Ojaantric II Assamese Podcast ft. Arup Jyoti Baruah II Udayan Duarah II Ep.30

Поділитися
Вставка
  • Опубліковано 13 гру 2024

КОМЕНТАРІ • 1,3 тис.

  • @OasisMotionFilms
    @OasisMotionFilms  3 роки тому +245

    Thank you so much for all the love and support.🙏
    And please support cultivators. They are awesome🔥.
    Aru OJAANTRIC r hoi msg ata kori ahiboloi napahoribo.🙂

    • @pori_saikia
      @pori_saikia 3 роки тому +3

      Bohut val lage sai video bur

    • @abinashdas1745
      @abinashdas1745 3 роки тому +2

      Bohut val lagil episode ti sai... big fan of Arup Da..

    • @blesseddebajit2464
      @blesseddebajit2464 3 роки тому +2

      Tamam akdon

    • @madhabisaikia9921
      @madhabisaikia9921 3 роки тому +2

      Gunjan dak anibo plzz.... nd ojantric r pora oasis da crush hoi gyse 🤓🤓🤓🤓🤓🤓

    • @Bip_Das
      @Bip_Das 3 роки тому +1

      ❤️

  • @ilovetravelandfoodNextlevel
    @ilovetravelandfoodNextlevel 3 роки тому +273

    Aitu show sua akmatro karon udy da aru oasis da... Dutake mojja lage ... Outstanding next level ❤️👍😊

    • @OasisMotionFilms
      @OasisMotionFilms  3 роки тому +32

      Thanks a lot brother.
      Keep watching 🤜🤛

    • @kunalkunal6045
      @kunalkunal6045 3 роки тому +9

      Next level family ahi subscribe kora he katha

    • @rajkamalsarma7551
      @rajkamalsarma7551 3 роки тому +3

      Next level bikash da

    • @kabitadevi5692
      @kabitadevi5692 3 роки тому +2

      UD darr karnri show tu sai bhal pau. u r my fav actor in assam. lvu

    • @DH_DREAMS
      @DH_DREAMS 3 роки тому +2

      next level

  • @darpandas6243
    @darpandas6243 2 роки тому +46

    Song Playlist:
    Phagun 14:45
    Rokom Rokom 17:37
    Rabha Folk song 20:44
    Mon Chole Re (Baul) 27:58
    Manuhor Daam 36:13
    Jolila Jolila 49:13

    • @darpandas6243
      @darpandas6243 2 роки тому +2

      Eagerly waiting for Phagun to release...
      My search for the Rabha folk song is still going on...

  • @rajumoran2040
    @rajumoran2040 3 роки тому +143

    আৰে এই জন কোন ! এখেত চোন আচল.... প্ৰকৃত শিল্পী। এই জনক আগতে জনা নাছিলো.. সেয়া নিশ্চয় মোৰ অজ্ঞতা। ধন্যবাদ অযান্ত্রিক।

    • @MontusSpecial
      @MontusSpecial 3 роки тому +3

      এখেতৰ নিচিনা শিল্পী কমেই পাব । প্ৰতিটো গানেই মজা হয় ।

    • @jgoswami86
      @jgoswami86 3 роки тому +4

      eijonei asol.. thik koise

    • @rajumoran2040
      @rajumoran2040 3 роки тому +2

      @@MontusSpecial সচাকে মনটো ত়ৃপ্ত হৈ গ'ল।

    • @rajumoran2040
      @rajumoran2040 3 роки тому +5

      @@jgoswami86 হয়। গান বুলি যিহকে তিহকে চিঞৰি ফুৰা বোৰক দেখি আমনি লাগি গৈছে।

    • @globalvillage6416
      @globalvillage6416 3 роки тому +1

      Apuni sage agote disco bhonti besike hunile

  • @trishnabora8266
    @trishnabora8266 3 роки тому +44

    এইটো episode চাই কিমান বেছি সন্মান উপজিছে এই মানুহ তিনিজনৰ প্ৰতি মই ভাষাৰে বুজাব নোৱাৰোঁ । প্ৰতিজন শিল্পী অৰূপ দা আৰু উদয়নদাৰ দৰে হোৱা উচিত। অৰূপ দাৰ গান আজি প্ৰথমবাৰ শুনিছোঁ বহুত বেছি ভাল লাগিল । ধন্যবাদ অজান্ত্ৰিক আমাক অসমৰ বহুতো প্ৰতিভাবান শিল্পীৰ লগত চিনাকি কৰি দিয়াৰ বাবে ।

  • @bishaldas7221
    @bishaldas7221 3 роки тому +89

    Ki hanghatic manhu reh arup daa... Mane ki simplicity, ki dhunia personality... Huge respect and lots of love to him❤️

  • @avilekhbaruah7952
    @avilekhbaruah7952 3 роки тому +27

    Moi agot te singer jonok sini pua nasilu...Now I fall in love with his voice 😍 Thank you, I got a chance to know him...

