আপুনি emn moromial 😢 apunak dekhi le kiba ata val lagi jaai।।।sobore tenekoi munu r u nisina kopal nathake apunar o suwali ASE kintu apuni jenekoi bowari k mrm kore ufffff kiman je vaal lage।।।moiu jodi palu hoi kintu napalu akmatra mrm kora mur manuhjone 😢 kunu suwali biya hoi ahi ghor akhn dhongkho nokore sobe vaal huwa tu e bisare।।।kintu apuni ji Laxmi duta apunar 🎉mrm kore manisu।।। apunar nisina paboloi kopal lagib 😢
ৰশ্মি তুমি প্ৰথম গৃহলক্ষ্মী, তাৰপিছত তোমাৰ গৃহলৈ আগমন মুনু অৰ্থাৎ লক্ষিমী বোৱাৰী আৰু তাৰ পিছত আহিল লক্ষ্মী কন্যা চেংনাং। সেয়েহে দোপত দোপে উন্নতি হৈছে। এখন ঘৰৰ উন্নতিত পৰিয়ালৰ সকলোৰে সহায় সহযোগ আৰু বুজাবুজি থাকিলে সেই ঘৰখন মন্দিৰ হয় ৰশ্মি। সপৰিয়ালকে ভগৱন্তই কুশলে ৰাখক এনেদৰে সুখী হৈ থাকা তাৰেই কামনা কৰিলোঁ।পাৰ্টি খাবলৈ যাম দেই ❤️❤️❤️
বা অ ,কন্দুৱাই দিলা 😥😥😘😘😘❤️❤️❤️
@@RashmiKonwarসচা কথা কৈছে আপোনাৰ কথাত মইও একমত❤❤❤
@@r.hazarika9231 ঠিক
Mojjjjjjjjjjjjjjia লাগিছে দেই বা
বহুত বহুত শোভকামনা ৰশ্মিবা৷ যত মিলা প্ৰীতি থাকে৷সেই ঘৰত বোলে লক্ষ্মী থাকে৷লক্ষ্মীৰ ওচৰলৈ লক্ষ্মী আহিছে বা৷সদায় এনেদৰে সুখীহৈ থাকা৷ তোমাৰ আবেগৰ অনুভৱ বুজি পাইছো বা৷❤❤
সঁচাই মুনু আৰু চেংনাং ৰ ভাগ্য খন যে ইমান ভাল,❤বহুত ভাল লাগিছে নতুন গাড়ী খন লৈছে যে আপোনালোকে।সকলোৱে মিলি এসাঁজ খাইছে ভাল লাগিছে।আই অ কণমানি জনি হাঁহি টি❤শেষত যে ইমান ধুনীয়াকৈ by বুলি কয়।মৰম সকলোলৈ❤❤❤❤
মায়ে কোৱা কথাটি একেবাৰেই সঁচা,,,,, যিখন ঘৰত নাৰী,মাতৃ,জী,বোৱাৰীৰ পূজা হয়,,, সেই ঘৰ উন্নতি হবই,,,,মুনু ভাগ্যবান,,,,,,শাহু নহয়,,,,মা পাইছে,,,,,,শাহু শব্দটো মই ব্যক্তিগত ভাৱে বেয়া পাওঁ
বহুত সুন্দৰ হৈছে ৷ এনেকৈ আগুৱাই যাওক
বহুত বহুত মৰম শুভেচ্ছা থাকিল ❤❤
শুভেচ্ছা যাছিলো আৰু পাৰ্টি খাবলৈ যাম এদিন দেই ।
বহুত ওভেছচা থাকিল আপোনালোকৰ সকলো লৈ
মা আপোনাক আৰু আপোনাৰ ঘৰৰ সদৌটিলৈ মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ শুভেচ্ছা যাচিলোঁ💐🎉 । very very congratulations 🎉🎉
বা আপোনালোকৰ মৰমৰ এনাজৰীডাল ভগৱানে সদায় কুশলে ৰাখক ❤️❤️❤️🥰
মা বৌ চেংনাঙক দাদা দেউতা আশা পূৰণ হ'ল বহু ভাল লাগিল
নতুন গাড়ী ।বৰ ধুনীয়া লাগিছে ।বহুতো শুভেচ্ছা আৰু অভিনন্দন জনালোঁ ।সকলো এই দৰে সদায় হাঁহি ,ফুৰ্তি কৰি থাকিব ❤❤
Big big congrasulatoin all Femely members🎉🎉🎉💐💐💐
বহুত ভাল লাগিল বাইদেউ শুভ কামনা থাকিল
বহুত বহুত শুভেচ্ছা জনালোঁ খুৰী ❤🎉 সকলো ভালে থাকক ♥️ তিকলী জনী ইমান মৰম লগাহৈছে ।ভালে থাকা সোনজনী ♥️♥️♥️ বা আৰু বৈষ্ণৱ বেতাক মিছ কৰিলো
বহুত বহুত শুভেচ্ছা জনালো।ভগৱানে তোমালোক সকলোকে কুশলে ৰাখক।
বহত ভাল লাগিল ❤❤❤❤
Bohut bohut huvyesa ma apunaloi. Enekoei hopun bur puron kori jauk.
