Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ফোন নম্বৰ - 9707897702
তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তোমাৰ দৰে দুই এগৰাকীয়েহে এই গণ শিল্পী জনৰ ইমান সুন্দৰ ভিডিঅ'কৰিছিল।
ua-cam.com/video/RDeLok0aH2I/v-deo.htmlsi=TZw8xY3-booSki25 unseen song Rajib sadiya
Mozzza dada
Tumer video sai khub bhal lage bordoloi Nagar tinsukia Assam
ভাল লাগে তোমাৰ ভিডিঅ বোৰ চায় ।
সঁচাকৈ বহুত দুখ লাগিল। মাটিৰ মানুহ আৰু প্ৰকৃত শিল্পী। তেওঁৰ আত্মাই চিৰশান্তি পাওক🙏🙏🙏🙏
Ki je hundr voice dada jonr
অতি সুন্দৰ পৰিবেশন ৰাজীবৰ। এই জন বিহৱাক হেৰুৱালো আমি।দুখ লাগিছে
বৰ দূখ লাগে অ কাই। আপুনি নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যকে সমান্তৰালকৈ আগ বঢ়াই লৈ গৈছিল। কি কম ভাষাহীন আপুনি আমাৰ মাজৰপৰা খুব কম সময়তে গুচি গল । আপোনাৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
তেওঁ য'তেই আছে শান্তিত থাকক।
Dhuniya
এনেকুৱা এজন অতুলনীয় শিল্পী পামনে পুনৰ ।বুকুৰ সিৰাই সিৰাই আ জি দুখ অনুভৱ কৰিছো।
অতি সুন্দৰ। আমি বহুত পিছত গম পালো ।
Nice voice ❤
সুন্দৰ নাচিছিল ❤
উহ... কি শব্দ ! সচাকৈ বহুত দূখ লাগিল অ । বৰ সোনকালে গল গৈ অ ।
বহুত দুখ লাগিছে।দাদাৰ আত্মাৰ শান্তি কামনা কৰিলোঁ 😢
সদায় এনে বিপ্লৱৰ গান শুনিবলৈ মন যায়। সেয়েহে তুমি ধন্যবাদ তোমাৰ আত্মা সদায় চিৰজুগমীয়া হৈ থাকক তাকেই কামনা কৰো।
Mojaa lagil❤
খুব ভাল লাগিল ভিডিঅ'টি দেখিবলৈ পায় ধন্যবাদ 👍🏻🥰👍🏻
বৰ দুখ লাগিল ও, ইমান সুন্দৰ প্ৰতিভা অকালতে হেৰাই গল।।😢
ৰাজীৱ শদিয়াএতিয়াও যেন জীয়াই আছে তেনেকুৱা লাগিল ভিডিঅ'টো চাই😭
সঁচাকৈয়ে বহুত সুন্দৰ গীতৰ কথা , সুৰ , কন্ঠ , মাটিৰ গোন্ধ, দেশৰ জনতাৰ হৈ দুখ ,ক্ষোভ, আনন্দদাঙি ধৰিব পৰা এজন প্ৰকৃত মাটিৰ শিল্পী❤️❤️❤️ । আমিঅকালতে হেৰুৱালো এজনজনতাৰ শিল্পীক।
ৰাজীৱ শদিয়াদেৱ লগতেপৰিয়াল বৰ্গলৈ ৰঙালী ওলগ জনালো❤❤❤❤
শুনি বৰ ভাল লাগিল ।❤ জীয়াই থকা হ'লে আৰু ভাল লাগিল হয় ! 😢
ইমান সুন্দৰ কণ্ঠ আজি আমাৰ মাজৰ পৰা গূঢি গ'ল আজান দেশলৈ
❤❤❤❤❤ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।অসম আৰু অসমীয়া লোক সংগীতৰ এগৰাকী অতি প্ৰসিদ্ধ ও জনপ্ৰিয় আৰু বিপ্লৱী, জাতীয়তাবাদী,প্ৰতিবাদী ও শক্তিশালী কন্ঠস্বৰ। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন লোক সঙ্গীতৰ সাধক বিপ্লৱী বন্ধুবৰ ৰাজীৱ শদিয়া।❤❤❤❤
সচাঁকৈ বহুত বেয়া লাগি গল, ৰাজীৱদা জীয়াই থকা যেন লাগিছে।
❤❤❤❤❤ grand salute to him. God bless you Mr Rajib sodiya. Eminent folks singer of Assam. Go ahead way to your journey. God bless you and your family. All the best wishes to you.❤❤❤❤❤
