Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সঁচাই বৰ দুখলগা পৰিস্থিতি।
চৰকাৰে অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনি, গছপুলি ৰোৱা ১০ হাজাৰ আৰু বাকী অলাগতীয়া আঁচনি দিয়াতকৈ শিক্ষা আৰু স্বাস্থ্যসেৱা সম্পূৰ্ণ বিনামূলীয়া কৰি দিব লাগে লগতে বানপানী হোৱা অঞ্চলত বিলাকত যিবিলাক পৰিয়ালৰ ঘৰ, সম্পত্তি নষ্ট হৈছে তাৰ উচিত ক্ষতিপুৰণ দিব লাগে ।।তাৰ বাবে চৰকাৰক মই আহ্বান জনাইছোঁ🙏সময় দা আপুনি মহান ❤️নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তোমাক সদায় ভাল দৰে ৰাখে 🙏সকলোকে নিজৰ সামৰ্থ অনুযায়ী সহায় কৰি যোৱা❤️ অনাগত দিনবিলাকত তোমাৰ লগতে যাতে মইও কাৰোবাক অলপ তোমাৰ দৰে সহায় কৰিব পাৰো তাৰ বাবে আশীৰ্বাদ কৰিবা 🙏
আপুনি ।মহান।দাদা
অসমৰ best you Tober হয় ❤️🙏
সমই দা অসমৰ এজন মহান মানুহ সকলোৱে জানো কিন্তু তুমি অসমীয়া নে সন্দেহ আছে
@@Minmoydeka-389kio 🤔
@@Minmoydeka-389eat kihr tenakua ktha ahil apni kun hoi je mk tnaka kbo ahise
বৰ দুখ লাগিছে মানুহবোৰৰ দুখ দেখি ৷ সময় তুমিও স্বাস্থ্যৰ প্ৰতি চকু দিবা তোমাৰ কিবা হলে কোনে বিপদত পৰা মানুহৰ কথা চিন্তা কৰিব ৷ দীৰ্ঘায়ু হোৱা সময় আশীৰ্বাদ কৰিছো ৷
পৃথিৱীৰ মা আৰু দেউতা ৰ পিছতে আপুনি ৰ স্থান দিছোঁ লগতে আপোনাক ভগবানৰ লগত তুলনা কৰো ....❤
Like কৰি দিব সময় দাক।আপোনা লোকে ভিদিও চাই।আমি নো কি সহায় কৰিম।❤❤🙏🙏🙏🙏🙏🙏🙏
HOMOY da Aponi mohan manuh ru Aponar Ma🌍 kiman mohan hob lagibo xei2 Kebol vogobane jane ru...
অসমত যিমানেই mobile চলাই সকলোৱে Homoy dar babe like , comment , subscribe & share কৰক 🙏🙏🙏🙏
আমাৰ অসমৰ মানুহে চাংঘৰ সাজি লোৱা উচিত বুলি মই ভাবো সময় দা
তোমাক শতকুটি প্ৰণাম, আজি যদি অসমত কেৰাচিন তেল থাকিল হয় ,হয়তো এইমানুহবিলাকে দুখৰ সময়ত অকণমান হলেও পোহৰ পালে হয় ।
অবৰ্ণনীয় কষ্ট বানাক্ৰান্ত লোকসকলৰ, জীৱ-জন্তুৰ। দেখি বহুত দুখ লাগে। সময় ভাইটিয়ে সকলোকে এনেকৈ সহায় কৰিছে। অতি প্ৰশংসনীয়।
Assam king 👑💜
Dukhiya manuhor babe aapni xarothi hoi thiyo dise bohut val lagise
🙏 এমজা দাদা আপোনাক বহু ত ভাল পায় 😊 ❤
সময় আনৰ বতৰা বিলাই থাকোতে নিজৰ দেহাটোৰ যতন লবলৈ নাপাহৰিবা ।❤❤❤
সময় দা আৰু বিতু দা মোৰ প্ৰিয় ❤️😊
ভগৱানে তোমাক সহায় কৰিব।
আপোনাক বহুত বহুতধন্যবাদ❤❤
তুমি সদায় এনেদৰে মানুহক সদায় কৰি যোৱা। মানুহে সদায় তোমাৰ মৰম বিচাৰে। আনে নকৰা কাম তুমি কৰি দেখুৱাইছা। ভগৱানে মংগল কৰক সদায়।
বহুত কষ্টত আছে বানপানীত প্লাবিত অঞ্চলৰ লোকসকল সোনকালেই যাতে ভাল অৱস্থালৈ ঘুৰি আহক
অসমত বানপানী হবই ইয়াৰ কোনো ষ্টাই সমাধান নাই। আজি হৈছে, আজীৱন হৈ থাকিব। ইয়াৰ এটাই solution আছে। বেছি হলে মথাউৰি বোৰ কাটি দিব লাগে।
Permanent solution ase jodi koru buli bhabe... Jodi bohol koi janibo bisare netherland k example hisape lobo pare....
