হৰিৰ সেৱাৰ যোগ্য কোন ? ||

Поділитися
Вставка
  • Опубліковано 28 лис 2024

КОМЕНТАРІ • 282

  • @dilip6pesrabha759
    @dilip6pesrabha759 5 місяців тому

    কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা প্ৰভু আপোনাৰ জীৱন ধন্য হওঁক ।

  • @kalpanasaikia4588
    @kalpanasaikia4588 3 роки тому +1

    মাধৱ ৰাম মাধৱ ৰাম🙏🙏🙏🙏

  • @gitanjalipathak1375
    @gitanjalipathak1375 2 роки тому

    কৃষ্ণ ‌সেৱা আগ বঢ়ালো। আপোনাক ভগৱানে কুশলে‌ ৰাখক কৃষ্ণ 🙏🙏

  • @nibeditasaikia3484
    @nibeditasaikia3484 3 роки тому

    Krishna provu Apnr protitu khndoi pua godhuli suni anondito hou sukhi hou apnk stokuti pronam Apnr knthot vgbntr amrit bani suni mn pran vri pore🙏🙏🙏🙏🙏

  • @shibosaloi8549
    @shibosaloi8549 4 місяці тому

    পাঠক ও ভকত ভক্ত বৃন্দক চৰণত শত শত প্রণাম। সুন্দৰ প্রয়াস সকলো ধৰণৰ ক্ষেত্ৰত সকলো সমাজলৈ সুন্দৰ নিদর্শন। কৃষ্ণ হৰি ৰাম।

  • @DimbeswarKochari
    @DimbeswarKochari 5 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏❤

  • @RajEntertains
    @RajEntertains 2 роки тому

    কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰক ।

  • @lakhinandanphukan1711
    @lakhinandanphukan1711 3 роки тому +2

    হৰি ৰ কথা শুনিবলৈ পাই আনন্দিত হলো। আপুনি আগবাঢ়ি যাওক আৰু আমাক কৃপা কৰক।
    আপোনাক ধন্যবাদ দিবলৈ ভাষা নাই।
    🙏জয় জয় ৰাম কৃষ্ণ।

  • @Sankarsangha8532
    @Sankarsangha8532 3 роки тому +1

    ভাবিলে ভাবোকক পাই,নাভাবিলে কিছু নাই । ঈশ্বৰ মালিক বাপ

  • @nilimarabha7373
    @nilimarabha7373 3 роки тому

    Krishna bap pronam

  • @manjulabhuyan5676
    @manjulabhuyan5676 3 роки тому

    Krishno 🙏🙏🙏

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 2 місяці тому

    Apunar anustan bor bohut bhal lage probhu pronam❤❤❤❤❤❤❤

  • @AtulBorahOfficial
    @AtulBorahOfficial 3 роки тому +2

    কৃষ্ণ প্ৰভু বৰ সুন্দৰ লাগিল শুনি 🙏🙏

  • @abhijitborah6673
    @abhijitborah6673 3 роки тому +2

    কৃষ্ণ প্রভু ঈশ্বৰ আমাৰ সেৱা জনালোঁ। কৃষ্ণ

  • @gitalineog6489
    @gitalineog6489 2 роки тому

    Krishna Prabhu krishna apunar Sri saranat koute koute pranam Prabhu krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ramcharandeka9143
    @ramcharandeka9143 3 роки тому +1

    Om namah bhagawate vasudevaya..

