জুবিন গাৰ্গক প্ৰত্যুত্তৰ দি পৰেশ বৰুৱাই ক’লে || Paresh Baruah on Zubeen Garg

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 1 тис.

  • @ojanarahasyahandhan1703
    @ojanarahasyahandhan1703 5 років тому +10

    ছোট মাৰণি i love zubeen da zubin dai ইমান টকা যে নিজৰ কষ্টৰ ধন দি মানুহক সহায় কৰে তই নোৱাৰিবি নিকী zubeen ডাক লৈ একো বেয়া মন্তইব নকৰিবি zubeen ডাক আমি নিজৰ প্ৰাণ দি হলেও ৰক্ষা কৰিম ।আমি নতুন প্ৰজনন দৰকাৰ হলে দেশ ৰক্ষা কৰিবও পাৰো দৰকাৰ হলে দেশ জ্বলাবও পাৰো। তই কোন ছেট পৰেশ বৰুৱা।।

    • @ManojDas-fe9wp
      @ManojDas-fe9wp Рік тому

      👁️

    • @ManojDas-fe9wp
      @ManojDas-fe9wp Рік тому

      Bapere maal khai ahi rati marok aneke gali dye Jen paixu, xutm.. nty.. rd buli hoine Hagis pindha puwali😜

  • @lakshyakalita7493
    @lakshyakalita7493 5 років тому +1

    JOI ZUBEEN DA

  • @dulalpatnayak3309
    @dulalpatnayak3309 5 років тому +7

    Banpani homoyot amar moromor zubin daa amar logot thake aan kunu nathake..
    love you zubin daa..

  • @arunmiliholidayvlogs5107
    @arunmiliholidayvlogs5107 5 років тому

    I Love you Zubin da

  • @nabakrishnarajkhowa6120
    @nabakrishnarajkhowa6120 5 років тому +8

    পৰেশ বৰুৱাই জুবিন দাক চিনিয়ে পোৱা নাই ৷ সেৰৌ পৰেশ বৰুৱা ডাঙৰীয়া আপুনি জুবিন দাৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক তাৰ পিছত আপুনি জুবিন দাৰ ওপৰত মাত মাতিব ৷ হাজাৰ হাজাৰ মানুহৰ কাৰোবাৰ বাবে ভগৱান,কাৰোবাৰ super hero,হাজাৰ জন দুখিয়াৰ বন্ধু,যাৰ মনত নাই কোনো অহংকাৰ,নাই কোনো জাতি ধম সেইজনে হৈছে জুবিন দা ৷ জুবিন দা মানেই অকল অসমতেই নহয় অসমৰ বাহিৰতো কিমান জনপ্ৰিয় বেলেগকৈ কোৱাৰ কোনো দৰকাৰ নাই৷ তেনে এজন মানুহৰ ওপৰত কোৱাৰ আগত হাজাৰ বাৰ ভাবিব৷

  • @rtt1109
    @rtt1109 5 років тому +1

    amr axomot he ai bilak hoi thaka .

  • @prasujyaborah7774
    @prasujyaborah7774 5 років тому +16

    নাঙল ধৰিও পাইছো, ট্ৰেক্টৰ ধৰিও পাইছো। ৫/৬ বিঘা হাল বাই খেতি কৰি পাইছো।

  • @VoiceforjusticeTV
    @VoiceforjusticeTV 5 років тому

    Jai Ai Assam... Jubben da....

  • @anuprajbongshi4110
    @anuprajbongshi4110 5 років тому +5

    জয় আই অসম

  • @anitkurmi2848
    @anitkurmi2848 4 роки тому +1

    Poresh da ami zubben dar fan aru ami khetiyok... Khati gaulia

  • @jayantaborah7835
    @jayantaborah7835 5 років тому +22

    আলফাই সৃষ্টিশীল কাম কৰক,,, আলফাৰ লগত সদায় থাকিব অসমীয়া,,,

    • @DipPaul-ng4ox
      @DipPaul-ng4ox 10 місяців тому +1

      Ulfa zindabaad, joi aai axom, zubeen da nlage aamak, aami axomi moribo paru, ulfa love you❤, zubeen da go back,

  • @manashdas584
    @manashdas584 5 років тому +1

    Ulfa zindabad

  • @lowerassamind.1769
    @lowerassamind.1769 5 років тому +14

    I hate ULFA. I dont suport any Terrorism organisation. He mur ghoror mama hok ba khura.. Kaku val napao if he involbes on terrorism thing.
    Manuh mara kam akebare Val kam nohoi.. Manuh jon Bihari hok ba, Marowari ba Bengoli ba muslimei hok... Manuh ajon morile tar ghorot ki obostha hoi ULFA nubujibo...

