The beauty of Dr. Bhupen Hazarika’s songs lies also in his diction and pronunciations. The distinct ô-kaar and u-kaars are so prominent. These days singers don’t even know how to pronunce the o-kaar. Its never tumaar but a very soft tômaar. Unfortunately tumi and tumar both sounds the same now. The matraas are so distinct and different. We have lost the greatest of Assamese personalities.
Mur arombhoni bhupendra Songeet r pa hoisil, eibuur konkani harmonium khonot bojaisilu! Hosakei xei diin buur eman val asile! Very nicely sung prabin da! ❤
Release huwar pora kiman bar hunilu thikona mur nai prabin daa u are amazing Moi wo ajon singer akha koru aponar logot adin ake loge gaboloi hujug pam ❤ plz like me Aji he comment korisu kiman bar h hunilu😢
One Like for Dr. Bhupen Hazarika ❤
Just watch your channel 😍😍😍😍😍😍😍
ধন্যবাদ প্ৰবীণ। সুৰৰ, শব্দৰ একো সালসলনি নকৰাকে, অতি আধুনিকতা নাসানি ভূপেন দাৰ গানটো তুমি ভূপেন দাৰ দৰেই গাই আমাক উপহাৰ দিলা। এনেকৈ শুদ্ধ ৰূপত শ্ৰদ্ধাঞ্জলি যাচিলে আমাৰ অসমীয়া স্বনামধন্য শিল্পী সকল আমাৰ মাজত চিৰকাল জীয়াই থাকিব। নিজৰ "glamour" বৰ্তাই ৰাখিবলৈ এই চিৰসেউজ গানবোৰক বিকৃত কৰি নিজৰ সৃষ্টিশীলতাৰ ক্ষুদ্ৰ পৰিচয় দাঙি ধৰা শিল্পী সকলেও যেন তোমাৰ এই সৰল অথচ আপুৰুগীয়া "tribute" টো শুনে আৰু যাতে বুজি উঠে "original" বোৰ "original" কেই জীয়াই ৰাখিলে হে জাতিটোৰ পৰিচয় জীয়াই থাকিব।
*আজি ভূপেন মামা"ৰ মৃত্যু তিথিত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।।*
*এইজনেই হ'ল সুধাকণ্ঠ সংগীত প্ৰিয়,সমাজপ্ৰিয়,মানৱপ্ৰেমী,দেশপ্ৰেমী ড° ভূপেন্দ্ৰ কুমাৰ হাজৰিকা।।সকলোৰে শ্ৰদ্ধাৰ,মৰমৰ,চেনেহৰ ভূপেন হাজৰিকা।।গানেৰে বিপ্লৱ অনা,গানেৰে সমাজ গঢ়া,গানেৰে শ্ৰোতাক সন্মোহিত কৰি ৰখা ভাৰতৰ তথা অসমৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা।। তেখেতৰ মৃত্যু তিথিত অশ্ৰুশিক্ত নয়নেৰে শ্ৰদ্ধা জনাইছোঁ৷*
❤🙏🙏
কালজয়ী গীতবোৰ বিকৃত নকৰাকৈ গাব পৰাত বহু সাধনাৰ প্ৰয়োজন। আপোনাৰ সাধনা এই গীতটিৰ পৰিৱেশনৰদ্বাৰা প্ৰতিফলিত হৈছে। আগলৈ এনে গীতবোৰ আপোনাৰ কণ্ঠত শুনাৰ আশাৰে...
