ato lagibo raja da apunar rost video sai val paisilu apuni rost nokora dakhe sabola arisilu atiya ako ahil ame u ahilu sabola raja da 🔥🔥🔥🔥🔥🔥moi jamge aru pai😅
Raja da apuni moranor gostolor bihu upobhug kori paise nai jodi pua nai amar gaboloi ahok .. karon amar bhakhat aitu anekoie gai agor pora gai ahise aitu. Aitu kebol axomiya nohoi moranor gostolor bihu hoi .. heye aneke nokobo please........🙏
বহু দিনৰ মূৰত আজি আপোনাৰ roast video চাবলৈ পায় বহুত ভাল লাগিছে। ❤️🥰 আপোনাৰ ভিডিঅ'টোৱে উঠি অহা যুৱ প্ৰজন্মক ভাল এটা শিক্ষা দিছে। কিছুমানৰ roast Videoবোৰ চাই একেবাৰে ভাল নেলাগে, এনে অদৰকাৰী ভিডিঅ'বোৰত roast কৰি থাকে। কিন্তু আপোনাৰ ভিডিঅ'টোত আমাক ভাল এটা বুজনি দিছে। ভাল লাগিল ৰাজা দা । This is called real roaster..❤️🤗 love from Majuli..🧡
এইটো হে কেলা আমাৰ ৰাজা 😎😎
mja
🤣😂🤣
A mojaa good👍👍👍👍
ৰজা দা কথা কোৱা দাইলক বোৰ কিন্তু amezing হৈছে 👍👍 next level 🤟🤟🤟
Ati hundr dada
এইবাৰ হে ভাল লাগিছে ৰাজা দা
Mojja disa 👍
ato lagibo raja da apunar rost video sai val paisilu apuni rost nokora dakhe sabola arisilu atiya ako ahil ame u ahilu sabola raja da 🔥🔥🔥🔥🔥🔥moi jamge aru pai😅
Moja video
অতদিনে কত মৰি আছিলি বোপাই, এই টোহে আমাৰ আচল ৰাজা, বেয়া নাপাবি ভাই 🤣😂😂
Moja disa da
Moja lage apunar video Sai da
ৰাজা দা এইবাৰ হে এইবাৰ 🔥
💞💞💞💞💞fali disa kintu 💞💞💞💞💞💞💞💞💞raja da 💞💞💞💞💞💞💞💞💞💞
5:00 Best 😜😜😜
nice val lagile
এয়া হল আমাৰ ৰজা দা❤️❤️
val lagel sai
Raja da সঁচাকৈ সময় উপযোগী video.
ইঁহতক এনেকৈয়ে কব লাগে।
আধুনিকতাৰ নামত নিজৰ সংস্কৃতিক বিসৰ্জন দিছে।
From lakhimpur.
Mojja da
Yo Raja daa you are great entertainer 🔥❤️ 😂🤣😂🤣
Ki kom aru Pura falise😂😅😅
Mojaa bro🔥🔥🔥
Mr Raja old video khusori khusori sua manuh mur Dore aru kun asa like Ata di jaba.....
ৰাজা দা পুনৰ ধামাকা আনিব বুলি আশা ৰাখিছোঁ।
Mr dada apuni mohan👀🐼🐼🐼❤❤❤
Mojja raja da 🙏🙏🙏🔥🔥🔥
Toka loka,poko loka,poiya loga gaan🤣🤣🤣
*Raja always legendary roaster 🔥🔥🔥❤️❤️❤️❤️*
Dada maza lagil 🥰🥰🥰🥰
বেয়া দিলে দাদা 😎😎
mojja dada kotha tu huni vl lgila ☺Ako start kori deok roast 🔥🔥
Moja
Val lagise dada apuni aru video bonabo
Aiya ha asol roast.... Good Luck dada...
Mojja raja da🔥🔥🔥
Moja lagil dei dada video tu sai.
