Yoddha IIযোদ্ধা IIAssamese New Short Film 2024 II Geetawali Rajkumari IIDimpu Kaushik II Nimikhjit
Вставка
- Опубліковано 18 жов 2024
- #shortfilm #newassameseshortfilm #dimpukaushikbaruah #geetawalirajkumari
যোদ্ধা (Yoddha)
A Short Film about a Story of a physically disabled boy
Language: Assamese (India)
Script/Direction/Editing
Dimpu Kaushik Baruah
Producer
Rupali Phukan
Artist's
Geetawali Rajkumari
Nimikhjit Phukan (Niki)
Alok Baruah
Aranya Mudoi
Ratul Rocktim Utpal
Lakhyajit Tina Princy
Guest appearance
Utpal Das
Singer
Nibirjit Phukan
Lyrics/Composer
Dichang Moon
Dop & colorist
Santush Changmai
Assistant Director
Pranju Prince
Make-up
Jaan Kalita
Dev Sharma
Production Management
Ratul Saikia
Dubbing Artist
Usha Rani Hazarika
Music & BGM
Troficjit Bharali
Dubbing Studio
Quaver
Gfx
Partha Jit Hira
যদি আপোনালোক আমাৰ লগত অভিনয় কৰিবলৈ আগ্ৰহী তেন্তে অনুগ্ৰহ কৰি এই Whatsapp নম্বৰত যোগাযোগ কৰিব-8638050458
Facebook: www.facebook.c...
Instagram: / dimpukaushikbaruahnew
Email : baruahdimpu12@gmail.com
© Dimpu Kaushik Films & Video
Thank you so much
Please Share🙏
ভাল লাগিল চাই কিবা আৱেগিক হৈ পৰিলোঁ লৰাজনে বৰ সুন্দৰকৈ অভিনয় কৰিছে। মোৰো ভাইটি এটা আছে লৰাজনৰ দৰে একেই
এজন বিশেষভাৱে সক্ষম লৰাই ইমান সুন্দৰ অভিনয় কৰিছে আচৰিতহলো ৷ ভগৱানে নিকিক আৰুশক্তি দিয়ে যেন৷
Nikir abhinoy hundar hoise.god bless you beta . Enekua ata lorai eman dhunia abhinoy . Jitu lorak make ajiu bhat pisi khuai thake. Selute Nikki.❤❤
Varry nice vedeo sai val lagil
অভিনয় যাৰ কলা তেওঁলোক সদায়ে প্ৰশংসনীয় । বিশেষকৈ এটি দিব্যাংগ সন্তানৰ দ্বাৰা ইমান নিপুণ অভিনয় হব পাৰে সেইটো দেখি আপ্লুত হলো । যিটো লৰাক আজিও মাতৃয়ে ভাত মিহি কৰি চামুচেৰে খোৱাব লাগে । মানুহৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ যিটো লৰাই আজিও দিব নাজানে । আচৰিত সি অভিনয় কিমান সুন্দৰ কৰিব পাৰে ❤
এটা শিক্ষামূলক কাহিনীৰ এখন ধুনীয়া ছবি....
nikir hundor abhinoye muk apluto korile. God bless you beta. asorit holu eman dhunia abhinoy. ❤❤❤❤
বহুত ভাল লাগিল। বিশেষকৈ নিকিৰ অভিনয় wow । নিকি আগলৈ আৰু আগ বাঢ়ি যাওক , তাৰেই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলো।
Bohut Val lagil Best of Luck Nikilou❤
বহুত বহুত ভাল লাগিল।নিকিয়ে পাৰিব। বহুত আগুৱাই যাব। বাইদেউ আপোনাক ধন্যবাদ জনালো ইমান ধুনীয়া ছবিখন উপহাৰ দিয়া বাবে
এজন বিশেষ ভাৱে লৰাই সুন্দৰ অভিনয়ে মনটো দুখ লাগি গল।নিকিৰ উজ্জ্বল ভৱিষ্যত আশা কৰিলো
সচাঁকৈ কাহিনীটো বৰ ভাল লাগিল আৰু লগতে সকলোৰে অভিনয় বৰ সুন্দৰ বিশেষকৈ সৰু ল'ৰা টো অভিনয় আৰু মাকৰ অভিনয়
সুন্দৰ,ভাল লাগিল। মাক আৰু পুতেকৰ অভিনয়ে মুগ্ধ কৰিলে।
খুব ভাল লাগিল.. নিকিলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল
Hokoluke val lgise❤
Bohut val lagile 🎉❤❤
