ধান মৰনা মৰা মেচিন || Paddy Thresher machine || দেউৰী ষ্টীল ফেব্ৰিকেচন ||
Вставка
- Опубліковано 6 жов 2024
- নমস্কাৰ প্ৰিয় বন্ধুসকল🙏
*জীৱনৰ ৰং ইউটিউব চেনেল আৰু ফেচবুক পেজৰ তৰফৰ দেউৰী ষ্টীল ফেব্ৰিকেচনৰ প্ৰতিষ্ঠাপক ভবানন্দ দেউৰী’লৈ অফুৰন্ত মৰম শুভকামনা জ্ঞাপন কৰিলোঁ ৷
*আশা কৰিছোঁ ভিদিওটো সকলোৱে আদৰি লব ৷
দেউৰী ষ্টীল ফেব্ৰিকেচনৰ যোগাযোগৰ বাবে তলত দিয়া নাম্বাৰত ফোন কৰক
9101622062
*আমাৰ-FACE BOOK PAGE
/ 294758591962046
*আমাৰ-Instagram
www.instagram....
*অচিনাকি মুখ বোৰ চিনাকি কৰাই দিয়া লগতে সুপ্ত প্ৰতিভা সমূহ জাগ্ৰত কৰা আমাৰ একমাত্ৰ লক্ষ্য ৷৷ প্ৰিয় বন্ধু সকল আপোনালোকৰ এনে যিকোনো প্ৰতিভা,অনুষ্ঠান ইত্যাদি থাকিলে আমাৰ লগত যোগাযোগ কৰিবলৈ নাপাহৰিব ৷
*আমাৰ ঠিকনা= মৰাণ ডিব্ৰুগড় অসম
#jibonorrong
বৰ উৎসাহজনক পদক্ষেপ,জানি বৰ ভাল লাগিল 👌
Hoi bhi
Moza .val lagil video tu
Pranob tuloi dhanyabad jonalu ,tur babe eman usarote thoka dangor kotha ata janibo parilu .
আশীৰ্বাদ দি যাব ককাইদেউ ৷
Best.
A very good initiative
Hundor
Hundor ata video
ধন্যবাদ
love from গোলাঘাট ভাই❤️
ধন্যবাদ ৷ গোলাঘাট গৈ আছোঁ ১৫,১৬,১৭ জানুৱাৰীত
@@Jibonorrong1 গোলাঘাটৰ ক’ত আহিবা?
গোৱাল গাওঁ গোলাঘাট অনুষ্ঠানত নিমন্ত্ৰণ আছে /
Oh,,,আহিবা মইও যাম ৰাংচালী উৎসৱলৈ
ল’গ পাম৷😊
মই এটা আনিলো
Jibonor rong আৰু ৰঙীন হোৱাৰ কামনা কৰিলো।।
ধন্যবাদ
জীৱনৰ ৰং চেনেলৰ পৰিয়ালবৰ্গলৈ চৰাইদেউ পৰা মৰম জাচিলো
ধন্যবাদ
মৰনা মৰা মেচিনটো দামটো বেছি হৈছে,তথাপি আদৰণিয় পদশেৱ
দাম বেছি হৈছে
Dhan kota meacin tu bo son
muk eta lagisile
Grander machine prise kiman
Paper plate making machine ase neki
সেইটো নাই বৰ্তমান
Emi hobo ne
ঐ ভবা তোমাৰ ফোন নম্বৰটো দিবাচোন?মই অপূৰ্ব।
Share nkri nuwarilu kokai
ধন্যবাদ ভাই ৷
Phone number dibo .......
দিয়া আছে
Number plz
Apunar phone number tu dibo