মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খুড়ীয়েকে ক'লে-বোপাই তই মোক পাহৰি গলি

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 909

  • @munindas7229
    @munindas7229 4 роки тому +211

    মুখ্যমন্ত্রী হিচাপে নহলেও ভতিজা হিচাপে সহায় কৰক .......🙏

  • @krishnamurpriyageetdoimary5515
    @krishnamurpriyageetdoimary5515 4 роки тому +215

    হে প্ৰভূ মূক্ষ্য মন্তী এজন হৈ খুড়ীয়েককে যদি এইটো অৱস্তা কৰি থৈছে।বাকি সকলৰ ক্ষেত্ৰত আৰু কি আশা কৰিব পাৰি।কথাতো হয়নে নহয়??যদি হয় সকলোৱে like কৰক।

  • @thecoastalguy5675
    @thecoastalguy5675 4 роки тому +140

    বৰ দুখ লাগিল। সৰুকালৰ কথা নপৰেনে আপনাৰ সোণোৱাল। বৃদ্ধ মানুহক সহায় কৰিব প্লিজ।🙏🙏

    • @sunildeka4218
      @sunildeka4218 4 роки тому +1

      হয়দে বৰ দুখ লাগিল, তেওঁৰ আপোন মানুহ জনকো অলপ সহায়ৰ হাত আগবঢ়াব নোৱাৰেনে।

    • @neelkamalrajkhowa85
      @neelkamalrajkhowa85 4 роки тому

      @@sunildeka4218 ki kom ru..eku vakha ni kobole .amr cm jone only bagania manuhok help korutei gol .tekete aji nijr apun manuhokei pahori gol .

    • @jahirhussain5025
      @jahirhussain5025 4 роки тому

      @@sunildeka4218 l

  • @latikadutta3609
    @latikadutta3609 4 роки тому +219

    হে ঈশ্বৰ! মুখ্যমন্ত্রীৰ খুৰীয়েকৰে যদি এনে দশা ! আগলৈ ভাবিব ভয় লাগে ।

  • @মাধূৰ্য্যমহন্ত

    খোৰিয়েককে ইমান অনাদৰ কৰিলে আৰু কি বাকী থাকিল??

  • @north-eastassam8888
    @north-eastassam8888 4 роки тому +334

    আমাৰ ডাঙৰীয়াই অসমীয়া জাতি জনগোষ্ঠীকে পাহৰিলে আই আপোনাক মনত ৰাখিছে নে বাৰু???

  • @bhabanahazarika1748
    @bhabanahazarika1748 4 роки тому +253

    মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কি দেখিছো ..মাতৃস্বৰূপ খুড়ী জনীকো পাহৰি থাকিলে

    • @satyaranjan3843
      @satyaranjan3843 4 роки тому +1

      Amr vai vonibur aboidho bangladeshe hatot nirjaton hble aridese.

    • @kamalchandradeka1474
      @kamalchandradeka1474 4 роки тому +1

      সময়ৰ হে পৰিবর্তন

  • @bikidas1476
    @bikidas1476 4 роки тому +227

    মানুহ যেতিয়া ডাঙৰ মানুহ হয়।
    তেতিয়া সৰু মানুহ ক পাহৰি জাই।
    সেয়াই হৈছে ডাঙৰ মানুহৰ মন

  • @jugaborah4485
    @jugaborah4485 4 роки тому +46

    মন্ত্ৰী হৈ পৰিয়ালৰ সকলোকে পাহৰি গল। এনে ভাৱ হৈছে যে তেওঁ নিজৰ পৰিয়ালক চাবলৈ সময় নাই তাতে ৰাজ্য বা দেশখনক লৈ কি ভাৱ আছে সেইটোক লৈ হে মন কৰিব লগীয়া বিষয় হৈ পৰিছে।

