ADRE 2.0 - আজিৰ প্ৰশ্ন সমূহ | আপুনি কিমানটা পাৰিলে?

Поділитися
Вставка
  • Опубліковано 2 лют 2025

КОМЕНТАРІ • 1,8 тис.

  • @AssamCompetitiveExam
    @AssamCompetitiveExam  4 місяці тому +39

    ✅ *GS Foundation Course*:
    www.assamcompetitiveexams.com/courses
    ✅ Assam TET Cum Recruitment Test (GT & PGT):
    www.assamcompetitiveexams.com/courses
    📱✅ *Download the "Assam Competitive Exam" app*
    App Link: clpcarroll.page.link/KuQs

    • @rumanbhowmick1999
      @rumanbhowmick1999 4 місяці тому +1

      sir Dipa Karmakar nai oha

    • @doligogoi5357
      @doligogoi5357 4 місяці тому

      Unexpected asil paper khon

    • @pallabideka6137
      @pallabideka6137 4 місяці тому

      Thank you so much sir , bohu khini succes hoisu apunar pora🙏

    • @ashokdeka5387
      @ashokdeka5387 4 місяці тому

      Mor gk ru social study vl haoise

    • @ashokdeka5387
      @ashokdeka5387 4 місяці тому +1

      Dotara. Dada.mridingo.aru taka..moi taka likhisu

  • @Dibya16
    @Dibya16 4 місяці тому +13

    ADRE -2024 পেপাৰ -৩
    ১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
    ২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
    ৩) আটাইতকৈ পুৰণি বেদ খন কি?
    ৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
    ৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
    ৬) বাঁহেৰে সজা বাদ্য
    ৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
    ৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
    ৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
    ১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
    ১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
    ১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
    ১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
    ১৪) আহোমৰ শেষ ৰাজধানী কি?
    ১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
    ১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
    ১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
    ১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
    ১৯) জালিয়ানৱালা বাগ ক'ত আছে?
    ২০) এণ্ডিজ পৰ্বত ক'ত আছে?
    ২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
    ২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
    ২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
    ২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
    ২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
    ২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
    ২৭) Lion of Mysore নামেৰে কাক জনা যায়?
    ২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
    ২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
    ৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
    ৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?

  • @subratapatowary3688
    @subratapatowary3688 4 місяці тому +104

    Apunar buhut class korisu kushal da. Paid as well as youtube.
    Besi common noporileu knowledge amare barhise. We are better prepared for the tougher exams. Thanks for that
    🙏 .

  • @swarna2737
    @swarna2737 4 місяці тому +6

    15:16
    DPSP, FUNDAMENTAL RIGHTS, FUNDAMENTAL DUTIES, DIRECTIVE PRINCIPLES OF CENTRE (options)

  • @zgofficialassam7536
    @zgofficialassam7536 4 місяці тому +51

    ১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
    ২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
    ৩) আটাইতকৈ পুৰণি বেদ খন কি?
    ৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
    ৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
    ৬) বাঁহেৰে সজা বাদ্য
    ৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
    ৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
    ৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
    ১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
    ১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
    ১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
    ১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
    ১৪) আহোমৰ শেষ ৰাজধানী কি?
    ১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
    ১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
    ১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
    ১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
    ১৯) জালিয়ানৱালা বাগ ক'ত আছে?
    ২০) এণ্ডিজ পৰ্বত ক'ত আছে?
    ২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
    ২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
    ২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
    ২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
    ২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
    ২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
    ২৭) Lion of Mysore নামেৰে কাক জনা যায়?
    ২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
    ২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
    ৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
    ৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
    ৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
    ৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?

  • @krishnaamajuli1622
    @krishnaamajuli1622 4 місяці тому +30

    নাই ছাৰ ,প্ৰশ্নবোৰ জনা দুই এজনৰ বাবে হে সহজ বা এইয়া দিব নালাগিছিল বুলি আমি ভাবোঁ কিন্তু এটা কথা ক'বলৈ গ'লে এই সহজ প্ৰশ্নবোৰেই কোনোবাই নাজানি এৰি আহিছে । কাৰণ আজিকালি এইবোৰ প্ৰশ্নক আগতে পঢ়া বা সহজ বুলিয়েই মানুহে গুৰুত্বই নিদিয়ে কিন্তু জানিব লগীয়া কথাইটো হয় এইয়াও !

    • @Catloverassam
      @Catloverassam 4 місяці тому

      Switzerland r flag khon dekhat kenekuat k amar Axom/india re janibo logia thoityo besi asile... jene indian flag first kot kun sonot aru kune hoist korisil

    • @hrishabhsvlogs8891
      @hrishabhsvlogs8891 4 місяці тому

      Right

    • @hrishabhsvlogs8891
      @hrishabhsvlogs8891 4 місяці тому

      Right

  • @Panchurikakalita123
    @Panchurikakalita123 4 місяці тому +679

    Kiba ata vaal nalagil...kiman lora suali a .kiman pohise ...Ami eman poha nai nuarileu eku apotti nai ....kintu ji bilak lora suali a eman pohise eman kosto korise .. competition sai preparation korise ...heitu hokolua Jane nokoleu .aru anuvob u korise ....hs levelor exam atat kisumann question dibo nalagisil buli moi vabu ..karon bohut unexpected.... Mur u sage akebarei bea hoise exam ...tothapiu kintu moi vabu kisumann question post sai ba competition r level tu sai hua nai ......kunu jate Bea napai moi mur point of view tu he koisu ...karon. Bohut kosto kora lora sualir babe kisumann question akbre unexpected asil...

    • @dream-jc7uh
      @dream-jc7uh 4 місяці тому +66

      Yess ... apuni hsa kotha koise .. moi ye bht kosto krislu .. but moi aji satisfied nhlu exm d .....

    • @luckydutta8150
      @luckydutta8150 4 місяці тому +26

      Moiu ai2 feel korisilu exam di ahi..

    • @geetashree_boruah
      @geetashree_boruah 4 місяці тому +63

      Indian History, polity, Geography aibilk ata ata kimn vast topic maximum time aigita cover korutei jaii 😓😓

    • @simabaishya8317
      @simabaishya8317 4 місяці тому +31

      Agree with you ❤.....ankwa pattern hb nlgsl.. atleast ata job r exmt sklo bosto touch krb lgsl .... social science buli add kri ki dle...

    • @narutoshorts5545
      @narutoshorts5545 4 місяці тому +23

      ​@@dream-jc7uhsame. mur aji bht dukh lgise. agteu exm disilu. kintu kosto kora nasilu. aibr moi 1yar dhri kosto krisu... jitu pattern phisilu.. khy hisapt val nhole mur

  • @begumnajma3600
    @begumnajma3600 4 місяці тому +2

    1বাঁহেৰে সজা বাদ্য যন্ত্ৰ -দোতাৰা, ঢোল, টকা আদি আছিল।
    2.সাগৰৰ তলিত ওলোৱা গৰম পানীআৰু ভাপ ক কি বুলি কয় -আগ্নেয়গিৰী,চুনামী
    3.অতিশয় মূল্য়বৃদ্ধিক কি কয়।
    4.শক্তিৰ ভৰাল কাক কয়-কোষকেন্দ্ৰ ,মাইটকন্ড্ৰিয়া

  • @riturajborah6090
    @riturajborah6090 4 місяці тому +32

    Assam history,Indian history, current affairs, son tarikh aibur nahil a akebare Assam history akl ahomor last capital question 2 ahise . Akdom unexpected questions

