আপুনি পূৰ্ণ কৰিব বুলি আশা থাকিল। আপোনাক লগতে এইটোও জনাওঁ যে,এই অনুষ্ঠানটো ইংৰাজী ২০১৭ বৰ্ষৰ ১১ মাৰ্চৰ দিনা গুৱাহাটীৰ জিলা পুথিভঁৰাল পেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছিল।এই অনুষ্ঠানটোৰ আন কেইবাটাও video ইতিমধ্যে আমাৰ UA-cam channelত দিয়া হৈছে। অনুষ্ঠানটোত প্ৰথম কাৰ্যসূচী হিচাপে 'খৰচনা' বুলি নামকৰণ কৰি ১৩টা বিশিষ্ট ছেও বজোৱা হৈছিল।ইয়াত ৩টা ছেওৰ বাহিৰে বাকী দহটা ছেও খৰচনাৰ অন্তৰ্ভূক্ত।খৰচনাৰ সংখ্যা বেছি হোৱা বাবে এই বাদন ভাগক 'খৰচনা' নাম দিয়া হৈছিল।খৰচনাসমূহৰ 'ঘাত' অংশ বাদ দি একে ক্ৰম আৰু একেলেথাৰিৰে বজালে কেনে হয় তাৰ এক সম্পৰীক্ষা কৰা হৈছিল।আপুনি উল্লেখ কৰাৰ দৰে আমি যোৰনি (জোৰনি), লাগ, চোচনি (চোঁচনি)আদিবোৰ একাকাৰ কৰা নাই।কাৰণ প্ৰথম আৰম্ভণি খৰচনাৰেই কৰা হৈছে।দ্বিতীয় ছেওটো চোঁচনি ছেও বুলি ক'ব পাৰে।অঞ্চল বিশেষে পিছে খৰচনা বুলিও ধৰা দেখা যায়।একাদশ সংখ্যক ছেওটো 'লাগ' আৰু শেষৰ ছেওটো আমাৰ নিজা ৰচনা।ভয় নাখাব! এই ধৰণৰ এটা পৰীক্ষাই ঢোল সংস্কৃতিৰ মূলত কোনো আঘাত নাসানে।ঢোল কৃষ্টিৰ সোণসেৰীয়া বিষয়-বস্তুবিলাকৰ প্ৰণালীবদ্ধ, বিজ্ঞান সন্মত আৰু শুদ্ধতাৰ বাবে আমি নিৰৱছিন্ন অধ্যয়ন আৰু চৰ্চা অব্যাহত ৰাখিছোঁ। আনহাতে আপোনাৰ অভিযোগ 'বুলনিবোৰ স্পষ্ট হোৱা নাই'। আমি যিটো পেক্ষাগৃহত অনুষ্ঠান পৰিবেশন কৰিছিলো সেইটো অৱনদ্ধ শ্ৰেণীৰ বাদ্যযন্ত্ৰৰ বাবে উপযোগী নহয়।পকী দেৱালত শব্দবোৰ ঠেকা খোৱাৰ বাবে বোলবোৰ স্পষ্ট ৰূপত উলাই নপৰিল। ধন্যবাদ সীমান্ত তামুলী
মোৰ ধোল সিকিব মন আছে
Mur bohut vl lga
👌👌👌
Moja
Tulonabihin ek onusthan ...
simanta da, apunar thikona tu dibo neki?..
bojau bojau lagi ji
Moi hodai sau
ছাৰ বহুত ভাল লাগিলআপোনাৰ contact number দিব পাৰিব নেকি
Inbox ত দিব পাৰিম
বাহী বহুত সুন্দৰ বজাইছে দেই আপোনালোকে👍👍👍🙏🙏🙏
বহুত ভাল লাগিল অনুষ্ঠানটো চাই ❤️❤️❤️...
আপোনাৰ ঘৰ ক'ত ?
যদি Comment তো পঢ়িছে তেন্তে জনাব Please 🙏🙏🙏...
ধন্যবাদ। মোৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰত।
আপুনি সদায় জিলিকি থাকক ❣️🙏
ধন্যবাদ
বাঁহী , ঢোল , পেপাৰ মাত শুনিলে মনতো কিমান ভাল লাগে সেইটো প্ৰকাশ কৰিব নোৱাৰি
চিৰ চেনেহী মোৰ ভাষা জননী 🙏
Aji he apuna lokr video 2 salo...khosa bhut vl lagil sai...Ru anekoa video ase jdi dibo..
উৎকৃষ্ট কৃষ্টি প্ৰদৰ্শন।😊
🔥dhuniaa
ভাল লাগিল৷ আপ্লুত হৈ পৰিলোঁ
ধন্যবাদ
BAhir mat tu bhut Val Lage mor
বহুত ভাল লাগিল ছাৰ শুনি শিকিব মন আছে মোৰ
Aswm performance... proud of you guys...