  • @bokulborah1704
    @bokulborah1704 4 роки тому +102

    এবাৰ গৈ চাই আহিব বহুত শান্তি পাব খুৰীয়ে🙏🙏🙏

  • @jayantaborah7835
    @jayantaborah7835 4 роки тому +87

    যিয়ে লংকালৈ যায় সিয়ে ৰাৱণ হয়,,, ধিক্কাৰ দিছো আপোনাক

  • @gtm148
    @gtm148 4 роки тому +77

    ডাঙৰ মানুহ ডাঙৰ ,,,,,,,ডাঙৰ ,,,,চিন্তা আইতা ,,,,

  • @jksblove9131
    @jksblove9131 4 роки тому +6

    বহুত বেয়া লাগিল খবৰটো শুনি, নিজৰ পৰিয়ালক যদি ভাল ৰাখিব নোৱাৰে তেন্তে হি আৰু আমাৰ অসম খনক কেনেকৈ ভাল ৰাখিব,নিজৰ পৰিয়ালক সুখী ৰাখিব নোৱাৰা মানুহজন মুখ্যমন্ত্ৰী হৈছে এইটো বহুত বেয়া কাম।। ভতিজা হিচাপে সহায় কৰক মুৰব্বী মানুহৰ আশীৰ্বাদত আপুনি ইমান ডাঙৰ মানুহ হব পৰিছে গতিকে পাহৰি নাযাব।।।।।

  • @hopunmorisika8180
    @hopunmorisika8180 4 роки тому +107

    ঘৰৰ মানুহকেই পাহৰিল , কি দেশ জাতি মাটি ভেটিৰ কথা চিন্তা কৰিব এইবোৰে

    • @purandardeka4574
      @purandardeka4574 4 роки тому +1

      Val koysha

    • @Hriday-u2z
      @Hriday-u2z 4 роки тому +3

      দেশৰ কথা আৰু কি ভাবিব নিজৰ খুড়ীয়েকৰ কথা এ পাহরি গল

    • @majonivlog352
      @majonivlog352 4 роки тому +1

      100%correct

    • @indiansoldier3156
      @indiansoldier3156 4 роки тому +2

      bhiii suna... jodi tekhtok ata poki ghar bandhi dile hoi , val hospital t sikitsa korile hoi,,,tetiau apunaloke kole hoi j ghar r manuhborok dhoni korat lagi goise buli.....apuni aikhar kotha kuar agot jodi vabile hoi j sokolo dukhiya manuhok to subidha di a ase....teu kako nijj por kora nai,,,sokoloke soman sukure saise buli....sokolo vabsintar uporot kotha

    • @abdulbasik2614
      @abdulbasik2614 4 роки тому +1

      Ktha khar huni bhut beya lagile dei plz 🙏 1bar sai log aaitak ghar t goi plz 🙏🙏🙏

  • @krishnamurpriyageetdoimary5515
    @krishnamurpriyageetdoimary5515 4 роки тому +76

    স্বাৰ্থপৰ ব্যক্তিৰ ওপৰত ভৰষা নকৰিব আইটা 😭😭😭😭অন্য দল সংগঠণৰ ওচৰত সহায় বিচাৰক 😭😭😭😭

  • @nayanjyoti3927
    @nayanjyoti3927 4 роки тому +134

    কি এইবোৰ বহুত দুখ লাগিল ডাঙৰীয়া

  • @mxdigiinfo
    @mxdigiinfo 4 роки тому +103

    অ, কি দেখা পাইছোঁ এইবোৰ 😲🤔

  • @phuleswargogoi8501
    @phuleswargogoi8501 4 роки тому +50

    এই বিলাক মোক্ষ মন্ত্ৰী নহয় মুৰ্খ মন্ত্ৰী

  • @asomiyasuwalilulumonimoran8439
    @asomiyasuwalilulumonimoran8439 4 роки тому +53

    ইমান দুখেৰে জিবন কটাইচে ডাঙৰিয়া আপোনি অলপো সহাই কৰানাই .খুৰিক দেখি দুখ লগা নাইনে বাৰু.

