Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Bahut Bahut Val Lagil Sai,Dhnyabad Janaiso
জন্ম লগ্নৰ পৰা বহুত কষ্ট কৰিলোঁ । অন্তত কেতিয়াবা এনেকৈ নামটো শুনিলে আবেগিক হওঁ । অসহায় জনৰ কাষত সদায় থিয় হওক wariors এ 💞🙏
She was our teacher in school. actually the most favourite teacher of us.. we really respect her ❤️🔥.... Keep going Acharyaa 🔥❤️
Bahut val lagile.. Jai Wariors 🙏🙏🙏❤️🥰❤️
গোটেইখিনি শুনিলোঁ বৰ ভাল লাগিল। শেষত আমাৰ কষ্টৰ কাহিনীটো শুনি আৰু সুখী হ'লো❤️
😊❤
প্ৰথমৰ পৰা শেষলৈ চালোঁ খুব সুন্দৰকৈ উপস্থাপন কৰিছে ৰিংকু বা কথাখিনি। wariors ৰ মজিয়াত কৰা কামৰ গোটেই কথাখিনি স্পষ্টকৈ বিৱৰী কৈছে বুজি পোৱাকৈ। আমাৰ তিনিচুকীয়া জিলাখনৰ কথা শুনি ভাল লাগিল । ৰিংকু বা আমাৰ সকলোৰে প্রিয় সহজ সৰল ছোৱালী।
ৰিংকু তোক লৈ গৌৰৱ কৰো । বয়সত সৰু কিন্তু কথা কামত সদায়ে ডাঙৰ জনী তই । ঈশ্বৰ সহায় হওক
ইমান ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিলে ,বহুত বহুত ভাল লাগিল। তিনিচুকীয়া জিলাৰ নাম শুনি আৰু ভাল লাগিল। সঁচাকৈ বাঘিনি নামটো অধ্যক্ষ মহুদয়ে সঠিক মানুহক দিলে।বহুত মৰম দিলোঁ❤❤❤ চাৰিওফালে ৱাৰিঅৰ্ছ ৰ গুণ গান বিয়পি পৰক ইয়াৰ দ্বাৰাই।
জন্মৰ পৰা সদায় আছো আৰু আগলৈও Wariors হে থাকিম । Wariors হিচাপে আমি সচাই গৌৰাম্বিত 🙏🙏
Wariors সদস্যা হিচাপে গৌৰৱান্বিত❤️ ৰিংকু বা মৰম😘
Wariors ৰ সদস্য হিচাপে সদায় গৌৰাম্বিত🙏
বহুত ভাল লাগিল ৰিঙ্কু , তোমাক বৰ্তালাপত দেখা পাই! জয় ৱাৰিয়ৰ্চ
জন্ম লগ্নৰে পৰাই জড়িত হৈ আছোঁ যদিও এৰাব নোৱাৰা কিছুমান ঘৰুৱা সমস্যাত পৰি সক্ৰিয় হৈ থাকিব পৰা নাই তাৰ বাবে দুঃখিত । ভাল লাগিল সংস্থাৰ প্ৰচাৰ বাৰ্তালাপৰ জৰিয়তে হৈছে লগতে চক্ৰপাণি দাদাই আমাৰ সৈতে জড়িত হ'বলৈ ইচ্ছা প্ৰকাশ কৰাৰ বাবে ।
Bahut gourab anuvob koru WARIORS r member Hoi ✊
You are an inspiration to us .. Acharya❤
এনে এটা সংস্থাৰ সদস্য বুলি গৌৰৱ অনুভৱ কৰোঁ 🙏❤️❤️❤️ জয় WARIORS
Hundor val lagi sum
এজন wariorsৰ সদস্য হিচাপে বহুত ভাল লাগিল।
যথেষ্ট ভাল লাগিল। ভাল কামসমূহ কৰি যাওক। পাৰিলে কেতিয়াবা সহায়-সহযোগ কৰিম। ৰক্তদান, বস্ত্ৰদানৰ দৰে গ্ৰন্থদানো কৰিব পাৰে। বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ প্ৰয়োজনীয় গ্ৰন্থ নাপায়।
Bhal lagil progamto ❤❤
Bahut bhal lagil. God bless you.