আপোনী মহান দাদা ❤
Mujjang
Joi ai hunor axom👍❤💪😊🙏🇮🇳
Bohut val dada🙏🙏
Apunar nisina mohan hridoy or mnuh pbole hosakoi bhut tan... Vle thkok apuni dada❤
মই জনাত monu deori ও আপোনাৰ লগত সহযোগিতা আগবঢ়াইছে গতিকে ধন্যবাদ তেখেতলৈও
ভগৱানে কৃপা কৰক
Great job dada Apune bohut vl kam 7:42 Kori ase amar assamr manuhor babe ❤ tq khowangt ahar babe
God bless you sir
বহুত দুখত থাকিব লগা হৈছে মানুহবোৰ
Umm Ami teulukot koi bohute hukhot asu. Bohut dukh lagil 🥺💔
Joi ai axom Bhal lagil s🎉🎉❤❤😊😊😊omoy da
Love you dada from Digboi ❤️❤️❤️
😭😭😭❤❤❤❤🙏🙏🙏 তুমি মহান দাদা । সচাঁই বহুত ভাল কাম কৰি আছা দেই । মংগল হওঁক তোমাৰ
এখন ঘৰ bonawa kimn kosto hoi 🥲🥲🥲 buhut dagar xomoikha etu axomor🥲🥲axomot jonmo nolai vl🥲 dhukhiya manhu khabu pawa ni 😞kinto dhoni dhoni manhu bor olp khai pelai da bosto bor🥲😞
দাদা আপুনি সঁচাকৈয়ে মহান 🙏🥹❤️
সময় কি কম । ভগবাণে তোমাক ভালে ৰাখ । বহোত ভাল কাম কৰি আছা
Doing good work 👍 lots of love from Nagaland ❤
World of the best youtuber apuni dada ❤❤❤❤❤❤❤love forom assam gohpur
Great job Samoy God bless you ❤️
New subscriber sending lots of love from nagaland kohima❤.
Sarkare asoni dibo lage Homoi zindabad 🙏
অসম চৰকাৰে সেই বিলাক গাওঁ ৱ ৰ দুখ দুৰ্গতিৰ বো জ লৈ উপযুক্ত সহায় কৰিবলৈ অনুৰোধ জনালোঁ।
You are the best youtuber in Assam
Dher manuh ulaise hohai koribole etia okol eek matro Homoy bhaitir Influence karone 🙏🏾❤️
দাদা জিন্দাবাদ ❤❤❤
Dada tmi mahan tmi sbre kre sinta kra nijr sinta kriba tmi bhle thakiba
Tumi hodai agbahi juwa
I respect you
Share and subscribe and make him no1 youtuber of Assam
Jibo jontu k Khuai khub vhal kam korise❤❤❤
Bohut val kam korisa
তুমি মহান ব্যক্তি।
Aaguwai juwa. back...aasu❤️
bohut bohut val lagile video bor❤❤❤❤😊😊😊
Tumak val lagil n amak dukh lagise karon banpanit upongi thoka luk hakolok dekhi.