এই সকলোখিনি আপোনাৰ সুপৰিচালনাৰ ফলত সম্ভৱ হৈছে❤❤
❤️
ভাল লাগিল..বহুত বহুত অভিনন্দন বাইদেউ
বহুত বহুত অভিনন্দন জনালোঁ।
শুভেচ্ছা জনালোঁ।
আপোনাৰ নিছিনা সাহু পালে কপাল লাগিব আপুনি বহুত লাকি আপোনাৰ কথা বতৰা অন্তৰ চুই যায় বাইদেউ ❤❤❤
❤️😘
ধুনিয়া"লাগিচে-আপুনা-নতুন'গাড়ীখন
সঁচাকৈ বৰ মৰম লাগিছে oo❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
O maa kiyo kandise aji val din foorty he koribo Lage apuni kandute muru soku Pani ulai gol
বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল ❤❤❤❤
বহুত দিনৰ মোৰত comment কৰিছো ভাল নে আপোনালোকলৈ আমাৰ ফালৰ পৰা বহুত বহুত মৰম 🎉🎉🎉
পাটিৰ্ খাব গৈ আছো।গাহৰি আৰু বাহঁগাজৰ লগত।
অভিনন্দন জনালো বাইদেউ❤
বহুত ভাল লাগিল🎉🎉 অভিনন্দন জনালোঁ।বাইদেও জা সকলোকে দেখি ভাল লাগিল।খানা মজা।🎉🎉❤❤
বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল দেই 🥰
Apunalukoloi notun garir subhesha jonalu.
অন্তৰৰ পৰা অলেখ শুভ কামনা জনালোঁ। ঈশ্বৰৰ পৰা অনুগ্ৰহ পোৱা কিমান আনন্দৰ বিষয়। তেৱেঁই সম্পত্তি পাবলৈ আশীৰ্বাদ কৰিলে। সকলোটিলৈ মৰম ও শুভেচ্ছা জনালোঁ।❤❤❤🎉🎉🎉
❤️
Congratulations আমাৰ গাড়ীখন তাৰ পৰা লোৱা বহুত ভাল ব্যৱহাৰ তেওঁ লোকৰ বহুত সোনকালেই কামবোৰ কৰী থয়
উম
Many congratulations Baa🎉... Garikhon bor dhuniya lagise... Mone bhoba dhorone hokolu bilak hoi uthok.. Love you all
❤️
Baa ..aaponar vedio bor praya moi sao....bhut vl lge..aapuni...bowari k emn mramt rakhe....aajr dint aaponar dre..sahumaa powato bhut vagya ...
