হোজাই শঙ্কৰ - মাধৱ প্ৰাথমিক শাখা

Поділитися
Вставка
  • Опубліковано 20 жов 2024

КОМЕНТАРІ • 476

  • @minakshikalitanath
    @minakshikalitanath 2 дні тому +2

    আমাৰ আহিবলগীয়া সন্তান টো যাতে ভালে কুশলে এই পৃথিৱী লৈ আহে । কৃপা কৰিবা প্ৰভু ।

  • @madhumitahazarika4644
    @madhumitahazarika4644 2 місяці тому +32

    হে প্ৰভু আমাৰ আহিবলগীয়া সন্তানটি যাতে তোমাৰ কৃপাত সূস্থ সবল শক্তিশালী জ্ঞানী হৈ পৃথিৱীলৈ আহে কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏

    • @JunmoniBora-f8x
      @JunmoniBora-f8x 16 днів тому

      হে প্ৰভু আমাৰ আহিবলগীয়া সন্তানটি যাতে তোমা ৰ কৃপাত সূস্থ সবল শক্তিশালী জ্ঞানী হৈ পৃথিবিলৈ আহে কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @Asomiya_suwali
    @Asomiya_suwali 3 місяці тому +45

    হে প্ৰভু উদ্ধাৰ কৰিবা.. মোৰ আহিবলগীয়া সন্তানটি ভাল‌ে কুশলে পৃথিৱীলৈ আনিবা প্ৰভু ... কৃষ্ণ 🙏

  • @MoniKalita-n7v
    @MoniKalita-n7v 2 місяці тому +11

    হে প্ৰভু আমাৰ আহিব লগা সন্তানটি যাতে ভালে কুশলে এই পৃথিৱীলৈ আহে...আৰু মাক আৰু সন্তানক ভালে ৰাখিব প্ৰভু 🙏🙏🙏 কৃষ্ণ

  • @BuliMoran-l5u
    @BuliMoran-l5u 3 місяці тому +27

    হে প্ৰভু আমাৰ আহিব লগীয়া সন্তানটি যাতে ভালে কুশলে পৃথিৱীৰ লৈ আহে । হে প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @kishorchoudhury3561
    @kishorchoudhury3561 2 місяці тому +10

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ‌ কৃপা কৰা আমাৰ আহি‌‌ থকা সন্তানৰ‌কাৰণে‌ সুস্থ সবল‌‌ কৰি পৃথিৱীত ‌আনে❤❤❤❤

  • @Khuchi_vlog
    @Khuchi_vlog 3 місяці тому +12

    হে প্ৰভু ইশ্বৰ আমাৰ আহিব লগীয়া সন্তানটি তোমাৰ কৃপাত যাতে সুস্থ সবল জ্ঞানী হৈ এই পৃথিৱীলৈ আহে 🙏

  • @MoinaPhukan-om6wv
    @MoinaPhukan-om6wv Місяць тому +3

    হে প্ৰভু আমাৰ আহিবলগীয়া সন্তানটি তোমাৰ কৃপাত শ শুিশালি জ্ঞানি হৈ পৃথিবিলে আহে 🙏🙏🙏🙏🙏🙏

  • @SantiBaishya-s1k
    @SantiBaishya-s1k 2 місяці тому +6

    হে প্ৰভু আমাৰ আহিব লগীয়া সন্তানটি এই পৃথিৱী লৈ ভালে ভালে নিৰোগী সবল হৈ আহে 🙏🙏🙏 আশীৰ্বাদ কৰিব কৃষ্ণ কৃষ্ণ

  • @Songita-eg9qm
    @Songita-eg9qm 2 місяці тому +6

    হে প্ৰভু আমাৰ আহিব লগীয়া সন্তানটি যাতে ভালে কুশলে এই পৃথিৱীলৈ আহে। আৰ্শীবাদ কৰিবা প্ৰভু । 🙏