Raja daa bohut din murot notun video palu, sai val lagil... welcome back....♥️♥️♥️
Keep it up 👍 brooo
Raja da 💥💥💥aji fali disa 😂😂
Next Level 🔥🔥
Love you 💖⚡
১৪ ৰ পৰা ৩৪ চেকেণ্ড ৰ সেই ভিডিঅ ক্লিপটোৰ বিষয়ে মাত মাতিব ওলাইছো।
যুক্তি একো বিছাৰি পোৱা নাই।কিন্ত...
যি কেইজনী নাচনী নাচি আছিল সেইকেইজনী মৰাণ জনগোষ্ঠীৰ গছ তলৰ বিহু(ছোৱালী বোৰে গছ তলত বা মুকলি ঠাইত নাচে আৰু দেকাহতে আহি নচোৱাই) মাৰি আছিল।তাতে গৈ দেকাকেইটাই গান গাই ,চাকচনি(ঢোলৰ সলনি বাহৰ কামি এচিতাই বাহ এডালৰ মাৰি মাৰি শব্দ উলিলাই নচোৱাই )নচোৱাই আছিল।
ভূল ছোৱালী কেইজনীৰ নাচিল।আছিল দেকাকেইটাৰ।কাৰণ এই বিহুত আন জনগোষ্ঠীৰ দেকাহতে আহিও গীত গাই গানবোৰ বেয়া কৰে এইটো ও হব পাৰে। সেইকাৰণে আন্য ভিডিঅত যেনেকৈ ছোৱালী বা আনৰ মুখত ব্লাৰ কৰি দিয়ে তেনেকৈ দিব লাগিল।কাৰণ ভূল ছোৱালী কেইজনীৰ নহয় হয় লৰা কেইটাৰ।
আৰু ৰাজা তোমাক এটা কথা মই কব খুজো যে মৰাণ সমাজত তেনেকোৱা কিছুমান গান গাব পাৰে ।তাত একো ভুলেই নাই। এইবোৰ গান হল কথিত গান ।
তুমি ভিডিঅ এটা প্ৰস্তুত কৰোতে চাই লব লাগিছিল যে মৰাণ সমাজৰ কোনবোৰ গান গছ তলৰ বিহু গোৱা হয়।বা কিমান দূৰ সম্ভৱ ।
আনকি তুমি এইটো নাজানা যে লাগিছে যে এইটো বিহু কোন জনগোষ্ঠীৰ বিহু হয়।
মনত থবা ৰাজা এইটো মৰাণ জনগোষ্ঠীৰ হয়।
ঠিক কৈছে এনেদৰে কোৱা আগতে অলপ ভাবি চাব লাগিছিল।
আছলতে আমাৰ উজনি অসমৰ গছত বিহু কেনেকুৱা চাই লব লাগে কেনেকুৱা ধৰন কৈ পাতে তাৰ পাছত ভিডিও বনাব লাগে ৷৷ উজনি অসমৰ লৈ আহিব এবাৰ চাই য়াবিহি ৰাজা দা আমি আপোনাক সন্মান কৰু ভিডিও চাই ভাল পাওঁ কিন্ত একো নজনাকৈ ভিডিও এটা বনালে আমিও দুটিয় বাৰ মাফ কৰি দিয়া নহব আৰু এনেকুৱা ভিডিঅ বনাবলৈ হলে আমাৰ মৰাণ জনগোষ্ঠীৰ সকলৰ পৰা জানি লব তাৰ পাছত বনাব বুলি আশা কৰু ৷৷
আমাৰ মৰাণ বিহুৰ এইবিলাক কথিত গান ।তাক লৈ rost কৰাৰ কোনো কথাই নাহে ।আমি আমাৰ বিহুত গান বোৰক কেতিয়াও সমালোচনা নকৰো। Mr.Raja আপোনাৰ ভিডিঅ সদায় চাও কিন্তু এই ভিডিঅটো চাই মনত আপোনাৰ প্ৰ্তি অকনো ভাল পোৱা নাথাকিল।
Baperor murtu kla video nasabi kla macsoodu
Apunar video sai thakile aru aku yei nalage dada bohut moja lage sai di thakib anekuwa video
বহুত দিনৰ মূৰত আহি ধূলাই দিলা ভাল লাগিল 😌👌👍। আৰু ভিডিঅ দি যাবা । love from Dhemaji ❤
Moja Mr Raja da apuni jui 🔥🔥🔥🔥🔥
এতিয়া হে ৰাজা দা ৰাজা দা লাগিছে
Bohut din pisot video dila raja da kintu