    • @AbdulJalil-wo6cn
      @AbdulJalil-wo6cn 4 роки тому

      দুখ ক'ত পাব হিদয় বুলি কিবা থাকিলে হে

  • @ashokkumarrabha9103
    @ashokkumarrabha9103 4 роки тому +53

    সঁচাই দুখ লাগিছে। তেখেতক সহায় কৰিবলৈ ছাৰলৈ বিনম্ৰ অনুৰোধ জনালোঁ।

    • @AssamTechTalks
      @AssamTechTalks 4 роки тому

      Tekhetok anurudh koribo lage neki nijor bibek naiye tew ki axomor baki manuhok sabo

  • @pulinkalita8356
    @pulinkalita8356 4 роки тому +41

    নিজৰ খুৰী মাকক পাহৰি গৈছে নাপাই ডাঙৰীয়া এনে কোৱা কৰিব

  • @roman592
    @roman592 4 роки тому +21

    কি আচৰিত কথাও নিজৰ খুৰীয়েকৰ এই অবস্থা ৰাইজৰ কথা কি চিন্তা কৰিব ঘোৰ কলি যুগ আৰম্ভ হৈছে ।

  • @jatinrana6458
    @jatinrana6458 4 роки тому +45

    পাহাৰে ভৈয়ামে অকল সেইটোকেই মুখস্থ আছে ।

  • @hirakdeka6082
    @hirakdeka6082 4 роки тому +8

    নিশ্চয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুৰীয়েকেক লগ কৰিব।আৰু লগ কৰাৰ বাতৰি আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰচাৰ কৰিলে সুখী হম।

    • @jogenhazarika8559
      @jogenhazarika8559 4 роки тому +3

      এটা কথা কওঁ আইতা গৰাকীক চাব লাগে মুখ্যমন্ত্ৰীয়ে কিন্তু আমাৰ অসমৰ মানুহ এনেকুৱা হয় যদি নিজৰ পৰিয়ালৰ মানুহক ভালকৈ ঘৰ দুৱাৰ বনাই দিয়ে তেতিয়া কব ৰাইজৰ টকাৰে পৰিয়ালক নদনবদন কৰি দিছে আৰু নিদিলেও কব চোৱা নাই বুলি মানুহৰ সমালোচনাৰ অন্ত নাই ভাল কৰক বা বেয়া কৰক ৷ তথাপিও আইতা গৰাকীক চোৱাটো তেখেতৰ কৰ্তব্য হয় ৷

    • @bkp9774
      @bkp9774 4 роки тому +1

      @@jogenhazarika8559 thik koisa. Assomia manuhor swavab hol val beya hokolute homalusona.

    • @jogenhazarika8559
      @jogenhazarika8559 4 роки тому +1

      @@bkp9774 , হয় বহুত দেখিলো আগতে ৷ দুখীয়া মানুহক ভালকাম কৰিব বুলি পঞ্চায়তত জিকাই লৈ পিছত দেখিব চৰকাৰী টকা মাৰি মাৰি টাউনত মাতি বাৰি লৈ গাড়ী লৈ ঘৰ বনাই লৈছে ৷ সেইবোৰ কংগ্ৰেছৰ দিনত দেখি আহিলোঁ ৷ পৰিয়ালৰ মানুহে ঘৰ পাই চৰকাৰী সকলো সুবিধা পাই কিন্তু পাব লগীয়াবিলাক থাকি যায় ৷ সেইবিলাক কিছুমানে নেদেখে ৷ মাথো সমালোচনা কৰিব জানে ৷ আপুনিয়েই কওকচোন , ঘৰৰ পৰিয়ালক ধনী কৰিব লাগে নে ৰাইজক চাব লাগে আগতে ৷ এজনে কমেণ্ট কৰিছে পঢ়িছে নাই আপুনি নাযানো কংগ্ৰেছৰ লিডাৰ সকলক চাবচোন বোলে পৰিয়ালৰ ঘৰেই চাব নে নিজৰ ঘৰেই চাব বুলি কমেণ্ট কৰিছে ৷ মোৰ মতে ৰাইজৰ কাৰণে সকে কাম কৰিব লাগে ৷ আপুনি কি ভাৱে নাযানো বাৰু