    • @proudhindustani214
      @proudhindustani214 5 років тому +1

      Agree with you

    • @lalithira1112
      @lalithira1112 5 років тому

      তুমি ঠিক কথাই কৈছা মানুহ মানুহেই হয় । তুমি এজন অসমীয়া মানুহ মইও এজন অসমীয়া । এতিয়া কথাটো হ'ল- মোৰ থাকিবলৈ ঘৰ নাই যিহেতু মোৰ মাটি নাই । তোমাৰ ভেটি মাটি অলপ মোৰ নামত দি ঘৰ এটি সাজি থাকিবলৈ দিবা নে ? যদি দিয়া , বাৰু ভাল কথা । যদি দিব নিবিচৰা মই যদি তোমাৰ পৰা কাঢ়ি ল'ব বিচাৰো কি কৰিবা ??? আৰু যিসকলে তোমাৰ মাটিখিনি মোক দিবলৈ সহায় কৰিব তেওঁলোকক কি কৰিবা ?? তুমি যি কৰিম বুলি ভাবা তাতেই উত্তৰটো ও পাবা ।

  • @riturajboruah3285
    @riturajboruah3285 4 роки тому

    Paresh mama, bohut dhunia question korise. I am agree.

  • @abhijitbezborah3415
    @abhijitbezborah3415 5 років тому +121

    Moi ajon zubeen anuragi moi kheti koru moi nanglr muthi dhri paisu

  • @motojocker3426
    @motojocker3426 5 років тому

    ....joi i axom ...joi zubeen da

  • @Rakeshkalita371
    @Rakeshkalita371 5 років тому +3

    দুয়োজন অসমীয়া জাতিৰ পিতা

  • @prabaljitpatar4695
    @prabaljitpatar4695 5 років тому

    জুবিন দাৰ দৰে মুকলি বিপ্লৱৰ সূচনা কৰক।।জুবিন দাই কৰি আছে কৰি থাকিব । আমি আশাবাদী।।।

  • @rzurocreation1854
    @rzurocreation1854 5 років тому +3

    Joi zubeen da Paresh Baruwa Sir Apuni Akhomk Jodi Eman Val Pai Akhomr pora Bangladeshi khedi dekhaowak

  • @crinstondeacock2232
    @crinstondeacock2232 3 роки тому +1

    জুবিন দাই ঠিকেই কৈছে এতিয়া বনৰ ৰজা হৈ বহি থাকি লাভ নাই এতিয়া বিপ্লৱ কৰিবৰ হ’ল কৃষি বিপ্লৱ মানে কেৱল নাঙলৰ মুঠিত ধৰাকে নুবুজাই আধুনিক প্ৰযুক্তি বিদ্যাৰে আমাৰ সাৰুৱা মাটিত কেনেকৈ বিধে বিধে খেতি কৰি আমাৰ লগতে দুই তিনিজনক জীৱিকাৰ পথ দেখাব পাৰো তাৰ কথাহে কৈছে আৰু আমি নতুন প্ৰজন্ম সদায় জুবিন দাৰ লগত আছোঁ আৰু থাকিম।আপোনাৰ লগতো থাকিম যদিহে বনৰ ৰজা হৈয়ে নাথাকি মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে। জয় জুবিন দা জয় আই অসম।
    Dk...

  • @dhanjitasomiya5544
    @dhanjitasomiya5544 5 років тому +10

    আপোনাৰ কথা থৈ দিয়ক হে mr পৰেশ বৰুৱা। জুবিন দাই বহুত কৰিছে অসমক লৈ আপুনি কি ডাল কৰিছে ঘেন্তা 🙏

  • @bandanadeka9015
    @bandanadeka9015 5 років тому +1

    pares da jindabad

  • @rishikesh2509
    @rishikesh2509 5 років тому +162

    আপোনি ম্যনমাৰৰ পৰা পঠোৱা ধানেৰে অসম ভৰি থাকে ককাই ৷
    আপোনি অৰণ্যৰ পৰা গাই পথোৱা গান বোৰে অসম বাৰ মাহেই নচোৱাই থাকে ককাই ৷
    আপোনাৰ আহ্বানত অসমী আইৰ কোলা শুদা কৰি সংগ্ৰামৰ বাবে গই মৃতু্্যক আকোৱালি লোৱা যুৱক সকলৰ পৰিয়ালৰ নিনাদে বিদাৰি থাকে ককাই ৷
    নিৰীহক মৃত্যুৰ সৈতে পৰিচয় কৰাই দি আপোনি সংজ্ঞা দিয়ে বিপ্লৱৰ ৷ ৱাহ মানিছো আপোনাক ৷ এনেদৰে জুবিন দাক ওলটি ধৰাত কৈ অসমক তিল তিল কৈ শেষ কৰি নিয়া ঘৰ বিভীষণ কেইতাক দম দিয়ক চোন ৷

    • @mrinalpachani8984
      @mrinalpachani8984 5 років тому +8

      This person can not do any good to Assamese society. ULFA IS now an extortionists organisation .he is stupid can not think good for Assam. A real sense bastard producing sulfa day by day.