Next level video mojaaaa 🤣🤣❤
Legend Came🔥 Back Raja Da ❤❤
Moja dada❤❤❤ next video
ৰাজা দা আপুনি এবাৰ তিনিচুকীয়াত আহি গছ তলৰ বিহু মাৰি চাব তেতিয়া বুজিবা আমাৰ মৰাণ জাতিৰ গছ তলৰ বিহু কিমান হাঁহি ধেমালি কৰা হয়। এই Video টো বনুৱা আগত যদি আপুনি তিনিচুকীয়ালৈ আহি মৰাণ গাঁও বিলাকত গছ তলৰ বিহু চাই যোৱা হলে ভাল পাইছিলোঁ।
ৰাজা দা মইয়ো আপোনাৰ প্ৰতিটো video চাও কিন্তু..........বাদ দিয়া আৰু নকও
Hoi he janino
Good👍
ৰাজা দা বুলি নকবি বুছুং কুকুৰৰ পোৱালি বুলি কবি তেতিয়াহে গাত লাগিব,
Um ahi sai jabihi mr raja kukur
Good
Tamam upgrade version roasting hoise kintu.. Juye pura di purise raja Dai
Raja da next level 👍❤️
Moja lagise dada aru anekoi bonai thakibo video
Nice video
Anak viedo o bonai jabo mr raja viedo bar bhout vl laga
Mojjaa hoise dada .... Aru agwai juwa .........ai kukur bilakok fali juwa ......😎👊 Love you mr Raja da...
Raja tumi juiii 🔥 amak bohut mojja dila oo tumer video bohut bohut bhal lage
AMAZING DIALOGUE RAJA DA ✨ WAITING FOR NEXT VIDEO 😌
Moja
Mjaa bhut Val lagil ❤️🔥
এইটোহে কেলা আমাৰ আচলি জাতীয় অসমীয়া roaster... Mr Raja ইমান দিন কত হেৰাই আছিলা, বহুত মিছ কৰিছিলোঁ।
Mojja disa raja daa aru dibo lge hihotok axomiya honman ny kiya kori dise aru 🔥🔥🔥🔥
Surprised surprised the king is back🤩
Moja da. Dada ❤️❤️❤️❤️❤️
King is back😍😍, Raja da apuni🔥🔥
Mojja raja daa jui
Finally old raja is back🔥
Raja daa aji apunar vedio salu bohut val lgil 🔥🔥🔥
Op
mojja raja daa ..ane k fali thaka👍👍👍I am from hajo (Guwahati)
Finally come back Raja da 😎😎 atia JCB ha solibo au😎😎
Mojja lage dei apunar video bur Sai 🥰😘😘
Mr Raja is back 🔥🔥🔥
Bom😂
Raja finally back ❤️
A majaaaa so very nice 👍👍👍👍👍👍👍👍👍
Aey kla raja is back....keep safe distance
Jui🔥🔥❤️🤩
Mr Raja is back ❤️🥰 finally ❤️
আজি videotu চাই বহুত ভাল পালু দাদা
First views
Eman val Raja da
😢😮
Raja da apuni moranor gostolor bihu upobhug kori paise nai jodi pua nai amar gaboloi ahok .. karon amar bhakhat aitu anekoie gai agor pora gai ahise aitu. Aitu kebol axomiya nohoi moranor gostolor bihu hoi .. heye aneke nokobo please........🙏
Hoi dada apuni thikei koise.
Hoi bro tumar kothatatu right ...