  • @purnimadowarah3175
    @purnimadowarah3175 2 роки тому

    কৃষ্ণ প্ৰভু ঈশ্বৰ

  • @narayankalita7181
    @narayankalita7181 2 роки тому +1

    🙏কৃষ্ণ কৃষ্ণ 🙏

  • @ranunayak3161
    @ranunayak3161 3 роки тому +1

    Krishna Krishna Krishna 🙏🙏

  • @krishna5713
    @krishna5713 3 роки тому +1

    KRISHNA🌷🙏🙏🙏

  • @dipakborah1152
    @dipakborah1152 3 роки тому +1

    🙏🌺Krishna🌺🙏

  • @utshavtalukdar8156
    @utshavtalukdar8156 3 роки тому +2

    🙏🙏🙏🙏🙏🙏🙏🙏

  • @priyakheebora25
    @priyakheebora25 2 роки тому +1

    Krishna 🙏

  • @dhanjittalukdar1950
    @dhanjittalukdar1950 2 роки тому

    আপোনাৰ অমৃতবাণী শুনি মন প্ৰফুল্লিত হ'ল I

  • @bibhamedhi6490
    @bibhamedhi6490 3 роки тому

    ৰাম 🙏 কৃষ্ণ,বাপ

  • @prasantakumarnath9469
    @prasantakumarnath9469 3 роки тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ সৰণ শতকুতি প্ৰণাম,

  • @prabhatneog9930
    @prabhatneog9930 3 роки тому +1

    কৃষ্ণ কৃষ্ণ সেৱা জনালো

  • @parineetapari2645
    @parineetapari2645 2 роки тому

    সেৱা গ্ৰহণ কৰিব প্ৰভু🙏🙏🙏

  • @priyadoleypegu597
    @priyadoleypegu597 3 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্রভূ ঈশ্বৰ প্রণিপাত জনালো🙏🙏🙏🙏🕉🕉🕉🕉🕉

  • @bivadhekial50
    @bivadhekial50 3 роки тому

    Krishna Krishna bap oti darkari bakha.sewa jonalu

  • @surabhihazarika5269
    @surabhihazarika5269 2 роки тому

    Krishna krishna🙏🙏🙏

  • @tridipborghain8585
    @tridipborghain8585 3 роки тому

    Saranat he shewa janalo Prabhu

  • @achyutsaikia4312
    @achyutsaikia4312 3 роки тому +2

    🙏🙏🙏কৃষ্ণ কৃষ্ণ বাপ, সেৱাহে নিবেদিলো কৃষ্ণ কৃষ্ণ,🙏🙏🙏

  • @ankurdutta7292
    @ankurdutta7292 3 роки тому +1

    Namashar bapjana

  • @rupshreebharali9698
    @rupshreebharali9698 Рік тому

    সেবা জনালোঁ প্ৰভূ

  • @sarbanandasingh269
    @sarbanandasingh269 3 роки тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @sarajonisardar429
    @sarajonisardar429 3 роки тому +2

    Krishna 🙏 Krishna 🙏 Krishna 🙏

  • @mamatakonwar2216
    @mamatakonwar2216 3 роки тому +2

    কৃষ্ণ বাপ প্ৰণাম জনালো 🙏

  • @nareswarbarman9048
    @nareswarbarman9048 3 роки тому

    Sundar bakhya suni aplut halo.
    Prabhu aponak esware 120 basar jisi rakhal.krishna Krishna.

  • @ranibaidya7263
    @ranibaidya7263 3 роки тому

    Krishna krishna bapjon🙏🙏🙏

  • @rajibpatar2445
    @rajibpatar2445 2 роки тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু শ তকৌটি নমস্কাৰ গ্ৰহণ কৰিব।আপোনাৰ ভাগৱত প্ৰতিদিনে শুনি থাকো। আপোনাক গুৰু হিচাবে সেৱা কৰি আছো। নমস্কাৰ গ্ৰহণ কৰিব। লক্ষী কান্ত পাটৰ আতি গাঁও।

  • @pranatisaikia2424
    @pranatisaikia2424 2 роки тому

    Prabhul apune essar tulyea apuner sree sarat koti koti prathna joniesu Namosker,

  • @jayantamedhi5040
    @jayantamedhi5040 3 роки тому +3

    প্রণাম.প্রভু.ঈশ্বৰ🙏🙏🙏🙏🙏

  • @nirmaltalukdar4562
    @nirmaltalukdar4562 3 роки тому

    Krishna...