  • @mahendrasaikia1404
    @mahendrasaikia1404 4 роки тому +16

    বি জে পি পাৰ্টিয়ে সেই কাৰণে বৰলা মানুহক মুখ্যমন্ত্ৰী পাতে যাতে নিজেও নাখায় আনকো খাব নিদিয়ে এয়াই বি জে পিৰ মূল মন্ত্ৰ । ভাই ভতিজাবাদী ৰাজনীতি বি জে পিত নচলিব আৰু খাব বিচৰা ৰাজনীতি কৰিব বিচাৰিলে কংগ্ৰেছত যাব লাগিব। প্ৰমাণ হিচাবে কংগ্ৰেছ নেতাৰ পৰিয়াল বোৰক চাই লব।

    • @bitupon9834
      @bitupon9834 4 роки тому

      🖕🖕🖕🖕

    • @rojoniprovaboruah9833
      @rojoniprovaboruah9833 4 роки тому

      Saru futi jul gol baki nai aru

    • @rakeshchoudhury3768
      @rakeshchoudhury3768 4 роки тому

      আপুনিও... নিজৰ পৰিয়ালক চাব বাদ দিয়ক... কথা বৰাবৰ...

  • @susantadaimary5507
    @susantadaimary5507 4 роки тому +92

    Khosha ne ?Jodi khosha like korok sun

    • @ratuldekaraja7323
      @ratuldekaraja7323 4 роки тому +3

      Jdi khosa Hoi tenete bohut Beya ktha hoise.

    • @nayanzgallery7164
      @nayanzgallery7164 4 роки тому +10

      Hosa hoi.. moi mulukgaon r pora hoi.

    • @haridevmili493
      @haridevmili493 4 роки тому +2

      @@nayanzgallery7164 apuni eigoraki aitak sini pua neki??

    • @sanjaybarman3313
      @sanjaybarman3313 4 роки тому +2

      O toi pogola suda nki je like koribo koiso eman dukh loga kotha ata aru tur monot furti hoise ha sala mokkel

    • @susantadaimary5507
      @susantadaimary5507 4 роки тому +2

      @@sanjaybarman3313 bhoddro manuhor mukhot beya khotha bur khuva napai. Ontototo Tumi val bhakhare Kobo parili heten. Ami manuhok ketiyawu beya kotha nokow. Krishna.

  • @studychenel8397
    @studychenel8397 4 роки тому +47

    চি চি এনেকুৱা মুৰ্খমন্ত্ৰি নে ।আমি আৰু কি আশা কৰিম।

    • @rajaniray3336
      @rajaniray3336 4 роки тому

      ফাল্তু কথা নকবি

    • @studychenel8397
      @studychenel8397 4 роки тому

      @@rajaniray3336 তই কি পাইছা ক।

  • @gunjansahariababu3850
    @gunjansahariababu3850 4 роки тому +7

    বহুত দুখ লাগিল নিজৰ মাতৃক চাবলৈ সময় নাই। জাতি মাটিৰ কথা কোৱা মানুহজন কি কৰি আছে এই বোৰ নিজৰ ঘৰখনৰ পৰিয়ালক পহৰিলে

  • @abhijittakbi8531
    @abhijittakbi8531 4 роки тому +27

    গোটেই দুনীয়াখনেই স্বাৰ্থপৰ হয় তাৰ মাজত তেওঁ চোন একেই ওলাল

    • @Android_gamerzz24
      @Android_gamerzz24 4 роки тому

      Hoi bhai gotei duniyai sarthopor, xaikarone moi kako bisakh nokoru. 😌😌😌😌😌😌

    • @rajdeepdhar5235
      @rajdeepdhar5235 4 роки тому

      Right bro.