❤❤❤❤❤❤❤❤❤❤❤
সুধাকন্ঠ দেৱলৈ শ্ৰদ্ধাঞ্জলি।
এনেকৈয়ে সেউজীয়া হৈ থকা সম্পদ স্বৰূপ পুৰণি গীত সমূহ নতুন প্ৰজন্মৰ মাজলৈ উলিয়াই আনিবলৈ অনুৰোধ জনালোঁ। চিনাকি অচিনাকিৰ অজুহাতত যুৱচামৰ বহুতেই এই গীতসমূহ শুনাৰ পৰা বঞ্চিত।সেউজীয়া খিনি চিৰসেউজীয়া হৈ থাকক এনেকৈয়ে💚
পত্ৰ লেখা 💙 সুকীয়া মাদকতা সুকীয়া অনুভৱ প্ৰিয় জনৰ উত্তৰৰ অপেক্ষা ❤ahh bor dhunia
সুন্দৰ ✨💗গীতিকাৰ আৰু গায়ক দুয়োজনেই প্ৰিয় ❤
~পত্ৰলেখা 💌
ড° ভূপেন হাজৰিকাদেৱৰ দৰে ব্যক্তি অসমে লাভ কৰাটো অসমৰ সৌভাগ্য !
মই ভাৱি আছিলোঁ কিছুদিন ৰ পৰা এই গীত টো আকৌ কোনোবাই গোৱা হৈ নতুন শিল্পীয়ে,,,ভাল লাগিল ,,,
মৌচুমী বা ৰ পাছতে ,,,, বহুত ধুনীয়াকৈ গাইছে ,,,
সুন্দৰ গান 🙏🏼🙏🏼❤ , প্ৰবীণ দা গাই থাকিবচোন এনেকুৱা গীতবোৰ ❤❤❤❤
আকৌ এবাৰ নতুন ন সাজে প্ৰাণ পাই উঠিছে তোমাৰ মাতত ভূপেন মামাৰ স্মৃতি গান
The beauty of Dr. Bhupen Hazarika’s songs lies also in his diction and pronunciations. The distinct ô-kaar and u-kaars are so prominent. These days singers don’t even know how to pronunce the o-kaar. Its never tumaar but a very soft tômaar. Unfortunately tumi and tumar both sounds the same now. The matraas are so distinct and different. We have lost the greatest of Assamese personalities.
you could be one,one day
I agree
অপূৰ্ব!!
ধন্যবাদ প্ৰবীণদা এনে চিন্তাৰ বাবে 🤍🌷
Ufff ufffff ♥️♥️♥️♥️♥️
Huni a thakim Jen
ৰাভাদেৱৰ "পৰজনমৰ শুভলগনত" আৰু "কিবা যেন নাই" আপোনাৰ কণ্ঠত শুনিব বিচাৰোঁ
Ufff kene peaceness palo 😍😍❤️❤️🙏🙏
ভাল লাগিল। এনেদৰেই যাতে সকলোৱে পুৰণা গীতবোৰ আঁকোৱালি লয়।❤
দাদা কি যে সুন্দৰ হৈছে। এক বুজাব নোৱাৰা অনুভৱ❤
Geet tur photo khon ratipuwa UA-cam ot paisilu pai UA-cam ote bohut bisarilu kintu napalu etiya pai xunisu bohut bohut bohut dhuniya hoise ghusbom ahi goise xuni ❤️🎧♥️
হে শিল্পী ব্ৰক্ষ্মপুত্ৰৰ দৰে বহ্নিমান হৈ থকা তুমি।
Mur arombhoni bhupendra Songeet r pa hoisil, eibuur konkani harmonium khonot bojaisilu! Hosakei xei diin buur eman val asile! Very nicely sung prabin da! ❤
তোমাৰ গানে হৃদয় চুই যায় নাজানো কিয়?😊😩
@@dlx_20 etu gaan nhoi geet hoi xudhakonthor
গান আৰু গীতৰ পার্থক্য ক'ব চোন জানিব বিচাৰোঁ ?@@nayanjyoti126
Release huwar pora kiman bar hunilu thikona mur nai prabin daa u are amazing
Moi wo ajon singer akha koru aponar logot adin ake loge gaboloi hujug pam ❤ plz like me
Aji he comment korisu kiman bar h hunilu😢
Ufff....xanghatik gaise💘Original tu one of my favorite, imn vl hbo buli expect kra nasilu. kintu xundor gale.
Dr. Bhupen Hazarika sir ❤
Gaan2 tumar matot bahut dhunia hoise Xunibole .