    • @protimpartha1mj
      @protimpartha1mj 5 років тому +3

      Hosa kotha Rishi da

    • @babluborah6916
      @babluborah6916 5 років тому +4

      Thik dibo lage ai paresh boruwa2k... moja hoise...lagi thaka...moi sai asu...baru

    • @jyotishjyotish653
      @jyotishjyotish653 5 років тому +3

      ভাল লাগিল কথা খিনি

    • @tmgblaster6453
      @tmgblaster6453 5 років тому +7

      *পৰেশ বৰুৱাক মাৰিব লাগে কেলা,বহুত বেছি বেছি কৰা হৈছে,বেছি কৰিলে আলফা থাকিব নোৱাৰে পৰিস্থিতি কৰি দিম আমি অসমীয়া ৰাইজ হয় সন্ত্ৰাসবাদি নহয়*

  • @pkbborah5015
    @pkbborah5015 5 років тому +10

    পৰেশ বৰুৱাই অসমীয়া হৈ ভালদৰে অসমীয়া বাক্য কেইটাই কব জনা নাই৷ আকৌ জুবিনক আঙুলি টোৱাঁই

  • @Aakashhhhhhh96
    @Aakashhhhhhh96 5 років тому

    Zubeen da ... lv u

  • @rkrahul7906
    @rkrahul7906 5 років тому +3

    Aal baal boki nathakibo Mr. Paresh Baruah
    apuni kla immn dine ki dise axom ok .
    uluta axomi aair buku xuda korise ...
    zubeen da r vorir xomanu hbo nuware...
    enei bebai nathakibo ....kla

  • @mrigenbasumatary8163
    @mrigenbasumatary8163 5 років тому

    Gd Paresh da...🤘🤘🙏🙏

  • @RupamSenapati14
    @RupamSenapati14 5 років тому +53

    আলফাই নিজৰ ভাই ককাই বোৰক মাৰা বাহিৰে কি কৰিব পাৰিছে? বিদেশী আহি অসমত অসমীয়া উপৰত দাদাগিৰি দেখাই আছে কি কৰিব পাৰিছে আলফাই?

    • @memeloveroi9884
      @memeloveroi9884 5 років тому +1

      habor nejor vol .....tomak moi thagela tome mok namareba ..tana kowa khata...hato tome vol bogesa...ru tome ke aokhamea nohoi....bangla dashe borok marebo nowra .....akal ke ulfa habor kam koribo ne....

    • @dulalpatnayak3309
      @dulalpatnayak3309 5 років тому +1

      hoi nijor vai kokaik maribole bidekhor pora hathiyar aane aiya kenedhoror biplob..

    • @bonditamohanbora3184
      @bonditamohanbora3184 4 роки тому +2

      হাবিৰ পৰা ওলাই অহা বাটতো পাহৰীলে অ'

    • @girindrakumar2266
      @girindrakumar2266 4 роки тому +1

      Nowareo korib ako sihote...sob rajniti

    • @riturajboruah3285
      @riturajboruah3285 4 роки тому

      Ulfa hokolok dukh di lav ny. Ear ekmatro daee hoise rajonoitik neta bur. Ei neta burehe axomor swabhiman, man - honman hokolu hekh kri pelale. Kintu ulfa hokole amar axom r karonei juji ase. JOI AAI AXOM!

  • @jitudeka1074
    @jitudeka1074 5 років тому

    জুৱিন দা অসমৰ কাৰনে হীৰা,,, !!!!!

  • @hasmotdigiplex8987
    @hasmotdigiplex8987 5 років тому +4

    ১৯৭৯ৰ পৰা ২০১৮লৈ আলফাই অসমৰ কাৰণে কি কৰিলে?হালৰ মুঠিত ধৰাটো কি ডাঙৰ কথা?আজিকালি ট্ৰেক্টৰ ওলাইছে নধৰিলেও হয়ছোন৷এতিয়া আমাৰ মাজতে তক’বিতক’ কৰি কিবা লাভ আছে জানো?ইতিবাচক দিশেৰে আগবঢ়াটোহে সমীচীন হব বুলি মই ভাবো৷অসমৰ ভয়াবহ নিবনুৱা সমস্যা দূৰ কৰিবলৈ কৃষি বিপ্লৱৰ কিবা বিকল্প আছে জানো?

    • @rajibdas8183
      @rajibdas8183 5 років тому

      Tumi comments needeleu hoi soon

    • @hasmotdigiplex8987
      @hasmotdigiplex8987 5 років тому

      @@rajibdas8183 কিয়? কাৰণটো কোৱাহেঁতেন ৷

  • @jugabratsaikia5136
    @jugabratsaikia5136 5 років тому

    100% right sar joi Ai Asom.. Porash sar..

  • @rakeshpratimnath1505
    @rakeshpratimnath1505 5 років тому +16

    নিৰীহৰ প্ৰাণ লব জনা জনে শিল্পীৰ মূল্য ক'ত বুজিব?

  • @tuntunmohan7659
    @tuntunmohan7659 5 років тому

    aamaak duejonoke dorkar.... Zubeen daa lv u nd Ulfa lv u.... Aakhomiyai aakhomiya ebur lagi nathakibo dey... Joi aai aakhom.... aapuni honggram korok aami hodai aasu... kintu hottiya nokoribo...