  • @vallagilsaigog7oi744
    @vallagilsaigog7oi744 3 роки тому

    Krishna bap apunak pranam

  • @bijoypawandasakhilgogoicmh505
    @bijoypawandasakhilgogoicmh505 3 роки тому

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিছু।

  • @dhankaibarta3971
    @dhankaibarta3971 3 роки тому +3

    বাপ আপোনাৰ পাঠ অমৃত সমান ।আমি আপোনাৰ মংগল কামনা কৰিলো কৃষ্ণ 🙏

  • @banimagogoi4912
    @banimagogoi4912 3 роки тому +3

    কৃষ্ণ আপোনাৰ কণ্ঠৰে ভাগৱত শ্ৰৱণ কৰিবলৈ আগ্ৰহেৰে ৰৈ আছো

  • @ranjanatalukdar3319
    @ranjanatalukdar3319 3 роки тому +1

    আপোনাৰ গৃহ কত প্ৰভূ ?আপোনাৰ লগত ঈশ্বৰ সম্বন্ধে কথা পাতিবৰ মন যায়,

  • @ranjudutta7109
    @ranjudutta7109 3 роки тому

    Krishno Krishno Krishno hewa jonaisu

  • @tirthanathpayeng697
    @tirthanathpayeng697 3 роки тому +2

    বিষয় সম্বন্ধ কি ঈশ্বৰক সেৱা কৰাৰ সুবিধা যাক দিছে সেয়া জানি অন্ত্যত সুখী অনুভব কৰিছো। কৃষ্ণ কৃষ্ণ

  • @babitabaruah6868
    @babitabaruah6868 3 роки тому +1

    Very nice

  • @munmigogoi2377
    @munmigogoi2377 3 роки тому +2

    কৃষ্ণ বাপ ঈশ্বৰ শতকৌটি প্ৰনাম জনালো ।

  • @abmonty7274
    @abmonty7274 3 роки тому +1

    প্ৰণাম প্ৰভু । তেওঁক ঈশ্বৰে সুমতি দিয়ক ।
    অঞ্জলি দাস ।

  • @padmakumariburagohain6490
    @padmakumariburagohain6490 3 роки тому +2

    Krishna ! Pranam Baap🙏alochana ti xuni vl lagil.Krishna🙏

  • @tunusaikia7230
    @tunusaikia7230 3 роки тому

    কৃষ্ণ বাপ সেৱা জনাইছো ।

  • @sabitriboruah4411
    @sabitriboruah4411 3 роки тому

    কৃষ্ণ।

  • @jadavchandradas7395
    @jadavchandradas7395 3 роки тому

    কৃষ্ণ। কৃষ্ণ। প্ৰভৃ।অভয়।দুই্‌।চলতে।শৰণ।লৈলো
    লৈয়ো।মোক।নিজ,দাস।কৰি।হৰি।ৰাম।। আশীৰ্বাদ।কৰিব

  • @rubigogoi5227
    @rubigogoi5227 3 роки тому +1

    কৃষ্ণ🙏

  • @dipikagogoi2840
    @dipikagogoi2840 3 роки тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালো । ভাল লাগিল

  • @madantalukdar7830
    @madantalukdar7830 3 роки тому

    Baap sewa grahan kariba om shanti

  • @rupalibora6650
    @rupalibora6650 3 роки тому +3

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ।

  • @dilipdas3549
    @dilipdas3549 3 роки тому +2

    কৃষ্ণ কৃষ্ণ প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰিব ।

  • @assamboy9325
    @assamboy9325 3 роки тому +3

    প্ৰভু ঈশ্বৰ , আপোনাৰ চৰনত শতকোটি প্ৰণাম🙏🏻 ।

  • @dambarusingh6973
    @dambarusingh6973 3 роки тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু বহুত বহুত আনন্দিত

  • @himanisaikia1827
    @himanisaikia1827 3 роки тому

    Krishna.