  • @risingsun4417
    @risingsun4417 3 роки тому +30

    গানবোৰ শুনিছোঁ কিন্তু আচলতে নাজানো তাৰ আঁৰৰ মানুহজন কোন । ইমান সহজ সৰল গায়ক থাকিব পাৰে বুলি ভবাই নাছিলোঁ 💓

  • @joyshreesarma9643
    @joyshreesarma9643 3 роки тому +44

    প্ৰকৃতাৰ্থত গান ভাল পোৱা মানুহ,অসমৰ সংগীত জগতখনৰ বাবে ভাল কাম কৰি থকা এজন ব্যক্তি।

  • @DendraMusic
    @DendraMusic 3 роки тому +17

    Ultimate. This man gave me goosebumps, specially the "Rabha Nisukoni Geet". Plus he is so humble.

  • @ankitagoswami4950
    @ankitagoswami4950 3 роки тому +30

    সুখী হলো আমাৰ মাজত অসমৰ এজন সুন্দৰ নক্ষত্ৰ ojantric ৰ মঞ্চত পাই🙏🙏
    বহুত ধন্যবাদ ojantric🙏❤️

  • @asimsworld6186
    @asimsworld6186 3 роки тому +12

    Arup Baruah is one of the most underrated artist of Assam.. Thank you OJAANTRIC teuk xokolure logot sinaki korai dia babe..

  • @gauranganath1881
    @gauranganath1881 3 роки тому +56

    নজনা মানুহ এজনক জানিব পাৰিলোঁ।চাওঁ নাচাওঁ কৰি কৰি লাহে লাহে গোটেই খণ্ডটো চোৱা হ'ল।এতিয়া Culitivators শুনি আছো।ধন্যবাদ Ojantric👍 চাই থাকিম, শুনি থাকিম😊💐

  • @ponkilhazarika535
    @ponkilhazarika535 3 роки тому +19

    Such an polite and gentlemen. Love the way he talk's and explain something.

  • @rahuldeka9579
    @rahuldeka9579 3 роки тому +17

    The cultivator এই গ্ৰুপটোক প্ৰতিদিন টাইমত দেখিছিলো ।
    আপোনাকে মাতি আনি
    সোনত সুৱগা চৰালে ।
    আপোনালোকৰ দৰে
    তেখেতৰ গানবোৰো ojaantric

  • @KISUDHEMALI
    @KISUDHEMALI 3 роки тому +9

    আজিৰ খণ্ডটিয়েই কিয় নাজানো চকুপানী উলিয়াই দিলে পাই!
    গান এটাৰ কলি এটা শুনিলেই গাৰ নোম শিয়ৰি উঠে!
    God bless you #Arupjyotibaruah Dada! 💝

  • @mozoomdar.
    @mozoomdar. 3 роки тому +3

    অৰূপজ্যোতি বৰুৱাৰ গীত সদায় প্রিয়♥️
    অৰূপজ্যোতি বৰুৱাৰ গীতত মই অঞ্জন দত্ত, নাচিকেতাৰ গীতৰ দৰে জীৱন বিচাৰি পাওঁ। খুবেই প্রিয়। অৰূপদাৰ কণ্ঠত ড° ভূপেন হাজৰিকাৰ "জনতাতন্ত্ৰৰ সাজি ললোঁ অস্ত্ৰ, স্বতান্ত্ৰতাকে আনিম বুলি। শোষণ জর্জৰ সহস্ৰ মানুহৰ আৰ্তনাদ আৰু নুশুনো বুলি" এই দুটা শাৰী শুনিলেই মোৰ গাৰ নোম শিয়ঁৰি উঠে। উফ্ কণ্ঠ। ভালে থাকক আটাইকেইজন।
    আৰু উদয়ন দা আপুনি সঁচাকৈয়ে এই অনুষ্ঠানৰ মধ্যমণি। আটাইতকৈ মোৰ ভাল লগা কথাটো হ'ল আপুনি বহু কথা নজনাকৈয়ে এইটো লাইনত অহা নাই। আটাইতকৈ ভাল লগা এংকৰ।