  • @pritamsarmah8100
    @pritamsarmah8100 5 років тому +58

    It's not the time of "nangol",it's the time of technical revolution- power tiller, tractor etc

  • @sumanbarthakur339
    @sumanbarthakur339 5 років тому

    বেলেগৰ নাজানো পথাৰত কাম কৰি পাইছো৷লাভ ইউ জুবিন দা

  • @theunknown3529
    @theunknown3529 5 років тому +6

    Paersh Baruah moi paisu nagolar mothit dhori.....joy Zubeen da ❤️❤️

  • @chinmoytalukdar7018
    @chinmoytalukdar7018 5 років тому

    Joi hoi Zuben da ami lgt asu....

  • @shaktidevibrahma476
    @shaktidevibrahma476 5 років тому +35

    আলফাৰ লগত বহু মেডিয়াৰ ভাল সম্পৰ্ক আছে ।

    • @manojdas6667
      @manojdas6667 5 років тому

      Najnu dai. Nam keata kouk na ooo..

    • @shaktidevibrahma476
      @shaktidevibrahma476 5 років тому

      @@manojdas6667 @ ও মানোজকাই
      নাম কেইটা কিয় লাগে , গুৱাহাটীত নালাগে, টিভিত নালাগে, নিজৰ মোবাইল তেই সব পাবি ।

    • @rajdeepgamer8251
      @rajdeepgamer8251 5 років тому

      News channel ye support kore, nhle pareshe news r kothao beya beya koi koi thoise kin2 ata news channel yeo tak aku kuwa nai, hahi hahi news tu share he kore

    • @skrillexvibe8618
      @skrillexvibe8618 5 років тому

      how do you know that?

  • @ammezingvideosbylearnboy8268
    @ammezingvideosbylearnboy8268 4 роки тому +1

    Kot ulfa ketia ahibo???

  • @ascharyapran9612
    @ascharyapran9612 5 років тому +4

    কৃষি বিপ্লব নাংঙলৰ মুথিৰে নহয় আধুনিক জন্ত্ৰৰ সহায়তহে হয় দাদা😊😊

  • @souravmudoi5107
    @souravmudoi5107 3 роки тому

    Joi zubin da

  • @imsameerlakra
    @imsameerlakra 5 років тому +10

    Amar Zubeen Da ❤ karo pora voi nokore ji kobo lage direct koi..hetu e val lage..sidha manuh ghuri kotha nokoi..

  • @dipankarborah9870
    @dipankarborah9870 3 роки тому

    জুবিন গাৰ্গ দা অসমৰ কাৰণে বহু ভাল কাম কৰিছে

  • @parthajyoti980
    @parthajyoti980 5 років тому +9

    বৰুৱা দা আপুনি পাগল হ'ল। আপোনাৰ মগজে কাম নকৰা হ'ল।

  • @dekapartha5717
    @dekapartha5717 5 років тому

    I like it

  • @jyotishjyotish653
    @jyotishjyotish653 5 років тому +82

    মই তেখেতক সুধিব বিছাৰিছো যে কেতিয়াবা নিজৰ গাত গুলি মাৰি পাইছে নে...

    • @Dhanjit01
      @Dhanjit01 5 років тому +2

      Oh kela thik prosno

    • @mintuboruah6825
      @mintuboruah6825 5 років тому +3

      Toi nijok sikuti paiso

    • @upanga8986
      @upanga8986 5 років тому +3

      Toi kun bal paresh boruah k prosno koribo

    • @Dhanjit01
      @Dhanjit01 5 років тому +2

      @@mintuboruah6825 oh be bal paisu ? Kintu ki janone sikutile nohoy kamurileu bal eku nohoy..
      Kintu karubak marar pisot aru ghurai napai hei manuh tu

    • @tmgblaster6453
      @tmgblaster6453 5 років тому +7

      *বঢ়িয়া প্ৰশ্ন কেলা, এই বইনেকচুদা পৰেশ কুকুৰে অসমৰ ৰাইজক বুৰ্বক বনাই আছে কেলা,আলফা মূর্দাবাদ, আলফা মানে চুৰ*

  • @অনুপমদুৱৰা
    @অনুপমদুৱৰা 5 років тому

    জয় আই অসম,,
    ,,

  • @dulugogoi6601
    @dulugogoi6601 5 років тому +7

    আপোনালোক দুজন মিলিলে হে অসম খন নিকা হব গতিকে আপোন লোক এক হৈ অসম খন পৰিষ্কাৰ কৰক প্লিজ...

  • @jitul122
    @jitul122 4 роки тому

    Zubeen zinda bad love you zubeen

  • @pradipnath1984
    @pradipnath1984 4 роки тому +4

    একমত পৰেশ ককাইদেউ আপোনাৰ কথাত

  • @famoushitvideos2905
    @famoushitvideos2905 5 років тому

    Zubeen da rocks

  • @rexsonar5521
    @rexsonar5521 5 років тому +5

    হাবিত কাহে ওলাই নাহে। ঘেন্টাৰ আলফাগিৰি দেখুৱাইছে

    • @hemkumar8174
      @hemkumar8174 5 років тому

      Rex Sonar অনা অসমিয়া চালে দপ দপনি

  • @arunkalita3501
    @arunkalita3501 5 років тому +1

    Joi aai axom..

