Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
😢সূৰ্য দা,,,শত সহস্ৰ প্ৰণাম জনাই চিৰবিদায় জনালোঁ!! আপোনাৰ কালজয়ী গীতৰ সৃষ্টি ৰাজি সমূহ সদায় হৃদয় থাপনাত সযতনে সাচি থম🙏
বহুত মানুহ আজি অশ্ৰু শক্ত নয়নেৰে আপোনাৰ সন্মুখত কিন্তু সকলো নীৰৱ নিস্তব্ধ আজি নাই সেই শব্দ "বহুত মানুহ"🙏😭🙏 বিদেহী আত্মাৰ সদগতি কামনাৰে👏👏👏
সূৰ্য্য দা, আপোনাৰ হৃদয়স্পৰ্শী গীতে আজীৱন জিলিকাই ৰাখিব আমাৰ হৃদয় ? চিৰ শান্তিৰ কামনাৰে 🙏🙏🎶🎵🎼🎶🙏🙏
বহুদিনৰ মূৰত শুনিলোঁ । বৰ ভাল লাগিল।
আৰিয়ান বাপু ! তোমাৰ কণ্ঠ চিৰ যুগমীয়া হক ।
❤🎉 good 👍😊 night hon, bul brothers all rights your son's I also support and respect your son's, thankyou so must 🙏👍
অতি সুন্দৰ গীত সূৰ্য দা সদায় উজলি থাকক
আজিৰ পৰা বহু বছৰ আগতে বাইদেউ ৰ গানটো শুনি ছিলো। আজি গানটো শুনি খুব ভাল লাগিছে। অতি সুন্দৰ। বহুত ধন্যবাদ জনালো। যোৰহাট।
GODBLESS YOU খুব ভাল লাগিল
Surjya Da Evergreen of Your Song
আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক৷
হৃদয় চুই যোৱা গীত । মোৰ প্ৰিয় কণ্ঠশিল্পী ।
মন.ভাল লাগিল মোৰ
JP da is muster tune maker. Long live. God bless you.
Hiyhuh
ধুনীয়া 💕
অসাধাৰণ অনন্য অপূৰ্ব পাৰণ উচুপুৱা এটি গীত। পাপন অংগৰাগ আৰু জুবিন গাৰ্গৰ কণ্ঠত আচল ৰসটি যেন উজ্জীৱিত হৈ উঠে। ভূপেন হাজৰিকাৰ কণ্ঠততো ক'ব ই নালাগে।
মহা, আপোনাৰ এই গানটো খুউব ভাল লাগে ।
গীতৰ কথা সূৰ বৰ সুন্দৰ লগতে আলোকচিত্ৰ সমূহে বুকুত এবুকু দুখে খুন্দিয়াই উত্তেজিত কৰিছে।এখন এখনকৈ বাস্তৱৰ উপলব্ধিৰ জীয়া ছবি।😢😢
মোৰ প্ৰীয় শিল্পী জনা প্ৰীয় গীট । এই গীতটিত মই নৃত্য প্ৰদৰ্শন কৰি সন্মানেৰে অভিভূত হৈ আনন্দ লভি আজি মৃত্যু ৰ খবৰে মোক বৰ দুঃখিত কৰিলে । শিল্পী গৰাকী যতে আছে শান্তিত থাকক। হে ভগৱান , 🎉 ঔম শান্তি, শান্তি ।
HE IS ONE OF MY FAVOURITE SINGER......
আৰিয়ান তোমাৰ কণ্ঠ অতি সুন্দৰ।
GreatBeautiful ❤
Iman val lagae
Nice👌👌👌❤❤❤😘😘😘🥰🥰🥰👍
so much I like to song ❤
এই গীতটো বহুদিনৰ আগতে মুনীন দত্তৰ কণ্ঠত শুনা যেন লাগে।জে পি দাই গীত টিৰে বয়সক চেৰ পেলাই গৈছে
Mojaa
পুৰণি গীতৰ সোৱাদেই বেলেগ!
Ki kom vhakha nai ❤❤❤❤
Great singing
AAP bohot nice
সুন্দৰ গানৰ
Old is GOLD
Old gan bor bor val laga
ভাল লাগিল
J😊jj+z iqiiq((((((*+{
Real life history dekha paisu nijoke bohut kholoni korisu
kunuba ase ne 2024 huna. like koriba
Fans gana nice Jo ganor
সুন্দৰ।
Purani gaan. Bhal lage
মানহ মানে কি?উওৰ আহিবনে?
