Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
huntuk bor dhuniya lagesa dae.
ময়ো মাৰ ঘৰলে গলে মুনুৰ নিচিনাই হয় আৰু মোৰ দেউতা নাই ১৪ চনতেই স্বৰ্গীয় বাসি হল আৰু মোৰ কোনো দাদা ভাইতি নাই মোক আগে পাচে চাবলৈ কোনোৱেই নাই বেলেগৰ ভাই ককাই মৰমবোৰ দেখিলে মোৰ বহুত দূখ লাগে ভগবানে মোক সেইকন ভাগ্য নিদিলে অ মা । ভিদিঅতো চাই বহুতেই ভাল লাগিল ।
মৰম দিলোঁ
ভাল লাগিল নিভেজাল মৰম❤
Val kotha koise ❤❤❤
ভাল লাগিল খুড়ী ভিডিও টো।আই অ কণমানি জনি কিযে দুষ্টামি তাইৰ😂😂।আজি খুড়া আৰু বাবলু ক নেদেখিলোঁ,,,নতুন এটা ভিডিও ৰ অপেক্ষা ৰে,❤❤❤
Val lagile video to ❤❤❤
ইমান বুজি পোৱা হৈছে চেংনাং জনী 😅 আৰু বৰমা আপুনি বহুত মৰমিয়াল আপোনাক লগ পাব বহুত মন আছে😊
Sengnege bohut Buji puwa hol❤
Apunak bohut val lage
❤❤bor morom lagile tai j buji paise ekhon bhori ulomi ase kuat uthai loise o tai❤❤hokolu loike morom❤❤
❤️
Vl laga apunar vido bur...love you maina joni
Atiyahe salu hokhi❤ dintu khomoi nalapu onusthan ataloi golu auru ga beya
উম মোৰো খং উঠে দেৰি কৰিল সেইদিনা কাম বেছি হয় সিহতৰ ভাল লাগিছে ভিডিও চাই মই সংগীতা নলবাৰী পৰা
Nice vlg ❤❤❤❤
Hoi oo kobala jam buli koi derika ulala bor bea laga o mon tu ❤❤ vl lagila sai
উম
Mrm loga konmni jni tai gal khn dekhi bea lgil bht roga hoi goise nd bht mrm hokolu loi❤❤❤❤
Dhari loise voritu tuli dise😂❤ bahut advance kolija joni ❤
😊❤️
Apunalukk eman val lage abar lag puwa hole
নিশ্চয় লগ পাম দেই ❤️
❤❤❤
Mne buji nplu munur mak jaboge buli kole aru munuye emn khini beg loi goise kiba kheli meli hl mur
সিহঁতৰ ভিডিও চাব ,munu and pritom বুলি আছে চেনেলটো ।সকলো গম পাব ।
Munur bhaik kamor karona belag jagat thaka ..aru bhaika thoka jagat munur maak jabo ..munur maak jabo karona ghorot goisa ...
@@kritanaboro5409 ❤️👍 উম হয়
Goromot sengnagr sulikhini kati dibo..nhle hair rubber ba band mari thbo..dkhie kiba lgise sualijonik..
তাইক সৰহ সময় AC দিয়ে থোৱা হয়।ঘৰতে থাকে । সেয়ে গৰম অনুভৱ নহয় ।যেতিয়া উলিয়াই নিও তেতিয়া বান্ধি দিওঁ নহয় ,টানি খুলি পেলাই নিজেই । বান্ধিলে মইও ধুনীয়া দেখোঁ ।
Ba ata kotha kou bea napabo....konmanijanik tenekoi nobohabo deiii ....dekhi voi lagi goise ....bht maram apunalukoloi❤❤❤
ঘৰত হে ,নিনিও ৰাস্তাত এনেকৈ
Horu horu sharara pai j heya kini dibo sun seng nangok... Imn morom loga hoise
উম ❤️
Oo borma kotha eta hudhu kob sun munu pegnen thakute মাটিকঁঠাল খাব দিছিল নে বাৰু মোৰ 9মাহ মই আজি খালোঁ মানুহে কৈছে খাব নালাগে বুলি ভয়ু লাগিছে কব সোণ
@@karobisaikia3548 মাটি কঁঠাল প্রথম 5/6 মাহলৈ খাব নালাগে । এতিয়া খালে একো নহয় । ভয় নকৰিবা । সকলো ভালে কুশলে হৈ যাওক দেই ❤️
@@RashmiKonwar আৰ্শীবাদ কৰিব বৰ্মা
Sengnang r loi bohut bohut morom dei.. Eman morom loga suwali joni.. Muru ajoni suwali ase tair nam yasingfa
Miu loi jau bostu lora krne...kintu sospen tu niniu je ru....aitu besi hoi gol ru...makor ghor tate...ekebare alohi ghor hle blg baru 😊
অসমীয়া মানুহ যে ,কথাবোৰ এনেকুৱা হোৱাটো স্বাভাৱিক 😃
❤❤❤❤
Eketa diloug kiman Mari thake aru
নাটক যে ,কাহিনীত থাকিলে মাৰিব লগা হয় 😂। কিয় চাই নো হে ভিডিও ?
Thik kotha koise ma apunak bohut val pau @@RashmiKonwar
@@RashmiKonwarসচাকে বৰমা😊
Bohut vl pao baidok
Khuri Mur akonmaniti aji 5mah 1din hoise Pani akonman akonmn kimn dinr pora dib parim baru
6 মাহৰ পৰা
6mah hompunr hole he khuwab parim neki khuri pani
Pant tu tair dress nisina e lgise 😂😘😂😂😂
😂❤️
Munu makor ghort garu,sos pent,ai bur bostu loi kio jai
তুমি যদি কেঁচুৱাৰ মাক তেন্তে এই কথা নকলেও বুজিবা আৰু যদি গাভৰু ছোৱালী তেতিয়া কেঁচুৱা জন্মৰ পিছত সকলো বুজি পাবা 😊
বিদায় শব্দৰ প্ৰয়োগ থামনেলট ভাল নালাগিল । ভিউৱাৰচ কাৰণে দিলেও বিদায় শব্দটো প্ৰয়োগ আগতীয়াকৈ এনেকৈ কৰিলে মানুহৰ মনত বেলেগ ভাৱ আহে লগতে ইমজি দি দিছে।
আপোনাৰ ভাল লগা বেয়া লগাৰ ওপৰত সত্য প্ৰতিষ্ঠিত নহয় । যি সঁচা তাকে লিখিলোঁ । মেট্ৰিক পৰীক্ষাৰ আগত বিদ্যালয়ৰ পৰা বিদায় জনায় প্ৰতিজন ছাত্ৰ ছাত্ৰীক । চাকৰিৰ পৰা অৱসৰ লোৱা দিনাও বিদায় সভা অনুষ্ঠিত কৰে । ছোৱালী এজনী বিয়াৰ দিনাও বিদায় দিয়া বুলিয়েই বিয়া নামত গোৱা হয় । কি মানুহ হে আপুনি কথা নাই বতৰা নাই ভিউয়াৰ্ছৰ বাবে বুলি কলে যে । মনটো শুদ্ধ কৰক আৰু শব্দটো বিষয় বস্তুৰ লগত মিলাই চাওক ,তাত বেয়া ভাবি ললে আপুনিহে । ধেই কি মানুহ অ
Munubai maakor ghrt gole kio garu loi jai
নিজৰ গাৰোত শুলেহে ভাল লাগে হেনো
@@RashmiKonwar ooo. Muru belegor bisonat tupni nahe nijor bisona khnt hule he val lage.
Gharar abostha Sai bebostha