  • @Anusum5471
    @Anusum5471 7 днів тому +1

    হে ভগৱান বহু বছৰৰ মূৰত প্ৰথম বাৰ মাতৃত্বৰ হোৱাৰ সুখ পাইছো vle kukhole rakhi vl manuh hbloi akhirbad korib

  • @priyakhigogoi3819
    @priyakhigogoi3819 2 місяці тому +4

    কৃষ্ণ প্ৰভু 🙏 গৰ্ভ থকা সন্তানটি ভালে ৰাখিবা প্ৰভু 🙏🙏🙏

  • @charmingdanceraradhya
    @charmingdanceraradhya 3 місяці тому +22

    কৃষ্ণ মোৰ গৰ্ভত থকা সন্তানটি যাতে সুস্থ সবল হৈ এই পৃথিৱীলৈ আহে যেন

  • @udritasaikia2903
    @udritasaikia2903 2 місяці тому +2

    হে প্ৰভু আমাৰ আহিব লগা সন্তান টু ভগৱানে যেন কুশলে আনে । ভালে ৰাখক ভগৱান

  • @JunmoniboroJunmoniboro-fv9mv
    @JunmoniboroJunmoniboro-fv9mv 2 дні тому

    হে প্ৰভু মোৰ আহিব লগীয়া সন্তানটি ভালে কুশলে পিথীবীলৈ আনিবা❤

  • @BhanitaKalita-r6x
    @BhanitaKalita-r6x 3 місяці тому +5

    হে প্ৰভু আশীৰ্বাদ কৰিব আপুনি আমাৰ আহিব লগা সন্তানটো যাতে সুস্থ--শৰীৰৰে একো বাধা--বিঘিনি নোহোৱা কয় আমাৰ মাজত ভালে কুখলে আহে যেন।

  • @GyandeepDas-m1z
    @GyandeepDas-m1z 25 днів тому +1

    হে প্ৰভু মোৰ সন্তানটি গৰ্ভত কুশলে ৰাখা বহুত কষ্ট পাইছোঁ প্ৰভু 🙏 ভালে কুশলে এই পৃথিৱীলে আহিবলৈ শক্তি দিয়া প্ৰভু 🙏🙏

  • @BobitaDowarah
    @BobitaDowarah 2 місяці тому +1

    হে প্ৰভু আমাৰ আহিব লগীয়া সন্তানটি ভালে কুশলে আনিবা প্ৰভু কৃষ্ণ 🙏🙏🙏

  • @anamikakitchenandvlog4441
    @anamikakitchenandvlog4441 19 днів тому

    হে প্ৰভু আহিবলগীয়া সন্তানটি যাতে ভালে কুশলে এই পৃথিৱীলৈ আহে আশীৰ্বাদ কৰিবা প্ৰভু🙏🙏🙏

  • @MoiY-bc5pr
    @MoiY-bc5pr 2 місяці тому +2

    হে প্ৰভু আমাৰ আহিব লগিয়া সন্তানটি ভাল গীয়ান বূধীবান হৈ য়াহে যেন🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 3 місяці тому +8

    কৃষ্ণ কৃষ্ণ জগতৰ হৰি দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ চৰণত কৰোঁ অনন্ত কোটি প্ৰণাম কৃষ্ণ

  • @pranamikadas7019
    @pranamikadas7019 3 місяці тому +2

    প্ৰভু মোৰ গৰ্ভত থাকা সন্তান টো তুমি ভালে কুখলে অনিবা প্ৰভু, খুস্থ সবল কৰি প্ৰভু,🙏🙏

  • @sagorikaSaikia-h3m
    @sagorikaSaikia-h3m 3 місяці тому +2

    হে প্ৰভু কৃষ্ণ কৃষ্ণ প্ৰভু কৃপা কৰিব প্ৰভু মোৰ আহিব লগিয়া সন্তানতো ভালে ভালে পৃথিৱীলৈ লৈ আনিবা প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏

  • @AbitreDuarah
    @AbitreDuarah Місяць тому

    হে প্ৰভু আমাৰ আহিবলগীয়া সন্তানটি যাতে তোমাৰ কৃপাত সূস্থ সবল শক্তিশালী জ্ঞানী হৈ পৃথিৱীলৈ আহে কৃষ্ণ‌ কৃষ্ণ🙏🙏🙏

  • @jayantabhuyan1286
    @jayantabhuyan1286 2 місяці тому +1

    হে প্ৰভু আশীৰ্বাদ কৰিবা আমাৰ আহিব লগীয়া সন্তানটি যাতে ভালে কুশলে পৃথিৱীলৈ আহে। আশীৰ্বাদ কৰিবা প্ৰভু।🙏🙏🙏

  • @matiabora3945
    @matiabora3945 2 місяці тому +1

    হে প্ৰভু উদ্ধাৰ কৰিবা🙏 আমাৰ আহিব লগা সন্তানটি ভালে কুশলে পৃথিৱীলৈ আনিবা কৃষ্ণ প্ৰভু🙏🙏🙏

  • @putulchetia7053
    @putulchetia7053 2 місяці тому +1

    হে প্ৰভু আমাৰ আহিবলগীয়া সন্তানটি যেন ভগৱানে কুশলে জন্ম কৰাই

  • @RajChuria
    @RajChuria Місяць тому

    হেই প্ৰভু মোৰ এইমহতে আহিবলগীয়া সন্তন্টো ভালেই কুখলেই rakiba jatey বেমাৰ আজা নহয় , কৃষ্ণ কৃষ্ণ,🙏

  • @satyask275
    @satyask275 Місяць тому +3

    He Prabhu amar ahibologiya honthanti tumr kripat husto hobol gyani hoi aie prithibiloi ahe

  • @kangkanabez2330
    @kangkanabez2330 Місяць тому

    হে প্রভূ আহি বলগীয়া সন্তানটি যাতে তোমাৰ কৃপাত শক্তিশালী জানী হৈ পৃথিৱীলৈ আহে য়েন। 🙏🙏🙏

  • @MousumiSaikia-dg2sk
    @MousumiSaikia-dg2sk 2 місяці тому

    হে হৰি মোৰ গৰ্ভত থকা সন্তানটি সুস্থ-সবলকে এই পৃথিৱীলৈ আনিবা প্ৰভূ🙏🙏🙏

  • @mridusmitachetia5945
    @mridusmitachetia5945 Місяць тому

    হে প্রভু আমাৰ আহিবলগীয়া সন্তানটি ভালে কোশলে আহে এই পৃথিৱীলৈ ভগৱানে আশীর্বাদ কৰক আমাক কৃষ্ণ প্রভু কৃপা কৰিবা আমাক কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @SilpiShikha-kh5qj
    @SilpiShikha-kh5qj 2 місяці тому +1

    হে প্ৰভু কৃপা কৰিবা প্ৰভু মোৰ সন্তান টোক 🙏🙏🙏

  • @dibyajyotiboruah783
    @dibyajyotiboruah783 2 місяці тому

    কৃষ্ণ প্রভু ....আমাৰ আহিব লগীয়া সন্তানটি ভালে কুশলে পৃথিৱীলৈ লৈ আহিবা প্রভু 🙏

  • @junumech7558
    @junumech7558 3 місяці тому +4

    কৃষ্ণ প্ৰভু ‌, 👏👏 শ্ৰী চৰণ কমল ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ

  • @nabanitadeka6540
    @nabanitadeka6540 Місяць тому +2

    He provu amr ahibo logiya xontan ti vle kuxole ahe provu ,,,,,,axirbad kriba provu ❤❤❤❤ xusto. Xobol ru vl mnr goraki kri ahile hl provu ,,,,krishna ,,,,,,,krishna

