কৌপাটি জাতীয় বিদ্যালয়ৰ পৰিবেশ দেখিলে মন ভৰি যাব আপোনাৰ

Поділитися
Вставка
  • Опубліковано 9 лют 2025
  • এখন শিক্ষানুষ্ঠান আৰু লুটন চৰকাৰ
    শিক্ষক লুটন চৰকাৰৰ বাবে সলনি হৈ গ'ল এটা অঞ্চল
    এখন বিদ্যালয় আৰু ৪০০ ছাত্ৰ-ছাত্ৰী
    এখন বিশাল খেলপথাৰত একত্ৰিত হয় সকলো
    আন শিক্ষানুষ্ঠানতকৈ পৃথক এই বিদ্যালয়খন
    সকলো ধৰ্মৰ ছাত্ৰ ছাত্ৰীৰ সমাহাৰ এইখন বিদ্যালয়ত
    এক আৰম্ভৰপূৰ্ণ অনুষ্ঠানত বাৰ্তালাপ
    কৌপাটি জাতীয় বিদ্যালয়ৰ পৰিবেশ দেখিলে মন ভৰি যাব আপোনাৰ
    কৌপাটি জাতীয় বিদ্যালয়ত বাৰ্তালাপ
    #kopati #darrang #kopatijatiyavidyalaya #kopatijatiyavidyalayabaartalap

КОМЕНТАРІ • 43

  • @PronotiMohon
    @PronotiMohon Місяць тому +8

    এনেকুৱা মানসীকতাৰ মানুহক ভগৱানেও সহায় কৰে । এটা নামৰ মন্দিৰ গঢ়ি তুলিবলৈ যিমান সহজ এটা শিক্ষাৰ মন্দিৰ গঢ়ি জীয়াই তোলাটো খুৱেই কঠিন । প্ৰতিষ্ঠাতা শিক্ষক গৰাকীৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ ভক্তিপূৰ্ণ শ্ৰদ্ধা জনালো লগতে ছাত্ৰ ছাত্ৰী সকললৈ মৰমৰ স্নেহাশীষ থাকিল ।❤❤❤ মইও এগৰাকী শিক্ষয়িত্ৰী । এখন বিদ্যালয়ত ইমান বোৰ ছাত্ৰ ছাত্ৰী থকা সঁচাই বিৰল ।

  • @ruminath1781
    @ruminath1781 5 днів тому +1

    বহুতো ভাল লাগিল 🎉❤🎉

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef Місяць тому +11

    কৌপাটি জাতীয় বিদ্যালয়ৰ পৰিৱেশ অনন্য। ভিন্ন জাতি, উপজাতিৰ সয়ম্বৰৰ মহামিলন ক্ষেত্ৰ। অধ্যক্ষ মহোদয় লগতে সকলো শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলকো আন্তৰিক শলাগ আৰু অভিনন্দন জনাইছোঁ 🙏।

  • @krishnak.tboruah5536
    @krishnak.tboruah5536 8 днів тому

    Very good
    ভাল লাগিল এনে এখন বিদ্যালয় আছে যে আৰু এনে বিদ্যালয় আশা কৰিলো

  • @RintuDeka391
    @RintuDeka391 6 днів тому

    Bahut val lagil 🎉🎉🎉

  • @Ronjuchutia-nt6kx
    @Ronjuchutia-nt6kx 16 днів тому

    বশুত ধুনিয়া পৰিবেষ

  • @dipjyotidas1246
    @dipjyotidas1246 Місяць тому +2

    Thank u so much chakra da❤❤❤

  • @dipanjalideka5577
    @dipanjalideka5577 Місяць тому +3

    বহুত বহুত ধন্যবাদ পৰাশৰ ডাঙৰীয়া ।আপুনি ইমান ধুনীয়া স্কুল এখনৰ পৰিৱেশ দেখুৱালে ।স্কুল খনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ।