Amazing... Best wishes
Mojah bihu
অতি সুন্দৰ দাদা।
ধন্যবাদ
অতি সুন্দৰ আকৰ্ষণীয় অনুষ্ঠান
Vl lgil sai amr asomia bihu2
Nabajit, Val lagil tumar bahir apurba hur...
❤️❤️❤️❤️❤️love this
❤️❤️😘😘
mjjjjjja disa
Vl lagil....
Very very nice
সকলোকে ধন্যবাদ জনালোঁ ৷অসমিয়া সংস্কৃতি জিয়াই ৰাখিব ,আপোনালোকে !
vl lgise bhut
DHUNIYA HOISE tamuli da
বৰ ভাল লাগিল চাই
Moja lagisa dai
Sir ....moi Himangshu ...moi apunur student asilu ..at axom gyan bikash vidyalaya ttt...2012 year ott....now at nalbari .....
Bhal tumar?
Hundor simanto da
ধন্যবাদ।
Dhoniya lagisy
Apuni amr ba ajonik hekaisile.. downtown r কৰিশ্মা বৰা।
👍👍👍
অনুষ্ঠানটো কত হৈছে কেতিয়া হৈছে একো উল্লেখ নাই
👍👍👍👍👍👍
Simanto da nice..
Thank you.
val lagil bro
মোৰ ভাল লগা বাদ্য বিধ😘😘😘
Mojahhh....
Ati hundor
Bohut vl lgil sir
ধন্যবাদ।
Hosake bhut val lagise
😍
Nice
Tamumi da moi khubalia PA koisu kun sini paise sage nhoi noh mojaah
mojaaaa lagise kintu
Good.... 👌
Thank you
Sir moi aponak guru manibo bisaro sir moi aponak log pabo bisaro sir pizza🙏🙏🙏
Bahi mattuwe aru hondar kori dile val haise
Gamosa khn ami jonat murot he pindhe.. Dingeiit oo pindhe nki?
নমস্কাৰ দাস, অসম্পূৰ্ণকৈ জনা আৰু ভুলকৈ জনা একেবাৰে নজনাতকৈও মাৰাত্মক। আপোনাৰ মন্তব্যৰ আঁত ধৰি কওঁ যে ঢোলৰ নীতিবদ্ধ বাদনত ঢুলীয়াই গামোচাখন কান্ধত লৈও ঢোলবাদন কৰে। আমাৰ গুৰুসকলেও এনেকৈ লোৱা দেখি আহিছোঁ।
আপোনাৰ মন্তব্যটোত আপুনি উল্লেখ কৰিছে, "গামোচাখন আমি জনাত মূৰতহে পিন্ধে। ডিঙিটো পিন্ধে নেকি?" দৰাচলতে মন্তব্যটো কিম্বা প্ৰশ্নটো হ'ব লাগিছিল "গামোচাখন আমি জনাত মূৰতহে মাৰি লয়, ডিঙিটো মাৰি লয় নেকি?".... এই ক্ষেত্ৰত আচলতে 'পিন্ধে' শব্দটো ব্যৱহাৰ নহয়।
ধন্যবাদ
Great Simanta daaaa
Bohut dhuniya
Bht vl bojaise sir
Mor o ঢোলৰ ওজা hikibo bht mn ase
Aaponar logot keneke juga jug koribo parim nu
Plz jonabo xn
🤗🤗
flutist jon nobojit da hoine
What about kamrupia dhulia
বেছিকৈ ফিয়োজন কৰিলে কনফিউজন হোৱাৰ আশংকা বেছি থাকে, সাচিপতীয়া পুথিৰ ওপৰত ভিত্তি কৰি পতা ঢুলীয়া ওজা প্ৰতিযোগিতাত এখন লাগ, এটা ঘাট, এখন হাত, এখন খৰচনা ৭ মিনিটত বজাব পাৰে, এই অনুস্থানটোত খৰচনা বুলি কৈ প্ৰথমে উভতা চোচনি আৰাম্ভ কৰিছে আৰু যোৰনি, লাগ, চোচনি এইবোৰ একাকাৰ হৈছে আৰু বুলনি বোৰ স্পষ্ট হোৱা নাই।
But much more better than stage bihu, choreographing bihu.