Hoi bro thik koisa....Mr Raja apuni bohut vhl vlogs bonai kintu amr hoskhiti gos tolor bihu tuk troll korise vhl loga nai.... Deka lorai ahi gos tolor bihut nasoni burok enekoi e jukai...amr Moran homajot enkoiye bihu geet gaai....ekhn gaor pora lora ahi dhemali kore nasoni buror logot....apuni vhul korile....
Hahaha 🤣🤣😂😆 Wow Mr Raja super comedy you are superman very nice and super Rose video ❤️🤗😍🥰🤩🔥🔥🤘🤘👌👌👌
Finally - old Mr raja Back
Bohut val lagil dada love from dhemaji ♥️
Good morning Raja da
Raja tumi ki j hundor hundor kotha kuaaa. Tumi ane Dore agg bahi juaaa.
*দুয়োটা টীকা মিলাই পাকিস্তানৰ মেপ বনাম* 😇😂 dhet
Nice bro
দাদা আপুনি ভিডিওটো বনোৱাৰ আগত এবাৰ তিনিচুকীয়াত আহি গছতলৰ বিহু চাই যোৱা হলে ভাল আছিল,তেতিয়া গম পালে হয় দুইটা টিকা মিলাই পাকিস্তানৰ মেপ বনালে হয় নে কিহৰ মেপ বনাই। কিবা এটা কোৱাৰ আগতে কথাবোৰ চালি জাৰি ভালকে জানি লোৱা ভাল ।
Kukur toi
Next lavel raja da❤❤❤❤ love from sodiya😘😘😘😘
1:00 ভাই তই তিনিচুকীয়া আহি পাইছনে ? কেতিয়াবা নাম শুনিছনে ?? আহি চাবিহি এবাৰ তিনিচুকীয়াৰ বিহু / মৰাণ জনগোষ্ঠীৰ এনেকোৱা বিহু !! তই জান নেহ্ কিমান পুৰণি দিনৰ পৰা চলি আহি আছে ? তই কেল্লাহ্ কণি ফুটি UA-cam T অহা হৈছে কেইবছৰ ?? Roaster Holi Buliye Ale Bale Hoijyo Nokoru |
ভাল নোপোৱা নহয় মইও ৰাজা দাৰ Bohut Purona Subscriber Take Buliye... Awu Hoijyo Korim Nehh
Hoi bondhu tumi thikei koisa...
Apuni thikei koise Emn anekoi kuwar agte abar sai jabo lage
Hoi O Jeneke Kole Nhh E Mur Khong Uthi Gol Maneh Nojona Nuhunake Anke Kole Nhbo Nahh
@@himadrimoran987
Hoi O
Hmm khng to uthiboi n anekoi dile.
Vl lage tumr video bur sai
অতাপালি ৰোধ কৰিবলৈ আপোনাৰ এই আবিৰ্ভাৱ।
বহু দিনৰ মূৰত আজি আপোনাৰ roast video চাবলৈ পায় বহুত ভাল লাগিছে। ❤️🥰 আপোনাৰ ভিডিঅ'টোৱে উঠি অহা যুৱ প্ৰজন্মক ভাল এটা শিক্ষা দিছে। কিছুমানৰ roast Videoবোৰ চাই একেবাৰে ভাল নেলাগে, এনে অদৰকাৰী ভিডিঅ'বোৰত roast কৰি থাকে। কিন্তু আপোনাৰ ভিডিঅ'টোত আমাক ভাল এটা বুজনি দিছে। ভাল লাগিল ৰাজা দা । This is called real roaster..❤️🤗 love from Majuli..🧡
Raja dadai bohut dailok kobo pare tene manuhok henekoiye kobolage ❤️bhal lagise dada pisoloyu kunubai tenekuwa hobo nelage🙏👍👍👍👍👍🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Raja da tumi a main❤️🔥🔥
ধুনিয়া ভাই॥বহুত দিন পাছত এনে ভিডিও পালো॥সদাই পাই থাকিম বুলি আশা থাকিল
Raja da mza disa de🦋💗 bongaigaon r pora full support 👍🙃🌈
Enekua jui video lagibo aru
Yo yo Raja da ahi gol🥰🥰