  • @seelikeamirrage1266
    @seelikeamirrage1266 5 років тому +7

    Saport you Zdada🐘

  • @bijoydas5841
    @bijoydas5841 Рік тому

    Valueless. Jubin garg

  • @aamsuofficial2559
    @aamsuofficial2559 5 років тому +56

    I love you zubben Da 💪

  • @arindamkhanikar8682
    @arindamkhanikar8682 5 років тому +1

    পৰেশ বৰুৱা ডাঙৰীয়া আপোনি জুবিন গাৰ্গ প্ৰশ্ন নকৰিব । তেওঁক কেতিয়াবাই শিল্পী মৰ্যদা দিছে অসমৰ মানুহে ,আপোনাৰ পৰা চৰ্টিফিকেতে লোৱাৰ দৰকাৰ নাই। আপোনাক ও বহুত সন্মান কৰিছিলোঁ কিন্তু এতিয়া সন্দেহ হৈছে আপোনি সঁচা অৰ্থত বিপ্লৱী হয়নে ? জুবিন গাৰ্গৰ দৰে শিল্পীক অপমান নকৰিব , নতুন প্ৰজন্মৰ হৃদয়ত আছে তেওঁ। আৰু আমিও অসমক হিয়া উজাৰি ভালপাওঁ, জয় আই অসম প্ৰথমতে আহে মুখত। আৰু কিমান অনুৰাগী এ নাঙল ৰ মুঠি ধৰিছে বাদদিয়ক ,বহুত এ কৃষি বিপ্লব আৰম্ভ কৰিছে। আমিও আৰম্ভ কৰিম । আমি জুবিন অনুৰাগী আৰু আমি পঢ়া শুনা কৰোঁ , পৰাগ দাসৰ কিতাপ আমিও পঢ়িছোঁ ,ৰাষ্ট্ৰদ্রোহীৰ দিনলিপি , স্বাধীন অসমৰ অৰ্থনীতি, আমিও পঢ়িছোঁ , বুজোঁ আমি কি কি সন্মুখীন হৈছে অসমে। কিন্তু সশস্ত্ৰ বিপ্লৱ তাৰ উত্তৰ নহয়।আমি ধনী হব লাগিব, অসমীয়াৰ হাতত টকা পইচা হব লাগিব, চাকৰি বিচাৰি থকাতকৈ business কৰিব শিকিব লাগিব , খেতি কৰিব লাগিব, নেতা পালিনেতা বোৰে অসমৰ কথা ভাবিব লাগিব,তেতিয়াহে আমি সসন্মানেৰে জীয়াই থাকিব পাৰিম - এজন জুবিন অনুৰাগী

  • @brajenkalita4540
    @brajenkalita4540 5 років тому +3

    সন্ত্ৰাসবাদক মই সমৰ্থন নকৰো কিন্তু পৰেশ বৰুৱাই জুবিন গাৰ্গৰ বিষয়ে যি কৈছে সেয়াও সত্য। মানুহজনে ভাল গান গোৱাৰ লগতে অলপ পাগল আছে।

  • @bidyutsaikia5247
    @bidyutsaikia5247 5 років тому +1

    ককাই কৃষিৰ বিষয়ে জুবিন দাই নাজানিব পাৰে কিন্ত্ত কৰিবতো কৈছে। আপুনি কি কৰিছে আপুনি বাৰু আজি লৈকে কই পাইচেনে। আপুনাৰ কিমান বিবেক আছে হে । জুবিন দাই বিজেপিৰ পৰা টকা লৈছে কিবা লৈছে সেইটো আপুনি কব নালাগে ককাই আপুনি নিৰিহ জনতাৰ টকা লৈ যে সংগঠন চলাই আচে সেইতু কোনে কই

  • @anupamkalita423
    @anupamkalita423 5 років тому +64

    হাবিত কহে ওলাই নাহে Ans কুঠাৰ আগৰ দিনত
    এতিয়াৰ উত্তৰ পৰেশ বৰুৱা
    হাবিত হাল্লা কৰিব পাৰে কিন্তু ওলাই আহিব নোৱাৰে 😁😁😁😁😁

    • @njgamerz1218
      @njgamerz1218 5 років тому +3

      ঠিক কৈছা বন্ধু

    • @bedantasvlog1253
      @bedantasvlog1253 5 років тому +2

      mojja disa be

    • @anupamkalita423
      @anupamkalita423 5 років тому +1

      @@bedantasvlog1253 🙄🙄

    • @jyotishjyotish653
      @jyotishjyotish653 5 років тому +4

      হয় ঠিকেই কাপুৰুষ হয় সিহঁত আজিলৈ অসমীয়াৰ বাবে কিডাল কৰিছে কেৱল অসমীয়াক মাৰাৰ বাহিৰে

    • @bhargabkashyap9768
      @bhargabkashyap9768 5 років тому

      A akdom thik kotha koisa

  • @anamikadas9806
    @anamikadas9806 5 років тому

    Zubeen daa great.. Zubeen daar dore sinta blg a koribo nuware.. sokolu axomia a Zubeen daar anuragi.. ai anuragi burr majot a ase. Nangol dhora bohuto..