  • @inamulhaque5355
    @inamulhaque5355 4 роки тому +46

    আৰু ৰাজ্য কি চলাবি বোপা।

    • @rojoniprovaboruah9833
      @rojoniprovaboruah9833 4 роки тому

      Haha

    • @atmcash7629
      @atmcash7629 4 роки тому

      Right

    • @inamulhaque5355
      @inamulhaque5355 4 роки тому

      @Mon Jai তই যদি মাৰাৰ গাখীৰ খাইছা খেদি দেখুৱা।তোৰ বংশ গেদা।I proud of you I am Indian Jai Hind

    • @gautamrx5686
      @gautamrx5686 4 роки тому

      @Mon Jai Indian nki??? 😂

    • @inamulhaque5355
      @inamulhaque5355 4 роки тому

      @Mon Jai তোৰ মা গেদা বুছ কৰ পো।

  • @kushalsaikia1214
    @kushalsaikia1214 4 роки тому +44

    এইজনে কি ৰাজ্য চলাব এনেকুৱা হলে ?

  • @shehnazparbin6984
    @shehnazparbin6984 4 роки тому

    Bhut beia lagil dei news to sai manoh dagor manoh hole sage anekoai hoi plz khunowal sir teok alp holeo khohai kork jibonr biyoli belat dokh nidibo teok

  • @binudbey9069
    @binudbey9069 4 роки тому +34

    আমাৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ খোড়ীয়েকক চাবনে

  • @deepkumarnath1994
    @deepkumarnath1994 4 роки тому +17

    সহায় কৰক মহোদয়!!!
    🙏🙏🙏🙏🙏

  • @nabasaharia7934
    @nabasaharia7934 4 роки тому +5

    আইতা দুখ নকৰিব, ভতিজাই নাছালেও ভগবানে আপোনাক নিশ্চয় ছাব

  • @kapilhukai3948
    @kapilhukai3948 4 роки тому +15

    লংকাৰ পালে ৰাৱন হয়, পাহৰি নাযাবা সেইজনী মাতৃ পৰাই আজি লংকা পালে ।আপুনি এবাৰ ছাই আহিব। ধন্যবাদ ছা🙏🙏🙏

  • @dipankargogoi9688
    @dipankargogoi9688 4 роки тому +4

    সোণোৱাল দাই , এইবোৰ কি দেখা পাইছো , বহুত বেয়া লাগিছে কিন্তু, নিজৰ পৰিয়ালটোক ও পাহৰি গৈছা । অশসাই আইতাক সহায় কৰা ।

  • @tulumoniboruah4955
    @tulumoniboruah4955 Рік тому

    সে প্রভূ সেই আই গৰাকীক সোনোৱাছাৰে চকুমেলি চোৱা ভগৱানে মগল কৰিলে আপোনাৰ।

  • @arnabborahofficial4944
    @arnabborahofficial4944 4 роки тому +6

    এবাৰ গৈ চাই আহিব খুৰীয়ে বহুত আশীৰ্বাদ কৰিব ডাঙৰীয়া

  • @amaira6421
    @amaira6421 4 роки тому +1

    বৰ দুখ লাগিল।।।ছাৰ আপুনি অলপ এওঁক সহায় কৰক।

  • @mrigankoboro2283
    @mrigankoboro2283 4 роки тому +11

    ছিঃ ছিঃ ঘিনা কৰো এনেকুৱা মুৰ্খ মন্ত্ৰী

  • @Ravi_Gogoi
    @Ravi_Gogoi 4 роки тому +13

    সম্পাদকীয় মানুহকে যদি সহায় নকৰে....
    তেন্তে আমি বোৰ নো কোন...

  • @mrinaljyotidas4148
    @mrinaljyotidas4148 4 роки тому +8

    বহুত dhukh লাগিল

  • @PM-gw1ou
    @PM-gw1ou 4 роки тому +2

    আইতাক সহায় কৰিলে অসমৰ ৰাইজে বেয়া নাপায় আপোনাক। জিমান পাৰে সহায় কৰক ডাঙৰিয়া।

  • @furytech1252
    @furytech1252 4 роки тому +31

    But our prime minister is not like as our cheif minister,am i right?