Wariors আমাৰ গৌৰৱ✊ৰিংকু বা মৰম❤ভাল লাগে অ টোক দেখি❤ধন্যবাদ দাদা আমাৰ সংস্থা টো বিষয়ে ৰাইজৰ আগত দাঙি ধৰাৰ বাবে।
জয় WARIORS✊🏻 🙏
Bhut val lgil❤️ proud of you Rinku baa😍
Val lagile
বহুত ভাল লাগিল বা ❤ গৌৰব কৰো warriors ৰ member ❤jidina gom paisu bartalapt baa goise hodai check koru dise ne nai buli ❤
Rinku my darling ❤ so proud of you..✨✨ lastor fale kandi golu.. 🥺🥺
Wariors ৰ এগৰাকী সতীৰ্থ হিচাপে আজি মই বহুত সুখী। Wariors আমাৰ বাবে গৌৰৱ। জয় ৱাৰিৱচ।
জয় WARIORS
ৰিংকু বা ❤❤ Long live Wariors,, Wariors member Hisape nijok Xukhi buli vabu ,
Joi Wariors ❤❤❤
Jai Wariors 🙏
Thankyou for giving opportunity to share our aims and objectives
জয় ৱাৰিঅৰচৰ 🙏🙏❤️❤️
Wariors ৰ এগৰাকী সতীথ হিচাপে আজি মই বহুত সুখী warios আমাৰ গৌৰৱ।
❤ভাল লাগিল
জয় ৱাৰিঅৰচ🙏
Rinku ❤
জয় ৱাৰিঅৰচৰ 🤝আমি হাতে হাত ধৰি আগুৱাই যাম 🤝🤝🤝🤝🤝🤝
বহুত গৌৰৱ অনুভৱ কৰোঁ wariors অংশ হৈ কাম কৰিব পাই ,আজি তিনি বছৰে সমাজৰ বাবে আমি কাম কৰি আছোঁ আৰু তেজ থকা লৈকে সমাজৰ বাবে কাম কৰি যাম।
We support warriors 👍👍
Jai WARIORS ✌️✌️✌️
Rinku Ragini ❤Bhal lagil 😍❤
জয় ৱাৰিয়ৰছ ✊✊✊
Wariors ৰ এগৰাকী সতীৰ্থ হিচাপে গৌৰৱ হয় 🙏🙏🙏
জয় ৱাৰিয়ৰ্ছ ✊❤️❤️❤️🙏
জয় ৱাৰিৱৰ্ছ 🙏🙏🙏
বহুত ভাল লাগিল |
ইমান ডাঙৰ কাম কৰি আছে আজিহে গম পাইছো।
Proud of all members of warriors ❤
jai wariors✊ proud to be a member or wariors
Rinku ba ❤
গৰ্ব অনুভব কৰো এনে এটা সংস্থা ৰ সদস্য হোৱা বাবে।
দাদা WARRIORS বানানটো ভুল হৈছে, হ'ব লাগে WARIORS: Women Awareness and Rural Invigorate Organization cum Radiant Society .