  • @bg-theexplorer6197
    @bg-theexplorer6197 3 роки тому +1

    নাম শুনিছিলো, গীত শুনিছিলো..ইমান দিনে এজন কাল্পনিক চৰিত্ৰ আঁকি ভাল পাই থকা মানুহজনক আজি দেখা পাই অত্যন্ত সুখী হ’লো, ধন্যবাদ অযান্ত্ৰিক...
    অৰূপ দাৰ গীতত এক বিশেষ বিষাদ-প্ৰেমৰ সোৱাদ আছে, হৃদয়স্পৰ্শী ।
    তেখেত সদাই জিলিকি থাকক ।

  • @enjoybuddy5840
    @enjoybuddy5840 3 роки тому +8

    one of the bestest episode i haven't seen ever ❤️❤️ great personality Arup daৰ প্ৰতি তো শব্দ ই হৃদয় চুই গ'ল আৰু বহু কথা শিকিবলৈ পালো love you Arup da . Lost off Love both of you 👍 UD da ur great job .
    জয় আই অসম 🙏

  • @angshumoniborah2478
    @angshumoniborah2478 3 роки тому +1

    জনা নাছিলো তেওঁক, অযান্ত্রিক লৈ বহুত বহুত ধন্যবাদ, দীর্ঘায়ু কামনা কৰিলো। এনে এজন শিল্পীক নজনাটো আমাৰ দুৰ্ভাগ্য।সচাঁকৈ গান, গায়কশৈলী, ইমান নম্ৰ কথা, ধীৰ স্থিৰ ব্যক্তিত্ব এজন প্ৰকৃত শিল্প সাধক, শতবাৰ নমস্কাৰ তেওঁলৈ। যুগে যুগে বুকুত শিপাওক এই সুৰৰ ৰাগিণী।।

  • @porikshitbora3094
    @porikshitbora3094 3 роки тому +16

    ভবাতকৈ বহুত বেছি ভাল লাগিল মানুহজনক

  • @lakhyajitkalita1194
    @lakhyajitkalita1194 3 роки тому +2

    ধন্যবাদ অযান্ত্ৰিক...এজন খাটি মনৰ শিল্পীক চিনাকী কৰাই দিলে...অৰূপ দাৰ কথা বোৰ শুনিয়েই থাকিব মন গৈছে....সীমাহীন ভাৱে শুনি থাকিব পাৰিম দাদাক....

  • @feathers6202
    @feathers6202 3 роки тому +27

    There are certain days when maybe a stranger's words will comfort you more than anyone or anything that you've ever known.This was one such day and such an episode.The sincerity and humbleness in each and every word that the guest uttered,directly reached the heart!! All praises and much respect for the artist,that I sadly didn't know existed before ojaantric's episode today.Beyond overwhelmed!!
    Cheering for Team Ojaantric,Keep Going!!

  • @pameegogoi7376
    @pameegogoi7376 3 роки тому +2

    কিমান বাৰ যে চাইছোঁ এই খণ্ডটো...সকলোতকৈ প্ৰিয় এপিচ'ড।অৰূপজ্যোতি বৰুৱা, যিমান উচ্চ মানৰ তেখেতৰ শিল্প.... সিমানেই নমনীয়তাৰে ভৰা তেওঁৰ ব্যক্তিত্ব। ধন্যবাদ অযান্ত্রিক... আপোনালোক সফলতাৰ শিখৰলৈ আগুৱাই যাওক😊

  • @middleclassboy5357
    @middleclassboy5357 3 роки тому +37

    Zubeen Garg Da please❤️
    Zubeen daak kin2 speaker usrt ahibo nkbo gali u pari dbo pare😂

