Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ইমান ধুনীয়া , সুমধুৰ কণ্ঠ আৰু মৰম লগা ছোৱালী জনি সুন্দৰ ভবিষ্যতৰ কামনা কৰি লো।
আগুৱাই যোৱা ভগৱান+আল্লা তোমাৰ লগত সদাই থাকিব। সঁচাই কণ্ঠ শ্বৰ বৰ ভাল।
Dhuniya konth. Congratulations
অতি সুন্দৰ ।আশীৰ্ব্বাদ থাকিল আৰু আগুৱাই যোৱা ।
অতি সুন্দৰ কণ্ঠ আগলৈ যাতে এই দৰে সুন্দৰ সুন্দৰ গীত শুনীৱ পাও । অসমীয়া ছোৱালী জনীলৈ শুভেশ্বা থাকিল ।
সচাঁকৈ বাইদেউ আপোনাৰ গীত সমুহৰ সকলো অৰ্থ আছে ? আপোনাৰ কণ্ঠ ত যাদু আছে । দীঘায়ু কামনা
বহুত সুন্দৰ ।উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।আগুৱাই যোৱা
ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ
বৰ ভাল লাগিল মাজনী, আগবাঢ়ি যোৱা.
বহুত ভাল লাগিছে , আগুৱাই যোৱা আৰ্শীবাদ যাচিছো আৰু যেন ভগৱানে আগবঢ়াই নিয়ে ।
Bohut hundor.tumi aru ag bahi jua
🎉🎉🎉🎉🎉🎉
অতি সুন্দৰ পৰিৱেশন ৷আৰু আগুৱাই যোৱা ৷
Very nice. Bohut val lagil.
O baa dhuniya lagise song , Aguwai jaba
মন প্ৰাণ জুৰাই যোৱা কণ্ঠ।
বৰ ভাল লাগিল,চালমা তোমাৰ ভৱিষ্যত জীৱন উজ্বল হোৱাৰ কামনা কৰিলোঁ।
ভগৱান প্ৰদত্ত কণ্ঠ।আপ্লুত হলো।আগবাঢ়ি যোৱাৰ কামনাৰে আশীৰ্বাদ কৰিলোঁ।
Thanks a lot. I wish her all success in life.
হয় ভাল লাগিল । আগ বাঢ়ি যোৱা , আল্লাহৰ দোৱা থাকিল নিশ্চয় দোৱা কাবুল কৰিব। আমিন ,,,
Val lagil agaloi agg barhi jowa
ধুনীয়া কণ্ঠ সুনি বৰ ভাল লাগিল ভবিষ্যতে আগুৱাই যোৱা
অতিকৈ সুন্দৰ । শ্বেযাৰ কৰিলোঁ ।।
Very best ilove your song and super voice god help you
Very nice আগবাঢ়ি যোৱা
সঁচা সুন্দৰ গীতটি সুন্দৰ কণ্ঠ জুৱিনৰ গীত ৷
This is a really beautiful song
অতি সুন্দৰ কৈ গীত বোৰ গাই ❤❤ ভাল লাগিল ❤❤❤
সুন্দৰ , ভাল লাগিল। আগুৱাই যোৱা।
বহুত ধুনীয়া গীত বৰ ভাল হৈছে কণ্ঠ বহুত ধুনীয়া ধন্যবাদ
সচাঁকৈ নিহিকাকৈ বহুত ধুনীয়াকৈ গাইছে দেই🙏🙏🙏🙏🙏❤️❤️❤️❤️
গাৰ - মন শাঁত পৰিৰ যোৱাৰ গীত। খুব সুন্দৰ কণ্ঠৰে সুৰ দি গাইছে! ভৱিষ্যতে এখন বহুল মঞ্চ পোৱাৰ কামনা কৰিলো !