  • @akhomiyabuwarid9714
    @akhomiyabuwarid9714 4 роки тому

    বৃদ্ধা আইতা গৰাকী কিমান দিন জীয়াই থাকিব জীয়াই থকা দিন কেইটা অলপতো সুখ দিয়ক ভতিজা হয় নহলেও প্রধান মন্তী হৈ দুসীয়াক সহায় কৰক

  • @monchoykrray5898
    @monchoykrray5898 4 роки тому +24

    Ki j hobo sonowal dangoria pap lagibo kintu

  • @RukmaDeka
    @RukmaDeka 4 роки тому

    শুনি বেয়া লাগিল, এয়েই নেকি মন্ত্ৰীৰ পৰিচয়

  • @dipenmalakar8113
    @dipenmalakar8113 4 роки тому +8

    সৰ্বা দা আপুনি ৰাজ্যৰ লগতে এবাৰলৈ আপোনাৰ সুৰিয়েকৰ কথও ভাৱক।

  • @sontoushnath8313
    @sontoushnath8313 4 роки тому +1

    আশা কৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে আইতাক সহায় কৰিব

  • @khogensaikia9039
    @khogensaikia9039 4 роки тому +4

    অসমীয়া জাতি জনগোষ্ঠীৰ এনে দশা এইজনা খিলঞ্জীয়া মুখ্যমন্ত্ৰীৰ দিনতেই, কি বাকী থাকিল আৰু...

  • @nurbhai1116
    @nurbhai1116 3 роки тому +1

    চি চি কি নিলাজ মানুহ horba 👈👈 আইতা ❤️

  • @girindagogoi8457
    @girindagogoi8457 4 роки тому +5

    ৰাম ৰাম নাপাই দেই আইতাক চাউক পাই😢😢😢😢😢

  • @harinewar7109
    @harinewar7109 4 роки тому

    যদি কথাটো সচাঁ তেন্তে ধিক্কাৰ আছে সেই চিট আৰু পাৱাৰৰ। এজন মানুহৰ প্ৰথম স্বায়িত্ব থাকে নিজৰ পৰিয়ালৰ প্ৰতি।তাৰ পিছত হে আহে গাঁৱ, সমাজ আৰু দেশ।

  • @manoranjandas8375
    @manoranjandas8375 4 роки тому +11

    কাৰোবাৰ যদি মুখ্য মন্ত্ৰীৰ ফোন নম্বৰ আছে এই ভিডিঅ'টি ছিয়াৰ কৰি দিয়ক।

    • @atmcash7629
      @atmcash7629 4 роки тому

      Right 100% Fecebokot puss kork sakalue

  • @jasmineoneshi1313
    @jasmineoneshi1313 4 роки тому +1

    Ayoooo dear aita apunak dekhi dukh lagise bohut...Dear aita God bless u..........God bless u grandmom......

  • @vaskargohain9231
    @vaskargohain9231 4 роки тому +3

    Heart touching News 👍👍🙏🙏

  • @wahidurrahman9203
    @wahidurrahman9203 4 роки тому

    ছাৰ, আমাৰ খুড়ীয়েকক সহায় কৰে যেন ! আমি আপোনাৰ লগত আছো, আৰু থাকিম

  • @AMCS-tl3mz
    @AMCS-tl3mz 4 роки тому +3

    চাওক, আমাৰ মনত যদি ইমান কষ্ট লাগে তেনেহ'লে আপোনাৰ কলিজাত নালাগে জানোঁ,,,,

  • @ৰশ্মিৰেখাগগৈ

    এইয়াই প্ৰকৃত অসমীয়া ৰূপ

  • @omithr8870
    @omithr8870 4 роки тому +9

    God bless you

  • @mantudas3746
    @mantudas3746 Рік тому +1

    মুখ্যমন্ত্ৰীৰ খুড়ীয়েকৰ এনেকুৱা অবস্থা হয় ৰাজ্যৰ আন আন জনসাধৰ হব কি?

  • @madhusmitaburagohain9694
    @madhusmitaburagohain9694 4 роки тому +31

    Hsai asrit .....khuriyekok yei nasai belegok kt sabo

    • @zubeenlover3891
      @zubeenlover3891 4 роки тому

      Yes

    • @zubeenlover3891
      @zubeenlover3891 4 роки тому

      @Sansuma Swargiarykhoru pora jodi dangor korise .............

