Bitupan da thank u .. Dhruba daak pai golu ... dhruba daar chanel ase neki dada please dibosun .. moiu pepa bojau kin2 jur pepa bojabole bohut iccha ... teur pora janibo bisarisu ...
Dhruba da loi mur eta monor confusion dur kora eta question asil, akha karu Anupon bitupon da apunaluke jate muk hohai kori diye jen aru videoti bhut hundar hoise.
Part1 tu sai khubei bhal lagisil kintu part 2 tu aru besi bhal lagil....anagot dintu aru bhal bhal video saboloi pam buli akha korisu... bitupon da parile apuni ..sonkriti dewri, pollobi , niharika saikia interviwe lobo sun....👍👍👍👍👍👍👍👍👌👌👌👌👌👌👌👌
ur wlcm dada..logote apunaku dhoinnobad jonai..apuni by through youtube...aamr ai bihua hokolok j...aneke raijjor agt face koraise....bohut val lgise...axha koru aru hokoluke dekha pam.... #somnath ojha #ranjit gogoi
Video টো চাই সচাঁকৈ বহুত বহুত ভাল লাগিল । মোৰ হৃদয়খন চেচাঁ লাগি গল ।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
বিতোপন দা আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো । আশা কৰিলো অসমীয়া ৰ বাপতি সাহোন ৰঙালী বিহু ৰ বিহুৱা বিহুৱতী সকলৰ প্ৰতিভা সমূহ জীয়াই ৰাখিব বুলি । ৰূপম দা ৰ ৰং বসন্ত বিহুৱা ৰ অনুষ্ঠান চাইছিলো । সঁচাই অভূতপূৰ্ব প্ৰতিভা । ধ্ৰুৱ দা ৰ পেঁপা লহৰ ত গা মন ৰাই জাই কৰি যায় । আমাক ইমান এটা সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ দিয়াৰ কাৰণে অশেষ ধন্যবাদ ।।
আপোনালোকৰ সহায় সহযোগিতা আৰু পৰামৰ্শ পালে আমি আৰু আগুৱাই যাব
Nice nasibohe mon jai bihu hunile ...bohut dhuniya gaisa ...aagowai jua ❤❤❤❤👌👌👌
ধন্যবাদ
হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপমলৈ । সাংস্কৃতিক পথাৰখনিত আৰু বহু বহু দূৰলৈ আগুৱাই যাওঁক মোৰ এই ভাইজন। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো । বিতোপনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
ধন্যবাদ
খুব ভাল লাগিল।
মহাজগতৰ অক্ষয় শক্তিক প্ৰাৰ্থনা কৰিছো আপোনালোক তিনিওয়ে যেন কৃতকাৰ্যতাৰ ধ্ৰুৱতৰা লাভ কৰিব পাৰে।
অসমৰ স্বাভিমান আপোনালোক।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
দুয়োজনই বিহু ক্ষেত্ৰ খনিৰ চিনাকী মুখ ৷
বহুত বহুত ধন্যবাদ তেখেতলোকৰ ইন্টাৰভিউ লোৱাৰ বাৱে ৷
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
সচাঁই বহু সুন্দৰ হৈছে.......🙏
ধন্যবাদ
ৰূপম কাই আৰু ধ্ৰুৱ কাই।
দুয়োজনে দুৰ্দান্ত বিহুৱা।
শুভেচ্ছা থাকিল দুয়োলৈ।
শিৱসাগৰত কেইবাজনো সাংঘাতিক বিহুৱা আছে। পাৰিলে পৰৱতী সময়ত সকলোৰে সাক্ষাতকাৰ পাম বুলি আশা ৰাখিলো।
নিশ্চয় আমি চেষ্টা কৰিম । ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
সুন্দৰ,মন-প্ৰাণ চুই গৈছে
ধন্যবাদ
বহুত বহুত ভাল লাগিল আপোনালোকৰ অনুস্থান টো চায়
ধন্যবাদ
শিৱসাগৰ বিহু বুলিলেই এক অনন্য অৱদান অসমৰ সাংস্কৃতিক জগতৰ মুল শিপা বুলি কলেও বঢ়াই কোৱা নহব । লগতে এই দুজন বিহুৱা দেখা পাই বহুত ভাল লাগিল । তেওঁলোকৰ উজ্জল ভৱিষ্যত কামনা কৰিলোঁ ।
ধন্যবাদ ধন্যবাদ ইমান ধুনীয়া মন্তব্য
Sivasagr hokolu manuh akeloge thake axomiya r sole sb axomiya moi gourab Karu moi sivasagr lora
ধ্ৰুৱ দা আমাৰ গলীতেই থাকে .... আজি লৈকে লগ পোৱা নাই , আজি তেওঁক দেখা পাই বৰ ভাল লাগিল। চন্দ্ৰলেখা বাক হে লগ পাইছোঁ।
ধন্যবাদ
ঢোল পেপাৰ মাতেৰে মুখৰিত বিতোপন দাৰ UA-cam চেনেল। বিহু বিহু অনুভৱ হৈ গৈছে অ।💝♥️
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ ভণ্টী 🤗🤗🤗🤗🤗🤗🤗
Excellent. All the best, you are proud of my district.