Hundor কণ্ঠ বৰ দুখ লাগিল ।
সুন্দৰ🙏 ভাল লাগিল।
hundor rajib da ,thik disa
মহেন্দ্ৰ হাজৰিকা কণ্ঠ বহুত সুন্দৰ জাতীয় চেতনা গীত
Bhal lagil
বহুত বহূত ভাল লাগিল ❤
বৰ দুখৰ বিষয় মাইনাটোক ভগবানে সহায় কৰক
প্রিঞ্ছৰ দৰে যদি সকলোরে ৰাজীরক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিলেহেঁতেন ৰাজীরে মনত এটা দুখ লৈ এই পৃথিৱীৰ পৰা বিদায় নললেহেতেন।
জুই ❤
চকু পানী ওলাই গ'ল 😢 ভগৱানে পৰিয়ালটিক সুমতি দিয়ক।🙏🙏
Rajib Da Happy Rangali Bihu
Rajib jindabad
বহুত ভাল লাগিল গানটো শুনি❤❤
Salute sir and team❤🙏🙏🙏
Asomiya selut 🎉🎉🎉
So beautiful video ❤❤❤❤❤❤
😢😢😢 hosaie eman dhuniya gan gasil jotie nathak val ke thakiba dada😢😢😢😢😢
নমস্কাৰ,,, অসমৰ জনতাৰ বাবে তেখেত আছিল সোণৰ টুকুৰা। কিন্তু ৰাইজে চিনিবলৈ লওঁতেই ভগৱানে সোনকালেই নিজৰ কৰি ল'লে। দুখেৰে আপোনাক জনাই ৰাখিছোঁ যে, ভৱিষ্যতে এনে দৰেই এই পৰিয়ালটোৰ এজন সদস্য হৈ থাকিব বুলি অনুৰোধ জনালোঁ 🙏
how sweet rajibda
Very nice video.
Kaile log pai asu dada jonok dhemaji dimow ❤
অতি সুন্দৰ
Bohut dhuniya.,.
Ki j hundor
Bor val lagil ❤ ❤ ❤
ভাল লাগিল
যুগ যুগ লৈ স্মৃতি হৈ ৰক
😭😭❤❤ কিয় গুছি গ’ল আপুনি পি চ্যাই
Bohut dhunia lagise❤
লৰাটোলৈ বহু বেয়া লাগিল
Bohut Baya lagisa moiw sadiyar jiyari Rajiv dada gaugor usorora gaugor hoi bohut Baya lagise😢😢😢😢😢😢😢😢
বৰ সুন্দৰ
হে ৰাজীৱ প্ৰণামো তোমাক.
val lagil kakai deu❤❤❤
Super❤❤❤🎉🎉
Tumar dore youtuber hokole jodi enekoi aguai nile heten aji Rajib da bohut aguai gol heten😢
Rajibdar gan huni bohut val lage ❤❤😢
Very Very nice ❤❤❤
বহুত বহুত ধন্যবাদ যতেআছা
Bohot val
এইবোৰ দেখিলে মনটো বেয়া হে লাগে😢
Val lagel
Joi aai akhom
😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢 miss you Rajiv da Rip😢
Aaji বৰ dhukh পাইছো r da নথকাৰ বাবে
Val lagil
Nice❤❤❤❤❤❤
Rajib dada gan uni bout val lage
বহুত দুখ লাগিল।
যতেই আছা shatit থাকা
Veri nice
Bohutt bohutt hubhessa thakill
ki kom dada bohut dukh lagise rajib dar ji hothat ji mirtu hol bohut roigoisu 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
Rajib tumi hodai jiuai thakiba manuhor majot
❤moja
Very very nice ❤❤❤❤❤❤
❤❤😂😂
Bor hunder❤❤❤
উফ😭😭❤️❤️100 jonor vitorot 95 manuhe sini puwa nasille social media t aji kali Sai dekhi he sini pale gom pua hol 😭😓😢😥😭
🎉🎉🎉
Dada gan huni bohut val lagisil ,moiu gaisilu dadar gan bur kintu moi tekekuwa val platform nupuwar karone aji goror ata suk te pori ase .