  • @ulupik5207
    @ulupik5207 3 роки тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @reetabordoloi5258
    @reetabordoloi5258 3 роки тому +3

    প্রণাম প্রভু ঈশ্বৰ 🙏🙏🙏

  • @dipalidevi507
    @dipalidevi507 3 роки тому +3

    কৃষ্ণ কৃষ্ণ বাপ জন । আমি মূঢ়মতিয়ে ভগৱন্ত আৰু আপোনাৰ শ্ৰী চৰণত সেৱা জনাইছোঁ । আপোনাৰ শ্ৰী মুখে হৰি কথা শুনি মন প্ৰাণ শান্ত হৈ পৰিল । কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @banamalimedhi5097
    @banamalimedhi5097 3 роки тому

    কৃষ্ণ প্রভু প্রণাম জনালো কৃষ্ণ

  • @rekhadas5058
    @rekhadas5058 3 роки тому +4

    ঈশ্বৰ পুৰুষে আপোনাক কুশলে ৰাখক সেইয়া প্ৰাথনা কৰো পুৱা গধূলি ঈশ্বৰ পুৰুষৰ ওঢৰত

  • @urmilagogoi336
    @urmilagogoi336 3 роки тому +2

    প্ৰভূ ঈশ্বৰ সেৱা জনালোঁ।

  • @AnilDas-ku7kv
    @AnilDas-ku7kv 3 роки тому

    কৃষ্ণ বাপ বহুত নজনা কথা শুনিবলৈ পালো কৃষ্ণই কৃপা কৰক আপোনাক

  • @rajivkachari9342
    @rajivkachari9342 3 роки тому +1

    প্ৰণাম জনালোঁ কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha2343 3 роки тому

    Krishna Krishna bap 🙏🙏🙏🙏

  • @tulikabarua2838
    @tulikabarua2838 3 роки тому +1

    প্ৰভু ..অতি সুন্দৰ । আপোনাক শতকোটি প্ৰনাম.🙏

  • @SumanDas-gk5ux
    @SumanDas-gk5ux 3 роки тому +1

    কৃষ্ণ কৃষ্ণ বাপজন🙏🙏🙏

  • @ghanshyamhazarika1365
    @ghanshyamhazarika1365 3 роки тому

    Krishno bapjn🙏ejn ekanto vokote krishno kotha hune-kirton kre aru kan diye mayat npore kin2u amibur mayar provhabt Pori pohu tulo zate nohoi kipa korok ,sintamoni jbob bifole najai e odhomor hewa grohon kribo hoklu babe vokti nawt uthibo zate paru .. krishno "joi guru shankor "

  • @debadash7047
    @debadash7047 3 роки тому

    Rahila Bala Das
    Krishno Bap Pronam

  • @monalishabora8466
    @monalishabora8466 3 роки тому +2

    সেৱাহে প্রভু🙏🙏🙏🙏

  • @jayantidas3472
    @jayantidas3472 3 роки тому +2

    কৃষ্ণ বাপ ঈশ্বৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ গ্ৰহণ কৰিব 🙏🙏🙏 কৃষ্ণ কৃষ্ণ

  • @rajenchetia869
    @rajenchetia869 3 роки тому +1

    কৃষ্ণ কৃষ্ণ প্রভুজনা

  • @pratibhapathak5602
    @pratibhapathak5602 3 роки тому +2

    Krishna bapjana 🙏 🙏

  • @bantideka823
    @bantideka823 3 роки тому +1

    কৃষ্ণ বাপ সেৱা ভাগ গ্ৰহণ কৰিব।

  • @arupdutta1873
    @arupdutta1873 3 роки тому +2

    কৃষ্ণ বাপ ঈশ্বৰ, ভগৱন্ত প্ৰভুৱে আপোনাক কৃপা কৰি জগতত কৃষ্ণ কথা প্ৰচাৰৰ সুমতি প্ৰদান কৰক ।আমি সদায়ে বাট চাই থাকো ভকতিৰ ৰস অকণমান পোৱাৰ আশাৰে ।ভগৱানৰ বুদ্ধ অৱতাৰৰ বিষয়ে অকণমান বাখ্যা দিবচোন আমি এই বিষয়ে একোকে নাজানো আৰু ভকতৰ সংগতো ইয়াৰ কোনো শুদ্ধ সিদ্ধান্ত পোৱা নাই ।কৃষ্ণ কৃষ্ণ কৃষ্ণ ।।।