thank you for your comment
Mojah gaisa I love you Anupom da aru bitupon da apunaluka bought val kam korisa aru val hobo. Akhiba korisu
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
অতি সুন্দৰ ।।ধন্যবাদ অনুপম বিতোপন দা। UA-cam ৰ কোটি কোটি ভিডিওৰ ভিতৰত আপোনালোকৰ ভিডিও কেইটা বহুত প্রিয়।😍😍😍❤️
ধন্যবাদ ধন্যবাদ
Bhut val lagil video tu
খুব সুন্দৰ।। অনুষ্ঠানটো সঁচাই বৰ উপভোগ্য হৈছে।।। আপোনাৰ ভিডিও বোৰ চাই ভাল লাগে।।
সচাকৈ দাদা বিহুর সুর বিলাক ভাল লাগিচে
ধন্যবাদ
দুয়োজন বিহুৱাকে বৰ ভাল লাগিল
ধন্যবাদ
Hundor....bihur gaan hunile Mon pran jagi uthe ....pepar maat tu hunile koboi nalage
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
ইমান ধুনীয়া ঢোল আৰু বিহু নাম গাইছে সচাকৈয়ে ভাল লাগিছে । বিহু বিহু লাগিছে গাত ।
ধন্যবাদ
Bhal lagil bohut....sivsagor hisape hodai gourb eaulukok loii
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Val lagil Dada kaijon rupom da aru dhurba daa
ধন্যবাদ 🙏🙏🙏
Bohut vl lagil aru agole anekua video dib buli akha korilu
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Thanks dada.bhut val lagil.
ধন্যবাদ
@@অনুপমবিতোপন welcome and much dada.
Bohut dhuniya lgise progamtu si
ধন্যবাদ ধন্যবাদ
সুন্দৰ
ধন্যবাদ ধন্যবাদ ধন্যবাদ
আপোনাকো বহুত ধন্যবাদ
অপূব বিতোপন দা.. .দুই জন ককাইদেউ লৈ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলো
ধন্যবাদ ধন্যবাদ ধন্যবাদ
Mojaa lagisa dadahakol.aru bitupon Da apunaku bhut bhut dhoinabad ai dada hakolok akhon mancho dia bubay.
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Khubeii bhal lagil.. thank you
ধন্যবাদ
সুন্দৰ শিৱসাগৰৰ যুৱক
ধন্যবাদ
বৰ ধুনীয়া লাগিছে দাদা
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
খুব সুন্দৰ হৈছে
ধন্যবাদ
Dhruba da moja amar ghrr usrr hoi dhruba da 2me aru agbahi jua
ধন্যবাদ
Nice.........mojja.............vl laagil
ধন্যবাদ
bhout val hoise rupam da
ধন্যবাদ
অনুপম বিতুপন ভাইটিৰ বিহুৰ অনুষ্ঠান কেইটি ৰাইজৰ আগলৈ আগবঢ়োৱাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু আৰ্শীবাদ আগবঢ়ালো ।
ধন্যবাদ
Khub Val lagil Bitupon da Tnq.Rupom da bihu Nam hosai bohut Val loga. Dhrubo tumr pepa matot ako nasu nasu h lagil jai.😄
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Bohut bhal lagil ow.....