Rajibor gan huniborbhal lage
Barval lagiSa
Miss you Dada😢
Wow !
❤❤❤
Lovnila aru hima dasse jodi pai Rajiv DA u পাব লাগে চৰকাৰী চাকৰি এটা তেহো এজন গণ বাকী nok দেই পৰিয়ালে
Mis korisu dadak
কি কম ভাষা নাই 😩
বহুতৰ মুখা খুল খাব বুলি ভয়তে ৰাজিৱ শদিয়াৰ জীৱিত অৱস্থাত প্ৰচাৰত কিছু বাধা আহিছিল
Puwaliya hmane bojaise
ফোন নম্বৰ - 9707897702
তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তোমাৰ দৰে দুই এগৰাকীয়েহে এই গণ শিল্পী জনৰ ইমান সুন্দৰ ভিডিঅ'কৰিছিল।
ua-cam.com/video/RDeLok0aH2I/v-deo.htmlsi=TZw8xY3-booSki25 unseen song Rajib sadiya
Mozzza dada
Tumer video sai khub bhal lage bordoloi Nagar tinsukia Assam
ভাল লাগে তোমাৰ ভিডিঅ বোৰ চায় ।
সঁচাকৈ বহুত দুখ লাগিল। মাটিৰ মানুহ আৰু প্ৰকৃত শিল্পী। তেওঁৰ আত্মাই চিৰশান্তি পাওক🙏🙏🙏🙏
Ki je hundr voice dada jonr
অতি সুন্দৰ পৰিবেশন ৰাজীবৰ। এই জন বিহৱাক হেৰুৱালো আমি।দুখ লাগিছে
বৰ দূখ লাগে অ কাই। আপুনি নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্যকে সমান্তৰালকৈ আগ বঢ়াই লৈ গৈছিল। কি কম ভাষাহীন আপুনি আমাৰ মাজৰপৰা খুব কম সময়তে গুচি গল । আপোনাৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।
তেওঁ য'তেই আছে শান্তিত থাকক।
Dhuniya
এনেকুৱা এজন অতুলনীয় শিল্পী পামনে পুনৰ ।বুকুৰ সিৰাই সিৰাই আ জি দুখ অনুভৱ কৰিছো।
অতি সুন্দৰ। আমি বহুত পিছত গম পালো ।
Nice voice ❤
সুন্দৰ নাচিছিল ❤
উহ... কি শব্দ ! সচাকৈ বহুত দূখ লাগিল অ । বৰ সোনকালে গল গৈ অ ।
বহুত দুখ লাগিছে।দাদাৰ আত্মাৰ শান্তি কামনা কৰিলোঁ 😢
সদায় এনে বিপ্লৱৰ গান শুনিবলৈ মন যায়। সেয়েহে তুমি ধন্যবাদ তোমাৰ আত্মা সদায় চিৰজুগমীয়া হৈ থাকক তাকেই কামনা কৰো।
Mojaa lagil❤
খুব ভাল লাগিল ভিডিঅ'টি দেখিবলৈ পায় ধন্যবাদ 👍🏻🥰👍🏻
বৰ দুখ লাগিল ও, ইমান সুন্দৰ প্ৰতিভা অকালতে হেৰাই গল।।😢
ৰাজীৱ শদিয়াএতিয়াও যেন জীয়াই আছে তেনেকুৱা লাগিল ভিডিঅ'টো চাই😭
সঁচাকৈয়ে বহুত সুন্দৰ গীতৰ কথা , সুৰ , কন্ঠ , মাটিৰ গোন্ধ, দেশৰ জনতাৰ হৈ দুখ ,ক্ষোভ, আনন্দ
দাঙি ধৰিব পৰা এজন প্ৰকৃত মাটিৰ শিল্পী❤️❤️❤️ । আমি