  • @SumitraRajbongshi-nl4sq
    @SumitraRajbongshi-nl4sq 2 місяці тому

    হে প্ৰভু আমাৰ আহিব লগীয়া সন্তানটি যাতে ভালে কুশলে পৃথিৱীৰ লৈ আহে। প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰভু কৃষ্ণ🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @pokhilabaruah9100
    @pokhilabaruah9100 25 днів тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @simpi176
    @simpi176 2 місяці тому +1

    কৃষ্ণ প্ৰভূ 🙏♥️ মোৰ সেৱা গ্ৰহণ কৰা 🙏❤️ মোৰ গৰ্ভত থকা সন্তানটিক ভালে ৰাখিবা 🙏♥️❤️🥹

  • @asomiaasom6008
    @asomiaasom6008 3 місяці тому +12

    ভাগৱত শাস্ত্ৰখন মায়া আৰু ভক্তিধৰ্ম ক আশ্ৰয় কৰি লিখা মায়াময় ভক্তিধৰ্ম যুক্ত ৰহস্যময় দুমুখীয়া স্ববিৰোধী বিপৰীত মুখী পদ উপদেশ জ্ঞান যুক্ত শাস্ত্ৰ ।ভাগৱত শাস্ত্ৰখন মায়া আৰু ভক্তিধৰ্মযুক্ত নহয়বুলি প্ৰাণজিত গগৈয়ে প্ৰমাণ কৰি দিয়ক ।প্ৰাণজিত গগৈয়ে ভাগৱতৰ মায়াময় ৰহস্যময় স্ববিৰোধী বিপৰীতমুখী দুমুখীয়া পদ উপদেশ সিদ্ধান্ত পঢ়ি মতিভ্ৰম হৈ শাস্ত্ৰৰ তত্ব নাজানি নুবুজি পণ্ডিতালী দেখাই ভুল বিকৃত অপব্যাখ্যা কৰি আহিছে ।ঔঁ 🙏

    • @simpi176
      @simpi176 2 місяці тому

      🙏🙏🙏🙏❤

  • @jyotisikhadeka7954
    @jyotisikhadeka7954 2 місяці тому +1

    কৃষ্ণ প্রভু মোৰ আহিবলগীয়া কেচুৱাটো যাতে ভালে কুষলে আহে 'কৃপা কৰিবা প্রভু 🙏🙏

  • @SusmitaPhukan-cy4qm
    @SusmitaPhukan-cy4qm Місяць тому

    হে প্ৰভু সকলোৰে মংগল কামনা কৰিলোঁ। লগতে আমাৰ আহিবলগীয়া সন্তানটি আপোনাৰ কৃপাত সুস্থ‌-সবল হৈ আহে যেন 🙏 কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @joyshreegogoi3969
    @joyshreegogoi3969 2 місяці тому

    কৃষ্ণ প্ৰভু মোৰ গৰ্ভস্থ শিশুটি ভালে কুশলে সুৰক্ষিত হৈ থাকে যেন আৰু এটি শাৰীৰিক মানসিক ভাৱে সুস্থ সবল শিশু হৈ আপোনা সবৰ আশীৰ্বাদেৰে আমাৰ মাজলৈ আহে যেন। কৃষ্ণ প্ৰভু🙏🙏🙏

  • @BituChetia-ro9vb
    @BituChetia-ro9vb 3 місяці тому +2

    Hae প্ৰভু কৃপা কৰিবা তুমি মোৰ আহিব লগীয়া সন্তানটি যাতে ভালে কুখলে কোনো বাধা বিঘিনি সন্মুখীন নোহোৱাকৈ এই পৃথিৱীলৈ আহে কৃষ্ণ প্ৰভু কৃপা কৰিবা ❤