  • @subhamsvlogs
    @subhamsvlogs 4 місяці тому +36

    1) What is the real name of Mystery Emperor Ranju Hazarika?
    2. What was the name of Shankardev's grandmother?
    3) Which is the oldest Veda?
    4) Who is the music composer of Alaknanda song?
    5) Book written by Rangbang Terang?
    6. Bamboo Musical Instruments
    7. Who is the Speaker of Rajya Sabha?
    8. Who administers the oath of office to the President?
    9. In which district is Numaligarh oil refinery located?
    10. Where is Tocklai Tea Research Station located?
    11. Who is the Chairman of NITI Aayog?
    12. Nayanmoni Shakiya is associated with which sport?
    13. Dipa Karmakar is associated with which sport?
    14. What was the last capital of Ahoms?
    15. Assam shares international border with which two countries?
    16. On which continent is Greenland?
    17. A flight is coming from Chennai to Guwahati. In which direction will the plane fly?
    18. What is the chemical code of silver?
    19. Where is Jallianwala Bagh?
    20. Where are the Andes Mountains?
    21. Where do the Equator, Tropic of Capricorn and Tropic of Cancer pass through?
    22. Who is the author of Quiet, Humble, Happy, Cherished, Noble Rogue?
    23. Who is the Vice President of India on January 1, 2024?
    24. Who is the President of the United States as of January 1, 2024?
    25. How many prime numbers are there between 80 and 100?
    26. What is Vasundhara Yojana related to?
    27. Who is known as the Lion of Mysore?
    28. Man at the Battle of Waterloo
    29. What are the sea waves generated due to an earthquake on the sea floor called?
    30. Which country was in the Axis powers during the Second World War?
    31. Which country has a white cross on red?
    32. Which is the westernmost state of India?
    33. Where is the international festival Kullu Dossera organised?

    • @DarshanaGogoi-iw1dh
      @DarshanaGogoi-iw1dh 4 місяці тому

      বাঁহেৰে সজা বাদ্য -টকা

  • @manishabaishyaentertainment
    @manishabaishyaentertainment 4 місяці тому +4

    Besi din hua nai sir apunak sua kintu jetyar porai dekhisu ghonta ghonta apunar video sai porhisu , moi job koru xoru k eta xomoy nai tothapi jene tene milai apunar video te porhisilu , common nidile eku kintu bohut khini xikilu apunar pora .. bohut besi vabi bohut vitorua k porhisilu kintu xeibur ekuei nai , bea lgse khub confidence t goisilu apunar pora imn khini gyan lolu kintu exam tut satisfied noholu.. eku nhy diok agoleu porhi jam jenekoi nihok job loi he erim ..apuni amak gyan d jabo ❤ thank you

  • @hirakjyotideka8921
    @hirakjyotideka8921 4 місяці тому +106

    ঠিক কৈছে দাদা, পঢ়াৰ কোনো মূল্য ন'হল ! পঢ়িলোঁ অসমীয়া শব্দ, আহিল- অ, আ, ক, খ

    • @simasrigoswami4299
      @simasrigoswami4299 4 місяці тому +1

      Thik koise , porha mote nahil

    • @hirakjyotideka8921
      @hirakjyotideka8921 4 місяці тому +8

      তৃতীয় বৰ্গৰ পৰীক্ষাৰ নিচিনা পেপাৰ হ'লে ভাল, লাগিলহেঁতেন । কিন্তু যি আহিল, শাৰীৰ নাম, শংকৰদেৱৰ আইতাকৰ নাম, প্ৰশ্ন যেন নাছিল আৰু

    • @mampideka16
      @mampideka16 4 місяці тому +1

      Mi exam diya naii but sobore mukhut khunisu bht easy paper ahise buli candidates sai aru 3rd grade hisapot questions paper r standard tu bht kom bht kosto kora khinir bbe beya lgise alp

    • @hirakjyotideka8921
      @hirakjyotideka8921 4 місяці тому

      @@mampideka16 𝙨𝙖𝙢𝙚 𝙖𝙗𝙤𝙨𝙩𝙝𝙖.... 𝙂𝙧𝙖𝙙𝙚 4𝙧 𝙥𝙖𝙥𝙚𝙧 𝙝𝙤𝙞𝙨𝙚 ? 𝙖𝙞𝙠𝙝𝙤𝙣.... 𝙆𝙤𝙨𝙩𝙤 𝙗𝙤𝙧 𝙖𝙩𝙝𝙤𝙡𝙚 𝙜𝙤𝙡

    • @mentorrajapro5120
      @mentorrajapro5120 4 місяці тому +2

      Kam ny aeibur UA-cam r vedio Sai June June exm dibo goise vua sob lgte syllabus mote paper kata ny syllabus mote nktle knka pass krba right material nple knka pass krba

  • @biwsajittaye8468
    @biwsajittaye8468 4 місяці тому +12

    ADRE 2.0
    HSSLC (12th) Paper
    ১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
    ২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
    ৩) আটাইতকৈ পুৰণি সংকলিত বেদ খন কি?
    ৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
    ৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
    ৬) বাঁহেৰে সজা বাদ্য- টকা
    ৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
    ৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
    ৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
    ১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
    ১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
    ১২) নয়নমনি শইকীয়া আৰু টানিয়া চৌধুৰীয়ে কি খেলত প্ৰতিনিধিত্ব কৰে ?
    ১৩) বেডমিণ্টন খেলুৱৈজন বিচাৰি উলিওৱা- পুলেল্লা গোপিচান্দ
    ১৪) আহোমৰ শেষ ৰাজধানী কি?
    ১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
    ১৬) গ্ৰীণ লেণ্ড কোনখন দেশৰ অন্তৰ্ভুক্ত ?
    ১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?- নৰ্থ-ইষ্ট
    ১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
    ১৯) জালিয়ানৱালা বাগ ক'ত আছে?
    ২০) তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা?
    ২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোনখন মহাদেশৰ মাজেৰে ?
    ২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
    ২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
    ২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
    ২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
    ২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
    ২৭) Lion of Mysore নামেৰে কাক জনা যায়?
    ২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন- নেপোলিয়ন
    ২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
    ৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
    ৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
    ৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
    ৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?
    ৩৩/ ভূ-পৃষ্ঠৰ পৰা ওলোৱা গৰম পানী আৰু গেছৰ সোঁতক কি বুলি জনা যায়? -( উষ্ণ প্ৰস্ৰৱণ)
    ৩৪/ যিয়ে সাগৰীয় জাহাজ লুট কৰে ! - জলদস্যু
    ৩৫/ Antonym of Friendship - Foe
    ৩৬/ Collective noun of Dog
    ৩৭/ Collective noun Of Fish
    ৩৮/ Elevated synonym -( Promoted or topped)
    ৩৯/ Lament synonym - sad, mourn, copied or Molecule !
    ৪০/ কোনখন দেশৰ সাগৰীয় উপকূল নাই - চীন, জাপান, আফগানিস্তান, ইৰাণ!
    ৪১/ কোনটো central armed police force নহয়- Indian cost guard, NSG, CISF OR SSB
    ৪২/ বৃত্ত : জ্যামিতি :: কবিতা : ?
    ( অধ্যায়, গদ্য, ভাষা, কিতাপ)
    ৪৩/ সদৃশ- শিশু : টিকাকৰণ ::
    ( উদ্ভিদ : কীটনাশক, খাদ্য : ৰন্ধন, জন্তু : খাদ্য, জ্বৰ : ঔষধ )
    ৪৪/ কাঞ্চিপুৰম শাৰী কত বেছি ব্যৱহাৰ হয় ?
    ৪৫/ PH 5 হ'লে দ্ৰৱটো কি- ?
    ৪৬/ বেৰিং প্ৰণালীয়ে কাক কাক ভাগ কৰিছে ?
    ৪৭/ Which one of the following is apostrophe ?
    ৪৮/ Which one is Hyphen ?
    ৪৯/ তলৰ কোনটো ইভেণ্টত ভাৰতে 2020 ৰ টকীঅ' অলিম্পিকত পদক লাভ কৰা নাছিল !- টাইকোৱান্দো
    ৫০/ Example of first type of liver - Human arm, scissors, stapller, ..)
    ৫১/ Which one is incorrectly mispelt - Mongrel, Marvel, Martal,Middel.
    ৫২/ To create a ruckus means -
    ৫৩/ find the odd one - ঘৰচিৰিকা, কাউৰী, বাদুলী, ময়ূৰচৰাই
    ৫৪/Idiom for - To get rid of a problem
    ৫৫/ To get a green signal means -
    ৫৬/ Myself refers to - I
    ৫৭/ Non -Living things - It
    ৫৮/ Adverb - Deep into the forest.
    ৫৯/ Poor : Poorest : Poorer
    ৬০/ Standard form Dictionary - Advent, Adventure, Adverse, Advertisement.
    61/ Diamond league kihor লগত জৰিত ?
    62/ শান্ত হিষ্ট শিষ্ট পুষ্ট .... কাৰ?
    63/ Is your brother _______to the gym ?
    64/ ১০০ৰ ১০০% ২০০ৰ ২০০% = ?
    65/ 3√8²ৰ মান কিমান?
    66/ 27 30 37 50 ? 98...........
    67/ A+b=8,b+c=20,a+c=18,a²+b²=?
    68/ [(10⁷÷10²)+(10³÷10-²)]÷10
    69/ PROJECTS code RPJOCEST hoi tente ROBOTICS or code ki hobo
    70/ 40% increase 40% decrease
    71/ মাজত + চিহ্ন থকা দেশ কোন খন?

