PART-2 || বন্দৰ বৰফুকন আৰু তেওঁৰ মৈদাম || NOBIN BURAGOHAIN

Поділитися
Вставка
  • Опубліковано 7 лют 2025
  • #bandarbarphukan #nobinburagohain #moidamofbandarbarphukan #assamtourisim #assamhistory #ahomkingdom #ahome #ahomkings #bandarborphukan
    ■ বাউলী মৈদাম বিষয়ক অন্যটো ভিডিঅ'ৰ লিংক : • BAUWALI MOIDAM // বাউল...
    👉 Find me on other Social Media Platforms :
    Facebook : / nobin.buragohain1
    Instagram : buragohainnobin
    E-mail : nobinburagohain19@gmail.com
    ■ দৰ্শকসকল, আপোনালোকে আমাৰ এই video টোৰ পৰা নিশ্চয় কিছু কথা জানিবলৈ পালে বা উপকৃত হ'ল। যদি video টো চাই উপকৃত হৈছে তেনেহ'লে like কৰি দিব, comment কৰিব, এনেকুৱা নতুন নতুন video চাই থাকিবলৈ channel টো subscribe কৰিব আৰু bell icon টো touch কৰি 'All' option টো click কৰিবলৈ নাপাহৰিব। আনহাতে, এনেধৰণৰ নতুন নতুন বিষয় জানিবলৈ হ'লে comment কৰি জনাব। আমি আপোনাৰ জিজ্ঞাসা নিৰসন কৰিবলৈ অন্য এটা video ত চেষ্টা কৰিম।
    ধন্যবাদেৰে,
    নবীন বুঢ়াগোহাঁই
    Please, subscribed my new channel.
    Link : / @positivemind3095
    Filming location : Rahdoi Pukhuri, Sivasagar.
    Cinematography : Ritu Priyam.
    All of the visual in this video is original and recorded on the spot.
    Copyright © 2023 Nobin Buragohain
    All rights reserved. The unauthorized reproduction or distribution of this copyrighted work is illegal.

КОМЕНТАРІ • 27

  • @DhrubajyotiBhuyan-yh6jj
    @DhrubajyotiBhuyan-yh6jj Рік тому +3

    আপোনাৰ পৰিশ্ৰম সাৰ্থক হৈছে। আমি কৃতজ্ঞতা প্ৰকাশ কৰিছো।

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 2 місяці тому

    ভিডিঅ' নিৰ্মাতালৈ আন্তুৰিক ধন্যবাদ জনাইছোঁ।

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 2 місяці тому

    আন্তৰিক ধন্যবাদ।

  • @ani_trades
    @ani_trades 2 місяці тому

    Bohut bhal lagile

  • @ajitsarma8237
    @ajitsarma8237 9 місяців тому

    সুন্দৰ 🙏🙏

  • @tailover5082
    @tailover5082 2 місяці тому

    Val lagil jani

  • @debabratbaruah7764
    @debabratbaruah7764 5 місяців тому

    বহুত ভাল লাগিল জানি ৷

  • @jayantadowarah9116
    @jayantadowarah9116 Рік тому

    Thanks

  • @phatikchandraborah2763
    @phatikchandraborah2763 2 роки тому

    সুন্দৰ

    • @rupkantapathori9666
      @rupkantapathori9666 Рік тому

      বহুত ভাল কথা ।ভাল লাগিল ।

  • @tutudas6263
    @tutudas6263 2 роки тому +3

    সুন্দৰ🤗

  • @surajitgohain3429
    @surajitgohain3429 Рік тому

    Hosai Aaponi Aahomor bohut bhitoror kotha poribhakyan korisa bohut bohut Nomoskar..,.

  • @UpenDeka-he8hc
    @UpenDeka-he8hc Рік тому +1

    স্ব্ৰৰ্গদেউ ৰুদ্ৰসুিংহৰ মৈদাম ক'ত আছে কোনেও নেদেখূৱায়ছ!! নে তেওঁক মৈদাম দিয়া নাছিল??

  • @rangpurboy3799
    @rangpurboy3799 Рік тому

    আপোনাৰ ভিডিও বোৰ চাও বহুত ভাল লাগে ।

  • @digantalahan5190
    @digantalahan5190 2 роки тому

    ভাল লাগিল।

  • @Parysati
    @Parysati 3 місяці тому

    dada world war 2 episode cover koribo . modern history of Assam

  • @MGofficial495
    @MGofficial495 2 роки тому

    কথা খিনি খুব ভাল লাগিল।

  • @rowsonchaliha
    @rowsonchaliha Рік тому

    Dada namrupor Bandor Chaliha kiba link ase ni baru

  • @nripen25
    @nripen25 Рік тому

    দাদা ভাল লাগে অপুনাৰ ভিডিঅ' সমোহ চাই l
    গদাপানীৰ পুত্ৰ লেচাই বিষয়ে ওলপ জানাব চোন I

  • @tezpurialuittl8983
    @tezpurialuittl8983 Рік тому

    মুহুং বাউলী যদি পূৰুহিত আছিল, তেওঁক কিয় মৈদাম দিছিল,আৰু বামুণী মৈদামৰ ক্ষেত্ৰত বামুনক মৈদাম নিদিয়ে বুলি দাবি কৰিলে, কথাবোৰ খেলিমেলি লাগিল।

  • @chiranjitsaikia4363
    @chiranjitsaikia4363 2 роки тому

    ভিদিঅ দীঘলীয়া হব লাগে...3part সোনকালে দিয়ক...

  • @rupasvlogs527
    @rupasvlogs527 2 роки тому +1

    কথা খিনি জানিব পাৰি ভাল লাগিল। ঠাই খনৰ নাম কি?

  • @dpl1619
    @dpl1619 Рік тому

    বদন বৰফুকন নেই বন্দৰ বৰফুকন নে

  • @manojdas9967
    @manojdas9967 2 роки тому

    অনুগ্ৰহ কৰি আপুনি মাইক্ৰ ফোন ব্যবহাৰ কৰিব। কথাবোৰ কেতিয়াবা স্পষ্ট নহয়।

  • @monjitgogoi8129
    @monjitgogoi8129 2 роки тому

    Bauli aideo r maidam tu dekha napalu..please don't worry about the length of the video..600 years old history..it cannot be contained in a single 10 minutes video..

    • @nobinburagohainhistorycult5958
      @nobinburagohainhistorycult5958  2 роки тому

      ইয়াৰ আগৰ ভিডিঅ'টো আৰু এই ভিডিঅ'ৰ description ত থকা লিংকত চাব পাৰে।

  • @romanchring6340
    @romanchring6340 Рік тому

    আপোনাৰ ফোন নং মোক দিব নেকি