  • @junchoudhury3077
    @junchoudhury3077 2 місяці тому +1

    🙏🙏🙏 আশীৰ্বাদ কৰিবা প্ৰভু আমাৰ সন্তানটি যাতে এই পৃথিৱীত সুস্থ শৰীৰে আহে

  • @pccreationdk8325
    @pccreationdk8325 2 місяці тому

    প্ৰভু কৃপা কৰিবা........আহিবলগা সন্তানটি ভালে কুশলে পৃথিৱীলৈ আনিবা প্ৰভু,🙏🙏🙏

  • @dipsikha1050
    @dipsikha1050 2 місяці тому +1

    কৃষ্ণ প্ৰভু ভগৱন্ত ৰক্ষা কৰা

  • @gitashreegogoi9049
    @gitashreegogoi9049 2 місяці тому +2

    আমাৰ আহিবলগীয়া সন্তানটি যাতে সুস্থ সবল কৰি পৃথিৱীলৈ আনিবা প্রভু। আশীর্বাদ কৰিবা

  • @rajibborah1675
    @rajibborah1675 2 місяці тому

    কৃষ্ণ প্ৰভু আমাৰ আহিব লগীয়া সন্তান টি ভাল দৰে পৃথিৱীলৈ অনিবা প্ৰভু 🙏🏽

  • @SonDeka-sk1um
    @SonDeka-sk1um 3 місяці тому

    হে প্ৰভু আশীৰ্বাদ কৰিব মোৰ আহিব‌ লগীয়া সন্তানটি যাতে ভালে কুশলে পৃথিৱীলৈ আহে 🙏🙏🙏

  • @parashmoniborgohain4497
    @parashmoniborgohain4497 12 днів тому

    কৃষ্ণ কৃষ্ণকৃষ্ণ প্ৰভু 🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 3 місяці тому +6

    কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ সুন্দৰ বাখ্যা শুনি পৰম আনন্দিত হৈছোঁ কৃষ্ণ

    • @susantabhuyan5756
      @susantabhuyan5756 Місяць тому +1

      Krishno probhu Vale rakhibo...

    • @pallabikagohain5720
      @pallabikagohain5720 Місяць тому

      @@susantabhuyan5756 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @rinachutia3723
    @rinachutia3723 3 місяці тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ,‌ সেৱা জনাইছোঁ আপোনাৰ চৰণত প্ৰভু ।

  • @pujadas3907
    @pujadas3907 Місяць тому

    প্ৰভু আমাৰ আহিব লগীয়া সন্তানটি ভালে কুশলে পৃথিৱীলৈ আনিবা প্ৰভু কৃপা কৰিবা 🙏🙏🙏🙏 কৃষ্ণ

  • @gamezone5538
    @gamezone5538 3 місяці тому +2

    H
    হে প্ৰভু আমাৰ আহিব লগা সন্তান টিক ভালে ৰাখিব

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 3 місяці тому +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো কৃষ্ণ

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 3 місяці тому +3

    কৃষ্ণ কৃষ্ণ বাপজনা সেৱাভাগি নিবেদিলো কৃষ্ণ।

  • @bapusaikia9063
    @bapusaikia9063 23 дні тому

    🙏🙏 আহিব লগা সন্তান টি ভালে ৰাখিবা ভগৱান ।।।

  • @rashmimedhi1870
    @rashmimedhi1870 2 місяці тому +3

    Hee Pravu Akhirbad koribo amr ahibo logiya hontanti jen vale kukhole aai prithibiloi ahe🙏❤️