  • @bhaikanpegu8519
    @bhaikanpegu8519 4 місяці тому +7

    আজি ADRE পৰীক্ষাত অহা প্ৰশ্ন সমুহ। আপোনাৰ মনত থকা প্ৰশ্ন সমুহ তালিকাভুক্ত কৰি যাওঁক---
    ১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
    ২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
    ৩) আটাইতকৈ পুৰণি বেদ খন কি?
    ৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
    ৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
    ৬) বাঁহেৰে সজা বাদ্য
    ৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
    ৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
    ৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
    ১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
    ১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
    ১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
    ১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
    ১৪) আহোমৰ শেষ ৰাজধানী কি?
    ১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
    ১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
    ১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
    ১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
    ১৯) জালিয়ানৱালা বাগ ক'ত আছে?
    ২০) এণ্ডিজ পৰ্বত ক'ত আছে?
    ২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
    ২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
    ২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
    ২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
    ২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
    ২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
    ২৭) Lion of Mysore নামেৰে কাক জনা যায়?
    ২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
    ২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
    ৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
    ৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
    ৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
    ৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?
    ৩৪) ভৈৰৱ কুণ্ডৰ সীমান্ত কত লগ লাগি আছে?
    ৩৫) অসমীয়া ভাষাই কেতিয়া স্বীকৃতি পাইছিল?
    ৩৬) আজি যদি ৰবিবাৰ 92 দিনৰ মূৰত কি বাৰ হব ?
    ৩৭) National War memorial ক'ত অৱস্থিত?
    ৩৮) Hyphen ৰ চিহ্ন?
    ৩৯) ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
    ৪০) এটা প্ৰতিষ্ঠানত যিমান টকা বিনিয়োগ কৰে 30 দিন পিছত ইয়াৰ দুগুণ হয়, কিন্তু দুগুণ হোৱাৰ পিছত 120 টকা প্ৰতিষ্ঠানটোৱে কাটে। এজন মানুহে 105 টকা বিনিয়োগ কৰিলে 3 মাহ পিছত কিমান লাভ হ'ব ?
    ৪১) ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱাই?
    ৪২) নীতি আয়োগৰ সভাপতি কোন?
    ৪৩) ৰংমিলিৰ হাঁহি কাৰ ৰচনা?
    ৪৪) Greenland কোনখন মহাদেশত আছে?
    ৪৫) টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কত অৱস্থিত?
    ৪৬) বসুন্ধৰা আচনি কিহৰ লগত জড়িত?
    ৪৭) 5.0 phত দ্ৰৱ্যটো কি হয়?
    ৪৮) Lion of mysore নামেৰে কাক জনা যায়?
    ৪৯) শান্ত শিষ্ট হিষ্ট পুষ্ট কাৰ ৰচনাৰ?
    ৫০) দুটা সংখ্যা 2:3 অনুপাতত আছে। সংখ্যা দুটাৰ পূৰণফল 96। সংখ্যা দুটাৰ সমষ্টি কিমান?

  • @AbhijitSumon-ve1on
    @AbhijitSumon-ve1on 4 місяці тому +15

    Apunar concept pohi end korilu,but aji questionr level dekhi bht dukh lagil..😢 exam vl hoise,kintu tothapi mntu vl nohoi, grade iv examr babe pura common tropic anibo..

  • @juridas8991
    @juridas8991 4 місяці тому +6

    apunar video aru channel last 2 years r pora sai asu follow kori asu,ji kaita GK answer koribo parisu apunar karane parisu. Aru apunar test series r question solve korar folot question paper t question tu porha r speed barhise, thank you. Kindly guide kori next graduate level kun bur topic t besike focus korim

  • @kakumonibhuyan1499
    @kakumonibhuyan1499 4 місяці тому +11

    Indian history, eco, democracy, British, independence r uporat eku nahil... And english session was 5th to 7th standard level question... Aru iman garam, ekhn fan asil.. Hathor gham mosi towel xex hoi gol.. Just voi asil jate omr khn nosto nohoi

  • @crazyboysnts9588
    @crazyboysnts9588 4 місяці тому +9

    Assam government examr question paper kota pattern2 kune ki vabi kate baru?? Unexpected yar🤦🥹..ane iman kosto kori iman dine pohilu..mur logote kio ankua hoi vabi npau😔..assam govt job bad dilu aru n next exam nidu..i quit 🤚

    • @jonalidas431
      @jonalidas431 4 місяці тому

      Same

    • @curious.511
      @curious.511 4 місяці тому

      Bhai "quiet" tu bhul hoise
      Quit hobo niki

    • @mentorrajapro5120
      @mentorrajapro5120 4 місяці тому

      Kam ny aeibur st blr syllabus r mote question katai ny ane social studies aru assm history dya asl ... Lgte youtube vedio bur sy exm ktyw ndibi kam ny etao common pora ny

  • @Pranjal8486
    @Pranjal8486 4 місяці тому +74

    ভূপেন হাজৰিকা / বিষ্ণু ৰাভা / জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰশ্ন নাহি, অলকানন্দাৰ গীতৰ গীতিকাৰ কোন আহিছে একদম ভাৱিব নোৱাৰা প্ৰশ্ন। 🤔

    • @NilakhiHazarika-wr3jl
      @NilakhiHazarika-wr3jl 4 місяці тому +1

      Very sad.