কাহিনী টোত বহুত বেছি ধুনীয়া আৰু দুখ অনুভৱ কৰিলোঁ । অনাগত দিনবোৰটো যে এনেধৰণৰ কাহিনী দেখিবলৈ পাওঁ । তাৰেই কামনাৰে 🙏 ধন্যবাদ
সুন্দৰ বহুত ভাল লাগিল চাই❤❤😊
Mur Hosakoi vl lagil Kori short flim khn ❤😊🥳
Dhuniya lgise
এখন সুন্দৰ চুটি ছবি, অভিনয়ো সুন্দৰ হৈছে। ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনাৰে।
Val lgil sai🎉😊
বহুত বহুত ভাল লাগিল দেই চাবলৈ,,❤❤
আমাৰ বেটা এনেকৈয়ে আগবাঢ়ি যাওক।এই কামনা কৰিলোঁ 💕।
ঘৰৰ ভাইটি এজনে ইমান ধুনীয়া অভিনয় কৰিছে 100%ভাল লাগিছে।আগলৈ কৃষ্ণ ভগৱানে সহায় কৰিব ❤💰❤
Val lagil sai
Khub hundar love you betu
Bohut vl lagil sai❤❤
মনপৰশা মৰ্মস্পৰ্শী ছবিখন চাই ভাল লাগিল।
Val lagil
Val lagil dei Dimpu da 😇❤️
Niki ❤
Very good story
Mojaa
নিকি বেটা আমাৰ তিনিচুকীয়াৰ গৌৰৱ।উজ্বলি থাকা।
নিমিষজিৎ (নিকি) সঁচাই ইমান সুন্দৰ অভিনয় আচৰিত হলো।যিটো লৰাই আজিও নিজে খাব নাজানে।ভোক লাগিলে কব নাজানে।মানুহে প্ৰশ্ন সুধিলে উত্তৰ দিব নাজানে কিন্তু তেওঁৰ সুন্দৰ অভিনয়ত আপ্লুত হলো। God bless you beta ❤❤
সঁচাকৈ নে ?
অনুগ্ৰহ কৰি কব চোন তেঁওৰ বিষয়ে অকণমান 🙏🙏🙏
Dhuniya lagise 👌❤️
2nd part ata bnuwa bhut val hoise❤
Bhut dhuniya hoise❤❤
Uffffff...ki Bonai see moi koisu nhoi .......Mind Blowing
Nice 💜💜👍👍
বহুত ভাল লাগিল চাই এনেকো এখন চুতি চবি বহুত ভাল লাগিল
Moja dei dimpur kokaideu
Xsakoi Mr bht Val lagil❤
সুন্দৰ কাহিনী ভাল লাগিল।
Superbbbb 🎉🎉❤❤❤❤😊
Hats off to the team ❤️Dimpu da Bohut besi val lagil
❤❤val lagil dimpu da and all yoddha femily
সুন্দৰ ❤️
Super
বহুত ভাল হৈছে❤❤❤
Bahut val avinai karise aro agoi jaok baa🎉❤
Bhut dhunia hoise
Very heart touching script
Bor dhunia script❤vll lgil sai
Val lagil sai 🎉😊😊
❤❤❤❤❤
Very nice
Bor dhuniya hoice ❤
Val lagile sai ❤
Val loga ek suti sobi❤❤, to love ❤ all of you from tinsukia
বহুত ভাল লাগিল
Hundar
সুন্দৰ হৈছে❤✨
নিকি অভিনয় বহুত ভাল হৈছে
Vl lagil
ভাল লাগিল সঁচাকৈ
Nice story and concept😍
❤❤❤❤❤❤❤❤❤❤❤❤
Very nice script
This man never disappointed us ❤Script Jui ❤❤
Vll lgil sai..
❤
Bhal lagil sai
❤❤ ভাল লাগিল❤❤ বাস্তৱৰ এখনি ছবি ❤সুন্দৰ
❤❤😊
Nice story nice visual nice cinematography.... Focus on mastering... Sound producer kun njnu olp bhal krbo buli asha ase next,, and dubbing r time background sound mix up nohoi remove hua babe beya lgl brother........ Baki tumar story always fire,,, agr bur moza acl,,, mainly hebang and BPL❤❤
Nice script 🥰Gitawali baa always fav.
আমি ❤
Vl lagil short flim kon sai ❤
গিতাবলি ৰাজকুমাৰি আপুনিয়ে নেকি ? মাকৰ চৰিএট অভিনয় কৰা ছৰিএটিত ৷please জনাবলৈ নাপহৰিব দে
Muku tene koi have manuhe moi Hari golu
Apuar logt moiu video bonab bisaru
Video description t mur number ase ... Contact kora
Val lagil sai
সুন্দৰ ❣️
Superbb🎉🎉❤
❤❤❤❤❤
❤
Val lagil sai