    • @bestway5634
      @bestway5634 4 роки тому +1

      @Sansuma Swargiary nijor khuriyeko ejoni jonota...sabo lage.. responsibility

    • @madhusmitaburagohain9694
      @madhusmitaburagohain9694 4 роки тому

      @Sansuma Swargiary khurik teo suatu teor ktobya.

    • @blackpinkplump4215
      @blackpinkplump4215 4 роки тому +1

      Nijor manuhok sua crore toka dibo nalagetu othos khobortu lobo parey.....xi sorbananda nohoi hijrananda

  • @tikendrajitborboruah522
    @tikendrajitborboruah522 4 роки тому +2

    বহুত দুখ লাগিল
    😢😢

  • @অসমীয়াঅসম-ম৩ল

    নিজৰ ঘৰৰ মানুহৰে এনে অবস্থা। আদৰ্শ......?

  • @dinabandhusingha5406
    @dinabandhusingha5406 3 роки тому +1

    Maja

  • @dipamanikalita8405
    @dipamanikalita8405 4 роки тому +6

    হে ভগাৱন কি দেখিছো এইবিলাক সচা নে মিচা বা

  • @barnalidevi1948
    @barnalidevi1948 3 роки тому +1

    অলপ টো সহায় কৰক

  • @PANKAJRAYASSAM
    @PANKAJRAYASSAM 4 роки тому +5

    Cm.r khurir yei obostha ! Ki asorit .

  • @dr.ranjitnarzary3070
    @dr.ranjitnarzary3070 4 роки тому +5

    Feel very sad. It is also a part of the duty of the Hon'ble CM to take care and help his helpless aunt.

  • @pktitabar3936
    @pktitabar3936 4 роки тому

    Baya lagil news tu khuni

  • @moonjyotibharali8446
    @moonjyotibharali8446 4 роки тому +7

    Biya baru nohowa manuh alp sab lage belegok

  • @bikashchetia7368
    @bikashchetia7368 3 роки тому

    নিজৰ ঘৰৰ অৱস্থা এনেকুৱা আৰু কথা কয় দুখী য়াক সহায় কৰা কথা

  • @rohanchoudhuryofficial1458
    @rohanchoudhuryofficial1458 4 роки тому +4

    Dukh lagil sai🥺😰

  • @asmotali7094
    @asmotali7094 4 роки тому

    এনেকুয়া চরকার আমাক নালাগে , যিয়ে খুরিয়েকক আজি পাহরি গৈছে তেনেহলে অসমিয়া মানুহক কি করিব। As you so, Sow will you reap, Because God is everyday.........

  • @parbinsultana4468
    @parbinsultana4468 4 роки тому +11

    Khobortu pale nichoy chabo

  • @wahidurrahman9203
    @wahidurrahman9203 4 роки тому

    যিয়ে আপোশ পাহৰি যায়, তাক আমি কেনেকৈ বিশ্বাসত লম !

  • @gogoimanoj
    @gogoimanoj 4 роки тому +6

    Aiya mnohr porisoi...........dangr hoko phori ji

  • @nomiboro4830
    @nomiboro4830 3 роки тому +1

    बोहुत बेया लागिसे मैं ता

  • @salmanAli-oe7iw
    @salmanAli-oe7iw 4 роки тому +6

    Dukh lagise

  • @habiburrohman6763
    @habiburrohman6763 4 роки тому

    নিজৰ খূড়ীয়েককেই যদি এনে অৱহেলা তেন্তে আনে আৰু কিদাল আশা কৰিবলগীয়া থাকিলে ।।

  • @eduverse692
    @eduverse692 4 роки тому +4

    Vary sad😭😭

  • @nayanall1403
    @nayanall1403 4 роки тому +1

    Aita loi salute plz sir help korok

  • @kamaldoley2554
    @kamaldoley2554 4 роки тому +6

    😭🙏

  • @probalkhataniar2919
    @probalkhataniar2919 7 місяців тому

    অ ছাৰ খুৰী আপোনাৰ মাতৃয়ে সহায় কৰক ধৰ্ম হ'ব অ।

  • @hemantaborah2192
    @hemantaborah2192 4 роки тому +4

    😭😭😭

  • @biswajitphukan642
    @biswajitphukan642 Рік тому +1

    ৰজা হল আপোনাৰ ভতিজা আপোনাৰ খৱৰ লৱলৈ সময নাই অ আইতা গৰু আগত টোকাৰি বাই শিং জোকাৰি ঘাহ খাই