  • @BhairabiThakuria
    @BhairabiThakuria 23 дні тому

    হে নাৰায়ণ,মোৰ লগতে সকলোৰে সন্তানক যাতে ভালে কুশলে ৰাখা🙏🙏🙏

  • @BabyChetiaSumpichetia
    @BabyChetiaSumpichetia 3 місяці тому

    হে প্ৰভু ভগৱান 🙏মোৰ আহিবলগীয়া জন যাতে সুস্থ সবল হৈ পৃথিৱীলৈ আহে🙏🙏

  • @p.nassameproduction5112
    @p.nassameproduction5112 15 днів тому

    কৃষ্ণ কৃষ্ণ মুর আহিবোলোগা শনতান তু ভালেকুশলে রাশে ❤❤

  • @mainakalitap435
    @mainakalitap435 7 днів тому

    He pravu..... Amr ahiblgia Santan ti jte vle kushale prithible ahe...🙏

  • @gamingpredator3044
    @gamingpredator3044 9 днів тому

    হে কৃষ্ণ ৰাম , মোৰ অৰ্ধঙ্গিনিৰ গৰ্ভত থকা আমাৰ Baby তো কুশলে পৃথিৱীলৈ আহে তাৰ আশীৰ্বাদ কৰিব প্ৰভু , ৰাম কৃষ্ণ🙏🙏🙏🪔

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 3 місяці тому +3

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ

  • @jeuti4068
    @jeuti4068 2 місяці тому

    হে প্ৰভু নাৰায়ণ মোৰ সন্তানটো ভালে ৰাখিবা🙏🏻🙏🏻🙏🏻

  • @KBsaikia
    @KBsaikia Місяць тому

    হে প্ৰভু আশীৰ্বাদ কৰিব সকলোৱে যেন ভাল হয়,

  • @chayanikadevi6357
    @chayanikadevi6357 2 місяці тому +1

    He prabhu mor ahibo lagiya xantanti xusha xabal dhuniya budhimati kri pathaba prabhu👏👏👏

  • @PunyaBorah-nx1qs
    @PunyaBorah-nx1qs 3 місяці тому +2

    সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dipanjalidas9688
    @dipanjalidas9688 3 місяці тому +2

    Rakkha kra prabhu..mur o ahibologila santan Tu jate vale vale ei prithibiloi ahe.... Krishna

  • @DipanjaliHazarika-ch7ie
    @DipanjaliHazarika-ch7ie Місяць тому

    কৃষ্ণ কৃষ্ণ কৃপা কৰা কৃষ্ণ

  • @JyotiBorah-t8r
    @JyotiBorah-t8r 2 місяці тому +2

    কৃষ্ণ কৃষ্ণছোৱালীৰ কেচুৱাটো ভালে কুশলে জন্ম দিয়াই মাক সন্তানক কুশলে ৰাখিবা প্ৰভূ।

  • @Rupjyotibora143
    @Rupjyotibora143 Місяць тому

    🙏প্ৰভু

  • @kankanadeka9738
    @kankanadeka9738 11 днів тому

    Pravo amar ahibologia sonta ti tomar kripat susta sobol hoi ase provo krishna krishna

  • @Dikshita929.
    @Dikshita929. Місяць тому

    হে ভগৱান আমাৰ আহিবলগীয়া সন্তানটি যাতে সুস্থ সৱল হৈ পৃথিৱীলৈ আহে যেন 🙏❤️ সকলোৱে আশীৰ্বাদ কৰিব

  • @budhimandoley984
    @budhimandoley984 3 місяці тому +2

    প্ৰনাম গুৰু

  • @RaghuramDeka
    @RaghuramDeka 3 місяці тому +2

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ🙏🙏

  • @kakalisayabhuyan4242
    @kakalisayabhuyan4242 26 днів тому

    Krishna pravu..amar ahibo loga xontan ti jate vale kukhole prithibiloi ane pravu🙏🙏

  • @shorathazarika6044
    @shorathazarika6044 2 місяці тому

    আমাৰ সন্তান টো সুস্থ সৱল কৰি এই পৃথিৱীলৈ আহিবলৈ আশীৰ্বাদ কৰিবা প্ৰভূ🙏🙏🙏

  • @rinikhadas6492
    @rinikhadas6492 Місяць тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @babulphukan3455
    @babulphukan3455 Місяць тому