God bless you always 🙏
মোৰ বাবে দাদা ভগবান 🙏🥰
তুমি মহান দাদা 😊🙏❤😢
চৰকাৰে এইবোৰ দেখা নাপায় নেকি ?!!Balor Sarkar korise ,,, sidha kotha
দুখ কথা দাদা 😢😢😢
Hómoy da apuni vogaban..great job..luv u dada
Hosa, kosto bohut, jenetene jiai ase, khai ase
❤❤❤
সুন্দৰ পদক্ষেপ
LOVE FROM BORSOLA 💜✅
❤❤ good dada 👍
Mjaaaaa mjaaaaa dada
❤❤❤❤ you are a great 👍
Hasa bhut dhuk lagixa 😢😢😢dai
Congratulations for 200k subscribers 🎉
Great super man
Dada apuni bhal manu hoi ❤❤apuni nisina kotu nai🙏🙏
I hope after 1 years you will a rech man and you always helping poors family
love you dost 👏🎉🎊👍❤
God bless ❤
Bahut dukh lage hosai . Sorkare kio janu banpani homoisha tu thik nokore aru thikadare mothari bilak valdore nobonai sab 2 numbori kori bonai ..
Nice video good luck 👍👍
দাদা আমাৰ গাঁওত বানপানী হৈছে আপোনি আমাৰ গাঁওলৈ আহিব লাগিছিল
Very good dada
Great job👍
তোমাৰ তুলনা নাই।কমেণট লিখিবলৈ ভাষাই বিচাৰি নাপাওঁ। সেয়ে সদায় একোটা লাইক দিওঁ।
Assam CM Himanta is still sleeping or what?😂And where is SDRF team why govt is still ignoring this all??😢
You tube hole tanekuwa hoba lage my favourite ❤️❤️🙏🙏 best you tube homoy Gogoi
Thankshomoy
Bohut bohut morom jasisu apunak 😍🤩🥰😘🫶
Great brother
KARDOM LOVE FROM ❤️ HIMACHAL PRADESH ❤🎉
Apunar nsina Mohan asomot kunu Jonnoi huwa nai ...Na CM, na EM ,🙏❤️
জুন গাওঁ মোৰ গাওঁ ❤ বহুত বেয়া লগা দৃশ্য 😭😭
সচায়কৈ বৰ দুখ লগা দেখি লে
😢😢😢apunak vogoban 100 bosor jiyay rakok
Love from majuli ❤❤
Love you bro from kumrup
ধন্যবাদ 🙏🙏🙏
Dada moi apunar logot thakibo bisaru . from jorhat mohbandha
এইবোৰৰ তুলনাত আমাৰ Area2 ভূ স্বৰ্গ বুলিহে কব লাগিব আৰু......পানীৰ বাবে এই যন্ত্ৰণাত ভুগি আছে .......এই areas লোকসকলৰ 😢
❤প্ৰম মাজুলী
🙏God bless you 👍👍👍
Val korisa❤
সঁচাই বৰ দুখলগা পৰিস্থিতি।
চৰকাৰে অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আঁচনি, গছপুলি ৰোৱা ১০ হাজাৰ আৰু বাকী অলাগতীয়া আঁচনি দিয়াতকৈ শিক্ষা আৰু স্বাস্থ্যসেৱা সম্পূৰ্ণ বিনামূলীয়া কৰি দিব লাগে লগতে বানপানী হোৱা অঞ্চলত বিলাকত যিবিলাক পৰিয়ালৰ ঘৰ, সম্পত্তি নষ্ট হৈছে তাৰ উচিত ক্ষতিপুৰণ দিব লাগে ।।
তাৰ বাবে চৰকাৰক মই আহ্বান জনাইছোঁ🙏
সময় দা আপুনি মহান ❤️
নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তোমাক সদায় ভাল দৰে ৰাখে 🙏
সকলোকে নিজৰ সামৰ্থ অনুযায়ী সহায় কৰি যোৱা❤️ অনাগত দিনবিলাকত তোমাৰ লগতে যাতে মইও কাৰোবাক অলপ তোমাৰ দৰে সহায় কৰিব পাৰো তাৰ বাবে আশীৰ্বাদ কৰিবা 🙏
আপুনি ।মহান।দাদা
অসমৰ best you Tober হয় ❤️🙏
সমই দা অসমৰ এজন মহান মানুহ সকলোৱে জানো কিন্তু তুমি অসমীয়া নে সন্দেহ আছে
@@Minmoydeka-389kio 🤔
@@Minmoydeka-389eat kihr tenakua ktha ahil apni kun hoi je mk tnaka kbo ahise
বৰ দুখ লাগিছে মানুহবোৰৰ দুখ দেখি ৷ সময় তুমিও স্বাস্থ্যৰ প্ৰতি চকু দিবা তোমাৰ কিবা হলে কোনে বিপদত পৰা মানুহৰ কথা চিন্তা কৰিব ৷ দীৰ্ঘায়ু হোৱা সময় আশীৰ্বাদ কৰিছো ৷
পৃথিৱীৰ মা আৰু দেউতা ৰ পিছতে আপুনি ৰ স্থান দিছোঁ লগতে আপোনাক ভগবানৰ লগত তুলনা কৰো ....❤
Like কৰি দিব সময় দাক।আপোনা লোকে ভিদিও চাই।আমি নো কি সহায় কৰিম।❤❤🙏🙏🙏🙏🙏🙏🙏
HOMOY da Aponi mohan manuh ru Aponar Ma🌍 kiman mohan hob lagibo xei2 Kebol vogobane jane ru...
