চৰকাৰী নিযুক্তিক লৈ সৰুসজাইত বিস্ফোৰণ ঘটালে মুখ্যমন্ত্ৰীয়ে

Поділитися
Вставка
  • Опубліковано 15 гру 2024

КОМЕНТАРІ • 17

  • @pulakkonwar5082
    @pulakkonwar5082 22 години тому +3

    স্বাস্থ্য আৰ শিক্ষা বিভাগৰ মন্ত্ৰী সকলে লৈছিল নে নাই জনা নগল
    বৰ্তমান কৰ্মৰত সকল অনুপযূক্ত যেন লাগে নে নালাগে জনা নগল
    আগৰ মুখ্য মন্ত্ৰী সকলে উপাজিত সমূহ ক'ত খৰচ কৰিলে তদন্ত কৰা ভাল হব যেন অনুমান হয়

  • @MoniDas-rj1ry
    @MoniDas-rj1ry 23 години тому +5

    আগৰ দিনত কোন আছিল misister education helth 25 yeara kuney khlley running minister 25 years

  • @BhaskarGogoi-n6m
    @BhaskarGogoi-n6m 8 годин тому

    মানে আমাৰ সোনোৱালেও লৈছিল আৰু কংগ্ৰেছৰ দিনত হোৱা নিযুক্তি কেলেঙ্কাৰীত আপোনাৰ ও বহুত আশীৰ্বাদ নথকা নহয় মামা, আপোনাৰ কথাবোৰ শুনি সঁচাকৈয়ে বহুত আমোদ পাওঁ,কপিল শৰ্মাৰ কমেডি শ্বো চাই থকা যেন অনুভৱ হয়

  • @rinkushivam8759
    @rinkushivam8759 3 години тому

    সেয়েহে অহা ২০২৬ ৰ বিধানসভাত আমি অসম
    বাসীয়ে বিজেপি ক ভোট দি জয়যুক্ত কৰি বিজেপি চৰকাৰ গঠন কৰিম
    আমাৰ জীৱন কঙগ্ৰেছীয়ে খাই দিছে।

  • @pankajsarmah9244
    @pankajsarmah9244 23 години тому +1

    Uporole thua le nijor mukhote pore ...... Monot rokha2 bhal .....

  • @RanaSaikia-p1e
    @RanaSaikia-p1e 19 годин тому

    News live,ৰ লগতে অন্যান্য কেইবাটাও বাতৰি চেনেল, কাঞ্চন জুৰি ৰিৰ্জট, মাজলীৰ মাটি অন্য জিলা সমূহত মাটি চাহ বাগান সমূহ এক উদাহৰণ ধুৱা তুলসীৰ পাত যে

  • @lulusaikia6038
    @lulusaikia6038 23 години тому +1

    C.m.mohudoi apuni school matri post khini. Regular korok plz.

  • @anibro4162
    @anibro4162 13 годин тому

    Ai kothato hojom nohol ! Ex CM Sarat Singha ko aaponi xangorile neki ?

  • @abhibaruah7728
    @abhibaruah7728 21 годину тому +1

    Apuni mne mama sarvanand Sonowal sir poisa loisil

  • @sayedmonirullah4629
    @sayedmonirullah4629 10 годин тому

    এতিয়াও লয় চাগে ! মুখ খুলি এইবোৰ কথা নকয় নহয় ! আয় বহিৰভুত সম্পতিৰ হিচাপ ৰাজনৈতিক নেতাৰ ক্ষেত্ৰতো " লাগু হ'ব লাগে ৷

    • @rinkushivam8759
      @rinkushivam8759 3 години тому

      প্ৰমাণ দি কথা কলে আজিৰ মানুহে
      শুনি ভাল পাৱ।ফাল্টু কথা কৈ লাভ নাই।

  • @abhibaruah7728
    @abhibaruah7728 21 годину тому

    Apuni to tetiya asile bjp te mama

  • @gunjandeka3206
    @gunjandeka3206 19 годин тому

    Misa kole ki hob tetia r dinot application hoisil kin2 exam calling r aha nasile sob veko vawana nataok neta raja hotor

  • @JunBuragohain-g3v
    @JunBuragohain-g3v 23 години тому

    Atiya besh curuption haisay.ami janu

  • @miganggegongolumpegu9669
    @miganggegongolumpegu9669 8 годин тому

    😂😅