Thank youu
Bohut dhunia....thns anupom bitupon chanel val bihua dujonok dekhuar babe......
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Bitupan da thank u .. Dhruba daak pai golu ... dhruba daar chanel ase neki dada please dibosun .. moiu pepa bojau kin2 jur pepa bojabole bohut iccha ... teur pora janibo bisarisu ...
Facebook t account asa Dhruba jyoti gogoi . tate tawk cont . kreba . nhle sibsagar ahijaba
Thank u bitupan da... apunar pora reply bur xodai pau babe bohut val lage .. apunar chanel r 1m. Subscriber houk tare kamonare...
ধ্ৰুৱদাক বহুত দিনৰ পাছত দেখা পাইছোঁ , বঢ়িয়া 👌👌👌
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Sunder
Sundra
Moza
ধন্যবাদ
Val lagil sai....
ধন্যবাদ
বহুতো বহুতো ধুনীয়া লাগিছে।।।। একেবাৰে বিহু বিহু লাগিছে গাত।
ধন্যবাদ ধন্যবাদ ধন্যবাদ
ধুনীয়া
ধন্যবাদ
Dhuniya lagil
ধন্যবাদ
ভাল লাগিল ভিডিঅ'তো চাই আৰু আগলৈও এনেকৈয়ে ভাল ভাল বিহু চাবলৈ পাম বুলি আশা কৰিলো
ধন্যবাদ ধন্যবাদ
Val lagil
ধন্যবাদ ধন্যবাদ ধন্যবাদ
সুন্দৰ উপস্থাপন 🎉✌️
ধন্যবাদ
Borhiya....tini bahuwal deka ekeloge😘😘 mojja lagile
ধন্যবাদ ধন্যবাদ ধন্যবাদ
Dhruba da loi mur eta monor confusion dur kora eta question asil, akha karu Anupon bitupon da apunaluke jate muk hohai kori diye jen aru videoti bhut hundar hoise.
ধন্যবাদ
Xundar
Nice vall lgl
ধন্যবাদ
Mzzah dei
ধন্যবাদ
দুই জনকে অশেষ ধন্যবাদ যাছিলো মোৰ ফালৰ পৰা আৰু লগতে বিতোপ দাকো
ধন্যবাদ
Apunar video bur sai bohut val lage👌👌
ধন্যবাদ
Both of them are super talented ☺️☺️ bhut bhal lgil video tu
ধন্যবাদ
Bihu bihu lagi hol .....♥️♥️♥️👌👌👌👌 Imn hundor hoise....Dhrubajyoti dar kotha gom Pai val lagil....gan nije likhe...
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Hundor
ধন্যবাদ
Part1 tu sai khubei bhal lagisil kintu part 2 tu aru besi bhal lagil....anagot dintu aru bhal bhal video saboloi pam buli akha korisu... bitupon da parile apuni ..sonkriti dewri, pollobi , niharika saikia interviwe lobo sun....👍👍👍👍👍👍👍👍👌👌👌👌👌👌👌👌
ধন্যবাদ ধন্যবাদ । আপোনাৰ মন্তব্য আমি প্রতিটো ভিডিওটে পাওঁ ভাল লাগে । আমি চেষ্টা কৰিম । বৰ্তমান মই গুৱাহাটীত আছোঁ সেই বাবে পলম হৈছে অলপ ।
@@অনুপমবিতোপন ঠিক আছে .....চাবলৈ পাম বুলি আশা ৰাখিছোঁ।
Val lgel dada
ধন্যবাদ
Bohut bohut Val lagisa sai
ধন্যবাদ
Val lagil ana dhoronor aru notun notun video pam buli akha thakil
Jai Aai Axom🙏
ধন্যবাদ ধন্যবাদ
Vl lagil
ধন্যবাদ ধন্যবাদ ধন্যবাদ
dhrubo daa..ji ajon val pepuai nhoi..ajon bohut val person...mur bht moromr dada
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
ur wlcm dada..logote apunaku dhoinnobad jonai..apuni by through youtube...aamr ai bihua hokolok j...aneke raijjor agt face koraise....bohut val lgise...axha koru aru hokoluke dekha pam....