  • @thelogicalassam7363
    @thelogicalassam7363 5 років тому +8

    হাবিত থকা ককাইদেউ আৰু মন্চত থকা দাদা কোন নো পৰ ! দুইজনেই নিজৰেই অ...
    ভাইতিহতে যে কথাষাৰ নোবুজি লাগি মৰে..
    #Be_united_be_powerful_n_make_your_voice_louder

  • @anuragboruah4306
    @anuragboruah4306 5 років тому +1

    যুগ যুগ ধৰি পৰেশ নে ফৰেষ্ট এইডালৰ একেখন ফটোকে দেখি আহিছোঁ‌ মিডিয়াত। তাৰ ৰাইজৰ মাজত ওলাবলৈ সাহস নাই। ইমানেই যদি অসমীয়াৰ হৈ কাম কৰিছ তেনেহ'লে অসমীয়াৰ মাজলৈ আহি কথা ক'বলৈ কিহৰ ভয় ইমান? ইফালে আকৌ জুবিন দাক প্ৰশ্ন কৰিবলৈ আহে। হাবিত থাকি দম দি লাভ নাই ওলাই আহি ৰাইজৰ মাজত কওক জুবিন দাৰ বিষয়ে। তেতিয়া গম পাব জুবিন কোন হয়। আৰু অসমীয়াৰ বুকুৰ আমঠু জুবিন গাৰ্গহে আপুনি নহয় কেতিয়াও। কাৰণ বহু পৰিয়ালক পুত্ৰহাৰা,মাতৃহাৰা,পিতৃহাৰা আৰু সহশ্ৰজনীক বিধৱা সজোৱা মূল মানুহটো আপুনি। গতিকে নিৰ্দিষ্ট কেইজনমানক বাদ দি অসমৰ জনগন সকলো জুবিন দাৰ পক্ষত।

  • @palashkakati2680
    @palashkakati2680 5 років тому +13

    মই জুবিন দাৰ সমৰ্থক, কিন্তু মই নাঙলত ধৰি হাল বাই পাইছোঁ।

    • @jhonsenhazong5064
      @jhonsenhazong5064 5 років тому

      Palash Kakati o Dosti Tomar kotheya pari hol ne'bya napabo de''!!

    • @pobitrabharali7613
      @pobitrabharali7613 5 років тому

      হাল বাই পাইছো কলে নহয় ,, তেন্তে কোবা চোন শালী ধানৰ কাৰনে কেই ছাশ হাল লাগে ,,,আৰু ৱাও ধানৰ কাৰনে কেই ছাশ ,,,

    • @palashkakati2680
      @palashkakati2680 5 років тому +1

      @@pobitrabharali7613 তুমি মোক শিকাবা নেকিন,
      খেতি কৰাৰ সামগ্ৰিক জ্ঞান তোমাতকৈ মোৰ বেছি আছে বুলি মই গেৰাণ্টি দি কব পাৰোঁ।

    • @palashkakati2680
      @palashkakati2680 5 років тому +2

      @@jhonsenhazong5064 aji parisu

    • @nabakumardas8801
      @nabakumardas8801 5 років тому

      yes my love zubeen da

  • @himanjyotibora5812
    @himanjyotibora5812 5 років тому

    Zubeen dai ji koi xosa koi aru ktyau misaa nkoi..zubeen dak jodi kunubai beya koy ktha koi ami sai nthakim kin2.... joy zubeen daa 🤟

  • @bcompany6774
    @bcompany6774 5 років тому +49

    .......আৰু আমি entertain হৈছো এইবোৰকলৈ ! 😁
    দুদিন পিছত election resultক লৈ আমি হাহাকাৰ কৰিম,তাৰ পিছত ৰাজ্যসভাৰ নিৰ্বাচনকলৈ !! মুঠৰ ওপৰত আমি এটা ধোদ জাতি, পোকৰত লাগিলে আমাৰ গু কণেই নাথাকক,আমি লম্ভ জম্ভ কৰি কথা ক'মেই ৷ অসমীয়াৰ এইবোৰ কৰোতেই লাওলোৱা অৱস্থা হৈছে ৷ আমাৰ কেকোঁৰা স্বভাৱ নুগুচিবই নেকি? অসমীয়া ৰসাতলে যাবলৈ খুব বেছি আৰু ১৫ বছৰ ৷

  • @jitulmajumdar5834
    @jitulmajumdar5834 5 років тому

    Joi Zubeen da

  • @pkbborah5015
    @pkbborah5015 5 років тому +3

    পৰেশ বৰুৱা ডাঙৰীয়া আপুনি নিদোৰ্ষী মানুহক মৰাৰ অধিকাৰ কত পালে ৷জুবিন দাই যিমান খিনি চিন্তা কৰিছে আপুনি কৰিছেনে৷ গুলিয়াগুলিক কৰি ৰঙ চোৱা মানুহে কি শান্তি চিনি পাব৷এবাৰ নিজৰ আপোন এজনক গুলীয়াই চাওক৷