  • @bonyap3268
    @bonyap3268 3 роки тому +1

    মাটিৰ মানুহ এইজন। বহুত ভাল লাগিল অৰূপ দাৰ কথাবোৰ শুনি।

  • @Bhaskarjyotidas99
    @Bhaskarjyotidas99 3 роки тому +7

    নিজকে বহুত ভাগ্যৱান যেন বোধ কৰিছোঁ আজি।😇 এনে এজন নমস্য শিল্পী 🙏 আৰু লগতে আপোনালোকৰ লগত হোৱা কথা উপভোগ কৰি সচাকৈয়ে ধন্য হৈছোঁ। "অযান্ত্ৰিক" এনেদৰেই সতেজ আৰু সদায় চিৰসেউজ হৈ থাকে যেন। ❤️ আকৌ এবাৰ "অযান্ত্ৰিক"লৈ অশেষ ধন্যবাদ।🙏

  • @upankargoswami1540
    @upankargoswami1540 3 роки тому +2

    Heared him for the first time in Sasanka Samir's wedding receiption.....
    Fall in love with his voice since then 💕💕

  • @arupjyotimahanta3176
    @arupjyotimahanta3176 3 роки тому +42

    Arup Da's vision of music is like that of #living_legend A R Rahman (though its my personal feeling)

  • @ParthaPBorah-fv5cu
    @ParthaPBorah-fv5cu 3 роки тому

    অৰুপদাৰ ব্যক্তিত্ব আৰু জীৱনৰবোধ অন্যান্য। তেওঁৰ সংগীত মানেই সদায় ব্যতিক্ৰমী উপস্থাপন আৰু নতুনত্বৰ সমাহাৰ। তেওঁৰ পৰা আমি শিকিব লগা বহু কথা আছে, গতিকে তেওঁৰ বৈচিত্ৰময় সংগীত সাধনা আৰু অভিজ্ঞতাৰ বিষয়ে আলোচনা হোৱা উচিত। তেওঁ নতুন অসমীয়াক সঁচা সুন্দৰ লোক সংগীত শিকাই অসমীয়া কৃষ্টি সংস্কৃতি অধিক প্ৰচাৰ, প্ৰসাৰ আৰু সুৰক্ষিত কৰিব পৰাৰ থল আছে। তেওঁলৈ শ্ৰদ্ধা জনাইছোঁ।

  • @dikshitabarman7325
    @dikshitabarman7325 3 роки тому +12

    Cultivators rock
    Proud of Bajali
    Arup da juii 🔥

  • @kuldipeffectcreation6324
    @kuldipeffectcreation6324 Рік тому +1

    Xosake iman puroni show tothapiu maje maje ajiu sao.. arup da akebare best manuh dei.. apunar nisina manuh khup komei ase imam dhuniya kotha..gaan. bor vl lage he apunakk❤

  • @experienceoflife959
    @experienceoflife959 3 роки тому +11

    অৰূপ দা, বহুত positivity পাওঁ আপোনাৰ গানত, UD দা আৰু Oasis দা বহুত ধন্যবাদ তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে 💕

  • @nilanjanmahanta7240
    @nilanjanmahanta7240 3 роки тому +1

    মৰমৰ ককাইদুটা অ’ এই আন্তৰিকতা , এই ধুনীয়া মন দুটা ভালে থাকক এইয়াই প্ৰাৰ্থনা ৷ মানুহৰ মনৰ কৃত্ৰিমতা নাশি জীৱন জীপাল কৰি ৰাখিব পৰাকৈ ৰাগ মেঘমল্লাৰ ৷ বাকী প্ৰতিগৰাকী ব্যতিক্ৰমীধৰনে অভিজাত অতিথিৰ কথা ক’ব পৰাকৈ আমাৰ সামৰ্থ্য নাই ৷ অনিন্দ্যসুন্দৰ ❤️

  • @ankurgoswami6454
    @ankurgoswami6454 3 роки тому +4

    আজিৰ এই কথা খিনিৰ পৰা অৰূপ দা লৈ মৰম আৰু সন্মান আৰু বেছি বাঢ়ি গ'ল।

  • @anantadas7197
    @anantadas7197 3 роки тому

    Arup da hoise proytek jon hridoy vonga r Adarsha.....moi lg paisilu Gauhati University aru tatya janisilu teu hridoybidaork kotha khini....aru tatya pora moi kiba bujabo nuara vl pau ata jagi uthisil.....asolte jibont jodi dukh nethake tante manuh henu prunya xafolota lav nokore.......
    UD da aru Oasis da Thanks yr.....