বৰ সুন্দৰ কণ্ঠচৰ, ভাল লাগিল।
Bohut Hundor, Zubbin Dar Lgt Gan Gaboloi Hubidha Paly Vall Lagil Hoi
Bohut hundor tumi aru ag bahi jua
খিলঞ্ছিয়া বুলি কথা নাই ।নিন্দু মুছলমান বুলি কথা নাই ।মানৱতাৰ গান ধ্যন আধ্যৎমিকতা ।সকলোৱে ৰাখিলে বিশ্চত শান্তি আহিৱ ।আমি সকলোৱে বিশ্চ শান্তি হৈ কাম কৰিৱ লাগে ।
তোমাৰ সুমধুৰ কন্ঠৰ গীতটো শুনি সঁচাকৈ ভালেই লাগিল। সংগীত বিদ্যালয়ত যদি তুমি প্ৰশিক্ষণ লৈছা, তেনেহলেটো কোনো কথাই নাই। যদিহে লোৱা নাই, প্ৰশিক্ষণ লৈ আগুৱাই গৈ থকা। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।🎉🎉🎉
বহুত ভাল লাগিল গীতটো শুনি। আগুৱাই যোৱা মোৰ আই।
Very nice bhut val lagil❤❤❤🙏🙏🙏
Oti sundor kontho bhal lagil,, aguai jua bhogobane mongol korok ❤
অতি সুন্দৰ গীত আগুৱাই যোৱা।
গীতৰ জগতত আগবাঢ়ি যোৱা, আমাৰ আশীষ থাকিল ।
অতি সুন্দৰ , আগবাঢ়ি যোৱা ।
Very nice, Aguwai goi thoka, Akhirbad Hamesa thakil ,by.
বহুত ভাল লাগীল । ভবিষ্যত উজ্জ্বল কামনা কৰিলো ।
ধুনীয়া কণ্ঠ ।
বৰ, সুন্দৰ, ,কণ্ঠ , উজ্জ্বল,ভ্ৱিচ্ছত্,কামনা,থাকিল
Iman dhuniya lagise o kontho tu suni thaku thaku Lage ❤❤❤❤
তোমাৰ কণ্ঠটো বৰ সুন্দৰ আৰু আগবাঢ়ি যোৱা তাকেই কামনা কৰিলো ।
Bohut vll lagil video to Sai ami akha kru tmi ajoni vll gaika hua☺️👍👍👍👍👍
Best of luck najma,(akhon dhormo নিৰপেক্ষ দেশত নাজমাক সাংবাদিক সকলে মুচলমান যুৱতী বুলি কিয় চিনাকি দিব লগা হল তাকেহে নুবুজীলো। আচলতে শিল্পীৰ জাতি,ধৰ্ম নাথাকে।)
So sweet ❤️ very much nice and beautiful song 🎉
Salute to her singing talent. Wishing her bright future. ❤
Bahut duniya lagil, bhagavanor kripyat aur aagoloi jabo
Bohut dhuniya hoise
সঁচাকৈ অটী সুন্দৰ গাইছা । বা ❤❤❤
অতিকৈ সুন্দৰ ।
চালমা, অসমীয়া তথা অসমৰ গৌৰৱ। চালমা তুমি আৰু আগবাঢ়ি যোৱা ভগবানৰ আশীববাদ সদায় তোমাৰ লগত থাকিব।
Dhuniya lagise...aru ag Bahi juwa
Really a melodious song.Good wishes to her.
Verry nice.. bhout Dhuniya lagise❤
অতি সুন্দৰ, তোমাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
Bahut bahut bhal lagil
Xosai bahut dhunia gaise dei...
আৰু আগবাঢ়ি যোৱা মাজনী।
Bhut dhuniya hoise aallai tumar bhabishyat ujjal krk
Bohut dhunia hoisa aru aguai jua
সুওব ভাল হৈছে মইনা তুমি দীৰ্ঘায়ু হোৱা
Dhuniya❤❤
Bohut sunder ❤️❤️❤️❤️❤️🔥
Dhuniya hoise
Bohot val hoisi baa tomi agloi jua ❤
Bahut bhal lagise
Thank-you-bohut-val-lagil
Very good voice keep it up
Bohut dhunia hoise
I wish her all success in your comeing life.🙏🙏🙏
Bohut duniya hoici bujab nowari Mr bohut val lagile ❤❤❤
Excellent
Ati hundar... Aguwai jauk bhonti joni..
Very nice
Bhut val hoi aguwai jwa anekoi khklore akhirbat thakil
Ati hundor,God bless you, Tq sm
অতি সুন্দৰ৷ চৰৈৱেতি চৰৈৱেতি৷
AXOMOR VEETOROT MOR VAL LAGIL.
Bahut bhal hoise❤❤❤🕉🙏🙏💐💐💐
সুন্দৰ হৈছে
সুন্দৰ ♥️👌
Bahut Bahut Val lagil
Ati hundar Kantha Tumi aru aguwai juwa 🤲 korisu Allah a aguwai juwa 🤲❤️
Bht dhuniya voice .zubeen daar lgt chance pbo lge
Bohut dhunia hoise❤❤❤❤❤
Dhuniya hoise ❤❤❤❤
Bhut val lagise
Exilant nice tune god bless you
khub hundor. - good wishes
বহুতে ভাল হৈচে দেই
Bahut sundar voice khub bhal lagil
Unic. Keep it up.
Very nice voice.
Bóhut bhal lagil