Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বিচাৰক আই গৰাকীৰ সুন্দৰ কন্ঠ অভিজ্ঞতা ভাল । গুৰু জনাই বাপ /আই সম্মোদ্ধন কৰি সম ৱ্যবস্হাৰ চেষ্টা ।আমিবোৰে নাম অনুস্হানত বাই ভনী তুমি বাক্যবোৰ পৰিহাৰ কৰা অনুচিত ।কাৰণ গুৰু জনাই তেনে জ্ঞান জগতৰ কল্যাণৰ বাবে দিয়া নাই ।
সুন্দৰ পৰিবেশন হৈছে।
Bahut dhuniya hoise Love from Changsari
Nice
Bahut dhuniya🙏🙏🙏
বৰ ভাল লাগিল নাম ভাগি। গা নাচি উঠে ❤❤❤
নাম দলৰ দলপতি, নাগাৰা বাদক কংকণ দা, খোল বাদক জিন্টু ভাইটি লৈ আমাৰ তৰফৰ অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ। অমিয়া আই ৰ শ্ৰীমুখে পোৱা আশীষবাণীয়ে তথা মোৰ পৰম কৃপালোঁ প্ৰভুৰ কৃপাৰে আগন্তুক দিনত নাম দলৰ লগতে উত্তৰ গুৱাহাটী,তথা চাংসাৰী লৈ সুনাম কঢ়িয়াই অনাৰ কামনা কৰিলোঁ।কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ । বহুত সুন্দৰ 🙏🙏🙏 ।
সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ 🙏🙏
সুন্দৰ ভাল লাগিল নাম ভাগ
Val lagil
কৃষ্ণ কৃষ্ণ,, ভাল লাগিল
উত্তৰ গূৱাহাটীবাসী হিচাপে বাইদেউৰ এনে মন্তব্যৰ বাবে গৌৰববোধ কৰিছো । ধন্যবাদ ।
🙏
নেগেৰা আৰু khul বাদক দুজন মোৰে সহযোগী hoi ❤ xub bhal lagil dui jonk anekoi dexi
Xundar❤❤
North Guwahati hisape baideuloi dhonnyobad
বাইদেউ কি এই বিলাক উজনী নামনী নামত কিবা ভাগ কৰা আপোনালোকক হে পাই থাকো নিয়ম আপোনালোকেহে উজনী নামনী কৰি আছে আপোনাৰ নিয়ম আমি নামানো গুৰুজনাই এক কৰে ভকতে হে ভাগ কৰে
উজনিৰ নিয়ম শুদ্ধ বুলি তেওঁ লোকে ভাবে আমি কিয় তেওঁলোকৰ নিয়ম মানি চলিবলৈ বাধ্য হ'ব লাগে আমাৰো নিজশতা আছে। আমাৰ ৰাইজে কথাটো বুজা উচিত।
বহুত ভাল লাগিল ❤
Krishana krishana 🙏🙏🙏
Excellent
Bahut dhunia jaise.
Krisna 🙏🙏🙏
Krishno
ৰাম ৰাম❤❤❤❤❤❤
ৰাম। ৰাম বৰ। লাগিছে
❤❤❤❤
Hundor
...😊😊
sundar 🙏
N Dihanaam ujonir manuhe gaabo jane neki. Ujoni naamoni aibur bived anile montu beya lage. Krishna🙏
❤
Karibi Bajbarea
Val lagil.apunar frnd hlu apuniu mur frnd hb buli akha korilu.
❤❤❤❤কৃষ্ণ কৃষ্ণ
🙏🙏🙏
😊
দিহা নামৰ প্ৰতিযোগিটা চাই সঁচাকৈ বহূত ভাল লাগিল। কিন্তু বিচাৰক মণ্ডলিৰ তাল' লয়' মানৰ ওপৰত নেগেৰা বাদকৰপৰা জানিব বিচৰা প্ৰশ্নৰ উওৰটো বিচাৰকে জানিবলৈ দিয়া হলে আমি জানি সূখী হলোহেতেন।
Krishna ❤️❤️❤️
পূবেৰুণ দিহা নামৰ দল টো দিব অলপ সোনকালে
Hokolu dia hoba🙏
অমিয়া নেওগে নেগেৰাত ঘেন তিঘেন তাক গিদো ঘেন!কত পালে? এই কেইটা ঢোলৰ হে শব্দ।মোৰ যদি ভুল হোৱা নাই।
Nagara bor dhunia kintu pathakar kantha ekebare suwala nahoy.nam bhagt diha padar sangati nai.upadesh powai nagol.
Have a nature to divide upper and lower
7
Krishna ai nam bhag bhol hoi asa apone dhoreboa noarela nae jode keba bhol hola khomoa bisoreso krishna
Sound vl nohoi dei
Naam bhol asa
Baideu nam bhag likhito rupot dib sun
টোকাৰী গীতৰ দৰে লাগিছে দেই।
❤❤
❤❤❤

অমিয়া নেওগে নেগেৰাত ঘেন তিঘেন তাক গিদো ঘেন!
কত পালে? এই কেইটা ঢোলৰ হে শব্দ।
মোৰ যদি ভুল হোৱা নাই।