    সুন্দৰ কথা কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🌹🌴

  • @pujabori202
    @pujabori202 2 місяці тому +1

    Krishno probhu ama ahibo logiya hontanti vale vale apuna akhibatot ahe jen probhu..krishno probhu hokti dibo jen probhu 🙏🙏🙏🪔🪔🪔

  • @AshokBaruah-jp5nm
    @AshokBaruah-jp5nm 3 місяці тому +1

    Krisna krisna krisna krisna krisna

  • @priyankadekasonowal2852
    @priyankadekasonowal2852 Місяць тому

    হে প্ৰভু মোৰ আশা পূৰণ কৰিব

  • @puspanjolisaikia1229
    @puspanjolisaikia1229 Місяць тому

    কৃষ্ণ প্ৰভু

  • @geetanjalichetia3931
    @geetanjalichetia3931 2 місяці тому +1

    krishno probhu aahibo loga hontanti husto hbol bhabe aamar majoloi ahiboloi kripa kriba probhu krishno 🙏🙏🙏🙏🙏

  • @jyotiprasadnath7150
    @jyotiprasadnath7150 10 днів тому +1

    ❤❤❤ Krishna Krishna Krishna ❤❤❤

  • @KoushelyaChoudhary-cd6mn
    @KoushelyaChoudhary-cd6mn 2 місяці тому +1

    ❤❤ Jai maa kali Jai maa Lakshmi Narayan Jai maa Durga Jai maa Parvati Jai maa radhe radhe gonpoti baba Moriya kartik baba ❤❤om namah shivay Jai shree Krishna om namah shivay Jai shree Krishna om namah shivay Jai shree Krishna Jai shree ram jai jai hanuman jai shree ram jai hanuman jai shree ram jai hanuman jai shree krishna ❤❤❤❤

  • @KoushelyaChoudhary-cd6mn
    @KoushelyaChoudhary-cd6mn 2 місяці тому +1

    Jai soni Deb baba jai bohorma baba

  • @SimashreeBorah-e2e
    @SimashreeBorah-e2e Місяць тому +1

    Hei prabhu Krishna akhirbad kribo❤

  • @KoushelyaChoudhary-cd6mn
    @KoushelyaChoudhary-cd6mn 2 місяці тому +1

    Jai maa Sita Ram ❤❤❤❤

  • @neetadeka3041
    @neetadeka3041 2 місяці тому

    Jai Shri Krishna devtai namu namah 🙏 Om namu bhagobote basudevai namah 🙏

  • @SimashreeBorah-e2e
    @SimashreeBorah-e2e Місяць тому +1

    Krishna pranjit prabhu❤❤

  • @nabajitbaruah5738
    @nabajitbaruah5738 25 днів тому

    Krishna prbhu amar ahibo laga hontanti vale rakhiba 🙏🙏

  • @dhunkakoti3770
    @dhunkakoti3770 2 місяці тому +1

    আমাৰ আহিব লগা সন্তান টোক ভালে কুশলেই এই পৃথিৱীত আহে যাতে

  • @Bornailthapa
    @Bornailthapa 2 місяці тому +2

    হে প্ৰভু মোৰ আহিব লগীয়া সন্তানটিক যাতে ভালে সুখলে ৰাখা ,❤

  • @paparideka4076
    @paparideka4076 2 місяці тому +2

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @PahiPahihazarika
    @PahiPahihazarika 3 місяці тому +1

    Krishna krishna krishna 🙏mur ahibo loga xontan ti jen vale vale ai prithibiloi ahe parthona jonaisu parvu 🙏🙏🙏🙏

  • @BarmanMaina
    @BarmanMaina 3 місяці тому +1

    Krishna Krishna, কৃষ্ণ কৃষ্ণ 🙏

  • @manojbora7079
    @manojbora7079 3 місяці тому +4

    কৃষ্ণ প্ৰভু, সেৱা জনাইছোঁ ।