#somnath ojha
#ranjit gogoi
নমস্কাৰ মই অনুপম বিতুপন , চেনেলটোৰ এজন নিয়মিয়া শ্ৰুতা । ঘৰ শিৱসাগৰ লাকুৱা ! চেনেলটোৰ জৰিয়তে কিচুমান গাওৰ থলোৱা চহা শিল্পী সকলৰ প্ৰতিভা ৰাইজৰ আগত পৰিচয় কৰি দিয়া যি লক্ষ্য সচাকৈ শলাগিছো। কথা এটা কও আপোনালোকৰ যোগাযোগৰ নম্বৰ পাৰে যদি দিয়কচোন মোৰো এটা অনুস্থান কৰা ইছছা আছে।
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । 9854608528no
Mojaaa
ধন্যবাদ
bhut vl lagla da
ধন্যবাদ
Moi ejn bihua golaghatr ....2ui jnke log kri teulkr gaanor tale tale nasibo mon goise ....bihut aagbahi jauk apnlk duijn
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
পেপোঁৱাজন ভাল লাগে
ধন্যবাদ
2jon dada mur bohut val laga... 😃
ধন্যবাদ
Hundar dada
ধন্যবাদ
Bahut val lagise
ধন্যবাদ
Mjaaaaaaaaaaa
ধন্যবাদ
Val lagil programme2 sai.. Moi ejon sivasagar hoi gourav anubhv korisu
ধন্যবাদ
All tym fevrt....Rupam Da nd dhurba Da
ধন্যবাদ
Anekoi apunar channel2 agbarhi jauk aru Amar gat 12 Mahe bihu lagi thakok
হয় নেকি
@@অনুপমবিতোপন hoi
Vl lgil de video to sai😘
ধন্যবাদ 🤗
xsai bht bht vl lgl vdo tu sai... Amr majt sinaki krai diar babe thnx...
Bitupan dar duty kun thait...
ulubari guwahati t duty
ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ
Thnx jonuar babe....
Awesome
ধন্যবাদ
Oti hundor ...
ধন্যবাদ
Thank you
Mojjaa
ধন্যবাদ
Mozaa
ধন্যবাদ
Apunar voice to xub val lage... Dada
ধন্যবাদ
Dhuniya
ধন্যবাদ ধন্যবাদ ধন্যবাদ
Supar
ধন্যবাদ
Mjaa dai dada
ধন্যবাদ
Dhunia lgile
ধন্যবাদ
আপোনালোকৰ অনুষ্ঠানটিত যি কেঁচা মাটিৰ গোন্ধ আছে তাক কোনো কাৰণতেই অৱজ্ঞা কৰিব নোৱাৰি | আপ্লুত হ'লো | লগতে আপোনালোকৰ বিহুনামসমুহ কেতিয়াবা কাৰোবাক গাই শুনাম | নতুন প্ৰজন্মই ইয়াৰ দ্বাৰাই অনুপ্ৰেৰণা পাব | অনুমতি বিচাৰিলোঁ !
ধন্যবাদ ধন্যবাদ ধন্যবাদ ।নিশ্চয় গাই শুনাব
Quality aeibilg...very good
Yess.. you r right...
Super good
ধন্যবাদ
Bitupon dhuniya hoise dei
ধন্যবাদ
দুজন শিৱসাগৰৰ গৌৰৱ ।
ধন্যবাদ
Rupam best of luck...
thanks
দাদা মই ৰাতি duty কৰি আহিও আপোনাৰ Chanel2 চাওঁ খুৱ ভাল লাগে সচাকৈ । আপুনি এনেকৈ আমাৰ অসমীয়া শিল্পী খিনিক আগুৱাই নিয়ক ।
ধন্যবাদ ধন্যবাদ ধন্যবাদ ।অনাগত দিনত আপোনাৰ মতামত পোৱাৰ আশাৰে
Joy sivasagr joy ahom
A moja dai
ধন্যবাদ ধন্যবাদ ধন্যবাদ