  • @jimpykashyap22
    @jimpykashyap22 3 роки тому +11

    Thank you so much Ojaantric for inviting Arup Da. Arup da is not less than a maestro. Such artists need more exposure and recognition. Hulahul Cultivators! Hulahul Ojaantric! Much love to the show❤️❤️

  • @kapilsekhar7338
    @kapilsekhar7338 3 роки тому

    Jolila jolila gaan tu xuni bohut abegik hoi porisu..hridoyor pora ulua bixuddha onubhob....apurba baruar byoktitwar majot nijoke bisari palu....apurba da..u r great....keep going...onusthan tu aru dighol hobo lagisil

  • @IslandWarrior_majuli
    @IslandWarrior_majuli 3 роки тому +23

    অৰুপ দা 🔥 আৰু @cultivators টো কবই নালাগে 💚💯
    মুঠতে ৰাইজে @ojaantric ৰ 🌱টোক মৰম দি থাকক যাতে @ojaantric গৈ এদিন 🌳 হয় 🙏🏻

  • @kamleshdoley6108
    @kamleshdoley6108 3 роки тому +1

    Thanks, ojaantric, bohutu nojona, nisina manuhak assamor raijok sinaki kori diya bhabey .....

  • @streamingwithrituraj3447
    @streamingwithrituraj3447 3 роки тому +14

    Brother's, the best episode of Ojantric. Arup da is from different world. An enlightened person.

  • @sangitabora1372
    @sangitabora1372 3 роки тому +1

    অপূর্ব❤ নিমৰ্ল মনৰ মানুহ!

  • @dhrubajyotisharma7337
    @dhrubajyotisharma7337 3 роки тому +3

    Ojaantric'r bohut keita podcast salu last 2din't. But aitu episode best lagile. Moi atiale comment Kora nasilu but aitu episode sai comment nkora k nuarilu. Thank you so much for inviting such a raw talented yet down to earth artist. Love you guys. ❤️❤️

  • @krishnakhilikson2350
    @krishnakhilikson2350 3 роки тому +2

    আগতে নেদেখা এখন অচিনাকী মুখ,,হ'লেও অলপ চাও বুলি video2 চাবলৈ ল'লো,,,আৰু চাই OMG এইজন দেখোন এজন সাংঘাটিক প্ৰকৃত শিল্পী,, বহুত ভাল লাগিল চাই,,। ধন্যবাদ UD daa আৰু Oasis daa আমাক ইমান ভাল এজন শিল্পীৰ লগত চিনাকী কৰাই দিয়া বাবে,,,।

  • @plaban_m
    @plaban_m 3 роки тому +16

    I hope OJAANTRIC also invites Dhritimaan Deori. He is one of a kind of singer.

  • @nainasarma9917
    @nainasarma9917 3 роки тому +1

    Moi bohudin agor pora a ojantric sai ahisu kintu kiba karonot ai episode tu moi miss korisilu, ru aji moi ai episode tu salu, moi xosai xoru suwali hoi, mur jibon t atia loi xanghatik bhabe heart break hua nai kintu jolila jolila xunar pisot moi je kandi goisu, arup sir a ata matro ganere teo r feelings iman dhuniya koi Express korise ki kom ru... moi xosai proud feel koru je axom t iman talented manuh ase🙏

  • @mrrabha36
    @mrrabha36 3 роки тому +13

    uff ki buli je comments krim vaxa e nai,,, bohut vl lgil ey episode tu sai.. aaxa thakil anekuwa Mohan Mohan bektik agolui lui ahibo buli..

  • @TheWayOfLifeE
    @TheWayOfLifeE 3 роки тому +1

    Arup dar thio naam r quality live saale goosebumps ahi jai , uff.... Ghoror usoror mnuh imn vaab naahe kintu enekua stage t dekhile vaab aahe kiman talented arup daa ❤️

  • @lipikasonowal4524
    @lipikasonowal4524 3 роки тому +5

    Rabha folk song tu aru olp hunibo mon goisil.. Arup Jyoti boruah ♥️

  • @D_B_00
    @D_B_00 3 роки тому +2

    প্ৰথম বাৰলৈ শুনিলো,সচাঁই এজন অযান্ত্ৰিক মানুহ, ধন্যবাদ থাকিল অযান্ত্ৰিকলৈ, চিনাকি কৰাই দিয়াৰ বাবে।