    • @kishornath9995
      @kishornath9995 4 місяці тому +6

      হয় ডকাইত মোগল সাম্ৰাজ্যৰ বিষয়ে এটা আহিছে কিন্তু এই মহান পুৰুষ সকলৰ কাৰণে নাহিল

    • @swarapaul99
      @swarapaul99 4 місяці тому +4

      Alakananda gaan tu teo lukor favorite hoi sage..

    • @competitionsuccess7530
      @competitionsuccess7530 4 місяці тому

      ​@@swarapaul99😂😂

    • @PallabiDevi-k6y
      @PallabiDevi-k6y 4 місяці тому

      @@Pranjal8486 xosa dei ji mon goise ru take kati dile

  • @Dikshiborah
    @Dikshiborah 4 місяці тому +5

    Assam history r vast syllabus, polity dore subject, CA, ( awards) aiya pohi goi jodi , "aiya emn easy question exam t nahe" buli ari diya question e exam t ahe toh axomot nibonua xonkhya aneu bahibo, education r khetrot pispori thkboi obvious ktha. Grade, level sai question paper dibo lge tetiya actual competition hobo👍

  • @BeUttam
    @BeUttam 4 місяці тому +9

    Sir 30 ta maan easy asil but gk r jj geography question bur hard paisu Karon world geography khini phora nasilu Apuni phorua politics and gk question direct common ahisay thank you sooo much sir ❤❤❤❤❤❤

  • @pcmgalaxyeducation8686
    @pcmgalaxyeducation8686 4 місяці тому +19

    Moi ata kotha hikilu UA-cam r pora poha Huna kori exam crack kora easy nhy ami hodai books val books follow koribo lge

    • @kabitakalita7339
      @kabitakalita7339 4 місяці тому

      Thike koise apuni

    • @gauravsonowal5584
      @gauravsonowal5584 4 місяці тому

      Absolutely

    • @DChandan_Music
      @DChandan_Music 4 місяці тому

      Moi youtube saie gkr besibhag korilu kintu oxomia duta man chanel sale kam ni hindi videou sab lage

    • @MamuDevi123
      @MamuDevi123 4 місяці тому

      Hoi e kintu 30 present pore

  • @Dibyajyotiassam
    @Dibyajyotiassam 4 місяці тому +8

    বাঁহেৰে বনুৱা বাদ্য.. a) দবা b) মৃদংগ c) টকা d) দুতৰা

  • @TheMonk55_77
    @TheMonk55_77 4 місяці тому +5

    Hosakoyee... question paper khon dexi Val logatkoi besi dux lagise!!..karon hokolu bur students jihokole bohut kosto korisil applicants hokolok Sai tewlukor uporot kiba mockery kora Dore hol buli moi vabu...
    !!

  • @__nibedita__2978
    @__nibedita__2978 4 місяці тому +8

    Which is not included in Indian Constitution
    a) Fundamental Rights
    b) Directive principles of state policy
    c) Directive Principles of Center
    d) Fundamental Duty
    Player name related to bedminton
    Player name related to golf=Tiger Woods

  • @hiyashreedeka9244
    @hiyashreedeka9244 4 місяці тому +57

    পঢ়িবলৈ মন নোজোৱা হৈছে। দিন ৰাতি কষ্ট কৰি পঢ়িছো কিন্তু এতিয়া কষ্ট নকৰা বোৰেও ফলাফল লৈ যাব। আমাৰ প্ৰশ্ন কাকতত ইতিহাসে ঠায়ে নাপালে।

    • @namita426
      @namita426 4 місяці тому +3

      Kosto nokorile kono fola fol napai ...apuni jodi kosto korise xofol hobo y ....

    • @AzizCreator-bi4ls
      @AzizCreator-bi4ls 4 місяці тому +1

      Fata lecture

    • @swapnildutta1578
      @swapnildutta1578 4 місяці тому

      @@hiyashreedeka9244 eku logic e nai dkhn .kosto nkra k pabo kosto nkra khini e Nepai bula..

    • @tridippathak3069
      @tridippathak3069 4 місяці тому

      @@hiyashreedeka9244 june paper katise mur doubt hoise hei manuh keitai sakori pale kenene tenekua high level post ot.. olopu beya nalagil ne kosto kora lora suali buror karone ..jodi rastat carrom aru tas kheli exam dile val hoi te pora Huna kora lav ki hol.. eta val question nai sob fotua meaningless questions.. next time sukur Ali , rajkumar eiburor uport questions ahatu khatang

    • @Deep4-p5x
      @Deep4-p5x 4 місяці тому

      Thike koisa examr agor Dina pohra student e jua kali paper easy ashie bule koise

  • @gitashreetamuli3656
    @gitashreetamuli3656 4 місяці тому +41

    Hosakoi Sir, GK Ji ti katile....Assam History bohut valke pohisilu kin2 lav nohol.... Ru Assam related questions bohut kom ru jibur dise mane akebare unexpected 😢

    • @karunagogoi9133
      @karunagogoi9133 4 місяці тому

      সঁচা কথা কিমান আহিব

    • @gitashreetamuli3656
      @gitashreetamuli3656 4 місяці тому

      ​@@karunagogoi9133 buja ny ki koise

    • @gargiebaruah1857
      @gargiebaruah1857 4 місяці тому +2

      Eku nai moi beya nkriba . Porha khini othole ktyau njai kunuba eta homoyot heikhiniye bht hohai krbo . Best wishes ❤

    • @gitashreetamuli3656
      @gitashreetamuli3656 4 місяці тому

      Thank you so much ❤​@@gargiebaruah1857

  • @Debanki.kalita
    @Debanki.kalita 4 місяці тому +1

    1.zero hour in parliament
    2.continusly increase price over
    3.Axis alliance-option Germany, Italy, Japan, France, USSR.

  • @Jurijaannayan
    @Jurijaannayan 4 місяці тому +5

    Bohut bohut dhonyobad Sir 🙏 ekmatro apunar karone porikhya bhal hoise

  • @pallabideka6137
    @pallabideka6137 4 місяці тому +10

    Exam dibo goi val nalagil ,hardwork korio kintu result sei hisap t nohoi ,
    Social &Gk khini kiba beleg kori dise mane eman confuse koraise 😢😢😢

  • @assamvoice01
    @assamvoice01 4 місяці тому +4

    বিমান এখনে চেন্নাইৰ পৰা গুৱাহাটীলৈ উৰা মাৰি আহিব হ’লে কোন দিশৰ পৰা কোন দিশলৈ আহিব ॥
    ১) পূবৰ পৰা পশ্চিমলৈ
    ২) পশ্চিমৰ পৰা পূবলৈ
    ৩) দক্ষিন-পূবলৈ
    ৪) উত্তৰৰ পৰা পূবলৈ

  • @aex11495
    @aex11495 4 місяці тому

    15:20
    1.Moulik kortoibo,,
    2.moulik odhikar
    3.paherllo..
    4.paherllo...