  • @dhiman144
    @dhiman144 3 роки тому +1

    Poresh r xex 2 bor beake xex hobo

  • @dimbaborgohain2253
    @dimbaborgohain2253 5 років тому +15

    zubeen da and pores boruah দুয়ো আমাৰ।

    • @manojdas6667
      @manojdas6667 5 років тому +1

      Ummmm
      Moja kotha koisa dai. Thanks vii

  • @পজাঁঘৰ
    @পজাঁঘৰ 5 років тому

    পৰেশ বৰুৱাৰ কথাখিনী আপোনালোকৰ চেনেলত বিকৃত কৰা হৈছে ।।

  • @babubikashdas327
    @babubikashdas327 5 років тому +9

    Moi paisu, i love zubeen daa, paresh khura zubeen dak anekoi kua2 aami accept kri lb nuwaru

  • @sidharthaborah7779
    @sidharthaborah7779 4 роки тому

    Zubeen da best

  • @Anonymous-tv5ve
    @Anonymous-tv5ve 5 років тому +6

    He talks over telephone with the news channel yet the Indian government can't capsize him.

  • @dipankarbaruah8161
    @dipankarbaruah8161 5 років тому +1

    সঁচা কথা ।।। হাবিত কাহে ওলাই নাহে।।।

  • @supperstar9899
    @supperstar9899 5 років тому +6

    Moi haal bai paisu. i love you zubeen da.

  • @bijoydas5841
    @bijoydas5841 Рік тому

    Valuause Jubin garg

  • @binoddas151
    @binoddas151 5 років тому +3

    Jai ai Asom ,Bharat Matar joi

  • @cgohainentertainmententert6752
    @cgohainentertainmententert6752 5 років тому +45

    zubeen always positive things
    zubeen anky nakab

  • @APBN123
    @APBN123 5 років тому

    Right jubin da

  • @sharkarg9777
    @sharkarg9777 5 років тому +4

    জুবিন গার্গ কেবল এগৰাকী গায়ক নে এজন শিল্পী সেয়া পৰেশ বৰুৱাৰ দৰে উগ্রপন্থী এটাই বুজাব নালাগে, সেয়া দেশৰ জনগনে জানে

  • @bantibania9582
    @bantibania9582 4 роки тому

    অসনত অসমীয়াই অসমীয়াৰ প্ৰধান শত্ৰু।অাপোনাৰ মতে অাপুনি শুদ্ধ অাৰু জুবিন দাৰ মতে তেওঁ শুদ্ধ । সমালোচনা কৰিবলৈ এৰি অসমখন কেনেকৈ শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰি,অসমীয়া জননি(নাৰী),ভাষা,সংস্কৃতি ৰক্ষা কৰিব পাৰি তাক সকলো মিলি অালোচনা কৰাৰ সময় অাহিছে। নহ'লে অসম শেষহৈ যাব

  • @dineshmajuli8981
    @dineshmajuli8981 5 років тому +9

    Hello sir aami kheti kori parixuuu.... I love you zubeen da so, no negetive comment plz

  • @hiteswargracius729
    @hiteswargracius729 4 роки тому

    Zubeen da is the king of Assam

  • @sbtechs8304
    @sbtechs8304 5 років тому +52

    Rip...! 😆😆 Poresh boruah not poresh it should be Forest Boruah jongol thake ki bal kori take kela

    • @gautamrajkhowa2926
      @gautamrajkhowa2926 5 років тому +3

      Manuhor gat j hoi khor khojuti
      MR, Khoresh Leurah

    • @priyam1999
      @priyam1999 5 років тому +1

      Forest baruah😂😂😂

    • @sbtechs8304
      @sbtechs8304 5 років тому +1

      😀😀😝😆😝😝

    • @amartalukdar1877
      @amartalukdar1877 5 років тому +1

      Moja Disa

    • @illumi3447
      @illumi3447 4 роки тому

      অসমীয়া মানুহ বোৰ ভয় পাদুৰা। মৰিবলৈ ভয় কৰিয়ে আলফাৰ লগ নিদিয়ে ঐ পৰেশ বৰুৱাই আজিও হাল্লা লগাব পাৰে।।।

  • @technoindia7703
    @technoindia7703 4 роки тому

    Right kotha Koise paresh boruah dangoriai

  • @jumanbora9521
    @jumanbora9521 5 років тому +8

    Forest Baruah don't know about technology😂😂

  • @abhijitphukon5263
    @abhijitphukon5263 4 роки тому

    Right kotha koi se paresh da.......