  • @bikuchiranjit105
    @bikuchiranjit105 3 роки тому +5

    This man is a legend... Fan since 2016

  • @chinmoychandan149
    @chinmoychandan149 3 роки тому

    Cultivators k first time dekhislu AXOM JATIYA BIDYALAY r Silver Jublee t.......aru besi time nalagil xidina school khon r protyek jonor priyo hoi poriboloi eulukok❤️❤️....love you cultivators....best wishesfor you

  • @Partha12393
    @Partha12393 3 роки тому +8

    অৰুপ দাৰ গানত অসমী আই , নিজ ভাষাৰ প্ৰতি মৰম আৰু জাতীয়তাবাদ দেখা পোৱা যায় বাবে গানবোৰ ভাল লাগে

  • @madhujyasaikia6020
    @madhujyasaikia6020 3 роки тому +1

    I have been following Mr Barua since 2013. He is one of the ultimate personalities ..
    Thanks a ton for inviting him.

  • @junctiond6590
    @junctiond6590 3 роки тому +9

    I'm listening to him for the first time... You are just beyond amazing brother..O faagun geet tu xuni xui golu... eman peacefull...Thank you Ojaantric❤️

  • @rockybalboa8146
    @rockybalboa8146 3 роки тому +1

    এনেধৰণৰ হীৰা আমাৰ অসমত আছে যাক আমাৰ অসমৰ বহুতেই চিনি নাপায় ........চিনাকি কৰাই দিয়াৰ বাবে অযান্ত্ৰিকক ধন্যবাদ ।

  • @gitasrigoswami9065
    @gitasrigoswami9065 3 роки тому +8

    Big fan of this show and cultivators too.glad that you guys focus more on their work instead of showing unhealthy curiosity about the guest and their personal life and without making them uncomfortable. It's a pleasure to watch. Keep it up.

  • @tusharpratim5245
    @tusharpratim5245 3 роки тому +2

    অযান্ত্ৰীকৰ সকলো কেইটা episode চাইছোঁ যদিও কমেণ্ট কৰা নাই। সদায়েই ভালেই লাগে। কিন্তু এইটো episode চাই কমেণ্ট নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু বহু কথা থাকি গ'ল যেন লাগিছে। প্ৰকৃতাৰ্থত এজন শিল্পী। বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে তেওঁলোক আগুৱাইছে আৰু আগুৱাই যাওক। বহু দিনৰ পৰা অৰূপ দাক লক্ষ্য কৰি আহিছোঁ। সলনি হোৱা নাই। মাটিৰ লগত, মানুহৰ লগত সংক্ৰিপ্ত হোৱা গান গাই আছে। ব্যতিক্ৰম। তিনিওজনলৈ ধন্যবাদ।

  • @bishaltalukdar243
    @bishaltalukdar243 3 роки тому +7

    Arup dar logot ami akeloge birnam poribeshon koru ..mor ghr Arup dar ghrr kakhote ..Arup da 🔥🔥🔥

  • @joonmonihazarika6487
    @joonmonihazarika6487 3 роки тому +2

    অতি সুন্দৰ অনুষ্ঠান ! অৰূপ বৰুৱাৰ দৰে সঁচা শিল্পীলৈ শুভকামনা যাচিছোঁ ।

  • @kixoloifilms8164
    @kixoloifilms8164 3 роки тому +14

    Please bring Bhaskar Hazarika, one of the best assamese director to the show...
    BTW a big fan of Ojaantric

  • @wanderlusttheexplorer9680
    @wanderlusttheexplorer9680 3 роки тому +1

    প্ৰকৃত শিল্পী ❤️
    আপুনি চিয়োৰা নাই বিশ্বাস কৰক একদম অন্তৰ চুই গৈছে😘😘

  • @ayansworldoffun131
    @ayansworldoffun131 3 роки тому +5

    Cultivators r stage performance saisu... Ekdom usor r pora xanghatik gai ❤️ just love their songs

  • @ashidurrahman8165
    @ashidurrahman8165 3 роки тому

    অৰূপ দা💓।।ইমান সহজ সৰল মানুহ জন। এই খণ্ডতো চাই বহুত ভাল লাগিল ।ধন্যবাদ থাকিল 'অযান্ত্ৰিক' লৈ এনে এজন ব্যক্তিক আমাৰ মাজত চিনাকি কৰাই দিয়া বাবে। 👍