থৈছা সাচি কাৰোবালৈ গুপুতে গুপুতেতাত মোৰ ভাগে নাই উফ বুকু ভেদি গৈছে😢❤❤
Gupute nohoi bukute
❤❤❤❤❤❤❤❤❤❤❤❤❤
গানটো আকৌ নতুন কৈ জী উঠিল
Hridoy sui gol
Bohut bhal lagise xuni
Enekoi geet xomuh dhori rakhibo lagibo
অতি সুন্দৰ ককাই 😘🙏❤️
বহুত ধুনীয়া ❤️❤️
🥺🥺😫😫😫imaaan vl lage mur geet tu...uff kontho ❤️❤️❤️
Thank you for not destroying this masterpiece... ❤❤❤
পত্ৰলেখা আজি যদি মোৰ ঠিকনা সোধা
সমিধানত মৌনতাহে পাবা, কাৰণ মই এক জিৰণিবিহিন❤❤❤
3:47 wow wow wow ❤
Zubeen dar pasot tumak rakhu❤
Mojaa ❤
পত্ৰ তুমি নিলিখা হলা ❤❤❤❤
খুব সুন্দৰ গাইছা। শুনি মন ভাল লাগি গ'ল।
Eman xundor hoisee
বৰ ধুনীয়া গান❤
400 subscribe complete thank you guys❤
Ou man ❤❤❤❤❤
সুন্দৰ দাদা❤
অতি সুন্দৰ👌👍
Moja moja 🥰
খুবেই ভাল লাগিল।
❤❤❤
Khub val lagil ❤❤ guitar val bojaise
সুন্দৰ ❤
Wow prabin daa🎧
Oti hundor ❤
Val lagil ❤
তুমি ব্যতিক্ৰম বাবেই তোমাক ভাল লাগে । সুন্দৰ হৈছে❤
xundor prodorxoni dada
উফ❤❤
Just wow🔥🔥🔥🔥
Evergreen 💚
Dada first view
Khub hundor dada❤️
🙏 manisu aru apunak….. ❤
Nice dada❤👋
Dhuniya bohut dada❤❤
❤gom pai spostotate zubeen dar sisyo buli
Jayanta Hazarika debor ganu gab son ketiya ba ❤
Ultimate
Waahhhh..tooo gooodd
Every day I need the vibe and this become therapy for me
বহুত বহুত ভাল লাগিল গানটি তোমাৰ কণ্ঠত শুনি❤🙏
Outstanding 😊😍
One like for Dr Bhupen Hazarika 🙏❤️
Nice dada ❤❤
Ki xundor dada ❤❤❤❤
Kenekua dhunia hoise nohoi ❤❤.. blessed my ears ❤
Perfectly reprised... ❤
Mur khubei priyo geetti moiu Bhupendra songiterei mur songitor jatra armvoni korisu...Xudhakantha deboloi mur xoswardha pronipat jonaisu🙏🙏🙏xubei xundor hoise ❤❤❤
Nice Prabin... সুন্দৰ হৈছে
and keep it up Writuraj & Wrisheeraj.
Huge respect to you🥰🥰🥰
Xundar gayaki probin.bhal lagil eneye bhal loga
কিম্বা মোৰ পুৰণা ঠিকনা তোমাৰ মনতে নাই ...!! ❤😢
Awesome voice ❤❤❤
Ki hundor ❤❤❤❤❤wow
অতি সুন্দৰ ❤❤❤❤❤
ইমান ধুনীয়া ❤
Bohut hundor kontho dada apunar 🫶💖
বহুত ধুনিয়া
সুন্দৰ 👌
সুন্দৰ ৷ 👌
Dhunia hoise
Hridoy sui gol...❤❤❤❤❤❤
Bor xundar hoise 👌👌👍👍
অতি সুন্দৰ 😊❤
ক'বলে ভাষা নাই,,,,❤
Khub xundor hoise dada, mon sui gol
Prabin da always ❤
Just love it❤❤
বহুত ধুনীয়া ❤❤
Moja❤❤
Khub hundor hoise ❤❤