বহুত বহুত শুভেচ্ছা বা ❤ভাল হওঁক,ভাকে থাকক❤
Aioo dehi o maa buli munu k mota dekhi soku pani ulai goise...xosake mohan apuni dai..lukor ajoni sualik aneke akuali luatu bor val loga kotha
Kio kanndisa খুৰী aji আনন্দৰ দিন ,মোৰ চকু পানী ওলাই গৈছে🎉🎉🎉🎉🎉 congratulations
ধুনীয়া লাগিছে নতুন গাড়ী বাৱে শুভেচ্ছা থাকিল।
Baido congratulations apunalokoloi morom bohut thakil gari bohut val lagisa. Mithai khabo pam
Bhut bhut moram aru congratulations khuri🎉🎉
শুভেচ্ছা জনালোঁ ।মিঠাই খাবলৈ নেমাতে নেকি ।সচাই ছোৱালী দুয়োজনীয়ে লখিমী ❤❤❤❤
বহুত ভাল লাগিছে ❤❤❤
ৰশ্মি বৰ সুন্দৰ গাড়ী ললা ভাল লাগিছে দেখি ❤❤ বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন থাকিল ❤
Congratulations khuri Amaru eikhon gariye loisu jua 1tarikhe bhut aram hoi uthible
অভিনন্দন জনালোঁ দেই ❤❤❤ বৰ ভাল লাগিছে ৷
বহুত শুভেচ্ছা জনালোঁ মা 😊😊
শুভেচ্ছা থাকিল বৰমা❤চেংনাং লৈ বহুত বহুত মৰম 🥰🥰
অভিনন্দন জনালোঁ সকলোকে
Many Many Congratulations Khuri 🎉
Congratulations baidew
Bohut morom ❤❤❤thakil.. Abhinandan apunalukoloi
অভিনন্দন 🎉 জনালো
ধন্যবাদ
Congratulations❤️
অভিনন্দন বাইদেউ
Congratulations bohut dhunia lagise khuri
বহুত মৰম বা ❤❤
Congratulations for new car
Apunalukor hukh bur dekhi bohut besi val lage
Congratulation khuri maa❤
Congratulations ba hodai hukhi thaka
Baideo Val lagil 🎉
Party lagib ❤ Congratulations ❤
Val lagil baideu ❤❤
❤️❤️
Congratulations💐
আপুনি emn moromial 😢 apunak dekhi le kiba ata val lagi jaai।।।sobore tenekoi munu r u nisina kopal nathake apunar o suwali ASE kintu apuni jenekoi bowari k mrm kore ufffff kiman je vaal lage।।।moiu jodi palu hoi kintu napalu akmatra mrm kora mur manuhjone 😢 kunu suwali biya hoi ahi ghor akhn dhongkho nokore sobe vaal huwa tu e bisare।।।kintu apuni ji Laxmi duta apunar 🎉mrm kore manisu।।। apunar nisina paboloi kopal lagib 😢
সদায়ে ভালে থাকা ❤️❤️❤️❤️
Congratulations bohut val lagil dai huvokamona mur hodai ase apunar porialtuloi
Congratulations khuri love from duliajan ❤❤
Congratulation 🎉borma val lagise dei parti dib dei❤❤
❤️
Congratulations Rashmi baideo 🙏🌹
Baideu kiman lakhs lole garikhon..amiu akhon lom vabi asu so janibo bisarisu dai plz baya npabo...bohut bohut xuvessa thakil..
Apuni je iman moromial .iman mila priti sobore majot .khub val lage
শুভেচ্ছা জনালো বাইদেউ ❤
Congratulations Baidew 🥰
মোৰ আইৰ লগতে ঘৰৰ সকলোলৈ শুভেচ্ছা জনালোঁ।
বহুত মৰম বেটা❤️
Bohut val lagil khuri maa ❤❤❤❤❤
Congratulations 🎉
এই খন গাড়ী বৰ ভাল । বিহুৰ দিনা সৰু ছোৱালীঘৰলৈয়ো এইখন গাড়ী আনিলে ।
একেই ন বাইদেউ 😘😘😘
Congratulations 🎉🎉 maaaa
Borma apunar suwali husband ku gari akhon khini debo sun xihotuku gari akhon lage. Kua babe bea napabo moi vl vebe he kotha tu koisu.
Xustho manuh.. Kam kori nije ghoti lobo paribo
শুভেচ্ছা জনালোঁ বাইদেউ ভাল বস্তু এটা লৈ কান্দিব লাগেনি কান্দিলে ভাল নালাগে আপোনাক সদায় হাহি থাকিব ❤
Congratulations borma❤❤bohut morom❤
Bohut morom aru huvesa thakil ma❤❤
Congratulations of New car..Enjoy the car with Family. Very nice car.
Bor val lagise maa gari khon mithai khuyabo lagibo dai ❤❤❤❤
Bht mrom apunalukoloi ❤
Val khobor bohut morom thakil❤
Val lagil ma. Moi xuv 300 akhan loisu
Hosai aponi bhut vl .aponak lg pabola mn jai ❤❤
❤️
Aponar dora moru jodi anakowa sahu maa agoraki thakila hoi
Congratulations❤❤❤❤
Congratulations khuri
Congratulations party lagibo ❤
Congratulations🎉🎉baideo
❤❤
শুভেচ্ছা জ্ঞাপন কৰিলো মা মিঠাই খুৱাব লাগিব মা ❤❤❤❤❤❤
মৰম থাকিল ❤❤❤❤❤
Bohut bohut huvhokamona. Party 🎉
Facebook t photo dakhi congratulations di thoisu. Anyways all dreams comes true. Love you
Bohut val lagil maa ❤❤❤❤