মোৰ প্ৰিয় অভিনেএী গৰাকীৰ ভিদিঅ পায়ে লগে লগে চালো।তোমাক বৰধুনীয়া লাগিছে।সুন্দৰ মেইকআপ।তোমাৰ বৃন্দাবন সদায়ে চাও।ছয়আলিৰ মন্দিৰ সুন্দৰ।বৰ ধুনীয়া কাপোৰ।মই নগাওঁ চাপানলা।নখোৱা সুন্দৰ।ভিদিঅ পাহৰিলা কৰিবলৈ।
So beautiful
Looking very nice Geeta.
Eman dhunia apuni...bahut haru porai mur favorite actress apuni.
বৰ ধুনীয়া লাগিছে গীতাৱলী বা ।
Eman morom lage baa apunak
Dhunia baa joni
Iman dhuniya lagise apunak..
Wahhh bor dhunia lgil ba amar nagaor aitu siva mandir xosakoi bor dhunia
Bohut val lagel
বৰ ধুনীয়া আপুনি ❤️❤️
Val lagil ba video 2 sai.
বা আজি কিন্তু তুমাৰ বৰ মৰমৰ লাগিছে।
So beautiful sis ,my favourite Actress you 😍🥰💞
Baa tumak bohut dhuniya lgise
Ba apuni make up nkrle o dhuniya
Woooww. .
Love from nagaon❤️❤️❤️❤️
Love u baa❤❤❤❤
Nice Gitaba
Ba apunak bhut Val Lage
Baideu Apunak mur bor val lage
Crush ❤️
Moi ai khon gaon re suwali ba.ai mondir tu amar hokolure bukur apun hoi baaa
Ba apuni comment bor reply nediye je...val lagil video tu Sundar upastapon
Baa makeup artist goraki r makeup vl lgil.... Contact kriboloi knke parim kobo sn...
Ba apunak eman comment kru reply nkre Mur UA-cam channel tu khuaka 2 years hl please ba help krok phibor karona khrs uliabola khulisilu akuai NHL phau hua nai
Aita abar kon jaigar vasa..
Dunailaesa
“There is nothing impossible to they who will try.” ...
Very beautiful Assamese queen of the Assamese film fraternity
Love from #vloggerporag
সৰুতে ছোৱালী বোৰে ইমান মেক আপ কৰে বুলি নাজানিছিলোঁ... Specially, Bollywood ৰ মূহময়ী অভিনেত্ৰী সকল... ইমান ধুনীয়া দেখা জাই ৰূপালী পৰ্দাত মানে মানুহ পাগল কৰি দিব পৰা ধুনীয়া... কিন্তু তাত থাকে বহু false মেক আপ...🙂🙂🙂 যেনে ফেইক চুলিৰ পৰা, eye lashes, eye brows, skin tone, nail polish, artificial nails, অাৰু কত যে কি...🤔🤔🤔 এবাৰ ৰুপা গাংগুলী ক দেখাৰ সৌভাগ্য হৈছিল শ্বুটিং অত অসমত। দেখি এনেকুৱা লাগিছিল যেন ৰুপা গাংগুলী কপাহৰ মাজৰ পৰা হে উলিয়াই অনা হৈছে... ইমান আল ফুল, কোমল, আৰু উদ্বীপন দেখা গৈছিল... তেতিয়া higher secondary পঢ়ি আছিলোঁ আৰু ইমান মেক আপৰ বিষয়ে জনা নাছিলোঁ। মোৰ আজিও মনত আছে ৰুপা গাংগুলী ক দেখা সেই মূহুত্ব টো...🙂🙂🙂 পিছে, প্ৰকিত ৰূপ টো মেক আপৰ পিছ ফালে হে দেখা যায়...
ভাল লাগিল গীতা, ফটো ভাল তুলিছা,মেকাপ ভাল লাগিল, বহুত ধুনীয়া লাগিছে তোমাক তুমি আমাৰ প্ৰিয়।