  • @dhrubaphukan9183
    @dhrubaphukan9183 3 роки тому +7

    এজন প্ৰকৃত শিল্পী ।

  • @_Bhargav_Rava9
    @_Bhargav_Rava9 3 роки тому +1

    I'm from Rabha tribe... Arup dak agote sini a pua nasilu.. Eman dhuniya k Rabha geet faki gaai xunale... Thank you Ojantric❤️

  • @milimoonpatirabha8237
    @milimoonpatirabha8237 3 роки тому +8

    Unwanted surprised guest bur ani dia de aponalok a . One of my favorite Arup da. 😘😘

  • @gunjandevchoudhury804
    @gunjandevchoudhury804 2 роки тому

    Ghoror kahore manuh arup da ... Huge respect to you 🙏... Ei2 episode 20 + saisu ajile... Jolila jolila 2 prai 100 brr uporot xunisu... Bohut bohut respect apunaloi...

  • @bobi1345
    @bobi1345 3 роки тому +3

    A true human ❤ being . Feel like I met God . Thank you Ojantrik . YOU guys really doing great 👍 .Arup you are a true artist .Wow ! How beautiful your heart is .

  • @anupamdas2594
    @anupamdas2594 3 роки тому

    Thank you Ojaantric.. apunaluke ene kisu kam kori ase jak kunue hobdore bornona koribo nuware.. Hipar hondhanot......

  • @rikukalita4600
    @rikukalita4600 3 роки тому +3

    He looks so innocent🥺. God bless him❤

  • @moupriyakaushik7508
    @moupriyakaushik7508 3 роки тому +1

    One of the best episode in ojantric...bohut bhal lagil.. Arup Jyoti Baruah is such a talented singer...

  • @awesomethoughts5674
    @awesomethoughts5674 3 роки тому +9

    Atiahe mojja lagise aneke back to back lage jdi 1 millions lage aru heavy budget tm jdi contact t ase Mati diok jomibo

  • @arpitateron3813
    @arpitateron3813 3 роки тому

    Tekhetor kothabur hunile kiba gar num khiyori uthe.eman humble.......❤❤❤❤❤❤❤

  • @palki8649
    @palki8649 3 роки тому +6

    This person is really so genuine and so polite in his every word... His songs always encourage us💖💖

  • @mintusrealfactspeech221
    @mintusrealfactspeech221 3 роки тому

    অৰূপ dak search Kori Kori apunalukor channel tu palu .....bohut Val lgil....Arup da best Howe 1jn Assam r singer ..... LV n respect 🎉🙏🎉🙏🎉🙏

  • @drajkhowa9998
    @drajkhowa9998 3 роки тому +3

    Thank you so much for introducing to the cultivators and this great singer !!

  • @biduytbikashsarmathakur1620
    @biduytbikashsarmathakur1620 3 роки тому

    অযান্ত্রিকক ধন্যবাদ । দৰ্শকৰ নতুন সোৱাদ দিছে তাতকৈ ডাঙৰ কথা বহু নতুন শিল্পীক মানুহৰ মাজত চিনাকী কৰাই দিছে।

  • @aloktamuli9894
    @aloktamuli9894 3 роки тому +18

    Bdw big fan of cultivators ❤️

  • @biswarupaborthakur3929
    @biswarupaborthakur3929 3 роки тому +1

    so much of simplicity...and the feets attached to the ground.... that's what music is all about!

  • @parthapdutta5905
    @parthapdutta5905 3 роки тому +6

    Already a big fan of cultivators and Arup da❤️❤️

  • @jumirajkhowa970
    @jumirajkhowa970 3 роки тому +2

    প্ৰকৃত শিল্পী সকলক ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে ধন্যবাদ অযান্ত্ৰিক৷৷অৰূপ দাক আগতে জনা নাছিলো সঁচাকৈ এজন প্ৰকৃত শিল্পী৷

  • @shekharsharma1430
    @shekharsharma1430 3 роки тому +7

    More than the hyped up once,
    Please start bringing hidden gems like this here so we can also discover them 🙏

  • @upamadas1825
    @upamadas1825 3 роки тому

    Dhanyabaad Udayan Dwara and Oasis Talukder...tomalokar karonecmoi Shakhuraj,Mayatree Patar aru Arup Baruahar nisina talented artists bilakar bisaye janilo.May God bless Ajantrik....from Ahemedabaad.