  • @hemjeet2023
    @hemjeet2023 4 місяці тому +7

    সহজ প্ৰশ তৃতীয় বৰ্গৰ প্ৰশ্ন ইমান নিম্ন মানৰ দিলে অসমৰ শিক্ষাৰ্থীয়ে Central level ৰ পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিব। Exam board 😂😂😂😂😂😂😂😂😂😂

    • @HimantaChetia-h8n
      @HimantaChetia-h8n 4 місяці тому +1

      পচলাত দাত ভাঙি গল মোৰ

  • @moneshbaruah3402
    @moneshbaruah3402 4 місяці тому

    ADRE 2.0 GS section questions.
    1. Last capital of ahom dynasty
    2. Sankardev grandmother name
    3. Who is called Lion of mysore
    4. Jalianwala bagh massacre in which state
    5. Countries part of axis in world war 2
    6. Angkhor wat in which country
    7. Assam international border with which countries
    8. Western state of india
    9. Which is not a peak of himalayas
    10. Great barrier reef in which continent
    11. Mountain range in south america
    12. When earthquake happens under the sea what is created.
    13. Chairman of rajya sabha
    14. Oath of office to president
    15. Musical instrument of assam
    16. Tocklai tea research institute in which district.
    17. Geeta press is in which state
    18. Hour of day in parliament session for question without permission.
    19. Chairman niti aayog
    20. Numaligarh refinery located where
    21. Kullu Dussehra celebrated in which state
    22. Berring strait between which countries
    23. Lyrics of the song alakananda by shankuraj konwar written by
    24. Real name of crime thriller writer Ranju Hazarika
    25. Xanta xisto hasta pusta mahadusto written by
    26. Kanchipuram silk saree from which state
    27. Who among these is a famous painter
    28. Tania Choudhary and Nayanmoni Saikia from which sport
    29. Identify the badminton player - pullela gopichand
    30. Which sport did india didn't win a medal in 2020 tokyo olympics
    31. Diamond league is for which sport
    32. Where is the national war memorial
    33. Identify incorrect matched pair. Stefan edberg is in tennis
    34. Mission basundhara related to
    35. Which org not in business of commercial vehicles. - larsen and tourbo
    36. Which is a class 1 category of lever - scissors
    37. National flag of which country has white cross and red background
    38. What is the earliest among the vedas
    39. Which among was part of indus valley civilization
    40. Who was in Battle of Waterloo
    41. Bhairavkunda tri-junction of
    42. Mountain range of northeast
    43. Which is not a UT of india
    44. Equator tropic of cancer and Capricorn pass through which continent
    45. Which among is an Island state of the US
    46. Volcanic hot water burst from ground is called
    47. Which is NOT a component of constitution
    48. Continuous rise in price level is called
    49. DAY-NRLM full form
    50. Novel by padma shri Rongbong terang
    51. Which is not central armed force of india
    52. Chemical symbol of silver
    53. President of USA
    54. Powerhouse of animal cell
    55. Greenland part of which country - denmark

  • @Jaiaiiaxom123
    @Jaiaiiaxom123 4 місяці тому +19

    LP school level r question kisuman dise....enekuwa question val nalage........ preparation t bohut precious time jai....Gotike Val question dibo lage ..

    • @gauravsonowal5584
      @gauravsonowal5584 4 місяці тому

      🤣

    • @gauravsonowal5584
      @gauravsonowal5584 4 місяці тому +2

      Apunar bhal loga nlogat questions paper set kora jonor eku najai

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 4 місяці тому +1

      @@gauravsonowal5584 Axomor porikhya paper r level r kotha koiso.....Mur ki jabo..muru eku najai...

    • @ab2001k
      @ab2001k 4 місяці тому +1

      ​@@Jaiaiiaxom123 If you forgot Easy to learn hard q. what's the point to learn at first

    • @Aman-dm6hu
      @Aman-dm6hu 4 місяці тому +1

      You should not score anything less than 140 if paper was so easy let's meet on result day

  • @champakkdas
    @champakkdas 4 місяці тому +2

    Kushal daa apunar video poraa bohut common porise thanks dada for help hat's off 🎉🎉🎉🎉

  • @Bhal_loga_bur
    @Bhal_loga_bur 4 місяці тому +3

    Deepa Karmakar ki khel khele ny hudha, badminton player kun hoi hudhisile, tat option asile Deepa Karmakar, Vincent Van Gogh, Sania Mirza enekua bur option asile, aru 1ta pahorilu.
    Bering strait kun dukhon thaik separate kore?
    Great barrier reef kot ase?
    Greenland kun desh or state?
    USA r island state kunkhon..option c. GREENLAND, HAWAI, CAYMAN ISLAND..?
    Prime factor of 1295.
    Invest double hoi in one month, ₹120 charge kate per month, ₹105 3month karone invest korile kimn toka income hb?
    Ph value 5 ke tolot gole ki hb...Ans. Acidic.
    'Xanto xisto maha dusto'- author?

  • @mayurikalita8369
    @mayurikalita8369 4 місяці тому +20

    Cut-off bht jabo sir... Besi e esy kri dile
    Exam val holeu 1 2markr krne selection nhboge students buror😢

    • @hirakjyotidutta4910
      @hirakjyotidutta4910 4 місяці тому +4

      Thikei kole... Comparatively exam valei hoise,, kintu paper level tu sai anekua lagise, val mark paleo okoman mark r babe jen disqualified hobo lagibo..

    • @bnth9505
      @bnth9505 4 місяці тому

      Val mark mane kiman

    • @hirakjyotidutta4910
      @hirakjyotidutta4910 4 місяці тому

      @@bnth9505 near 130

    • @subhamlala813
      @subhamlala813 4 місяці тому

      130 cut off jabo general ​@@bnth9505

    • @gauravsonowal5584
      @gauravsonowal5584 4 місяці тому

      June deserve kore hi e job pabo.....👍

  • @simplesuwali5742
    @simplesuwali5742 4 місяці тому +14

    বাঁহৰ Tut option t asil sr দতৰা, দবা , মৃদু্্ টকা
    Right tu Toka

  • @ImranAhmed-ml5gm
    @ImranAhmed-ml5gm 4 місяці тому +2

    Exam di val lagil sir. Moi ekebare khamanya preparation koriu bohuxini solve koribo parisu...kintu eta kothai mon tuk monabo pora nai..bea napabo kunu..kintu k mur mote Grade 3 level r question nasil kisuman questions Maths e houk ba GK or English Grammar...bohu aspirants e bohut kosto korise ..kintu sage unexpected basic question paise mur mote....baru ji houk..cut off high jabo jen paisu..aru selection jate xukolome/fairly hoi take akha rakhisu..baki xokolu loi xubhokamona thakil..and Thank you Kushal Sir for your great efforts for us..

  • @sujatanath449
    @sujatanath449 4 місяці тому +9

    Aise questions aayaga jo kuch dino sein preparation karenge wo bhi clear kar payenge or jo 1year sein mehnat karrahe h unke liye bilkul unexpected

    • @geetashree_boruah
      @geetashree_boruah 4 місяці тому

      Heitue tu main kotha

    • @ADRECOURSE2.O
      @ADRECOURSE2.O 4 місяці тому

      Tmr knkua hol

    • @Aman-dm6hu
      @Aman-dm6hu 4 місяці тому

      Aap ab upsc de do aapko lagta hai apne itne hards questions kar liye hai kripya aapko aapki aukat waha dikh jayegi

  • @safenature7507
    @safenature7507 4 місяці тому +10

    Eyat Atai Bea lgil...jijon a kosto krise , aru jijon anei noporake Bina kosoy exam dibo goise ,dujone same q attend korise.. ...krn aiblk q noporake attend kriobo parilu hy ,,Amar kosto ,time borbad hoise okl..