অসমত যিমানেই mobile চলাই সকলোৱে Homoy dar babe like , comment , subscribe & share কৰক 🙏🙏🙏🙏
আমাৰ অসমৰ মানুহে চাংঘৰ সাজি লোৱা উচিত বুলি মই ভাবো সময় দা
তোমাক শতকুটি প্ৰণাম, আজি যদি অসমত কেৰাচিন তেল থাকিল হয় ,হয়তো এইমানুহবিলাকে দুখৰ সময়ত অকণমান হলেও পোহৰ পালে হয় ।
অবৰ্ণনীয় কষ্ট বানাক্ৰান্ত লোকসকলৰ, জীৱ-জন্তুৰ। দেখি বহুত দুখ লাগে। সময় ভাইটিয়ে সকলোকে এনেকৈ সহায় কৰিছে। অতি প্ৰশংসনীয়।
Assam king 👑💜
Dukhiya manuhor babe aapni xarothi hoi thiyo dise bohut val lagise
🙏 এমজা দাদা আপোনাক বহু ত ভাল পায় 😊 ❤
সময় আনৰ বতৰা বিলাই থাকোতে নিজৰ দেহাটোৰ যতন লবলৈ নাপাহৰিবা ।❤❤❤
সময় দা আৰু বিতু দা মোৰ প্ৰিয় ❤️😊
ভগৱানে তোমাক সহায় কৰিব।
আপোনাক বহুত বহুতধন্যবাদ❤❤
তুমি সদায় এনেদৰে মানুহক সদায় কৰি যোৱা। মানুহে সদায় তোমাৰ মৰম বিচাৰে। আনে নকৰা কাম তুমি কৰি দেখুৱাইছা। ভগৱানে মংগল কৰক সদায়।
বহুত কষ্টত আছে বানপানীত প্লাবিত অঞ্চলৰ লোকসকল সোনকালেই যাতে ভাল অৱস্থালৈ ঘুৰি আহক
অসমত বানপানী হবই ইয়াৰ কোনো ষ্টাই সমাধান নাই। আজি হৈছে, আজীৱন হৈ থাকিব। ইয়াৰ এটাই solution আছে। বেছি হলে মথাউৰি বোৰ কাটি দিব লাগে।
Permanent solution ase jodi koru buli bhabe... Jodi bohol koi janibo bisare netherland k example hisape lobo pare....