  • @deepgaming5989
    @deepgaming5989 4 роки тому +30

    ডাঙৰ মানুহ হৈ গল isko bolte he mother**d

    • @mixingtube7427
      @mixingtube7427 4 роки тому +2

      🙏👍👍👍👍

    • @parthacreation8636
      @parthacreation8636 4 роки тому +6

      Bapero murtu.. CM k honman koribo hikibi...

    • @villagebloger1126
      @villagebloger1126 4 роки тому +1

      hosa klaaa...

    • @gunajitsarma5579
      @gunajitsarma5579 4 роки тому +2

      Assamese status video ,tor mare Mi ar logat samporka rakhi tok jonma dile neki ,avodra lora ,

    • @user-db3zb5wf1y
      @user-db3zb5wf1y 4 роки тому +1

      কি ফটোৱা লৰা হে তুমি,

  • @anjandeka5585
    @anjandeka5585 4 роки тому

    দেখিবলৈ আৰু কিৱা বাকি থাকিল নেকি।।।আইতা আপুনি এনেই কিয় চিনাকি দিছে , আমাৰ সম্মানিয় ডাঙৰীয়াই লাজ পাৱ ন।।।

  • @itsjulfikarbro4515
    @itsjulfikarbro4515 4 роки тому +8

    Hay blgok Imn xohay kore but nijor khuriyekok xohay nkre.... Ccccc....

    • @rupamjyoti7203
      @rupamjyoti7203 4 роки тому

      Ke ja manuah

    • @robidas1303
      @robidas1303 4 роки тому

      Ghoror manuhore jodi ane oboshtha hobolui dibo pare baki burnu kun aru ki hobo bhobishyote?

    • @itsjulfikarbro4515
      @itsjulfikarbro4515 4 роки тому

      @@robidas1303 vobissote axom dhnokho r pothot loi jai ase aru loi jabo.... Imn hah murgir dore hoitta hoi ase ki krise sorkare

  • @wilbertmarak8322
    @wilbertmarak8322 4 роки тому

    হে প্ৰভু আই

  • @shukleswarbordoloi3989
    @shukleswarbordoloi3989 4 роки тому +6

    Lanka pale khakoluwe ravan

    • @bornalipatar2881
      @bornalipatar2881 4 роки тому +2

      Khunie dukh lagise,Matti sworup khuriekokei pahorile

    • @23babu
      @23babu 4 роки тому +2

      Lankat Vivison nu asil diyok kin2 tekhet Rabon nesina Nasil

  • @basantakrgogoi9066
    @basantakrgogoi9066 4 роки тому

    Moi vabisilu Ami dhonor dukhiya hob paru kin2 monr dukhiya nhoi kin2 Sunuwal sir dhonr logte mnoru dukhiya hoi.

  • @Deep_Arts1
    @Deep_Arts1 4 роки тому +4

    🙄😢

  • @ayushiayushi5920
    @ayushiayushi5920 4 роки тому +1

    please hemanta sir help her... you will be the next cm of assam...

  • @nilotpalsarma8659
    @nilotpalsarma8659 4 роки тому +4

    Murkho montri 😂😁

  • @RajkumarDasHD
    @RajkumarDasHD 4 роки тому +1

    নিজৰ খুড়ীয়েককে পাহৰি যায়, আৰু অসমক নাপাহৰিব নে !

  • @abdussalammondal2065
    @abdussalammondal2065 4 роки тому

    দুখলগা কথা এই হ'ল অসমৰ অৱস্থা

  • @arjunvlogarjun5424
    @arjunvlogarjun5424 4 роки тому

    Ai kotha khuni buku fali kandibo mon goise mur😥😥😥😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @kishorgayan5012
    @kishorgayan5012 4 роки тому

    Bohut baya lagil