  • @Adittya_vlogs-m4o
    @Adittya_vlogs-m4o 4 місяці тому +14

    ৰং বং তেৰাঙে ৰচনা কৰা উপন্যাস
    1,মৃত্যুঞ্জয়
    2,অসীমত যাৰ হেৰাল সীমা
    3,মিৰি জীয়ৰী
    4,ৰং মিলিৰ হাঁহি

  • @rajeshsengupta3802
    @rajeshsengupta3802 4 місяці тому +1

    1.Landlocked country
    Ans:-AFG
    2.assam border share country
    Bh+Bng
    3.parliment extra 1 hr time for discussion called
    4.Not a famous player
    Ans:- cricket - Edward
    5.which one is the badminton player
    A. Karmakar 2. Gopichand
    6.

  • @MadhuriDevi-er3fz
    @MadhuriDevi-er3fz 4 місяці тому +72

    সহজ অহাৰ কাৰণে খেলিমেলি লাগি গ'ল 😢😢😢

    • @mimlimandal4834
      @mimlimandal4834 4 місяці тому +7

      Mur question paper sai confused hoi goisu mur 30 minutes enei gol kopi asu voit mur exam val hua nai bcz eman kosto krilu emn k pohilu rati dine etao question nahil 😢😢😢😢

    • @rideep1511
      @rideep1511 4 місяці тому

      Same enai hard question salu 😢😢​@@mimlimandal4834

    • @JoyaFatehi
      @JoyaFatehi 4 місяці тому

      Oh ho so sed😢

  • @nayanasaikia8373
    @nayanasaikia8373 4 місяці тому +1

    তলৰ কোনটো সংবিধানৰ অন্তর্ভুক্ত নহয়?
    ১) ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতি
    ২) কেন্দ্রীয় নিদের্শনাত্মক নীতি
    ৩) মৌলিক অধিকাৰ
    ৪) মৌলিক কৰ্তব্য

  • @Senvlogs313
    @Senvlogs313 4 місяці тому +77

    Question hard hob buli olp hard question pohisilu kintu dhoka khalu sir 😢

    • @KakoliGayan-xg4gj
      @KakoliGayan-xg4gj 4 місяці тому +4

      Amar mamaye patise exam 😂😂😂😂😢😢😢😢

    • @parisharma537
      @parisharma537 4 місяці тому +1

      Same here

    • @runaligogoi5940
      @runaligogoi5940 4 місяці тому +8

      Same ,ami tan bur porhilu ahil akbare normel question

    • @mimlimandal4834
      @mimlimandal4834 4 місяці тому

      ​@@runaligogoi5940😢😢😢😢😢eman kosto krilu dine rati pohilu etao nahil

    • @HackerBiki-yo6px
      @HackerBiki-yo6px 4 місяці тому

      Ayooo cuteee

  • @hemasarma-m9b
    @hemasarma-m9b 4 місяці тому

    apuni bahut sikale tar babe bahut dhanyabad,tathapi man beya examp val nahal.

  • @mampideka16
    @mampideka16 4 місяці тому +4

    Aykhn 8pass paper type lgise gom npaw aru grade 4 ru kinn low level questions katibo পঢ়ি গৈছে অসমীয়া শব্দ আহিছে অ আ আ ক খ😂

  • @gourabphukan24
    @gourabphukan24 4 місяці тому +2

    ১৩০ নম্বৰ মান পালেহে ,, চাকৰি হ'ব ।। বহুত উজু প্ৰশ্ন আহিছিল,, কিন্তু পেটত আছিল,মুখত নাই হৈ গ'ল ছাৰ।।

  • @AmorJyoti45
    @AmorJyoti45 4 місяці тому +3

    Assam history,Indian history, Assam polity , Assam Geography,Indian polity,Indian Geography jiman expected question ahibo lagisil sob ses 🥹 enei matha beya huwakoi pohilu iman dine.

  • @Letdreamsbecomereality
    @Letdreamsbecomereality 4 місяці тому

    1. Which of the following musical instrument is prepared from bamboo?
    A. Doba B. Mridanga C. Dotara D. Toka
    2. Which of the following is related to badminton?
    A. Dipa karmakar B. Pulella Gopichand ru duta kiba
    3. Greenland is related to which of the following?
    A. Iceland was one option
    4. Which water taste salty?

  • @jzardi
    @jzardi 4 місяці тому +4

    বহুত পঢ়া জনেও 130 কৰিলে
    অলপ পঢ়া জনেও 130 কৰিলে
    So youtube r পৰা পঢ়ি লাভ নাই!!!

  • @aloneboystatussagarduttade6433
    @aloneboystatussagarduttade6433 4 місяці тому +1

    Thank you ❤😊

  • @RJcomedy334
    @RJcomedy334 4 місяці тому +9

    Exam bru vl hua ni tr baba dukh u nkru krn nja vlka nphile kt nu vl hb ...anko kmjuri baba pis pri rou...
    Aji examt thkute hai agr schlr kothabur brukoia mnoloi ahisil kiba ata hukia amj brisri paisilu ...schlia dinbur kotha akou mnt pri goisil hai belr matot...

    • @mentorrajapro5120
      @mentorrajapro5120 4 місяці тому +3

      O Bhai vlke prhleo npua krn syllabus mote question katai ny Assam history aru social science r pora kimn ta nu qqq pysa syllabus r nmot bl dal

    • @nironkurmi5845
      @nironkurmi5845 4 місяці тому

      Right​@@mentorrajapro5120

  • @juridvi
    @juridvi 4 місяці тому

    Bahere hoja baiddo-
    1. Doba
    2. Dotara
    3. Mridong
    4. Toka
    Correct Ans Toka

  • @dimpiborah7074
    @dimpiborah7074 4 місяці тому +21

    Porhar lbl t qsn ny oha..jikhini qsn dse vl prha xuna mnuh ajnr jitu general knowledge thke exm preparation nkrakew vl hoise.... english t _,: eibur r ktha xudhise..jot preparation kri thka khinir aku value nuhua ncna krise..g.k baru bd dlu.. english r paper!! Myself mne ki xudhise.. seriously

    • @hirakjyotidutta4910
      @hirakjyotidutta4910 4 місяці тому +1

      Khosake...

    • @seemaboro121
      @seemaboro121 4 місяці тому +4

      Iman tough ahibo bhabislu j easy bur dekhi beya lagigol not prepared for this

    • @rishavsharma6875
      @rishavsharma6875 4 місяці тому +1

      SEBA e paper katise jaitia anekuwa e ahibo. SEBA pora emn expect Kori lav nai😂😂

    • @mampideka16
      @mampideka16 4 місяці тому +4

      Ki kua 2022 r adre hs level tut ata standard asil aybar khosai hahi uthise paper dekhii 😂😂 porhi goise alphabet ahise abcd

    • @tridippathak3069
      @tridippathak3069 4 місяці тому +1

      @@dimpiborah7074 kosto mulyo nai eikhon axomot.. question paper katibo lage katise aru. Syllabus mara guli..faltumir kisuman xima thake

  • @gojalicreation6669
    @gojalicreation6669 4 місяці тому

    Thank you so much sir ❤️ pray questions apuni diya buror pora ahise

  • @kapilgogoi4934
    @kapilgogoi4934 4 місяці тому +5

    Alakananda question tu kiba eman important government exam atat ahibo loga question buli navabu tar holoni Ahom kingdom r uporot 2 3ta question besikoi dia haten val asil buli moi vabu ...

  • @AlpaDeoriyoutubechannel
    @AlpaDeoriyoutubechannel 4 місяці тому +1

    Apuni pohua notes buror pora prai common porisee thank u sir ❤

  • @sewali_gogoi
    @sewali_gogoi 4 місяці тому +8

    SEBA is not for general knowledge..They should learn what is gk..