আপোনী মহান দাদা ❤
Mujjang
Joi ai hunor axom👍❤💪😊🙏🇮🇳
Bohut val dada🙏🙏
Apunar nisina mohan hridoy or mnuh pbole hosakoi bhut tan... Vle thkok apuni dada❤
মই জনাত monu deori ও আপোনাৰ লগত সহযোগিতা আগবঢ়াইছে গতিকে ধন্যবাদ তেখেতলৈও
ভগৱানে কৃপা কৰক
Great job dada
Apune bohut vl kam 7:42 Kori ase amar assamr manuhor babe ❤ tq khowangt ahar babe
God bless you sir
বহুত দুখত থাকিব লগা হৈছে মানুহবোৰ
Umm Ami teulukot koi bohute hukhot asu. Bohut dukh lagil 🥺💔
Joi ai axom
Bhal lagil s🎉🎉❤❤😊😊😊omoy da
Love you dada from Digboi ❤️❤️❤️
😭😭😭❤❤❤❤🙏🙏🙏 তুমি মহান দাদা । সচাঁই বহুত ভাল কাম কৰি আছা দেই । মংগল হওঁক তোমাৰ
এখন ঘৰ bonawa kimn kosto hoi 🥲🥲🥲 buhut dagar xomoikha etu axomor🥲🥲axomot jonmo nolai vl🥲 dhukhiya manhu khabu pawa ni 😞kinto dhoni dhoni manhu bor olp khai pelai da bosto bor🥲😞
দাদা আপুনি সঁচাকৈয়ে মহান 🙏🥹❤️
সময় কি কম । ভগবাণে তোমাক ভালে ৰাখ । বহোত ভাল কাম কৰি আছা
Doing good work 👍 lots of love from Nagaland ❤
World of the best youtuber apuni dada ❤❤❤❤❤❤❤love forom assam gohpur
Great job Samoy God bless you ❤️
New subscriber sending lots of love from nagaland kohima❤.
Sarkare asoni dibo lage Homoi zindabad 🙏
অসম চৰকাৰে সেই বিলাক গাওঁ ৱ ৰ দুখ দুৰ্গতিৰ বো জ লৈ উপযুক্ত সহায় কৰিবলৈ অনুৰোধ জনালোঁ।
You are the best youtuber in Assam
Dher manuh ulaise hohai koribole etia okol eek matro Homoy bhaitir Influence karone 🙏🏾❤️
দাদা জিন্দাবাদ ❤❤❤
Dada tmi mahan tmi sbre kre sinta kra nijr sinta kriba tmi bhle thakiba
Tumi hodai agbahi juwa
I respect you
Share and subscribe and make him no1 youtuber of Assam
Jibo jontu k Khuai khub vhal kam korise❤❤❤
Bohut val kam korisa
তুমি মহান ব্যক্তি।
Aaguwai juwa. back...
aasu❤️
bohut bohut val lagile video bor❤❤❤❤😊😊😊
Tumak val lagil n amak dukh lagise karon banpanit upongi thoka luk hakolok dekhi.
God bless you always 🙏
মোৰ বাবে দাদা ভগবান 🙏🥰
তুমি মহান দাদা 😊🙏❤😢
চৰকাৰে এইবোৰ দেখা নাপায় নেকি ?!!
Balor Sarkar korise ,,, sidha kotha
দুখ কথা দাদা 😢😢😢
Hómoy da apuni vogaban..great job..luv u dada
Hosa, kosto bohut, jenetene jiai ase, khai ase
❤❤❤
সুন্দৰ পদক্ষেপ
LOVE FROM BORSOLA 💜✅
❤❤ good dada 👍
Mjaaaaa mjaaaaa dada
❤❤❤❤ you are a great 👍
Hasa bhut dhuk lagixa 😢😢😢dai
Congratulations for 200k subscribers 🎉
Great super man
Dada apuni bhal manu hoi ❤❤apuni nisina kotu nai🙏🙏
I hope after 1 years you will a rech man and you always helping poors family
love you dost 👏🎉🎊👍❤
God bless ❤
Bahut dukh lage hosai . Sorkare kio janu banpani homoisha tu thik nokore aru thikadare mothari bilak valdore nobonai sab 2 numbori kori bonai ..
Nice video good luck 👍👍
দাদা আমাৰ গাঁওত বানপানী হৈছে আপোনি আমাৰ গাঁওলৈ আহিব লাগিছিল
Very good dada
Great job👍
তোমাৰ তুলনা নাই।কমেণট লিখিবলৈ ভাষাই বিচাৰি নাপাওঁ। সেয়ে সদায় একোটা লাইক দিওঁ।
Assam CM Himanta is still sleeping or what?😂
And where is SDRF team why govt is still ignoring this all??😢