  • @hazarikadhruva7035
    @hazarikadhruva7035 3 роки тому +6

    নিভাঁজ মানুহ।মাটিৰ মানুহ।
    তপন দাস ছাৰক ও দেখিম বুলি আশা থাকিল🎉🎉🎉

  • @sanjivsaikia4991
    @sanjivsaikia4991 3 роки тому +2

    I think 1st arup da 's 1st show this is. Thank you ud da.

  • @pinchithengal1354
    @pinchithengal1354 3 роки тому +13

    "Õjãåñtrïç" -ৰ প্ৰেমত বাৰুকৈয়ে পৰিলোঁ ❤️ৰৈ থাকোঁ episode লে🙌পৰীক্ষা মাজত ও চাই আছোঁ ✨

  • @relaxingmusicvideo3718
    @relaxingmusicvideo3718 3 роки тому

    পোন প্ৰথমেই অযান্ত্ৰিকৰ পৰিয়াল বৰগলৈ ধন্যবাদ জ্ঞাপন কৰিলো । Zubeen দাৰ দৰেই অৰূপ দা এজন খোলা মনৰ খোলা শিল্পীক আপোনালোকৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে । অৰূপ দাৰ গীত শুনি মোৰ বহুত ভাল লগে । সেয়েহে জুবিন দাৰ পিছত মই ভাল পোৱা শিল্পী জনৰ কথা আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে জানিব পাৰি ভাল লাগিল । সেয়েহে আকৌ এবাৰ আপোনালোক ধন্যবাদ জনালো ।👍💓💓💓💓💓

  • @karishmaborgohain4944
    @karishmaborgohain4944 3 роки тому +3

    ❤️ so humble & down to earth person .. god bless him with immense success 👍

    • @rinabora9293
      @rinabora9293 3 роки тому

      Ojaantric,wow, awesome,great, wish a huge success.

  • @firstreview5534
    @firstreview5534 3 роки тому +2

    Aji 1st time cultivators r programme salu hosa koisu big fan hoi golu❤❤❤❤

  • @kritarthagautam1223
    @kritarthagautam1223 3 роки тому +4

    Never missed a episode from 20 k sub to 87 k sub..... Awesome podcast

  • @gautamtamuly9893
    @gautamtamuly9893 3 роки тому

    Ojantric ak hundor anuvuti........ UD Daa bahut bahut hukhi ojantric sai bahut katha hikibo parisu... 🙏

  • @Bipul007
    @Bipul007 3 роки тому +7

    বহুত বেছি গান শুনা নাই আপোনাৰ। কিন্তু যি কেইটা শুনিছো এশবাৰ শুনিছোঁ। You seems to have profound depth of life and learning. Really loved the episode. Cheers UD and Oasis. Keep rocking champions!!

  • @INDIANmarket2024
    @INDIANmarket2024 2 роки тому

    Arup da apunar dorkhon,,,khub hundor,,,really appreciate the way you see the life,,,,love you man

  • @shehnazrahman6451
    @shehnazrahman6451 3 роки тому +5

    সঁচাই ভাল লাগিল আজিৰ অনুষ্ঠানটো💚। মন নভৰিল আৰু অলপ দীঘলীয়া হোৱা হলে!😐

  • @pulinborah5042
    @pulinborah5042 3 роки тому

    OJAANTRIC'r ataitkoi val loga episode tu.....aru agbarhi jawk OJAANTRIC....hubhokamona thakil...

  • @ishanarmwrestling
    @ishanarmwrestling 3 роки тому +3

    Best Episode so far... This man is genius... What an artist 👏👏👏

  • @raktimrajkhowa1609
    @raktimrajkhowa1609 3 роки тому

    That Rabha song Arupjyoti Borua sang..... What a feel it gives...really I have no word to express

  • @mrinalpathak3923
    @mrinalpathak3923 3 роки тому +7

    অৰূপ জ্যোতি বৰুৱা ( দাদা ) মানুহজন একডম মাটিৰ মানুহ আৰু লগতে অত্যাচাৰ ভাল মানুহ । এটি - দুটি গান শুনিছিলো কিন্তু আজি গম পালো মানুহজনৰ মনত লুকাই থকা সেই বেদনা আৰু প্ৰেৰণা কিমান গভীৰ ।

  • @devd7272
    @devd7272 3 роки тому +1

    He is the best singer...I will definitely follow him...
    Interview 2 Jyn Khub jolde khotom hol Jyn lagel...