  • @munmigogoi1862
    @munmigogoi1862 4 місяці тому

    Rong bong Terang a likha novel option asil.
    1. Mritunjoy
    2. Okhimot jar heral hima
    3. Rongmilir hahi
    4. Miri jiyori.

  • @Deva-20
    @Deva-20 4 місяці тому +5

    Plz Sir Grade 4 er most important questions bilak daily dibo sir ...aru kichu Question level tu aaponi idea kori dibo plz Sir 🙏🙏🙏

  • @digantaSenapati-cy3pf
    @digantaSenapati-cy3pf 4 місяці тому +1

    val lagil sir bohut bohut ধন্যবাদ ।

  • @parbinchowdhury6100
    @parbinchowdhury6100 4 місяці тому +3

    ADRE namot izzat luta jen he hol..moi beya pao.gaat eibhabe sui sui check kora...check korar eta niyom thke..

  • @abhijitbordoloi9070
    @abhijitbordoloi9070 4 місяці тому

    Sir I like u sir apunarr praa bhutt common paree sir❤❤❤❤❤❤❤

  • @entertainmentlogic6708
    @entertainmentlogic6708 4 місяці тому +5

    Pohra tu eman ahanai.. moi self confidence ot korilu... 😊

  • @parisaikia595
    @parisaikia595 4 місяці тому

    Thank you sir .. Course tu a help krise bohut

  • @dborahassam
    @dborahassam 4 місяці тому +37

    Exam বুলি কলে কি প্ৰশ্ন কাটিব কোনো কব নোৱাৰে গতিকে তাক লৈ বিতৰ্ক কৰিব নালাগে ,, আমি সেইয়েহে অকল কিতাপত মথাটো ভৰাই থলেও নহব বাহিৰা কথাবোৰ জানিব চেষ্টা কৰিব লাগিব ,,পৰীক্ষা বুলি কলে যে অকল কিতাপৰ পৰাই প্ৰশ্ন কাতিব লাগে বা অসমৰ পৰা প্ৰশ্ন কাতিব লাগে তাৰ কোনো মানে নাথাকে ,,

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 4 місяці тому +9

      Bahirore katise.....kintu eman low standard r katise😂😂

    • @monrashmi4
      @monrashmi4 4 місяці тому +11

      Tatia syllabus buli bostu tu dibo nalage

    • @Jaiaiiaxom123
      @Jaiaiiaxom123 4 місяці тому +6

      @@monrashmi4 Hoi.... syllabus mote ekuye nokore..... porikhya ata Valkoi napate..... syllabus khon Valkoi follow nokore

    • @mentorrajapro5120
      @mentorrajapro5120 4 місяці тому

      Syllabus r nmot vua lgte youtube r vdo Sai June exm dibo jai he sure fail Ajit pora UA-cam r vdo sy exm e ndyu st aji loike common nplu aeibur sy

    • @mentorrajapro5120
      @mentorrajapro5120 4 місяці тому

      ​@@Jaiaiiaxom123youtube r vedio Sai etao common nplu lgte mi right material pwa ny aji loike mur exm pass nkrar ae2 e krn .. youtuber r vdo sy June June exm dibo goise sob gera mribo etao nhe fl2 aeibur

  • @mr.tigerhb2394
    @mr.tigerhb2394 4 місяці тому

    Jitu questions standard set krise bohut akha eta asile j bhal eta paper set up dekha jabo, over 11 lakhs candidates dise exam, moy dia nai baru exam but ekdum mon2 watershed hoise, questions sai...Anyways good luck thakile sobole🙏

  • @dhritimanidas9776
    @dhritimanidas9776 4 місяці тому +23

    26 january chief guest question tu oha nai

  • @nabanitachangmai9095
    @nabanitachangmai9095 4 місяці тому

    And thank you sir,,, apuni amak apunar bohumuliya homoy kon diar babe.... apunar pora bhut hikisu😊

  • @Jaiaiiaxom123
    @Jaiaiiaxom123 4 місяці тому +3

    Paper tan ahile fail korile val lage....kintu enekuwa low standard r question dile val nalage....

  • @sunitakakati9323
    @sunitakakati9323 4 місяці тому

    Moi besi paha nasilo ..but dudin manat sowa aponalokar vedio khini Sai a moi jathesto upakrito haiso..so thank you very much ❤

  • @manashaxomia4202
    @manashaxomia4202 4 місяці тому +37

    Hosakoi aaji ata ktha bujilo aibur youtube pohi marathan clas kri time borbad kora bahire aku nai.assam history Indian history kiman je pohilo mathu 1 ta questions aahise...nije pohi valkoi maths English nasale aibur youtube videos pisat lagile interview pass koratu possible nhy..paper June katise teoluke Jane hklo lora suali youtube paid course video ya kunubur topic pohi asa so aibur diyai nai...

    • @KrishnamaniKalita-vg1by
      @KrishnamaniKalita-vg1by 4 місяці тому +2

      Xsak😭

    • @manashaxomia4202
      @manashaxomia4202 4 місяці тому

      @@KrishnamaniKalita-vg1by hosa ktha koiso hunibo bya kintu..kiman pohuale kiman pohilo aku nahil..paper ktra kaita kiman high level manuh hoi..adrek loi dujonmane val Toka ghotil kiman poisa ghotil views babe kiman je video bonale..sobote mathu paid course advertisement...kiyo nahil atao..aibur teacher nhy sob poha namot sanchote Toka ghota manuh..self study is best study

    • @hima232
      @hima232 4 місяці тому +1

      Prefer sample book

    • @kailashdas1140
      @kailashdas1140 4 місяці тому +1

      Nishoi.. 6mah man bht vlke prhi jai g bur question palo seibur vlke prhi njwa student o parei.. Gtk prha aru nprha keita majt kunu difference nahil..

    • @tridippathak3069
      @tridippathak3069 4 місяці тому

      @@manashaxomia4202 ekikhon axomot kostor mulyo nai.. paper katibo lage katise aru . Meaningless questions jibur 2024 kunu importance nai..eku noporha ke jua lora suali e besi number pabo aru June aji 1 bosor hard korile teuluke napai.. June paper katise teuluke moha paap kam korise hao lagibo teulukor gat.. paper khon dekhi mur enekua lagise next time sukur Ali ki koisil, rajkumare pinda pant r size kiman eibur ahibo . Xosake bht laj paisu aru bht dukh lagise bht demotivate hoisu . Kostor mulyo ekikhon sorkare dibo najanile

  • @debbipro348
    @debbipro348 4 місяці тому +1

    Dada 5 question common porsil mur
    Aru baki kini Lottery mari di ahilu But atia chai dekhilu 140 ta right answer hoi gol😊

  • @himashreebaishya2994
    @himashreebaishya2994 4 місяці тому +3

    Badminton kune khele hetu asile question tu. Option t Dipa karmakar, sania mirza etc asile

  • @JUSNACREATIONS
    @JUSNACREATIONS 4 місяці тому

    Apunar chanelor pora common porise ,keep it up sir and thanks a lot ❤ from golaghat

  • @Bhargav_737
    @Bhargav_737 4 місяці тому +27

    সময়টো অলপ কম হল মোৰ কাৰণে, অকণমান সময়ো নষ্ট কৰা নাছিলোঁ তথাপিও কম হল , পাহৰা কেইটা মনত পেলাবলৈ সময়ে নাপালোঁ বাকীবোৰৰ কথা নাজানো বাৰু