  • @motiburkhan9631
    @motiburkhan9631 5 років тому +17

    mur Dre hajar hajar lrai zubeenk Val Pai aru tew Luk khetit Kam kre.kintu tewluke hntah badk sort nkre amee hantee bisaru we need peace

  • @hemkumar8174
    @hemkumar8174 5 років тому

    jai aai asom

  • @jobinrabhajobinrabha812
    @jobinrabhajobinrabha812 5 років тому +3

    i love you zubeen da

  • @mintudeka6408
    @mintudeka6408 5 років тому

    joi zubeen da

  • @nalennsvlogs574
    @nalennsvlogs574 5 років тому +45

    Banpanir homoiot zubeendai amar onsolot kapur kani ,resonpati adi hohai korise,zubeen best man of poor man

    • @Dhanjit01
      @Dhanjit01 5 років тому +5

      @wrestling world AABE bhai Akhshay Kumar Canada r manuh hoy.. tar sob poisa Canada r bank t val Val khut mulere joma hoy..
      Zubin dai axomot axomia gaan gaai kei poisa paai? Dui eta hindi Bangla gaanok bade axomiai gaai..
      Taku pua keitau Tumi janane kiman dukhiak nijor jepor poisa diye? Kiman Toka onath asromot diye? Akkir hisap beleg, taar okol ekhon cinemare budget 500 kuti Toka hobo pare..
      Aru Hajar Hajar cinema koriye ASE..
      Gotike 1 kuti Toka tenei hamanyo..
      Akki o bohut val..
      Kintu tothapiu when it comes to heart , Zubin have the Golden Heart..
      No 1. Heart

    • @krishnataid9999
      @krishnataid9999 5 років тому +1

      nalen Narzary nyc

    • @tmgblaster6453
      @tmgblaster6453 5 років тому +2

      *nalen Narzary আপুনি ঠিক কথা কৈছে, মুথুতে মইও এটাহে কথা কম আলফা মূর্দাবাদ*

    • @KnowledgeHunt_NBora
      @KnowledgeHunt_NBora 5 років тому

      Mohaxoye mane zubeen garg ye byoktigot bhabe xohai korabur ajiloike dekhai nai.

    • @zubeenismyemotion8782
      @zubeenismyemotion8782 5 років тому +1

      @wrestling world apni nje donation tuli o to kako eko help kri poa nai . Na paise . Nissai poa nai. Axomot Zubeen Dar dre mnhu ajne je anr bbe donations tuli hle o help krise sei2 a bht bsi . He is the unique.

  • @pranjitdeka3430
    @pranjitdeka3430 5 років тому +1

    পৰেশ বৰুৱা ককাই যদি আমি কৃষি কৰিব নাজানো আপুনি আমাৰ দেউতা আপুনি আমাক শিকাই দিয়া প্ৰয়োজন। যিহেতু পিতৃয়ে পুত্ৰক কি কৰিব শিকাব লাগে। নিৰীহ মানুহক শান্তি শৃংখলা ভাবে থাকিবলৈ দিয়ক সকলোৱে।আমিও জানো অসমত কোনো বিদেশী দপ দপনি নচলিব কিন্তু ইয়াক শান্তি শৃংখলা মাধ্যমেৰে আলোচনা কৰাটো ভাল বুলি মই ভাবো।
    মোৰ কথা শুনি কোনেও মোক বেয়া নাপাব ।যিহেতু মই এজন এই আইৰে থলুৱা সন্তান ।
    জয় আই অসম।

  • @munindas7367
    @munindas7367 5 років тому +5

    moi koisu ulfa hok ba zubin a hok kuneo ako Kam kora nai axomor hoi but nijor sarthot he Kam kori ase aibur sai amar sadharon manuhe time pass kri lav nai hajira kori 400 toka puwa tare 200 tokare pet puha aru baki 200 toka joma kora ai bur sob fal2 hoi

    • @protimpartha1mj
      @protimpartha1mj 5 років тому +1

      Rascal Zubeen e ki krise Jani loi update dibi

  • @amritnath1855
    @amritnath1855 5 років тому

    zubin da is best

  • @reedipgogoi4377
    @reedipgogoi4377 5 років тому +15

    Hokolure Sinta adorkho honman jonabo lage ulfa hol buliye hodai beya buli kobo nuwari. Aji kheti koribole akhomor Mati bahiragoto bonik bure bighai bighai Mati kini loy loyse. Kheti matit eta ,cement ,industry khuli hekh korise. Akhomor pora biplob hekh koriboloy rajnoytik dol sorkar val hobo lagibo. Toka luviyai jetialoyke dekhot hakhon solabo biplob thakiboi. Ami joi aai akhom varat mata joi jiman nokou kio lav nai amar dekhor politics Makok biki khua politics Hoi.

  • @bhaijank.r.p3010
    @bhaijank.r.p3010 5 років тому

    Zubeen is great

  • @koustubh8117
    @koustubh8117 5 років тому +33

    নাপায়। দুয়োজনেই অসমীয়া, দুয়োজনকে ভাল পাওঁ। এনেকৈ বিতৰ্ক নকৰিব।

  • @digantaburagohainyoutubech3296
    @digantaburagohainyoutubech3296 5 років тому

    ইয়াত মই একো নকও দুয়োজন ব্যক্তিয়ে অসম তথা ৰাইজৰ হয় কাম কৰি আছে!