Anundoram Barooah Academy || Pathsala

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • শিক্ষানগৰী পাঠশালাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমিৰ দেওবৰীয়া বিদ্যালয়ৰ বৰ্ষপূৰ্তি অনুষ্ঠান । পাঠশালাৰ হৰিমন্দিৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিলে এটা বিশেষ দিন । অনুষ্ঠানত উপস্থিত থাকিল সংগীত শিল্পী তৰালী শৰ্মা, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰকে ধৰি অসমৰ কেবাগৰাকী বিশিষ্ট ব্যক্তি ।
    (24-09-2023)

КОМЕНТАРІ •