  • @PadmaSukia
    @PadmaSukia 4 місяці тому

    Sir jiman khini gk koribo parilu apurnar krne bht bht dhanyabad sir..... 29 t hobo logoiya examor babe video loi ahibo❤❤

  • @BhupaliSarmah
    @BhupaliSarmah 4 місяці тому +4

    Assam and its people bohut porhisilu kintu ji ti katile hole assam related parisu baru aru english r ki qestion katise aibur 3rd grade t jodi aibur hoi 4th grade t ki ahibo mane

  • @bhaskarjyotidas3689
    @bhaskarjyotidas3689 4 місяці тому

    Exam di ohar pisot bahut student a koi ase olop jodi bhakoi pohrilohoi, kheikhokol student a atia next exam diboloi pura uthi pori lagibo, karon nijor majot atia confidence ahi goise..... "Though we dull we can do it,", just read read and read

  • @namitadevi9713
    @namitadevi9713 4 місяці тому +3

    খেৰসূতীয়ে সাগৰৰ লুণীয়া পানী খাই বাহেঁৰে নিৰ্মিত টকা বজাই যোৰহাতত অলকানন্দা পৰিৱেশন কৰিলে 😅

    • @bd_bizitdx
      @bd_bizitdx 4 місяці тому

      Sir video upload diya bondho kri dile sun.... Question paper dexi mon nuhua hoi gol nk

  • @governmentemployeenews
    @governmentemployeenews 4 місяці тому +2

    Assam History and Ahom Dynasty, Current Affairs question nahil... Paper easy asil but not satisfied with this standard. Cutt off 135+ thakibo jen paisu

  • @architabaruah2896
    @architabaruah2896 4 місяці тому +16

    Sir 29r exam tur babe jaate olop common pelai diye apuni😢🙏 kaile pora ako regular class dibo please

  • @taralikalita1136
    @taralikalita1136 4 місяці тому

    Exactly.....polity , history emn porhi jua pist ou ....sure nohoi kimn vl hoise .... history r only ata question ahise ....expected nasil anekua typ r question.

  • @debojanib7636
    @debojanib7636 4 місяці тому +7

    Kun2 Constitutionr Ongo nohoi tar option hoise..
    1. Rastor nirdekhatmok niti
    2. Kendor nirdekhatmok niti
    3. Molik kotobyo...
    4.molik odhikar

  • @jatinrajkhowa8382
    @jatinrajkhowa8382 4 місяці тому

    Sir eman details t pohisilu olop hard diya hoi nuarileu Mon tu Val lagil hoi kintu kail examt easy diya karonehe Baya lagise

  • @gyandeepchetia2592
    @gyandeepchetia2592 4 місяці тому +6

    Q.Answer.বাঁহেৰও সজা সামগ্ৰী টকা

    • @obulukene2584
      @obulukene2584 4 місяці тому

      aitu e kosto dise thoka e xuni asilu emn din

    • @nishita.k910
      @nishita.k910 4 місяці тому

      Hoi dia 😅

    • @kuldeepsvlog4307
      @kuldeepsvlog4307 4 місяці тому

      Toka option t naiei Tuka buli he asile jitu andha manuh bure bojai. Xuddo Dutara hobo

    • @obulukene2584
      @obulukene2584 4 місяці тому

      @@nishita.k910 🤣🤣🤣

  • @AssameseCakecorner.1234
    @AssameseCakecorner.1234 4 місяці тому

    Val nohole sir math beya hol history nahilei . Holeu apuni dia questions ans khinir pora bhut knowledge bahil . Grade 4karone val koi video dib . Hai tule he akha korisu maths t bhut beya moi .. apunak bhut thank you emn amar karone Kosta kora karone❤

  • @barnalisdailylife
    @barnalisdailylife 4 місяці тому +3

    মানুহৰ দেহৰ শক্তি কোষৰ ভৰাল ?
    ১/ৰাইব'জম
    ২/মাইট'কণ্ড্ৰিয়া

    • @HimantaChetia-h8n
      @HimantaChetia-h8n 4 місяці тому +1

      কি বাৰু ? ৰাইব’জম নেকি? মই মাইট’কণ্ডিয়া দিলো ৷মোৰ ভূল হল

    • @RomenPanging-m9z
      @RomenPanging-m9z 4 місяці тому

      ​@@HimantaChetia-h8n2) Is Right

    • @barnalisdailylife
      @barnalisdailylife 4 місяці тому +1

      Moio 2tu dsu

  • @bhaskarjyotidas3689
    @bhaskarjyotidas3689 4 місяці тому +1

    "Easy easy question bilak dibo nalagisil"... Hoi, kintu saok lakh lakh student a exam dise, more than 50℅ bhal Koi pohri ba preparation kori jowa ni , ai examto diyar pisot kintu kheikhokol or monot ata energy ahibo , jar babe teoloke bhalkoi pohri next exam diboloi pura encourage hobo

  • @rimzimhazarika7578
    @rimzimhazarika7578 4 місяці тому +5

    Aji hokolu static Gk asil..emn concept clear kori pohi eku lav nhol..

  • @DalimiBezbaruah-bb5jh
    @DalimiBezbaruah-bb5jh 4 місяці тому

    Q. Which one was not included in constitution of India.
    A. নিৰ্দেশাত্মক নীতি
    B. নিৰ্দেশাত্মক অধিকাৰ
    C.মৌলিক অধিকাৰ
    D. মৌলিক কৰ্তব্য

  • @YogiPKNath
    @YogiPKNath 4 місяці тому +100

    অলকানন্দা গানতো ইমানেই শুনিলো।। কিন্তু মু্ৰ্খ মগজুয়ে সান্নিধ্য ভূঞা টো মাৰি আহিলো 😢😢😢

  • @Pari0265
    @Pari0265 4 місяці тому

    Q.bahere soja baddyo-- dhol ,mridang ,dotora,toka

  • @jimanimedhi8759
    @jimanimedhi8759 4 місяці тому +4

    Dipa Karmakar xudha nai. Which player is related to badminton xudhise option t he asil. Correct answer tu Gopichand hoi

  • @kangkanasarma116
    @kangkanasarma116 4 місяці тому

    Thikei koise sir...jikhini expect kori goisilu akebarei nahil...standard a nahua kori dile...assam govt r exam r uporot vorokha nohua hoi goise ajir paper dekhi...bohut beya lagise mon tu

  • @abdulrakib4312
    @abdulrakib4312 4 місяці тому +40

    ADRE be like - What is current affairs 🥲

    • @AmitBoro-f9p
      @AmitBoro-f9p 4 місяці тому +8

      What is Indian history

    • @barnalimedhi7038
      @barnalimedhi7038 4 місяці тому +2

      😂2020 Olympic ahi goise

    • @manash_saikia
      @manash_saikia 4 місяці тому +6

      What is national park?

    • @DimpalBorah-ey9rw
      @DimpalBorah-ey9rw 4 місяці тому +4

      What is assam history..only one question

    • @srisha6465
      @srisha6465 4 місяці тому

      Agte 6months current affair aahe😢aaji kali akou 2020 r current affair he aahe😢

  • @HeujiGohaindas
    @HeujiGohaindas 4 місяці тому +1

    Jdi 1yr pohi pohi hard hard sai sai last t jdi enekuai ahe confused hoijua hoi..1din poha ba nohoha bureu val hoise exam koise sir..paper khn kiba paper dre nlge tene hole..bht preparation kri thoka buror aji himn vl hua naie. Tan bur saute bisarute easy bur pahori ba confused hoijua hoi..