Proud of you dr❤
Roi asilo sabloi ❤jai wariors
Wariors হয়
Jai wariors ✊✊✊
Proud
Proud to be a warior.❤
Jai Wariors
Great job
Proud of you Rinku Baa❤
সুন্দৰ
ৰিংকু বা তই সেইবাবেইটো আনতকৈ পৃথক
✊✊✊
Jai warriors 🙏
চুম বা,❤❤❤❤
Jai warriors
❤❤❤
Warrior❤️
Jai wariors❤❤❤Our pride rinku🌸🌸🌸
So proud you 😍😍😍❤️😍😍❤️😍❤️
Rinku Ragini ❤️ jay warriors
Rinku 👍
Rinku এটা পোষ্ট পাই wariors জৈন হৈছিলোঁ আৰু আজি তাই বিশ্বাসত এটা দায়িত্ব কাম কৰি goisu তিনি বছৰে এই দৰে সদাই কাম কৰি যাম
WARIORS ৰ হৈ সোনাৰু কৃষ্ণচূড়াৰ দ্বিতীয় বৰ্ষপুতি অনুষ্ঠানত ডাষ্টবিন্ বনাই চফা কাম কৰি থকা সময়ত আপোনাক ওচৰ পৰা চোৱাৰ সৌভাগ্য কণ হৈছিল কিন্তু আপোনাক মাত এষাৰ দিয়াৰ মন থাকি ও দিয়া নহল। 😢
val lagise
কাপোৰ সঙৰহৰ বাবে কিছুমান ঠাইত কেম্প পাতক
❤❤
Rinkubaa sn😍
আমাৰ ছোৱালী 😊❤
🤝❤
Wariors t thaki nijoke gourab anuvob koro.
Proud to be a Warior❤1:27 দাদা আমাৰ সংস্থা ৰ spelling টো Warior হয় । Warrior নহয়
Kenekoi contact korim apunalokok mor osarat olop batchar gorom kapur asil
@@khushis166 aponar district..?
@@khushis166ghor kot apunarr
❤
লখিমপুৰত আছে নে জড়িত হবলৈ পৰা যাব নে
লখিমপুৰত জইন হ'ব পাৰিব,,লখিমপুৰ জিলা সমিতি আছে।
Wariors Member habar babe ki kariba lagiba
Lokhimpurr kot cloth bank ase jonabo
মৈদুমীয়া চাৰিআলি, বিহপুৰীয়া
ধুবুৰী জিলাৰ বিলাসীপাৰাত কাপোৰৰ ভৰাল কত আছে জনাবচোন
দাদা Wariors হয়, warriors নহয়❤❤
Warrior sot Jodi moi Kapur olp dibo bisaru kenekoi dim baru
Apuni kun district r hoi jonabo sun
Dibrugarh
Spoiling 2 warrior nohi wariors hoi dada
You are an inspiration to us... Acharya❤
Jai Wariors🙏🙏🙏
Rinku ba❤❤❤
Bahut Bahut Val Lagil Sai,Dhnyabad Janaiso
জন্ম লগ্নৰ পৰা বহুত কষ্ট কৰিলোঁ । অন্তত কেতিয়াবা এনেকৈ নামটো শুনিলে আবেগিক হওঁ ।
অসহায় জনৰ কাষত সদায় থিয় হওক wariors এ 💞🙏
She was our teacher in school. actually the most favourite teacher of us.. we really respect her ❤️🔥.... Keep going Acharyaa 🔥❤️
Bahut val lagile.. Jai Wariors 🙏🙏🙏❤️🥰❤️
গোটেইখিনি শুনিলোঁ বৰ ভাল লাগিল। শেষত আমাৰ কষ্টৰ কাহিনীটো শুনি আৰু সুখী হ'লো❤️
😊❤
প্ৰথমৰ পৰা শেষলৈ চালোঁ খুব সুন্দৰকৈ উপস্থাপন কৰিছে ৰিংকু বা কথাখিনি। wariors ৰ মজিয়াত কৰা কামৰ গোটেই কথাখিনি স্পষ্টকৈ বিৱৰী কৈছে বুজি পোৱাকৈ। আমাৰ তিনিচুকীয়া জিলাখনৰ কথা শুনি ভাল লাগিল । ৰিংকু বা আমাৰ সকলোৰে প্রিয় সহজ সৰল ছোৱালী।