  • @bontiborah5014
    @bontiborah5014 3 роки тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীমুখে অমৃত বাণী পান কৰি পৰম আনন্দ লাভ কৰিছো । আপোনাৰ চৰণত কৌটি কৌটি প্ৰণিপাত জনাইছোঁ । কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @padminikonwar34
    @padminikonwar34 3 роки тому

    Krishna baapjona shaxrodha pranam.apunar amulya ukti xuni dhanya haisu.dirghayu karak bhagwantoi apunak.

  • @deepabora1865
    @deepabora1865 3 роки тому +3

    কৃষ্ণ প্ৰভু বাপ ঈশ্বৰ শতকোটি প্ৰনাম জনাইছোঁ 🙏🙏🙏

  • @anumeadhi2351
    @anumeadhi2351 3 роки тому +2

    কৃষ্ণ প্ৰভুজন।পৰম আনন্দ লাভ কৰিছোঁ।। কৃষ্ণ প্ৰভুজন কৃষ্ণ।

  • @bhubenthakuria9006
    @bhubenthakuria9006 3 роки тому

    কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ

  • @mahabahu6757
    @mahabahu6757 3 роки тому +5

    কৃষ্ণ বাপ ঈশ্বৰ আপোনাৰ পৰা এই অমূল্য কথাবোৰ শুনিব পাই থাকিলে মনটো বৰ ভাল লাগে কৃষ্ণ ।

  • @mantumedhi7317
    @mantumedhi7317 3 роки тому

    কৃষ্ণ ৷

  • @bhanudas6159
    @bhanudas6159 3 роки тому

    Krishna 🙏🙏🙏🙏🙏

  • @gouribaruah219
    @gouribaruah219 3 роки тому +1

    Krishna Krishna🙏🙏🙏

  • @janmonihazarika6284
    @janmonihazarika6284 3 роки тому +2

    কৃষ্ণ কৃষ্ণ সুন্দৰ 🙏🙏

  • @ranjanarabha6619
    @ranjanarabha6619 3 роки тому +1

    প্ৰণাম দেউতা ঈশ্বৰ। কৃষ্ণ কৃষ্ণ

  • @baloramdas6184
    @baloramdas6184 3 роки тому

    Bap pronam janaisu krisno krisno RAM RAM provu vogobanto

  • @diptimazumder3407
    @diptimazumder3407 3 роки тому +2

    কৃষ্ণ প্ৰভূ সত সহস্ৰ প্ৰনাম জনালো।

  • @rajmonisaikia4568
    @rajmonisaikia4568 3 роки тому +1

    কৃষ্ণ, বাপজনা আপোনাৰ ভাগৱত বাখ্যা যোৱা কবিত -19 লগদাওনৰ সময়ত আমি শুনি বহুত পৰিমাণে সুখি হলো, কৃষ্ণ, আপুনি যি কথা ভাগি কবলৈ গৈছে আমি ধৰিব পাৰিছো , আপোনাৰ লগত আমাৰ একে মতপোষণ কৰো আপুনি আমাৰ মনৰ কথা ভাগ জনালে, আমি এই কথা ভাগ প্ৰথম দিনাই আমাৰ সমাজত ইয়াক আলোচনা কৰি আছিলো কেৱল মাত্ৰ আপোনাৰ দৰে কব পৰা নাছিলো । এতিয়া কথা হল আমাৰ দৰে বহুলোকেই তেখেতৰ এই আচৰণ বোৰ চাই আছে । কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @bhubanduarah303
    @bhubanduarah303 3 роки тому

    Krishna krishna bahut barq hewa janaisu