ছাগলীৰ গড়াল বনাওতে এই ভুল নকৰিব। 8638035590
Вставка
- Опубліковано 26 вер 2021
- Whatsapp group link
chat.whatsapp.com/H6bPlB9QA9F...
Hi friends
I am Krishna Sharma your host & Dost
Welcome to our UA-cam channel SWAGATAM farming tips
About this videos
ছাগলীৰ গড়াল কেনেকুৱা হব লাগে তাৰ ওপৰত ভিডিঅ' বনোৱা হৈছে।
About this channel
Friends এই Channelৰ মাধ্যমেৰে ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, ছাগলী পালনত কিমান লাভ হয়, গড়াল কেনেকুৱা হব লাগে, ছাগলীক কি কি বেমাৰ হয়, ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়।
Our channel playlist
ছাগলী সম্বন্ধীয় Videos playlist
• Goat related videos
ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist
• Grass for Goat & Cow
SWAGATAM farming tips all videos playlist
• SWAGATAM farming tips
SWAGATAM farming tipsৰ উদ্দেশ্য
অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা।
যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব।
#assamgoatfarm #goatfarmassam
#blackbengalgoatfarm #assamhillgoat
#localgoatfarm #goatfarm #smallgoat
#grassforgoat #goatfeed #goatfarm
#supernapier #amazonsupernapier
#smartnapier #rednapier #giantking
#australianrednapier #ginigrass
#subabul #napier #goat_disease
#goat_food_poisoning #grass_in_flood
#dhansia #gliricidia #betel_goat_farm
#cross_breed_goat #Vitamin_b_complex_deficiency
#F1_goat #F2_goat
Smart napier, Super napier, Australian red napier, Giant king, Napier co4, Gini, Subabul, Hari patti, gliricidia, Local goat, Black bengal goat, Assam hill goatৰ বাবে যোগাযোগ কৰিব।
SWAGATAM farming tips
Kaliabor, Nagaon
8638035590
Thank you
ভাল লাগিল দাদা তথ্যটো পাই
Val lagile dada
ভাল কথা ক'লে, সুন্দৰ
very good
Good
Good video
Nice
Moja
Nice,keep it up ❤️
Nice video Dada .
Dada sagolir gaghir barhab,r karane ki vitamins dibo lagiba janabosun pleas.
Congrats for 10k subscriber 🙏❤️
Thanks
Dada red nepier & smart nepier Pam nki
1month pasat khbr koriba
ছাগলী গৰাল বনাব যাওঁতে গাভিন ছাগলীৰ,পোৱালি দিয়া ছাগলী,মতা ছাগলী(breeder),৩ মাহত কৈ সৰু ছাগলী,৩ মাহত কৈ ডাঙৰ ছাগলী(মতা/মাইকী), আৰু খাহি ছাগলী আটাইৰে বেলেগ বেলেগ কৈ কোঠা বনাই ৰাখিব লাগিব।নহলে দনা দিয়াৰ মাত্ৰ আখুবিধা নাহাই আৰু বহুতো প্ৰব্লেম হয়।প্ৰেক্টিকেল কৰিলেহে গম পোৱা যায়।
Right
Sharma Da ata advice dibo kindly .
Sagolir shedtu kintu dishat bolabo lade
Hompurnno totya tu jonabo please
আপুনি fit supliement নাম কেইটা কলে ভাল হয়।
Dada PPR vaccine Aapunar usorot puwa jabo neki... Please jonabo
Kuntu farm besi profitable ? Breeding purpose or Meat purpose??
Both are profitable
Dambur koisa nm2 kuya nai ke fl2
No tu nidila kio seydina ,moi raja , colony r
Feed saplement nm2 kio nakoi selfes hoi apune
Name কিয় নকও তাৰ উত্তৰ পৰহি পাব। ভিডিঅ' চাব।
Vedeo nai deya ja
Dada number pam ne
8638035590