অকালতে হেৰুৱালো এজন
জনতাৰ শিল্পীক।
ৰাজীৱ শদিয়াদেৱ লগতেপৰিয়াল বৰ্গলৈ ৰঙালী ওলগ জনালো❤❤❤❤
শুনি বৰ ভাল লাগিল ।❤ জীয়াই থকা হ'লে আৰু ভাল লাগিল হয় ! 😢
ইমান সুন্দৰ কণ্ঠ আজি আমাৰ মাজৰ পৰা গূঢি গ'ল আজান দেশলৈ
❤❤❤❤❤ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।অসম আৰু অসমীয়া লোক সংগীতৰ এগৰাকী অতি প্ৰসিদ্ধ ও জনপ্ৰিয় আৰু বিপ্লৱী, জাতীয়তাবাদী,প্ৰতিবাদী ও শক্তিশালী কন্ঠস্বৰ। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন লোক সঙ্গীতৰ সাধক বিপ্লৱী বন্ধুবৰ ৰাজীৱ শদিয়া।❤❤❤❤
সচাঁকৈ বহুত বেয়া লাগি গল, ৰাজীৱদা জীয়াই থকা যেন লাগিছে।
❤❤❤❤❤ grand salute to him. God bless you Mr Rajib sodiya. Eminent folks singer of Assam. Go ahead way to your journey. God bless you and your family. All the best wishes to you.❤❤❤❤❤
Hundor কণ্ঠ বৰ দুখ লাগিল ।
সুন্দৰ🙏 ভাল লাগিল।
hundor rajib da ,thik disa
মহেন্দ্ৰ হাজৰিকা কণ্ঠ বহুত সুন্দৰ জাতীয় চেতনা গীত
Bhal lagil
বহুত বহূত ভাল লাগিল ❤
বৰ দুখৰ বিষয় মাইনাটোক ভগবানে সহায় কৰক
প্রিঞ্ছৰ দৰে যদি সকলোরে ৰাজীরক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিলেহেঁতেন ৰাজীরে মনত এটা দুখ লৈ এই পৃথিৱীৰ পৰা বিদায় নললেহেতেন।
জুই ❤
চকু পানী ওলাই গ'ল 😢 ভগৱানে পৰিয়ালটিক সুমতি দিয়ক।🙏🙏
Rajib Da Happy Rangali Bihu
Rajib jindabad
বহুত ভাল লাগিল গানটো শুনি❤❤
Salute sir and team❤🙏🙏🙏
Asomiya selut 🎉🎉🎉
So beautiful video ❤❤❤❤❤❤
😢😢😢 hosaie eman dhuniya gan gasil jotie nathak val ke thakiba dada😢😢😢😢😢
নমস্কাৰ,,, অসমৰ জনতাৰ বাবে তেখেত আছিল সোণৰ টুকুৰা। কিন্তু ৰাইজে চিনিবলৈ লওঁতেই ভগৱানে সোনকালেই নিজৰ কৰি ল'লে। দুখেৰে আপোনাক জনাই ৰাখিছোঁ যে, ভৱিষ্যতে এনে দৰেই এই পৰিয়ালটোৰ এজন সদস্য হৈ থাকিব বুলি অনুৰোধ জনালোঁ 🙏
how sweet rajibda
Very nice video.
Kaile log pai asu dada jonok dhemaji dimow ❤
অতি সুন্দৰ
Bohut dhuniya.,.
Ki j hundor
Bor val lagil ❤ ❤ ❤
ভাল লাগিল
যুগ যুগ লৈ স্মৃতি হৈ ৰক
😭😭❤❤
কিয় গুছি গ’ল আপুনি পি চ্যাই