ডাঙৰীয়া, আমি ভাবোঁ আলোচকজন বা সমালোচকজন অতি সচেতন আৰু আলোচ্য বিষয়বস্তুৰ ওপৰত বিশেষ জ্ঞান থকা হ'ব লাগে।যিহেতু আপুনি উল্লেখ কৰাৰ দৰে আমি ঢোলত নদীৰ 'ঘাট' নবজাওঁ, ঢোলত ঢোলৰ 'ঘাত'হে বজাওঁ, 'চোচনি' নবজাওঁ 'চোঁচনি'হে বজাওঁ।একেদৰে 'যোৰনি' কোনো দিনে বজাই পোৱা নাই, 'জোৰনি' কিন্তু বজাই পাইছো।
ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠানটো 'ফিউজন' কৰা বুলি কৈছে। সঁচাকৈয়ে ফিউজন কৰিছোঁ নে? 'ফিউজন' কাক কয় অলপমান বুজাই দিলে সুখী হ'ম। নহ'লে আমিও 'কনফিউজন'ত ৰ'ম। যিখন বা যিকেইখন সাঁচি-পতীয়া পুথিৰ ওপৰত ভিত্তি কৰি ঢোল বাদন প্ৰতিযোগিতা অনুষ্ঠিত কৰে সেই পুথিকেইখন চাবলৈ আমাৰ বৰ হেঁপাহ আছে।আমাৰ এই হেঁপাহ আপুনি পূৰ্ণ কৰিব বুলি আশা থাকিল।
আপোনাক লগতে এইটোও জনাওঁ যে,এই অনুষ্ঠানটো ইংৰাজী ২০১৭ বৰ্ষৰ ১১ মাৰ্চৰ দিনা গুৱাহাটীৰ জিলা পুথিভঁৰাল পেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছিল।এই অনুষ্ঠানটোৰ আন কেইবাটাও video ইতিমধ্যে আমাৰ UA-cam channelত দিয়া হৈছে।
অনুষ্ঠানটোত প্ৰথম কাৰ্যসূচী হিচাপে 'খৰচনা' বুলি নামকৰণ কৰি ১৩টা বিশিষ্ট ছেও বজোৱা হৈছিল।ইয়াত ৩টা ছেওৰ বাহিৰে বাকী দহটা ছেও খৰচনাৰ অন্তৰ্ভূক্ত।খৰচনাৰ সংখ্যা বেছি হোৱা বাবে এই বাদন ভাগক 'খৰচনা' নাম দিয়া হৈছিল।খৰচনাসমূহৰ 'ঘাত' অংশ বাদ দি একে ক্ৰম আৰু একেলেথাৰিৰে বজালে কেনে হয় তাৰ এক সম্পৰীক্ষা কৰা হৈছিল।আপুনি উল্লেখ কৰাৰ দৰে আমি যোৰনি (জোৰনি), লাগ, চোচনি (চোঁচনি)আদিবোৰ একাকাৰ কৰা নাই।কাৰণ প্ৰথম আৰম্ভণি খৰচনাৰেই কৰা হৈছে।দ্বিতীয় ছেওটো চোঁচনি ছেও বুলি ক'ব পাৰে।অঞ্চল বিশেষে পিছে খৰচনা বুলিও ধৰা দেখা যায়।একাদশ সংখ্যক ছেওটো 'লাগ' আৰু শেষৰ ছেওটো আমাৰ নিজা ৰচনা।ভয় নাখাব! এই ধৰণৰ এটা পৰীক্ষাই ঢোল সংস্কৃতিৰ মূলত কোনো আঘাত নাসানে।ঢোল কৃষ্টিৰ সোণসেৰীয়া বিষয়-বস্তুবিলাকৰ প্ৰণালীবদ্ধ, বিজ্ঞান সন্মত আৰু শুদ্ধতাৰ বাবে আমি নিৰৱছিন্ন অধ্যয়ন আৰু চৰ্চা অব্যাহত ৰাখিছোঁ।
আনহাতে আপোনাৰ অভিযোগ 'বুলনিবোৰ স্পষ্ট হোৱা নাই'। আমি যিটো পেক্ষাগৃহত অনুষ্ঠান পৰিবেশন কৰিছিলো সেইটো অৱনদ্ধ শ্ৰেণীৰ বাদ্যযন্ত্ৰৰ বাবে উপযোগী নহয়।পকী দেৱালত শব্দবোৰ ঠেকা খোৱাৰ বাবে বোলবোৰ স্পষ্ট ৰূপত উলাই নপৰিল।
ধন্যবাদ
সীমান্ত তামুলী
মোৰ ধোল সিকিব মন আছে
Mur bohut vl lga
👌👌👌
Moja
Tulonabihin ek onusthan ...
simanta da, apunar thikona tu dibo neki?..
bojau bojau lagi ji
Moi hodai sau
ছাৰ বহুত ভাল লাগিল
আপোনাৰ contact number দিব পাৰিব নেকি
Inbox ত দিব পাৰিম
Moja