Bhagabanar, das, Ami,, Krishna, krishna
মোৰ অতি জন প্ৰিয় গীত।
Bor bhal gan
❤❤❤😂❤❤❤
He himself is doubtful personality of Troubled Assam.
এটি কালোতীৰ্ণ গীত। কিন্তু ভিডিঅ'টোৰ বানানবোৰৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগে। মানুহ মানহ হৈ আছে
Good night
कैलाश दा आपकी सेकवान वादन को हमेशा केलिए किसी एक को छो़ड जाना । आपको हम हमेशा सूनते रहें गे । धन्यवाद आपको ्््मै सवेवश र बोडो । बामूनी गाँव कामरूप असम,,, ,
এই জনে আকৌ যত তত মানুহ দেখে নহয়।
মানুহ
Ekdam nai huwa...beya napaboi😅
🪔🪔🪔💕
Bepar
Mama apuni muk apunar bushings dipokor contect number dibo pariboneki
😢সূৰ্য দা,,,শত সহস্ৰ প্ৰণাম জনাই চিৰবিদায় জনালোঁ!! আপোনাৰ কালজয়ী গীতৰ সৃষ্টি ৰাজি সমূহ সদায় হৃদয় থাপনাত সযতনে সাচি থম🙏
বহুত মানুহ আজি অশ্ৰু শক্ত নয়নেৰে আপোনাৰ সন্মুখত কিন্তু সকলো নীৰৱ নিস্তব্ধ আজি নাই সেই শব্দ "বহুত মানুহ"🙏😭🙏 বিদেহী আত্মাৰ সদগতি কামনাৰে👏👏👏
সূৰ্য্য দা, আপোনাৰ হৃদয়স্পৰ্শী গীতে আজীৱন জিলিকাই ৰাখিব আমাৰ হৃদয় ? চিৰ শান্তিৰ কামনাৰে 🙏🙏🎶🎵🎼🎶🙏🙏
বহুদিনৰ মূৰত শুনিলোঁ ।
বৰ ভাল লাগিল।
আৰিয়ান বাপু ! তোমাৰ কণ্ঠ চিৰ যুগমীয়া হক ।
❤🎉 good 👍😊 night hon, bul brothers all rights your son's I also support and respect your son's, thankyou so must 🙏👍
অতি সুন্দৰ গীত সূৰ্য দা সদায় উজলি থাকক
আজিৰ পৰা বহু বছৰ আগতে বাইদেউ ৰ গানটো শুনি ছিলো। আজি গানটো শুনি খুব ভাল লাগিছে। অতি সুন্দৰ। বহুত ধন্যবাদ জনালো। যোৰহাট।
GODBLESS YOU খুব ভাল লাগিল
Surjya Da Evergreen of Your Song
আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক৷
হৃদয় চুই যোৱা গীত । মোৰ প্ৰিয় কণ্ঠশিল্পী ।
মন.ভাল লাগিল মোৰ
JP da is muster tune maker. Long live. God bless you.
Hiyhuh
ধুনীয়া 💕
অসাধাৰণ অনন্য অপূৰ্ব পাৰণ উচুপুৱা এটি গীত। পাপন অংগৰাগ আৰু জুবিন গাৰ্গৰ কণ্ঠত আচল ৰসটি যেন উজ্জীৱিত হৈ উঠে। ভূপেন হাজৰিকাৰ কণ্ঠততো ক'ব ই নালাগে।
মহা, আপোনাৰ এই গানটো খুউব ভাল লাগে ।
গীতৰ কথা সূৰ বৰ সুন্দৰ লগতে আলোকচিত্ৰ সমূহে বুকুত এবুকু দুখে খুন্দিয়াই উত্তেজিত কৰিছে।এখন এখনকৈ বাস্তৱৰ উপলব্ধিৰ জীয়া ছবি।😢😢
মোৰ প্ৰীয় শিল্পী জনা প্ৰীয় গীট ।
এই গীতটিত মই নৃত্য প্ৰদৰ্শন কৰি সন্মানেৰে অভিভূত হৈ আনন্দ লভি আজি মৃত্যু ৰ খবৰে মোক বৰ দুঃখিত কৰিলে ।
শিল্পী গৰাকী যতে আছে শান্তিত থাকক। হে ভগৱান , 🎉 ঔম শান্তি, শান্তি ।
HE IS ONE OF MY FAVOURITE SINGER......
আৰিয়ান তোমাৰ কণ্ঠ অতি সুন্দৰ।
Great
Beautiful ❤