  • @giasuddinahmed8206
    @giasuddinahmed8206 21 день тому

    Bahut Val lagil❤❤❤❤❤

  • @nayanfaxooficial123
    @nayanfaxooficial123 Місяць тому

    Val lagil❤

  • @UserUser-xh2jc
    @UserUser-xh2jc 24 дні тому

    Very nice ❤❤❤❤

  • @namitasaikia1966
    @namitasaikia1966 Місяць тому +2

    বহুত ধুনীয়া

  • @Runjunmoni-b5v
    @Runjunmoni-b5v Місяць тому

    Great School ❤🙏🏻🙏🏻🙏🏻🙏🏻

  • @manjushreedeka
    @manjushreedeka Місяць тому +3

    লগ পাই ভাল লাগিল আপোনাক🥰❤️

  • @bibhadeka.......
    @bibhadeka....... Місяць тому

    Vall lagise

  • @AkhilKalita-e4p
    @AkhilKalita-e4p Місяць тому

    Very nice

  • @pinkuboruah2245
    @pinkuboruah2245 Місяць тому

    Moja

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio7424 Місяць тому +1

    সুন্দৰ সকলোৰে পদক্ষেপ।❤❤❤❤❤❤

  • @bhrigukalita6479
    @bhrigukalita6479 Місяць тому +1

    অতি সুন্দৰ

  • @aivlogs143
    @aivlogs143 2 місяці тому

    Apunak log pai bohot val lagisil

  • @manjushreedeka
    @manjushreedeka Місяць тому +1

    মইও আছোঁ 😁

  • @monjulahazarikadas8802
    @monjulahazarikadas8802 Місяць тому

    Thanks

  • @dalimdas4723
    @dalimdas4723 Місяць тому

    Very niçe

  • @sakilahmed119
    @sakilahmed119 Місяць тому

    Salute principal and all teachers

  • @rupjyotiboruah3418
    @rupjyotiboruah3418 Місяць тому +2

    বৰ সুন্দৰ ৷এনে বিদ্যালয় বিৰল৷

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому

    প্ৰতিখন জিলাতে জাতীয় বিদ্যালয়সমূহ লগ হৈ এনে অনুষ্ঠান পাতিব পাৰে।

  • @dipankarSaikia-t4k
    @dipankarSaikia-t4k Місяць тому

    অনুষ্ঠানতো চাই চকুৰ পানি ওলাই গল

  • @PakhilaNath-k5p
    @PakhilaNath-k5p Місяць тому

    ❤❤❤❤🎉

  • @nitusmita1648
    @nitusmita1648 Місяць тому

    ❤❤

  • @pagalm-rk5xy
    @pagalm-rk5xy Місяць тому +18

    Moi pithibit oha bosoror school ❤

  • @PurneswarBora
    @PurneswarBora Місяць тому

    Val lagil

  • @gwkuldeep2578
    @gwkuldeep2578 17 днів тому

    14:28 মোৰ নাম শ্ৰী Tushaparna Deka

  • @Gamerzbhaiji
    @Gamerzbhaiji Місяць тому

    Sir

  • @KrishnamiliMili
    @KrishnamiliMili Місяць тому

    Hii ❤❤

  • @chitranjanbora
    @chitranjanbora Місяць тому

    Hii

  • @BolenMoran-q1s
    @BolenMoran-q1s 10 днів тому +1

    Very nice❤❤❤

  • @joyaborgohain892
    @joyaborgohain892 Місяць тому

    বহুত ভাল লাগিল

  • @MadhuGogoi-q8j
    @MadhuGogoi-q8j Місяць тому

    Val lagil ❤❤❤❤❤

  • @nitunitudewri6301
    @nitunitudewri6301 Місяць тому

    ❤❤

  • @BolenMoran-q1s
    @BolenMoran-q1s 10 днів тому

    Very nice❤❤❤

  • @SanjibKurmi-ug6yn
    @SanjibKurmi-ug6yn 6 днів тому

    ❤❤❤