ৰিংকু তোক লৈ গৌৰৱ কৰো । বয়সত সৰু কিন্তু কথা কামত সদায়ে ডাঙৰ জনী তই । ঈশ্বৰ সহায় হওক
ইমান ধুনীয়াকৈ কথাখিনি উপস্থাপন কৰিলে ,বহুত বহুত ভাল লাগিল। তিনিচুকীয়া জিলাৰ নাম শুনি আৰু ভাল লাগিল। সঁচাকৈ বাঘিনি নামটো অধ্যক্ষ মহুদয়ে সঠিক মানুহক দিলে।বহুত মৰম দিলোঁ❤❤❤ চাৰিওফালে ৱাৰিঅৰ্ছ ৰ গুণ গান বিয়পি পৰক ইয়াৰ দ্বাৰাই।
জন্মৰ পৰা সদায় আছো আৰু আগলৈও Wariors হে থাকিম । Wariors হিচাপে আমি সচাই গৌৰাম্বিত 🙏🙏
Wariors সদস্যা হিচাপে গৌৰৱান্বিত❤️ ৰিংকু বা মৰম😘
Wariors ৰ সদস্য হিচাপে সদায় গৌৰাম্বিত🙏
বহুত ভাল লাগিল ৰিঙ্কু , তোমাক বৰ্তালাপত দেখা পাই! জয় ৱাৰিয়ৰ্চ
জন্ম লগ্নৰে পৰাই জড়িত হৈ আছোঁ যদিও এৰাব নোৱাৰা কিছুমান ঘৰুৱা সমস্যাত পৰি সক্ৰিয় হৈ থাকিব পৰা নাই তাৰ বাবে দুঃখিত । ভাল লাগিল সংস্থাৰ প্ৰচাৰ বাৰ্তালাপৰ জৰিয়তে হৈছে লগতে চক্ৰপাণি দাদাই আমাৰ সৈতে জড়িত হ'বলৈ ইচ্ছা প্ৰকাশ কৰাৰ বাবে ।
Bahut gourab anuvob koru WARIORS r member Hoi ✊
You are an inspiration to us ..
Acharya❤
এনে এটা সংস্থাৰ সদস্য বুলি গৌৰৱ অনুভৱ কৰোঁ 🙏❤️❤️❤️ জয় WARIORS
Hundor val lagi sum
এজন wariorsৰ সদস্য হিচাপে বহুত ভাল লাগিল।
যথেষ্ট ভাল লাগিল। ভাল কামসমূহ কৰি যাওক। পাৰিলে কেতিয়াবা সহায়-সহযোগ কৰিম। ৰক্তদান, বস্ত্ৰদানৰ দৰে গ্ৰন্থদানো কৰিব পাৰে। বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ প্ৰয়োজনীয় গ্ৰন্থ নাপায়।
Bhal lagil progamto ❤❤
Bahut bhal lagil. God bless you.
Wariors আমাৰ গৌৰৱ✊
ৰিংকু বা মৰম❤ভাল লাগে অ টোক দেখি❤
ধন্যবাদ দাদা আমাৰ সংস্থা টো বিষয়ে ৰাইজৰ আগত দাঙি ধৰাৰ বাবে।
জয় WARIORS✊🏻 🙏
Bhut val lgil❤️ proud of you Rinku baa😍
Val lagile
বহুত ভাল লাগিল বা ❤ গৌৰব কৰো warriors ৰ member ❤jidina gom paisu bartalapt baa goise hodai check koru dise ne nai buli ❤
Rinku my darling ❤ so proud of you..✨✨ lastor fale kandi golu.. 🥺🥺
Wariors ৰ এগৰাকী সতীৰ্থ হিচাপে আজি মই বহুত সুখী। Wariors আমাৰ বাবে গৌৰৱ। জয় ৱাৰিৱচ।
জয় WARIORS
ৰিংকু বা ❤❤ Long live Wariors,, Wariors member Hisape nijok Xukhi buli vabu ,
Joi Wariors ❤❤❤
Jai Wariors 🙏
Thankyou for giving opportunity to share our aims and objectives
জয় ৱাৰিঅৰচৰ 🙏🙏❤️❤️
Wariors ৰ এগৰাকী সতীথ হিচাপে আজি মই বহুত সুখী warios আমাৰ গৌৰৱ।
❤ভাল লাগিল
জয় ৱাৰিঅৰচ🙏
Rinku ❤
জয় ৱাৰিঅৰচৰ 🤝
আমি হাতে হাত ধৰি আগুৱাই যাম 🤝🤝🤝🤝🤝🤝
বহুত গৌৰৱ অনুভৱ কৰোঁ wariors অংশ হৈ কাম কৰিব পাই ,আজি তিনি বছৰে সমাজৰ বাবে আমি কাম কৰি আছোঁ আৰু তেজ থকা লৈকে সমাজৰ বাবে কাম কৰি যাম।
We support warriors 👍👍
Jai WARIORS ✌️✌️✌️
Rinku Ragini ❤
Bhal lagil 😍❤
জয় ৱাৰিয়ৰছ ✊✊✊
Wariors ৰ এগৰাকী সতীৰ্থ হিচাপে গৌৰৱ হয় 🙏🙏🙏
জয় ৱাৰিয়ৰ্ছ ✊❤️❤️❤️🙏
জয় ৱাৰিৱৰ্ছ 🙏🙏🙏
বহুত ভাল লাগিল |
ইমান ডাঙৰ কাম কৰি আছে আজিহে গম পাইছো।
Proud of all members of warriors ❤
jai wariors✊ proud to be a member or wariors
Rinku ba ❤
গৰ্ব অনুভব কৰো এনে এটা সংস্থা ৰ সদস্য হোৱা বাবে।
দাদা WARRIORS বানানটো ভুল হৈছে, হ'ব লাগে WARIORS: Women Awareness and Rural Invigorate Organization cum Radiant Society .
Proud of you dr❤
Roi asilo sabloi ❤jai wariors
Wariors হয়
Jai wariors ✊✊✊
Proud
Proud to be a warior.❤
Jai Wariors
Great job
Proud of you Rinku Baa❤
সুন্দৰ
ৰিংকু বা তই সেইবাবেইটো আনতকৈ পৃথক
✊✊✊
Jai warriors 🙏
চুম বা,❤❤❤❤
Jai warriors
❤❤❤
Warrior❤️
Jai wariors❤❤❤
Our pride rinku🌸🌸🌸
So proud you 😍😍😍❤️😍😍❤️😍❤️
Rinku Ragini ❤️ jay warriors
Rinku 👍
Rinku এটা পোষ্ট পাই wariors জৈন হৈছিলোঁ আৰু আজি তাই বিশ্বাসত এটা দায়িত্ব কাম কৰি goisu তিনি বছৰে এই দৰে সদাই কাম কৰি যাম
WARIORS ৰ হৈ সোনাৰু কৃষ্ণচূড়াৰ দ্বিতীয় বৰ্ষপুতি অনুষ্ঠানত ডাষ্টবিন্ বনাই চফা কাম কৰি থকা সময়ত আপোনাক ওচৰ পৰা চোৱাৰ সৌভাগ্য কণ হৈছিল কিন্তু আপোনাক মাত এষাৰ দিয়াৰ মন থাকি ও দিয়া নহল। 😢
val lagise
কাপোৰ সঙৰহৰ বাবে কিছুমান ঠাইত কেম্প পাতক
❤❤
Rinkubaa sn😍
আমাৰ ছোৱালী 😊❤
🤝❤
Wariors t thaki nijoke gourab anuvob koro.
Proud to be a Warior❤
1:27
দাদা আমাৰ সংস্থা ৰ spelling টো Warior হয় ।
Warrior নহয়
Kenekoi contact korim apunalokok mor osarat olop batchar gorom kapur asil
@@khushis166 aponar district..?
@@khushis166ghor kot apunarr
❤
লখিমপুৰত আছে নে জড়িত হবলৈ পৰা যাব নে
লখিমপুৰত জইন হ'ব পাৰিব,,লখিমপুৰ জিলা সমিতি আছে।
Wariors Member habar babe ki kariba lagiba
Lokhimpurr kot cloth bank ase jonabo
মৈদুমীয়া চাৰিআলি, বিহপুৰীয়া
ধুবুৰী জিলাৰ বিলাসীপাৰাত কাপোৰৰ ভৰাল কত আছে জনাবচোন
দাদা Wariors হয়, warriors নহয়